Health-and-Nutrition/C2/Indian-Law-to-Protect-Breastfeeding/Assamese
From Script | Spoken-Tutorial
|
|
00:00 | স্তনপানক সুৰক্ষিত কৰিবলৈ ভাৰতীয় কানুনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
00:09 | ইনফেন্ত মিল্ক চাবষ্টিতিউতচ বা IMS ৰ বিষয়ে |
00:13 | IMS কানুন |
00:16 | আহক প্ৰথমে বুজো ইনফেন্ত মিল্ক চাবষ্টিতিউতচ কি হয়? |
00:23 | ইনফেন্ত মিল্ক চাবষ্টিতিউতচক লগতে কোৱা হয় IMS |
00:29 | IMS হৈছে শিশু খাদ্যসমূহ যাক প্ৰদৰ্শিত কৰা হয় এটা আংশিক |
00:33 | বা সম্পূৰ্ণ প্ৰতিস্থাপন হিচাবে স্তনৰ গাখীৰৰ বাবে |
00:39 | তাত সংলগ্ন হয় ২ বছৰ বয়সলৈকে শিশুসমূহৰ বাবে সকলো বাণিজ্যিক খাদ্যসমূহ |
00:48 | এই টিউট’ৰিয়েলটোত, আমি IMS ক শিশুৰ বাণিজ্যিক খাদ্যসমূহ বা শিশুৰ খাদ্যসমূহ অনুসৰি চাম |
00:58 | মানুহে শিশুৰ বাণিজ্যিক খাদ্যসমূহ কিয় ব্যৱ্হাৰ কৰে? |
01:03 | শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ জনাজাত ব্যৱ্হাৰৰ বাবে ৫ টা প্ৰধান কাৰণ আছে |
01:11 | প্ৰথম কাৰণটো হৈছে কল্পিত কথা যিয়ে শিশুৰ বাণিজ্যিক খাদ্যসমূহক স্তনৰ গাখীৰৰ সৈতে তুলনা কৰে |
01:20 | এইটো বিশ্বাস কৰা হয় যে সিহত স্তনৰ গাখীৰৰ দৰে উত্তম |
01:26 | সিহতে স্তনপানক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰে |
01:31 | কিছুমান অজ্ঞাত লোকে সিহতক স্তনৰ গাখীৰতকৈ উন্নত বুলি বিশ্বাস কৰিব পাৰে |
01:40 | এই কল্পিত কথাটো লোকপ্ৰিয় কাৰণ সিহতৰ ক্ষতিসমূহ জনা নাযায় বা সহজে দেখা নাযায় |
01:48 | মানুহক সিহতৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সঠিককৈ কোৱা নহয় |
01:54 | লগতে, বিপণন কৌশলসমূহে সিহতক স্তনৰ গাখীৰৰ সমতুল্য বুলি প্ৰচাৰ কৰে |
02:02 | আনকি বহুতো ডক্তৰ বা স্বাস্থ্য সেৱা কৰ্মী সিহতৰ ক্ষতিকাৰক প্ৰভাৱসমূহৰ বিষয়ে জ্ঞাত নহয় |
02:10 | তেওঁলোকে স্তনপান নকৰোৱাৰ বাবে হোৱা লোকচানসমূহ নাজানে |
02:17 | সেইবাবে, শিশুৰ বাণিজ্যিক খাদ্যসমূহক সৰহসংখ্যক লোকে বিপদজনক বুলি নাভাবে |
02:25 | শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ এটা সাধাৰণ সামাজিক গ্ৰাহ্যতা আছে |
02:32 | ই প্ৰযোজ্য হয় আহাৰ খুওৱা বটল আৰু কৃত্তিম স্তনাগ্ৰৰ ক্ষেত্ৰতো |
02:39 | কোনো শিশুৰ বাণিজ্যিক খাদ্য স্তনৰ গাখীৰৰ সমতুল্য হ’ব নোৱাৰে |
02:46 | সিহতে হয়তো স্তনৰ গাখীৰৰ কমন উপাদানসমূহক অনুকৰণ কৰিব পাৰে |
02:52 | কমন উপাদানসমূহ হৈছে প্ৰ’টিনচ, কেল’ৰিচ বা চৰ্বী |
02:59 | তথাপি, সিহতত স্তনৰ গাখীৰৰ দৰে বহুসংখ্যক উপাদান নাথাকে |
03:06 | লগতে, স্তনৰ গাখীৰ ভিন্ন হয় প্ৰতিগৰাকী মাক আৰু তেওঁৰ শিশুৰ বাবে |
03:13 | শিশুৰ বাণিজ্যিক খাদ্যসমূহত এই গুণটো নাথাকে |
03:18 | সিহত একেই হয় সকলো মাক আৰু শিশুৰ বাবে |
03:24 | সিহতত লগতে স্তনপানৰ দৰে মানসিক-আৱেগিক লাভসমূহো নাথাকে |
03:31 | সিহতক অতি ভালকৈ জনা যায় অপুষ্টি বা মেদবহুলতা সৃষ্টিৰ বাবে |
03:38 | সিহতে লগতে সংক্ৰমণজনীত বা অসংক্ৰমণজনীত ৰোগৰ সৃষ্টি কৰে |
03:44 | এই ৰোগসমূহ হৈছে হৃদয় তথা ৰক্তবাহিকাৰ সমস্যাসমূহ |
03:48 | আৰু এলাৰ্জিচ |
03:51 | সিহতৰ আটাইতকৈ বেয়া প্ৰভাৱটো হৈছে সিহতে স্তনপানক শিশুসমূহৰ বাবে অদৰকাৰী কৰি তোলে |
03:59 | সিহতে স্তনপান যে বিনামূলীয়া আৰু উৎকৃষ্ট তাক মানুহে চোৱাক বন্ধ কৰে |
04:08 | শিশুৰ খাদ্যসমূহ ব্যৱ্হাৰ কৰাৰ দ্বিতীয় কাৰণটো হৈছে সিহত দেখিবলৈ এটা সহজ চৰ্তকাত যেন লাগে |
04:16 | স্তনপান কৰোৱাটো হৈছে এটা দক্ষতা |
04:19 | সঠিক স্তনপানৰ কৌশলক শিকোতে বা পাৰ্গত হওঁতে সময় আৰু প্ৰচেষ্টা লাগে |
04:28 | স্তনপান কৰাবলৈ শিকোতে সমস্যা থাকিব পাৰে |
04:34 | মাকক পৰিয়ালৰ সমৰ্থন লাগে ঘৰতে স্তনপান কৰাবলৈ |
04:40 | তেওঁক লগতে সমাজৰ সমৰ্থন লাগে ঘৰৰ বাহিৰত বা কামত স্তনপান কৰাবলৈ |
04:49 | সেইবাবে, শিশুৰ বাণিজ্যিক খাদ্যসমূহক সুবিধাজনক বিকল্প হিচাবে গণ্য কৰা হয় |
04:57 | আহক এতিয়া শিশুৰ বাণিজ্যিক খাদ্যসমূহ ব্যৱ্হাৰৰ তৃতীয় কাৰণটো আলোচনা কৰো |
05:04 | ভালকৈ নজনা স্বাস্থ্য সেৱা কৰ্মীসকলে শিশুৰ খাদ্যসমূহক ব্যৱ্হাৰ কৰে এটা সৰল সমাধান হিচাবে |
05:12 | তেওঁলোকে মাকসকলক সঠিককৈ স্তনপান কৰাবলৈ সহায় কৰিবলৈ নাজানিব পাৰে |
05:18 | গতিকে, এটা সমস্যাজনীত অৱস্থাত, তেওঁলোকে দিফল্টভাবে শিশুৰ বাণিজ্যিক খাদ্যসমূহক পৰামৰ্শ দিয়ে |
05:27 | শিশুৰ খাদ্যসমূহ ব্যৱ্হাৰ কৰাৰ চতুৰ্থ কাৰণটো হৈছে নিৰ্মানকৰ্তাৰ দ্বাৰা সিহতৰ অত্যাধিক প্ৰচাৰ কৰা |
05:36 | বৈজ্ঞানিক শব্দ আৰু পুৰষ্কাৰ ব্যৱ্হাৰ কৰা হয় মানুহক শিশু খাদ্যসমূহ কিনিবলৈ সন্মত কৰিবলৈ |
05:44 | তেওঁলোকে স্বাস্থ্য সেৱা কৰ্মীসকলক সন্মত কৰে সহজে শিশু খাদ্যসমূহৰ ব্যৱ্হাৰক উপদেশ দিবলৈ |
05:52 | শিশুৰ খাদ্যসমূহ ব্যৱ্হাৰ কৰাৰ পঞ্চম কাৰণটো হৈছে নতুন মাকসকলৰ আৱেগিক দুৰ্বলতা |
06:01 | তেওঁলোকৰ নিজা সমস্যাসমূহৰ সময়ত উদ্বেগ বৃদ্ধি হয় |
06:06 | সিহত লগতে বৃদ্ধি হয় দুৰ্যোগৰ সময়ত যেনে বানপানী বা COVID-19 ৰ সংকট |
06:16 | তেওঁলোকে আত্মবিশ্বাস হেৰুৱাই আৰু ভাবে যে স্তনৰ গাখীৰ তেওঁলোকৰ শিশুটোৰ বাবে যথেষ্ট নহয় |
06:23 | তেওঁলোকে শিশুৰ খাদ্যসমূহৰ উপকাৰিতাৰ ভুল পৰামৰ্শক বিশ্বাস কৰিবলৈ আৰম্ভ কৰে |
06:31 | তেতিয়া তেওঁলোকে শিশুৰ বাণিজ্যিক খাদ্যসমূহক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে |
06:37 | এতিয়া আহক শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ প্ৰচাৰৰ ইতিহাসক বিতংকৈ আলোচনা কৰো |
06:45 | ইয়াৰ আবিষ্কাৰৰ পাছত, প্ৰচাৰে স্তনপানক দেখিবলৈ অদৰকাৰী কৰি তুলিলে |
06:53 | সিহতৰ কোম্পানীসমূহে পোনপটীয়াকৈ গৰ্ভৱতী বা স্তনপান কৰোৱা মহিলা আৰু স্বাস্থ্যকৰ্মীসকলক লক্ষ্য কৰে |
07:02 | তেওঁলোকে পুষ্টি বা স্তনপানৰ কৰ্মশালাৰ দ্বাৰা শিশু খাদ্যসমূহক প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে |
07:09 | তেওঁলোকে জৰূৰীকালীন অৱস্থা যেনে বানপানী বা ভূমিকম্পৰ সময়ত বিনামূলীয়াকৈ প্ৰদাক্ত বিতৰণ কৰে |
07:19 | তেওঁলোকে লগতে গেলামালৰ দোকান আৰু ফাৰ্মাচিতো শিশু খাদ্যসমূহ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে |
07:27 | শিশুৰ বাণিজ্যিক খাদ্যসমূহ লক্ষণীয়ভাবে দোকানত দৰ্শিত হৈ থাকে |
07:33 | তেওঁলোকে মানুহক প্ৰৰোচনাৰ দ্বাৰা আকৰ্ষণ কৰে শিশুৰ বাণিজ্যিক খাদ্যসমূহ কিনি ব্যৱ্হাৰ কৰিবলৈ |
07:42 | স্বাস্থ্য কৰ্মীসকলে বুজি পালে এই কৌশলসমূহ শিশুসমূহৰ বাবে কিমান ক্ষতিকাৰক |
07:50 | শিশুকাল হৈছে জীৱনৰ এটা দুৰ্বল সময় |
07:55 | অনুপযোগী খাদ্য খুওঁৱাৰ অভ্যাসসমূহ যেনে শিশু খাদ্যসমূহৰ অনুচিত ব্যৱ্হাৰ হৈছে অতিকৈ বিপদজনক |
08:05 | গতিকে, শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ প্ৰচাৰক নিয়ন্ট্ৰণ কৰিবলৈ বিশেষ কানুনৰ প্ৰয়োজন |
08:14 | সেইবাবে, ইন্তাৰনেচনেল ক’ড অফ মাৰ্কেতিং অফ ব্ৰেষ্টমিল্ক চাবষ্টিতিউতচ নিৰ্মাণ কৰা হ’ল |
08:23 | ইয়াক ওৱৰ্ল্দ হেলথ এচেম্বলিয়ে ১৯৮১ চনত গ্ৰাহ্য কৰিলে |
08:30 | ই সকলো দেশকে শিশুৰ খাদ্যসমূহৰ বাণিজ্যক নিয়ন্ট্ৰণ কৰিবলৈ কানুন বনাবলৈ অনুমোদন দিলে |
08:39 | ভাৰতে পাচ কৰিলে “ইনফেন্ত মিল্ক চাবষ্টিতিউতচ, ফিদিং বটলচ আৰু ইনফেন্ত ফোদচ (ৰেগুলেচন অফ প্ৰদাকচন, চাপ্লাই আৰু দিচত্ৰিবিউচন) এক্ত ১৯৯২, আৰু আমেন্দমেন্ত এক্ত ২০০৩” |
08:57 | ইয়াক লগতে কোৱা হয় IMS এক্ত |
09:02 | সকলো দেশসমূহে বহুতো কানুন পাচ কৰিলে ক’ডটো আইনীকৰণ কৰি |
09:09 | সকলো কানুনসমূহৰ ভিতৰত, IMS এক্তটো হৈছে এটা আটাইতকৈ কঠোৰ কানুন |
09:17 | IMS এক্তৰ বিধানসমূহক অতি চাফাকৈ থোৱা হৈছে BPNI ৰ দ্বাৰা |
09:25 | BPNI হৈছে ব্ৰেষ্টফিদিং প্ৰম’চন নেতৱৰ্ক অফ ইন্দিয়া |
09:32 | এতিয়া, আহক IMS এক্তৰ ১০ টা উলঙ্ঘণক আলোচনা কৰো |
09:39 | IMS এক্তক উলঙ্ঘণ কৰা বুলি ধৰা হ’ব যদি: |
09:44 | খাদ্য এবিধক প্ৰচাৰ কৰা হয় যিকোনো অৰ্থত বিশেষকৈ ২ বছৰ বয়সলৈকে শিশুৰ বাবে বুলি |
09:53 | খাদ্যবিধৰ নামটোৰ লগত কোনো কথা নাই |
09:57 | যদি প্ৰদাক্তসমূহক IMS এক্তৰ সুযোগৰ ভিতৰত বিজ্ঞাপন দিয়া হৈছে |
10:04 | ই সংলগ্ন কৰে শিশুৰ গাখীৰৰ বিকল্পসমূহ, আহাৰ খুওঁৱা বটলসমূহ আৰু শিশুৰ খাদ্যক |
10:12 | যিকোনো বিজ্ঞাপন যিকোনো ফৰ্ম বা মাধ্যমত দিলে সি IMS এক্তক উলঙ্ঘা কৰে |
10:20 | ই সংলগ্ন কৰে TV, বাতৰি কাকত, আলোচনি, জাৰ্নেলচ, ৰেডিঅ’, SMS বিজ্ঞাপনসমূহক |
10:30 | ই লগতে সংলগ্ন কৰে চ’চিয়েল মিদিয়া, বিলব’ৰ্দচ, বেনাৰ্চ আৰু আন বিজ্ঞাপনসমূহক |
10:39 | যদি প্ৰদাক্ত বা ইয়াৰ চেম্প’লসমূহক কোনো লোকক পোনপটীয়াকৈ বিতৰণ কৰা হৈছে |
10:47 | ই সংলগ্ন কৰে গৰ্ভৱতী মহিলা বা স্তনপান কৰোৱা মহিলাক |
10:53 | যদি কোনো প্ৰকাৰৰ লোভ দিয়া হৈছে প্ৰদাক্তটো ব্যৱ্হাৰ বা বিক্ৰি কৰিবলৈ |
11:01 | লোভসমূহ হ’ব পাৰে দিচকাউন্টচ বা বিনামূলীয়া উপহাৰ ইত্যাদি |
11:08 | যদি IMS ৰ প্ৰচাৰলৈ সংগতি ৰাখি শিক্ষাজনীত সামগ্ৰীৰ বিতৰণ কৰা হৈছে |
11:16 | যদি এই প্ৰদাক্তসমূহৰ লেবেলত বিশেষ ফটো লগোৱা হৈছে বিক্ৰিক বৰ্দ্ধিত কৰিবলৈ |
11:24 | এই ফটোসমূহ হ’ব পাৰে মাকৰ, শিশুৰ, কাৰ্টুনচ, গ্ৰাফিকচ ইত্যাদি |
11:33 | যদি এখন হস্পিতাল, নাৰ্চিং হ’ম, ফাৰ্মাচিয়ে যিকোনো প্ৰকাৰে IMS ৰ প্ৰচাৰ কৰে |
11:41 | ই সংলগ্ন কৰে IMS কোম্পানীসমূহৰ প্ৰাচীৰপত্ৰ বা প’ষ্টাৰচ দৰ্শিত কৰাক |
11:49 | যদি টকা বা উপহাৰ অফাৰ কৰা হৈছে স্বাস্থ্য কৰ্মীসকল বা তেওঁলোকৰ পৰিয়ালক IMS ৰ প্ৰচাৰ কৰিবলৈ |
11:58 | যদি এটা IMS কোম্পানী বা ইয়াৰ বিতৰকে দাইৰেক্ত বা ইন্দাইৰেক্ত অৱদান প্ৰদান কৰে |
12:08 | ই সংলগ্ন কৰে অৰিহণা দিয়া চেমিনাৰ্চ, |
12:11 | মিতিংগচ, কনফাৰেঞ্চেচ |
12:14 | বা শিক্ষাজনীত কৌৰ্চসমূহৰ বাবে |
12:17 | ই লগতে সংলগ্ন কৰে স্পনচৰচিপচ, |
12:21 | ৰিচাৰ্চ গ্ৰাহ্য কৰা বা সহকাৰিতাক |
12:25 | স্বাস্থ্য কৰ্মীসকল বা তেওঁলোকৰ সংঘ্সমূহক স্পনচৰচিপ দিয়াকো অনুমতি দিয়া নহয় |
12:33 | যদি IMS ৰ বিক্ৰিৰ পৰিমাণক ভিত্তি কৰি বিক্ৰিৰ কমিচনক ফিক্স কৰা হয় |
12:42 | তেনে কৰিলে, IMS কোম্পানি বা ইয়াৰ প্ৰদাক্ত বিতৰকে IMS এক্তক উলংঘা কৰা হ’ব |
12:51 | অনুগ্ৰহ কৰি এই উলংঘনসমূহ লগে লগে ৰিপ’ৰ্ত কৰিব |
12:56 | তাক কৰিবলৈ, আপুনি ব্যৱ্হাৰ কৰিব পাৰে BPNI STANPAN SURAKSHA মোবাইল এপ্লিকেচন |
13:05 | এই এপ্লিকেচনটো অতি ইউজাৰ-ফ্ৰেন্দলি হয় |
13:11 | উলংঘন এটাৰ ৰিপ’ৰ্ত কৰিবলৈ ইয়াত মাত্ৰ দুটা সৰল ষ্টেপচ আছে |
13:17 | যেতিয়া আপুনি যিকোনো উলংঘন দেখে, এপ্লিকেচনটো খোলক |
13:23 | মেনুত থকা টেবত ক্লিক কৰক 'ৰিপ’ৰ্ত প্ৰম’চন অফ বেবি ফোদচ অৰ ফিদিংগ বটলচ' |
13:32 | ৰিপ’ৰ্ত কৰা পৃষ্ঠাটো খোল খাব |
13:36 | আৱশ্যকীয় তথ্য দিয়ক মনোনীত কৌলমসমূহত |
13:42 | যদি আপোনাৰ কিবা ফটোগ্ৰাফ বা দকোমেন্ত আছে তাক সংলগ্ন কৰক |
13:48 | ইয়াক চাবমিত কৰক |
13:51 | মনত ৰাখিব, IMS কোম্পানীসমূহে স্তনপান কৰোৱাৰ লাভসমূহ তেওঁলোকৰ বিজ্ঞাপনসমূহত দৰ্শাব পাৰে |
13:59 | তথাপি, যিকোনো তেনে বিজ্ঞাপনে মাক এগৰাকীৰ স্তনপান কৰোৱাৰ পৰিকল্পনাক সন্দেহ প্ৰদান কৰে |
14:07 | তেওঁলোকৰ বিজ্ঞাপনসমূহ দিজাইন কৰা হৈছে যিমান বেছি মাকসকলক সম্ভৱ সিমান শিশুৰ খাদ্যক বিক্ৰি কৰিবলৈ |
14:14 | মাক এগৰাকীয়ে যিমান সোনকালে স্তনপান কৰোৱা বন্ধ কৰে, অধিক ফৰমুলা কিনা হয় |
14:21 | এইবাবেই IMS কোম্পানীসমূহে স্তনপান কৰোৱাক অদৰকাৰি বুলি দেখুৱাবলৈ চেষ্টা কৰে |
14:30 | স্তনপান কৰা শিশু এটাৰ বাবে প্ৰয়োজনীয় হয় অতিকমেওঁ ২ বছৰ বয়স নোহোৱালৈকে |
14:38 | সঠিক স্তনপান কৰোৱাৰ কৌশলটো দৰকাৰী হয় পৰ্যাপ্ত পৰিমাণে স্তনপান কৰাবলৈ |
14:45 | ইয়াক একেটা চিৰিজৰ আন টিউট’ৰিয়েলসমূহত আলোচনা কৰা হৈছে |
14:51 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । সংযোগ কৰাৰ বাবে ধন্যবাদ |