QGIS/C2/Plugins/Assamese

From Script | Spoken-Tutorial
Revision as of 18:33, 25 January 2022 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 QGISPlugins ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম, Core Plugins এনাবল কৰিবলৈ
00:13 External Plugin এটা ইনষ্ট’ল কৰিবলৈ
00:16 QGIS ইন্তাৰফেচত Plugin এটা বিচাৰিবলৈ
00:20 QuickMapServices Plugin ইনষ্ট’ল কৰিবলৈ
00:23 OpenStreetMap data দাউনল’দ কৰিবলৈ
00:26 OSM datashapefile লৈ কনভাৰ্ত কৰিবলৈ QuickOSM Plugin ব্যৱ্হাৰ কৰিবলৈ
00:32 Qgis2threejs Plugin ব্যৱ্হাৰ কৰি মেপ লেয়াৰ এটাৰ 3D দৰ্শনী দেখুৱাবলৈ
00:39 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04
00:47 QGIS ভাৰ্চন 2.18
00:51 Mozilla Firefox ব্ৰাউজাৰ 54.0 আৰু
00:55 এটা কামকৰা Internet কানেকচন
00:58 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
01:06 সংগত QGIS টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব

https://spoken-tutorial.org/

01:12 plugins ৰ বিষয়ে,
01:14 QGIS Plugins এ চফতৱেৰটোলৈ দৰকাৰি বৈশিষ্ট্যসমূহক যোগ কৰে
01:19 সিহতক দেভেল’পাৰ্চ আৰু অন্য স্বাধীন ইউজাৰসকলে লিখে
01:24 Plugins অপচনক পোৱা যায় QGIS ইন্তাৰফেচত থকা মেনু বাৰত
01:30 Plugins ৰ সক্ষমতা আছে, ইন্তাৰফেচত বিভিন্ন ল’কেচনত মেনু আইতেমচ ইনচাৰ্ত কৰিবলৈ আৰু নতুন পানেলচ আৰু টোলবাৰচ বনাবলৈ
01:42 ইয়াত মই QGIS ইন্তাৰফেচক খুলিছো
01:46 মেনু বাৰত Plugins ত ক্লিক কৰক
01:50 দ্ৰপ-দাউনৰ পৰা, বাচক Manage and Install plugins
01:55 Plugins দাইল’গ-বক্স আহিছে
01:58 ইয়াত আপুনি পাব মেনুসমূহ যিয়ে ইউজাৰক plugins এনাবল/দিজেবল, ইনষ্ট’ল/আন ইনষ্ট’ল আৰু আপগ্ৰেদ কৰিবলৈ অনুমতি দিয়ে
02:08 আপুনি বাওঁফালৰ পানেলত থকা ফিলতাৰ্চ ব্যৱ্হাৰ কৰিব পাৰে এটা বিশেষ plugin বিচাৰিবলৈ
02:14 দিফল্ট্ভাবে All মেনু নিৰ্বাচিত হৈছে
02:18 সোফালৰ পানেলত দিয়া তথ্যখিনিক পঢ়ক
02:22 ইয়াত সকলো উপলদ্ধ plugins তালিকাভুক্ত হৈছে
02:25 ইয়াত সংলগ্ন হৈছে Core plugins আৰু বাহ্যিক plugins
02:30 বাওঁফালৰ পানেলত থকা Installed মেনুত ক্লিক কৰক
02:34 সোফালৰ পানেলত দিয়া তথ্যখিনিক পঢ়ক
02:38 চেক-বক্সত ক্লিক কৰক বা নেমত দুবাৰ ক্লিক কৰক plugin টো এক্তিভেত বা দিএক্তিভেত কৰিবলৈ
02:45 আপোনাৰ QGIS ত ইনষ্ট’ল হোৱা Plugins ইয়াত তালিকাভুক্ত হৈছে
02:50 এই plugins ৰ কিছুমান হৈছে Core plugins যি QGIS ইনষ্ট’লেচনৰ সময়ত ইনষ্ট’ল হৈছিলে
02:57 Core plugin এটা ব্যৱ্হাৰ কৰিবলৈ, আমি plugin টো এনাবল বা এক্তিভেত কৰিব লাগিব
03:03 আহক বিচাৰো Processing plugin
03:06 search bar ত লিখক Processing
03:10 নামটো search bar ৰ তলত আহিছে
03:13 plugin টোৰ নামটোত ক্লিক কৰক
03:16 আপুনি ইয়াৰ সবিশেষক সোফালৰ পানেলত দেখিব
03:20 Processing plugin হৈছে এটা Core plugin
03:23 plugin নেমৰ কাষত থকা চেক-বক্সটোত ক্লিক কৰক, plugin টো এনাবল বা এক্তিভেত কৰিবলৈ
03:30 Plugins দাইল’গ-বক্সক বন্ধ কৰক
03:33 Processing প্লাগিন এতিয়া মেনু বাৰত এনাবল হ’ল
03:37 Plugins দাইল’গ-বক্সক পুনৰ খোলক
03:41 search bar ক্লিয়াৰ কৰক আৰু লিখক, Spatial Query
03:46 plugin ৰ নামটো আহিছে search bar ৰ তলত
03:50 এই plugin টো ইতিমধ্যে এনাবল হৈ আছে
03:54 plugin টোৰ নামত ক্লিক কৰক
03:57 এইটো হৈছে Core plugin যি QGIS ইনষ্ট’লেচনৰ সময়ত ইনষ্ট’ল হৈছিলে
04:03 Core plugins ক মাত্ৰ এনাবল বা দিজেবল কৰিব পাৰি
04:08 সিহতক QGIS ৰ পৰা আনইনষ্ট’ল কৰিব নোৱাৰি
04:12 সেইবাবে বুটামক ইয়াত হাইলাইত কৰা হোৱা নাই
04:16 plugin বিৱৰণত, Category হৈছে Vector
04:20 যি বুজাই আমি এই pluginVector মেনুত বিচাৰি পাব পাৰো ই এবাৰ এনাবল হ’লে । দাইল’গ-বক্সটো বন্ধ কৰক
04:29 Spatial Query টোল পোৱা যায় Vector মেনুত আৰু লগতে টোল হিচাবে টোল বাৰত
04:37 আহক এতিয়া external plugin এটা ইনষ্ট’ল কৰো
04:40 Plugins দাইল’গ-বক্সক পুনৰ খোলক । search bar ক্লিয়াৰ কৰক
04:46 বাওঁফালৰ পানেলত থকা Not Installed মেনুত ক্লিক কৰক
04:50 সকলো উপলদ্ধ plugins ৰ লিষ্টখন ইয়াত দৰ্শিত হৈছে যাক ইনষ্ট’ল কৰা হোৱা নাই
04:56 আহক এতিয়া QuickMapServices plugin ইনষ্ট’ল কৰো
05:00 Plugins দাইল’গ-বক্সৰ ওপৰত থকা search বক্সত, লিখক QuickMapServices
05:07 তলৰ চাৰ্চৰ ফলাফলত থকা QuickMapServices plugin ত ক্লিক কৰক
05:13 QuickMapServices plugin ত এটা সংগ্ৰহ আছে সহজে যোগ কৰা basemaps
05:19 তলত সোফালে চুকত Install plugin বুটামত ক্লিক কৰক
05:24 ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক । Plugins দাইল’গ-বক্সক বন্ধ কৰক
05:30 মেনু বাৰত Web মেনুত ক্লিক কৰক
05:34 আপুনি দ্ৰপ-দাউনত নতুনকৈ ইনষ্ট’ল কৰা QuickMapServices plugin টো দেখিব
05:40 QuickMapServices ত ক্লিক কৰক
05:43 চাব-মেনু এখন আহিছে অপচনচৰ সৈতে যেনে Landsat, NASA, OSM, ইত্যাদি
05:51 OSM হৈছে acronym Open Street Map ৰ বাবে
05:55 চাব-মেনুৰ পৰা, OSM Standard ত ক্লিক কৰক
05:59 পৃথিবীৰ Open Street Map কেনভাচত ল’ড হ’ব
06:05 ই দৰ্শাই মাটিত থকা ফিজিকেল বৈশিষ্ট্যসমূহক উদাহৰণস্বৰূপে ৰাস্তা, ঘৰ, ইত্যাদি
06:13 মাউচৰ মাজৰ বুটামটো স্ক্ৰ’ল কৰক Mumbai area লৈ জোম ইন কৰিবলৈ
06:19 পুনৰ জোম কৰক Thane region
06:23 status bar ত থকা Current CRS বুটামত ক্লিক কৰক
06:28 CRS চিলেক্তৰত, Enable On-The-Fly CRS transformation অপচনৰ বাবে চেক বক্সটো চেক কৰক
06:36 Coordinate Reference system ৰ পৰা বাচক WGS 84 EPSG 4326
06:45 OK বুটামত ক্লিক কৰক বক্সটো বন্ধ কৰিবলৈ
06:49 মেপখন দাউনল’দ কৰিবলৈ, Vector মেনুত ক্লিক কৰক
06:53 দ্ৰপ-দাউনৰ পৰা, OpenStreetMap' অপচনত ক্লিক কৰক । চাব-মেনুৰ পৰা বাচক Download Data
07:03 Download OpenStreetMap data দাইল’গ-বক্স আহিছে
07:08 Extent from map canvas নিৰ্বাচিত হৈছে দিফল্টভাবে । ইয়াক তেনেদৰেই ৰাখক
07:15 Output file ফিল্দৰ কাষত থকা তিনিটা দতৰ সৈতে বুটামটোত ক্লিক কৰক
07:20 দাইল’গ-বক্স এটা আহিছে, ফাইলনেমটো লিখক Thane.osm হিচাবে
07:28 সহজ ল’কেচন এটা বাচক
07:31 মই বাচিম DesktopSave বুটামত ক্লিক কৰক
07:36 Download OpenStreetMap data দাইল’গ-বক্সত, OK বুটামত ক্লিক কৰক
07:42 ষ্টেতাচ বাৰত আপুনি দাউনল’দটোৰ প্ৰগ্ৰেচ আৰু ফাইল চাইজক চাব পাৰে
07:49 দাউনল’দটো সম্পূৰ্ণ হোৱাৰ পাছত, দাউনল’দ সফল হোৱাৰ মেচেজ দৰ্শিত হ’ব । OK বুটামত ক্লিক কৰক
07:58 Download OpenStreet Map দাইল’গ-বক্সক বন্ধ কৰক
08:02 আপুনি দাউনল’দ কৰা OSM ফাইলটো হৈছে মাত্ৰ এটা দেতা ফাইল
08:07 এই দেতাক shapefile এটালৈ কনভাৰ্ত কৰিবলৈ, আপোনাক QuickOSM নামৰ plugin এটা লাগিব
08:14 এই pluginQGIS লৈ OSM দেতা ইম্প’ৰ্ত কৰোতে সহায় কৰিব
08:20 QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক
08:23 plugins মেনুত ক্লিক কৰক
08:26 Manage and Install Plugins বাচক । Plugins উইন্দ’ আহিছে
08:33 Not installed মেনুৰ ভিতৰত থকা চাৰ্চ বক্সত লিখক QuickOSM
08:39 তলৰ চাৰ্চৰ ফলাফলত, QuickOSM ত ক্লিক কৰক
08:44 তলত সোফালে চুকত থকা Install plugin বুটামত ক্লিক কৰক ইয়াক ইনষ্ট’ল কৰিবলৈ
08:50 ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক । Close বুটামত ক্লিক কৰক
08:57 মেনু বাৰত Vector মেনুত ক্লিক কৰক
09:01 QuickOSM ত ক্লিক কৰক । চাব-মেনুৰ পৰা, click on QuickOSM ত ক্লিক কৰক
09:09 QuickOSM দাইল’গ-বক্স আহিছে
09:13 বাওঁফালৰ পানেলৰ পৰা OSM ফাইল ফৰ্মেতত ক্লিক কৰক
09:17 OSM ফাইলটোত, ব্ৰাউজত ক্লিক কৰক আৰু Thane.osm ফাইলটোলৈ নেভিগেত কৰক । Open বুটামত ক্লিক কৰক
09:27 Points, Lines, Multilinestrings, Multipolygons ৰ বাবে চেক বক্সসমূহত ক্লিক কৰক যদি ইতিমধ্যে চেক কৰা হোৱা নাই
09:37 QuickOSM দাইল’গ-বক্সত, Open বুটামত ক্লিক কৰক
09:42 প্ৰচেচটোৱে কিছু সময় ল’ব পাৰে
09:45 যেতিয়া প্ৰচেচটো সম্পূৰ্ণ হ’ব ষ্টেতাচ বাৰে দেখুৱাব 100 পাৰচেন্ত
09:50 QuickOSM দাইল’গ-বক্সটো বন্ধ কৰক
09:54 OSM data কেনভাচত ল’ড হৈছে
09:58 মন কৰিব যে layers যোগ হৈছে Layers Panel
10:03 এতিয়া আমি vector layers ৰ তিনি দাইমেনচনেল দৰ্শনীক বনাম
10:09 মেনু আইতেম Plugins ত ক্লিক কৰক
10:12 বাচক Manage and Install PluginsPlugins উইন্দ’ আহিছে
10:19 Plugins দাইল’গ-বক্সৰ ওপৰত থকা চাৰ্চ বক্সত, লিখক Qgis2threejs
10:26 Qgis2threejs ত ক্লিক কৰক
10:30 সোফালৰ পানেলত, Qgis2threejs ৰ বৰ্ণনা দিয়া হৈছে
10:36 তলত সোফালৰ চুকত থকা Install plugin বুটামত ক্লিক কৰক ইয়াক ইনষ্ট’ল কৰিবলৈ
10:42 ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক । Close বুটামত ক্লিক কৰক
10:48 Qgis2threejs Plugin টোল দেখা গৈছে টোলবাৰত
10:54 plugin টো লগতে পাব পাৰি মেনু বাৰত থকা Web মেনুৰ ভিতৰত
10:59 Layers Panel ত, Point, Lines আৰু Multilinestrings layers ক লুকুৱাওঁক
11:06 Lines, Points, Multilinestrings layers ৰ কাষত থকা চেক-বক্সসমূহক আনচেক কৰক
11:14 কেনভাচত মাত্ৰ Multipolygons layer দৰ্শিত হৈছে
11:19 টোলবাৰৰ পৰা ক্লিক কৰক Qgis2threejs
11:24 Qgis2threejs দাইল’গ-বক্স আহিছে
11:29 দাইল’গ-বক্সত, Polygon চেকচনত OSMFile ৰ কাষত থকা চেক-বক্সত ক্লিক কৰক
11:36 Output HTML file path টেকস্ত বক্সৰ কাষত থকা Browse বুটামত ক্লিক কৰক
11:42 Output filename দাইল’গ-বক্স আহিছে । আহক ফাইলটোক নাম দিওঁ Buildings হিচাবে
11:50 সহজ ল’কেচন এটা বাচক ফাইলটো ছেভ কৰিবলৈ
11:54 মই বাচিম Desktop
11:57 দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা Save বুটামত ক্লিক কৰক
12:03 Qgis2threejs দাইল’গ-বক্সত, ফাইল পাথটো টেকস্ত বক্সত আহিছে । Run বুটামত ক্লিক কৰক
12:13 প্ৰচেচটো সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰক, তলত status বাৰত দেখুৱা হিচাবে
12:19 Buildings html ফাইল আহিছে নতুন ব্ৰাউজাৰ উইন্দ’ এখনত
12:24 জোম ইন কৰক তিনিটা দাইমেনচনৰ ঘৰসমূহ চাবলৈ
12:29 QGIS কেনভাচলৈ ঘূৰি যাওঁক
12:33 Plugins দাইল’গ-বক্সক পুনৰ খোলক
12:36 বাওঁফালৰ পানেলৰ পৰা Settings মেনুত ক্লিক কৰক
12:40 এই মেনুৰ ভিতৰত আপুনি তলৰ অপচনসমূহ ব্যৱ্হাৰ কৰিব পাৰে ।

1. Check for updates, 2. Show also experimental plugins, 3. Show also deprecated plugins

12:52 ইয়াত আমাৰ লগতে বুটাম আছে বাহ্যিক লেখকৰ repositories যোগ কৰিবলৈ
12:58 নতুন plugin এটাক কেনেকৈ বনোৱা হয় তাৰ ব্যাখ্যাক আহিবলগীয়া টিউট’ৰিয়েলচত সামৰা হ’ব । দাইল’গ বক্সটো বন্ধ কৰক
13:08 আহক মূলভাব চাওঁ
13:10 এই টিউট’ৰিয়েলটোত, আমি শিকিলো,

Core Plugins এনাবল কৰিবলৈ, External Plugin এটা ইনষ্ট’ল কৰিবলৈ, QGIS ইন্তাৰফেচত Plugin এটা বিচাৰিবলৈ, QuickMapServices Plugin ইনষ্ট’ল কৰিবলৈ

13:27 OpenStreetMap data দাউনল’দ কৰিবলৈ
13:30 OSM datashapefile লৈ কনভাৰ্ত কৰিবলৈ QuickOSM Plugin ব্যৱ্হাৰ কৰিবলৈ
13:35 Qgis2threejs Plugin ব্যৱ্হাৰ কৰি মেপ লেয়াৰ এটাৰ 3D দৰ্শনী দেখুৱাবলৈ
13:41 এটা অনুশিলনী হিচাবে, বেংগালুৰ এৰিয়াৰ বাবে তিনিটা দাইমেনচনেল ঘৰৰ মেপ বনাওঁক
13:47 বেংগালুৰ এৰিয়ালৈ OpenStreetMap data জোম ইন ব্যৱ্হাৰ কৰক
13:53 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
14:01 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
14:13 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
14:17 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ
14:31 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9