Health-and-Nutrition/C2/Personal-Hygiene-needed-for-handling-baby-food/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:00 | শিশুৰ খাদ্য চম্ভালোতে প্ৰয়োজন হোৱা ব্যক্তিগত স্বচ্ছতাৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিম : |
| 00:11 | ব্যক্তিগত স্বচ্ছতাৰ বিষয়ে |
| 00:13 | ইয়াক অটুত ৰাখিবলৈ গাইদলাইনচ শিশুৰ খাদ্য প্ৰস্তুত কৰোতে আৰু খুৱাওঁতে |
| 00:19 | আহক বুজো শিশুৰ খাদ্য চম্ভালোতে ব্যক্তিগত স্বচ্ছতা কিয় দৰকাৰী হয় |
| 00:25 | ইয়াত, শিশুৰ খাদ্যই বুজায় পুষ্টিকৰ ঘৰতে-ৰন্ধা পৰিপূৰক আহাৰক |
| 00:33 | তেনে খাদ্য খুৱাব লাগিব ৬ ৰ পৰা ২৪ মাহ বয়সৰ শিশু এটাক স্তনপানৰ সৈতে |
| 00:41 | এই বয়সত, শিশুসমূহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা প্ৰাপ্তবয়স্কৰ দৰে বিকশিত নহয় |
| 00:50 | সিহতৰ সহজে হ’ব পাৰে সংক্ৰমণ আৰু |
| 00:53 | খাদ্যজনীত ৰোগসমূহ |
| 00:57 | যদি চাফ-চিকুণতাৰ প্ৰতি লক্ষ্য কৰা নহয় |
| 01:00 | তেতিয়া পৰিপূৰক আহাৰে শিশুটোৰ ক্ষতি কৰিব পাৰে |
| 01:04 | ই সংক্ৰমণ কৰাব পাৰে |
| 01:07 | যিয়ে কৰিব পাৰে গ্ৰহণী, |
| 01:09 | বমি অহা, চৰ্দি আৰু কাহ |
| 01:13 | সেইবাবে, শিশু খাদ্যক স্বচ্ছতাৰে প্ৰস্তুত কৰিব, |
| 01:18 | ৰান্ধিব, জমা ৰাখিব আৰু |
| 01:20 | খুৱাব লাগে |
| 01:22 | আহক শিশুৰ খাদ্য চম্ভালোতে প্ৰয়োজন হোৱা ব্যক্তিগত স্বচ্ছতাক অটুত ৰখাৰ বিষয়ে শিকো |
| 01:29 | শিশুৰ খাদ্য প্ৰস্তুত কৰা, |
| 01:31 | খুওঁৱা আৰু জমা ৰখা ঠাইক সদায় চাফা কৰি ৰাখিব লাগে |
| 01:38 | কেতিয়াওঁ কাহ মৰা, হাচি মৰা, |
| 01:40 | চিগাৰেট খোৱা, গাম চোবোৱা, |
| 01:42 | থুই পেলোৱা বা খাদ্য খোৱা আদি এই ঠাইত নকৰিব |
| 01:46 | লগতে, শিশু এটাৰ নেপি এই ঠাইত সলনি নকৰিব |
| 01:53 | সদায় চাফা কাপোৰ পিন্ধিব |
| 01:56 | দীঘল চুলিক সঠিককৈ পাছফালে বান্ধি ল’ব |
| 02:00 | আঙুলিৰ নখ চুটিকৈ ৰাখিব যাতে তাক সহজে চাফা কৰিব পাৰি |
| 02:05 | নেইল প’লিচ নলগাব কাৰণ ইয়াৰ টুকুৰা খাদ্যত যাব পাৰে |
| 02:11 | আ-অলংকাৰ নিপিন্ধিব, বিশেষকৈ হাতত আৰু আঙুলিত |
| 02:17 | কাপোৰ আৰু ব্যক্তিগত বস্তুক আতৰত ৰাখিব য’ত খাদ্যক প্ৰস্তুত কৰা বা জমা ৰখা হৈছে |
| 02:25 | খাদ্য আৰু বাচন-বৰ্তনক শৰীৰৰ যিকোনো কটা ঠাই বা ঘাহত স্পৰ্শ হ’বলৈ নিদিব |
| 02:32 | সকলো কটা ঠাই বা ঘাহক সম্পূৰ্ণকৈ ঢাকিব ব্যৱ্হাৰ নকৰা চাফা কাপোৰ এটুকুৰা বা বেন্দেজৰে |
| 02:41 | কাপোৰ টুকুৰা বা বেন্দেজক তিতিবলৈ নিদিব |
| 02:46 | ঘাহত থকা ক’ভাৰক দৈনিক সলাব, বিশেষকৈ খাদ্যক স্পৰ্শ কৰাৰ আগতে |
| 02:53 | খাদ্যক স্পৰ্শ নকৰিব যদি গাটো বেয়া লাগে |
| 02:57 | শিশুৰ খাদ্যৰ ওপৰত কেতিয়াওঁ কাহ বা হাচি নামাৰিব |
| 03:02 | হাত ধোৱাটো হৈছে সকলোতকৈ সহজ, অতিশয় কাৰ্যকৰী পদ্ধতি ৰোগ বিয়পাক বন্ধ কৰিবলৈ |
| 03:10 | ই খাদ্যখিনি বেক্টেৰিয়াৰ দ্বাৰা দূষিত হোৱাৰ সম্ভাৱণাক কমায় |
| 03:15 | হাতদুটা সঠিককৈ ধুবলৈ, ব্যৱ্হাৰ কৰক চাবোন |
| 03:18 | আৰু গৰম পানী |
| 03:22 | হাতদুটাত চাবোন ঘহক প্ৰথমে হাতৰ পাছফালে, |
| 03:26 | নখৰ গুৰিত আৰু আঙুলিৰ মাজত |
| 03:30 | ইয়াক কৰক অতিকমেওঁ ১০ ৰ পৰা ১৫ চেকেন্দৰ বাবে |
| 03:36 | হাতদুটা লগে লগেই শুকোৱাওঁক ধোৱাৰ পাছত |
| 03:40 | সদায় সিহতক শুকোৱাব ব্যৱ্হাৰ নকৰা চাফা কাপোৰ এখনেৰে |
| 03:45 | হাতদুটা সম্পূৰ্ণকৈ শুকোৱাক নিশ্বিত কৰাটো দৰকাৰ |
| 03:51 | কেতিয়াওঁ ব্যৱ্হাৰ নকৰিব এখন দৈনিক টাৱেল, |
| 03:54 | পাকঘৰৰ ফটাকানি বা |
| 03:56 | আপোনাৰ কাপোৰক হাতদুটা শুকোৱাবলৈ |
| 03:59 | সন্তানক সিহতৰ হাতদুটা ধুবলৈ শিকাওঁক |
| 04:03 | সিহতক বাথৰোম বা আন ঠাইলৈ নিয়ক হাতদুটা ধুবলৈ |
| 04:08 | এটা চুটি গান গাওঁক প্ৰায় ১০ ৰ পৰা ১৫ চেকেন্দৰ সিহতে হাতদুটা ধোওঁতে |
| 04:15 | ই ল’ৰা-ছোৱালিক উৎসাহিত কৰিব হাতদুটাৰ ছালক ঘহিবলৈ অতিকমেওঁ ১০ ৰ পৰা ১৫ চেকেন্দৰ বাবে |
| 04:23 | এটা ভাল উদাহৰণ দিয়ক |
| 04:25 | একেলগে হাতদুটা ধোৱক |
| 04:28 | ল’ৰা-ছোৱালিৰ সৈতে হাতদুটা ধোওঁতে, সিহতক ই কিয় দৰকাৰী হয় কওঁক |
| 04:34 | কৌশলৰ সৈতে একেলগে, হাতদুটা সঠিক সময়ত ধোৱাটোওঁ দৰকাৰ |
| 04:40 | হাতদুটা ভালকৈ ধোৱক আৰু শুকোৱাওঁক স্পৰ্শ কৰাৰ আগতে, |
| 04:45 | প্ৰস্তুত কৰা বা শিশুক আহাৰ খুওঁৱাৰ আগতে |
| 04:49 | সিহতক পুনৰ ধোৱক আৰু শুকোৱাওঁক খাদ্য প্ৰস্তুত কৰাৰ সময়ত |
| 04:55 | কেতিয়াবা, আপুনি হয়তো ব্ৰেক এটা ল’ব পাৰে প্ৰস্তুত কৰোতে বা শিশুক আহাৰ খুৱাওঁতে |
| 05:01 | সদায় তেনে ব্ৰেকৰ পাছত হাতদুটা ধুব |
| 05:04 | আৰু তেতিয়া পুনৰ আৰম্ভ কৰিব |
| 05:06 | খাদ্য প্ৰস্তুত কৰাৰ পাছত, সিহতক পুনৰ ধুব |
| 05:10 | হাত-ধোৱাটো লগতে দৰকাৰ হেন্দল কৰাৰ পাছত |
| 05:14 | কেঁচা খাদ্য আৰু আৱৰ্জনা |
| 05:17 | ইয়াক কৰিব লাগে তইলেত যোৱাৰ পাছ্ত, |
| 05:20 | নাক চাফা কৰাৰ পাছত |
| 05:22 | আৰু চিগাৰেট খোৱাৰ |
| 05:24 | জন্তুক স্পৰ্শ কৰাৰ পাছত, |
| 05:26 | এটা বেমাৰী শিশু বা এজন বেমাৰী লোক, |
| 05:29 | হাতদুটা পুনৰ ধোৱক |
| 05:32 | লগতে, সিহতক ধোৱক স্পৰ্শ কৰাৰ পাছত কাণ, |
| 05:36 | নাক, মুখ |
| 05:38 | বা শৰীৰৰ আন অংশ |
| 05:41 | সদায় হাতদুটা ধুব শিশু এটাৰ নেপিক চোৱাৰ বা সলোৱাৰ পাছত |
| 05:47 | এই ব্যক্তিগত স্বচ্ছতাৰ গাইদলাইনচ অনুসৰণ কৰিব লাগে শিশুৰ খাদ্যক চম্ভালোতে |
| 05:53 | অতিৰিক্তভাবে, আন সমানেই দৰকাৰী শিশুৰ খাদ্যৰ সুৰক্ষাৰ গাইদলাইনচ আছে |
| 06:00 | সিহতক অনুসৰণ কৰিব লাগে প্ৰস্তুত কৰোতে, |
| 06:03 | খুৱাওঁতে আৰু শিশুৰ খাদ্যক জমা ৰখাৰ সময়ত |
| 06:07 | সিহতক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বিতংকৈ আলোচনা কৰা হৈছে |
| 06:13 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ |