QGIS/C2/Plugins/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | QGIS ত Plugins ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম, Core Plugins এনাবল কৰিবলৈ |
| 00:13 | External Plugin এটা ইনষ্ট’ল কৰিবলৈ |
| 00:16 | QGIS ইন্তাৰফেচত Plugin এটা বিচাৰিবলৈ |
| 00:20 | QuickMapServices Plugin ইনষ্ট’ল কৰিবলৈ |
| 00:23 | OpenStreetMap data দাউনল’দ কৰিবলৈ |
| 00:26 | OSM data ক shapefile লৈ কনভাৰ্ত কৰিবলৈ QuickOSM Plugin ব্যৱ্হাৰ কৰিবলৈ |
| 00:32 | Qgis2threejs Plugin ব্যৱ্হাৰ কৰি মেপ লেয়াৰ এটাৰ 3D দৰ্শনী দেখুৱাবলৈ |
| 00:39 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:47 | QGIS ভাৰ্চন 2.18 |
| 00:51 | Mozilla Firefox ব্ৰাউজাৰ 54.0 আৰু |
| 00:55 | এটা কামকৰা Internet কানেকচন |
| 00:58 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
| 01:06 | সংগত QGIS টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব |
| 01:12 | plugins ৰ বিষয়ে, |
| 01:14 | QGIS Plugins এ চফতৱেৰটোলৈ দৰকাৰি বৈশিষ্ট্যসমূহক যোগ কৰে |
| 01:19 | সিহতক দেভেল’পাৰ্চ আৰু অন্য স্বাধীন ইউজাৰসকলে লিখে |
| 01:24 | Plugins অপচনক পোৱা যায় QGIS ইন্তাৰফেচত থকা মেনু বাৰত |
| 01:30 | Plugins ৰ সক্ষমতা আছে, ইন্তাৰফেচত বিভিন্ন ল’কেচনত মেনু আইতেমচ ইনচাৰ্ত কৰিবলৈ আৰু নতুন পানেলচ আৰু টোলবাৰচ বনাবলৈ |
| 01:42 | ইয়াত মই QGIS ইন্তাৰফেচক খুলিছো |
| 01:46 | মেনু বাৰত Plugins ত ক্লিক কৰক |
| 01:50 | দ্ৰপ-দাউনৰ পৰা, বাচক Manage and Install plugins |
| 01:55 | Plugins দাইল’গ-বক্স আহিছে |
| 01:58 | ইয়াত আপুনি পাব মেনুসমূহ যিয়ে ইউজাৰক plugins এনাবল/দিজেবল, ইনষ্ট’ল/আন ইনষ্ট’ল আৰু আপগ্ৰেদ কৰিবলৈ অনুমতি দিয়ে |
| 02:08 | আপুনি বাওঁফালৰ পানেলত থকা ফিলতাৰ্চ ব্যৱ্হাৰ কৰিব পাৰে এটা বিশেষ plugin বিচাৰিবলৈ |
| 02:14 | দিফল্ট্ভাবে All মেনু নিৰ্বাচিত হৈছে |
| 02:18 | সোফালৰ পানেলত দিয়া তথ্যখিনিক পঢ়ক |
| 02:22 | ইয়াত সকলো উপলদ্ধ plugins তালিকাভুক্ত হৈছে |
| 02:25 | ইয়াত সংলগ্ন হৈছে Core plugins আৰু বাহ্যিক plugins |
| 02:30 | বাওঁফালৰ পানেলত থকা Installed মেনুত ক্লিক কৰক |
| 02:34 | সোফালৰ পানেলত দিয়া তথ্যখিনিক পঢ়ক |
| 02:38 | চেক-বক্সত ক্লিক কৰক বা নেমত দুবাৰ ক্লিক কৰক plugin টো এক্তিভেত বা দিএক্তিভেত কৰিবলৈ |
| 02:45 | আপোনাৰ QGIS ত ইনষ্ট’ল হোৱা Plugins ইয়াত তালিকাভুক্ত হৈছে |
| 02:50 | এই plugins ৰ কিছুমান হৈছে Core plugins যি QGIS ইনষ্ট’লেচনৰ সময়ত ইনষ্ট’ল হৈছিলে |
| 02:57 | Core plugin এটা ব্যৱ্হাৰ কৰিবলৈ, আমি plugin টো এনাবল বা এক্তিভেত কৰিব লাগিব |
| 03:03 | আহক বিচাৰো Processing plugin |
| 03:06 | search bar ত লিখক Processing |
| 03:10 | নামটো search bar ৰ তলত আহিছে |
| 03:13 | plugin টোৰ নামটোত ক্লিক কৰক |
| 03:16 | আপুনি ইয়াৰ সবিশেষক সোফালৰ পানেলত দেখিব |
| 03:20 | Processing plugin হৈছে এটা Core plugin |
| 03:23 | plugin নেমৰ কাষত থকা চেক-বক্সটোত ক্লিক কৰক, plugin টো এনাবল বা এক্তিভেত কৰিবলৈ |
| 03:30 | Plugins দাইল’গ-বক্সক বন্ধ কৰক |
| 03:33 | Processing প্লাগিন এতিয়া মেনু বাৰত এনাবল হ’ল |
| 03:37 | Plugins দাইল’গ-বক্সক পুনৰ খোলক |
| 03:41 | search bar ক্লিয়াৰ কৰক আৰু লিখক, Spatial Query |
| 03:46 | plugin ৰ নামটো আহিছে search bar ৰ তলত |
| 03:50 | এই plugin টো ইতিমধ্যে এনাবল হৈ আছে |
| 03:54 | plugin টোৰ নামত ক্লিক কৰক |
| 03:57 | এইটো হৈছে Core plugin যি QGIS ইনষ্ট’লেচনৰ সময়ত ইনষ্ট’ল হৈছিলে |
| 04:03 | Core plugins ক মাত্ৰ এনাবল বা দিজেবল কৰিব পাৰি |
| 04:08 | সিহতক QGIS ৰ পৰা আনইনষ্ট’ল কৰিব নোৱাৰি |
| 04:12 | সেইবাবে বুটামক ইয়াত হাইলাইত কৰা হোৱা নাই |
| 04:16 | plugin বিৱৰণত, Category হৈছে Vector |
| 04:20 | যি বুজাই আমি এই plugin ক Vector মেনুত বিচাৰি পাব পাৰো ই এবাৰ এনাবল হ’লে । দাইল’গ-বক্সটো বন্ধ কৰক |
| 04:29 | Spatial Query টোল পোৱা যায় Vector মেনুত আৰু লগতে টোল হিচাবে টোল বাৰত |
| 04:37 | আহক এতিয়া external plugin এটা ইনষ্ট’ল কৰো |
| 04:40 | Plugins দাইল’গ-বক্সক পুনৰ খোলক । search bar ক্লিয়াৰ কৰক |
| 04:46 | বাওঁফালৰ পানেলত থকা Not Installed মেনুত ক্লিক কৰক |
| 04:50 | সকলো উপলদ্ধ plugins ৰ লিষ্টখন ইয়াত দৰ্শিত হৈছে যাক ইনষ্ট’ল কৰা হোৱা নাই |
| 04:56 | আহক এতিয়া QuickMapServices plugin ইনষ্ট’ল কৰো |
| 05:00 | Plugins দাইল’গ-বক্সৰ ওপৰত থকা search বক্সত, লিখক QuickMapServices |
| 05:07 | তলৰ চাৰ্চৰ ফলাফলত থকা QuickMapServices plugin ত ক্লিক কৰক |
| 05:13 | QuickMapServices plugin ত এটা সংগ্ৰহ আছে সহজে যোগ কৰা basemaps ৰ |
| 05:19 | তলত সোফালে চুকত Install plugin বুটামত ক্লিক কৰক |
| 05:24 | ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক । Plugins দাইল’গ-বক্সক বন্ধ কৰক |
| 05:30 | মেনু বাৰত Web মেনুত ক্লিক কৰক |
| 05:34 | আপুনি দ্ৰপ-দাউনত নতুনকৈ ইনষ্ট’ল কৰা QuickMapServices plugin টো দেখিব |
| 05:40 | QuickMapServices ত ক্লিক কৰক |
| 05:43 | চাব-মেনু এখন আহিছে অপচনচৰ সৈতে যেনে Landsat, NASA, OSM, ইত্যাদি |
| 05:51 | OSM হৈছে acronym Open Street Map ৰ বাবে |
| 05:55 | চাব-মেনুৰ পৰা, OSM Standard ত ক্লিক কৰক |
| 05:59 | পৃথিবীৰ Open Street Map কেনভাচত ল’ড হ’ব |
| 06:05 | ই দৰ্শাই মাটিত থকা ফিজিকেল বৈশিষ্ট্যসমূহক উদাহৰণস্বৰূপে ৰাস্তা, ঘৰ, ইত্যাদি |
| 06:13 | মাউচৰ মাজৰ বুটামটো স্ক্ৰ’ল কৰক Mumbai area লৈ জোম ইন কৰিবলৈ |
| 06:19 | পুনৰ জোম কৰক Thane region ত |
| 06:23 | status bar ত থকা Current CRS বুটামত ক্লিক কৰক |
| 06:28 | CRS চিলেক্তৰত, Enable On-The-Fly CRS transformation অপচনৰ বাবে চেক বক্সটো চেক কৰক |
| 06:36 | Coordinate Reference system ৰ পৰা বাচক WGS 84 EPSG 4326 |
| 06:45 | OK বুটামত ক্লিক কৰক বক্সটো বন্ধ কৰিবলৈ |
| 06:49 | মেপখন দাউনল’দ কৰিবলৈ, Vector মেনুত ক্লিক কৰক |
| 06:53 | দ্ৰপ-দাউনৰ পৰা, OpenStreetMap' অপচনত ক্লিক কৰক । চাব-মেনুৰ পৰা বাচক Download Data |
| 07:03 | Download OpenStreetMap data দাইল’গ-বক্স আহিছে |
| 07:08 | Extent from map canvas নিৰ্বাচিত হৈছে দিফল্টভাবে । ইয়াক তেনেদৰেই ৰাখক |
| 07:15 | Output file ফিল্দৰ কাষত থকা তিনিটা দতৰ সৈতে বুটামটোত ক্লিক কৰক |
| 07:20 | দাইল’গ-বক্স এটা আহিছে, ফাইলনেমটো লিখক Thane.osm হিচাবে |
| 07:28 | সহজ ল’কেচন এটা বাচক |
| 07:31 | মই বাচিম Desktop । Save বুটামত ক্লিক কৰক |
| 07:36 | Download OpenStreetMap data দাইল’গ-বক্সত, OK বুটামত ক্লিক কৰক |
| 07:42 | ষ্টেতাচ বাৰত আপুনি দাউনল’দটোৰ প্ৰগ্ৰেচ আৰু ফাইল চাইজক চাব পাৰে |
| 07:49 | দাউনল’দটো সম্পূৰ্ণ হোৱাৰ পাছত, দাউনল’দ সফল হোৱাৰ মেচেজ দৰ্শিত হ’ব । OK বুটামত ক্লিক কৰক |
| 07:58 | Download OpenStreet Map দাইল’গ-বক্সক বন্ধ কৰক |
| 08:02 | আপুনি দাউনল’দ কৰা OSM ফাইলটো হৈছে মাত্ৰ এটা দেতা ফাইল |
| 08:07 | এই দেতাক shapefile এটালৈ কনভাৰ্ত কৰিবলৈ, আপোনাক QuickOSM নামৰ plugin এটা লাগিব |
| 08:14 | এই plugin এ QGIS লৈ OSM দেতা ইম্প’ৰ্ত কৰোতে সহায় কৰিব |
| 08:20 | QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
| 08:23 | plugins মেনুত ক্লিক কৰক |
| 08:26 | Manage and Install Plugins বাচক । Plugins উইন্দ’ আহিছে |
| 08:33 | Not installed মেনুৰ ভিতৰত থকা চাৰ্চ বক্সত লিখক QuickOSM |
| 08:39 | তলৰ চাৰ্চৰ ফলাফলত, QuickOSM ত ক্লিক কৰক |
| 08:44 | তলত সোফালে চুকত থকা Install plugin বুটামত ক্লিক কৰক ইয়াক ইনষ্ট’ল কৰিবলৈ |
| 08:50 | ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক । Close বুটামত ক্লিক কৰক |
| 08:57 | মেনু বাৰত Vector মেনুত ক্লিক কৰক |
| 09:01 | QuickOSM ত ক্লিক কৰক । চাব-মেনুৰ পৰা, click on QuickOSM ত ক্লিক কৰক |
| 09:09 | QuickOSM দাইল’গ-বক্স আহিছে |
| 09:13 | বাওঁফালৰ পানেলৰ পৰা OSM ফাইল ফৰ্মেতত ক্লিক কৰক |
| 09:17 | OSM ফাইলটোত, ব্ৰাউজত ক্লিক কৰক আৰু Thane.osm ফাইলটোলৈ নেভিগেত কৰক । Open বুটামত ক্লিক কৰক |
| 09:27 | Points, Lines, Multilinestrings, Multipolygons ৰ বাবে চেক বক্সসমূহত ক্লিক কৰক যদি ইতিমধ্যে চেক কৰা হোৱা নাই |
| 09:37 | QuickOSM দাইল’গ-বক্সত, Open বুটামত ক্লিক কৰক |
| 09:42 | প্ৰচেচটোৱে কিছু সময় ল’ব পাৰে |
| 09:45 | যেতিয়া প্ৰচেচটো সম্পূৰ্ণ হ’ব ষ্টেতাচ বাৰে দেখুৱাব 100 পাৰচেন্ত |
| 09:50 | QuickOSM দাইল’গ-বক্সটো বন্ধ কৰক |
| 09:54 | OSM data কেনভাচত ল’ড হৈছে |
| 09:58 | মন কৰিব যে layers যোগ হৈছে Layers Panel ত |
| 10:03 | এতিয়া আমি vector layers ৰ তিনি দাইমেনচনেল দৰ্শনীক বনাম |
| 10:09 | মেনু আইতেম Plugins ত ক্লিক কৰক |
| 10:12 | বাচক Manage and Install Plugins । Plugins উইন্দ’ আহিছে |
| 10:19 | Plugins দাইল’গ-বক্সৰ ওপৰত থকা চাৰ্চ বক্সত, লিখক Qgis2threejs |
| 10:26 | Qgis2threejs ত ক্লিক কৰক |
| 10:30 | সোফালৰ পানেলত, Qgis2threejs ৰ বৰ্ণনা দিয়া হৈছে |
| 10:36 | তলত সোফালৰ চুকত থকা Install plugin বুটামত ক্লিক কৰক ইয়াক ইনষ্ট’ল কৰিবলৈ |
| 10:42 | ইনষ্ট’লেচনটো সম্পূৰ্ণ হ’বলৈ অপেক্ষা কৰক । Close বুটামত ক্লিক কৰক |
| 10:48 | Qgis2threejs Plugin টোল দেখা গৈছে টোলবাৰত |
| 10:54 | plugin টো লগতে পাব পাৰি মেনু বাৰত থকা Web মেনুৰ ভিতৰত |
| 10:59 | Layers Panel ত, Point, Lines আৰু Multilinestrings layers ক লুকুৱাওঁক |
| 11:06 | Lines, Points, Multilinestrings layers ৰ কাষত থকা চেক-বক্সসমূহক আনচেক কৰক |
| 11:14 | কেনভাচত মাত্ৰ Multipolygons layer দৰ্শিত হৈছে |
| 11:19 | টোলবাৰৰ পৰা ক্লিক কৰক Qgis2threejs |
| 11:24 | Qgis2threejs দাইল’গ-বক্স আহিছে |
| 11:29 | দাইল’গ-বক্সত, Polygon চেকচনত OSMFile ৰ কাষত থকা চেক-বক্সত ক্লিক কৰক |
| 11:36 | Output HTML file path টেকস্ত বক্সৰ কাষত থকা Browse বুটামত ক্লিক কৰক |
| 11:42 | Output filename দাইল’গ-বক্স আহিছে । আহক ফাইলটোক নাম দিওঁ Buildings হিচাবে |
| 11:50 | সহজ ল’কেচন এটা বাচক ফাইলটো ছেভ কৰিবলৈ |
| 11:54 | মই বাচিম Desktop |
| 11:57 | দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা Save বুটামত ক্লিক কৰক |
| 12:03 | Qgis2threejs দাইল’গ-বক্সত, ফাইল পাথটো টেকস্ত বক্সত আহিছে । Run বুটামত ক্লিক কৰক |
| 12:13 | প্ৰচেচটো সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰক, তলত status বাৰত দেখুৱা হিচাবে |
| 12:19 | Buildings html ফাইল আহিছে নতুন ব্ৰাউজাৰ উইন্দ’ এখনত |
| 12:24 | জোম ইন কৰক তিনিটা দাইমেনচনৰ ঘৰসমূহ চাবলৈ |
| 12:29 | QGIS কেনভাচলৈ ঘূৰি যাওঁক |
| 12:33 | Plugins দাইল’গ-বক্সক পুনৰ খোলক |
| 12:36 | বাওঁফালৰ পানেলৰ পৰা Settings মেনুত ক্লিক কৰক |
| 12:40 | এই মেনুৰ ভিতৰত আপুনি তলৰ অপচনসমূহ ব্যৱ্হাৰ কৰিব পাৰে ।
1. Check for updates, 2. Show also experimental plugins, 3. Show also deprecated plugins |
| 12:52 | ইয়াত আমাৰ লগতে বুটাম আছে বাহ্যিক লেখকৰ repositories যোগ কৰিবলৈ |
| 12:58 | নতুন plugin এটাক কেনেকৈ বনোৱা হয় তাৰ ব্যাখ্যাক আহিবলগীয়া টিউট’ৰিয়েলচত সামৰা হ’ব । দাইল’গ বক্সটো বন্ধ কৰক |
| 13:08 | আহক মূলভাব চাওঁ |
| 13:10 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো,
Core Plugins এনাবল কৰিবলৈ, External Plugin এটা ইনষ্ট’ল কৰিবলৈ, QGIS ইন্তাৰফেচত Plugin এটা বিচাৰিবলৈ, QuickMapServices Plugin ইনষ্ট’ল কৰিবলৈ |
| 13:27 | OpenStreetMap data দাউনল’দ কৰিবলৈ |
| 13:30 | OSM data ক shapefile লৈ কনভাৰ্ত কৰিবলৈ QuickOSM Plugin ব্যৱ্হাৰ কৰিবলৈ |
| 13:35 | Qgis2threejs Plugin ব্যৱ্হাৰ কৰি মেপ লেয়াৰ এটাৰ 3D দৰ্শনী দেখুৱাবলৈ |
| 13:41 | এটা অনুশিলনী হিচাবে, বেংগালুৰ এৰিয়াৰ বাবে তিনিটা দাইমেনচনেল ঘৰৰ মেপ বনাওঁক |
| 13:47 | বেংগালুৰ এৰিয়ালৈ OpenStreetMap data জোম ইন ব্যৱ্হাৰ কৰক |
| 13:53 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
| 14:01 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
| 14:13 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
| 14:17 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ |
| 14:31 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |