Health-and-Nutrition/C2/Personal-Hygiene-needed-for-handling-baby-food/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:00 শিশুৰ খাদ্য চম্ভালোতে প্ৰয়োজন হোৱা ব্যক্তিগত স্বচ্ছতাৰ বিষয়ে স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম :
00:11 ব্যক্তিগত স্বচ্ছতাৰ বিষয়ে
00:13 ইয়াক অটুত ৰাখিবলৈ গাইদলাইনচ শিশুৰ খাদ্য প্ৰস্তুত কৰোতে আৰু খুৱাওঁতে
00:19 আহক বুজো শিশুৰ খাদ্য চম্ভালোতে ব্যক্তিগত স্বচ্ছতা কিয় দৰকাৰী হয়
00:25 ইয়াত, শিশুৰ খাদ্যই বুজায় পুষ্টিকৰ ঘৰতে-ৰন্ধা পৰিপূৰক আহাৰক
00:33 তেনে খাদ্য খুৱাব লাগিব ৬ ৰ পৰা ২৪ মাহ বয়সৰ শিশু এটাক স্তনপানৰ সৈতে
00:41 এই বয়সত, শিশুসমূহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা প্ৰাপ্তবয়স্কৰ দৰে বিকশিত নহয়
00:50 সিহতৰ সহজে হ’ব পাৰে সংক্ৰমণ আৰু
00:53 খাদ্যজনীত ৰোগসমূহ
00:57 যদি চাফ-চিকুণতাৰ প্ৰতি লক্ষ্য কৰা নহয়
01:00 তেতিয়া পৰিপূৰক আহাৰে শিশুটোৰ ক্ষতি কৰিব পাৰে
01:04 ই সংক্ৰমণ কৰাব পাৰে
01:07 যিয়ে কৰিব পাৰে গ্ৰহণী,
01:09 বমি অহা, চৰ্দি আৰু কাহ
01:13 সেইবাবে, শিশু খাদ্যক স্বচ্ছতাৰে প্ৰস্তুত কৰিব,
01:18 ৰান্ধিব, জমা ৰাখিব আৰু
01:20 খুৱাব লাগে
01:22 আহক শিশুৰ খাদ্য চম্ভালোতে প্ৰয়োজন হোৱা ব্যক্তিগত স্বচ্ছতাক অটুত ৰখাৰ বিষয়ে শিকো
01:29 শিশুৰ খাদ্য প্ৰস্তুত কৰা,
01:31 খুওঁৱা আৰু জমা ৰখা ঠাইক সদায় চাফা কৰি ৰাখিব লাগে
01:38 কেতিয়াওঁ কাহ মৰা, হাচি মৰা,
01:40 চিগাৰেট খোৱা, গাম চোবোৱা,
01:42 থুই পেলোৱা বা খাদ্য খোৱা আদি এই ঠাইত নকৰিব
01:46 লগতে, শিশু এটাৰ নেপি এই ঠাইত সলনি নকৰিব
01:53 সদায় চাফা কাপোৰ পিন্ধিব
01:56 দীঘল চুলিক সঠিককৈ পাছফালে বান্ধি ল’ব
02:00 আঙুলিৰ নখ চুটিকৈ ৰাখিব যাতে তাক সহজে চাফা কৰিব পাৰি
02:05 নেইল প’লিচ নলগাব কাৰণ ইয়াৰ টুকুৰা খাদ্যত যাব পাৰে
02:11 আ-অলংকাৰ নিপিন্ধিব, বিশেষকৈ হাতত আৰু আঙুলিত
02:17 কাপোৰ আৰু ব্যক্তিগত বস্তুক আতৰত ৰাখিব য’ত খাদ্যক প্ৰস্তুত কৰা বা জমা ৰখা হৈছে
02:25 খাদ্য আৰু বাচন-বৰ্তনক শৰীৰৰ যিকোনো কটা ঠাই বা ঘাহত স্পৰ্শ হ’বলৈ নিদিব
02:32 সকলো কটা ঠাই বা ঘাহক সম্পূৰ্ণকৈ ঢাকিব ব্যৱ্হাৰ নকৰা চাফা কাপোৰ এটুকুৰা বা বেন্দেজৰে
02:41 কাপোৰ টুকুৰা বা বেন্দেজক তিতিবলৈ নিদিব
02:46 ঘাহত থকা ক’ভাৰক দৈনিক সলাব, বিশেষকৈ খাদ্যক স্পৰ্শ কৰাৰ আগতে
02:53 খাদ্যক স্পৰ্শ নকৰিব যদি গাটো বেয়া লাগে
02:57 শিশুৰ খাদ্যৰ ওপৰত কেতিয়াওঁ কাহ বা হাচি নামাৰিব
03:02 হাত ধোৱাটো হৈছে সকলোতকৈ সহজ, অতিশয় কাৰ্যকৰী পদ্ধতি ৰোগ বিয়পাক বন্ধ কৰিবলৈ
03:10 ই খাদ্যখিনি বেক্টেৰিয়াৰ দ্বাৰা দূষিত হোৱাৰ সম্ভাৱণাক কমায়
03:15 হাতদুটা সঠিককৈ ধুবলৈ, ব্যৱ্হাৰ কৰক চাবোন
03:18 আৰু গৰম পানী
03:22 হাতদুটাত চাবোন ঘহক প্ৰথমে হাতৰ পাছফালে,
03:26 নখৰ গুৰিত আৰু আঙুলিৰ মাজত
03:30 ইয়াক কৰক অতিকমেওঁ ১০ ৰ পৰা ১৫ চেকেন্দৰ বাবে
03:36 হাতদুটা লগে লগেই শুকোৱাওঁক ধোৱাৰ পাছত
03:40 সদায় সিহতক শুকোৱাব ব্যৱ্হাৰ নকৰা চাফা কাপোৰ এখনেৰে
03:45 হাতদুটা সম্পূৰ্ণকৈ শুকোৱাক নিশ্বিত কৰাটো দৰকাৰ
03:51 কেতিয়াওঁ ব্যৱ্হাৰ নকৰিব এখন দৈনিক টাৱেল,
03:54 পাকঘৰৰ ফটাকানি বা
03:56 আপোনাৰ কাপোৰক হাতদুটা শুকোৱাবলৈ
03:59 সন্তানক সিহতৰ হাতদুটা ধুবলৈ শিকাওঁক
04:03 সিহতক বাথৰোম বা আন ঠাইলৈ নিয়ক হাতদুটা ধুবলৈ
04:08 এটা চুটি গান গাওঁক প্ৰায় ১০ ৰ পৰা ১৫ চেকেন্দৰ সিহতে হাতদুটা ধোওঁতে
04:15 ই ল’ৰা-ছোৱালিক উৎসাহিত কৰিব হাতদুটাৰ ছালক ঘহিবলৈ অতিকমেওঁ ১০ ৰ পৰা ১৫ চেকেন্দৰ বাবে
04:23 এটা ভাল উদাহৰণ দিয়ক
04:25 একেলগে হাতদুটা ধোৱক
04:28 ল’ৰা-ছোৱালিৰ সৈতে হাতদুটা ধোওঁতে, সিহতক ই কিয় দৰকাৰী হয় কওঁক
04:34 কৌশলৰ সৈতে একেলগে, হাতদুটা সঠিক সময়ত ধোৱাটোওঁ দৰকাৰ
04:40 হাতদুটা ভালকৈ ধোৱক আৰু শুকোৱাওঁক স্পৰ্শ কৰাৰ আগতে,
04:45 প্ৰস্তুত কৰা বা শিশুক আহাৰ খুওঁৱাৰ আগতে
04:49 সিহতক পুনৰ ধোৱক আৰু শুকোৱাওঁক খাদ্য প্ৰস্তুত কৰাৰ সময়ত
04:55 কেতিয়াবা, আপুনি হয়তো ব্ৰেক এটা ল’ব পাৰে প্ৰস্তুত কৰোতে বা শিশুক আহাৰ খুৱাওঁতে
05:01 সদায় তেনে ব্ৰেকৰ পাছত হাতদুটা ধুব
05:04 আৰু তেতিয়া পুনৰ আৰম্ভ কৰিব
05:06 খাদ্য প্ৰস্তুত কৰাৰ পাছত, সিহতক পুনৰ ধুব
05:10 হাত-ধোৱাটো লগতে দৰকাৰ হেন্দল কৰাৰ পাছত
05:14 কেঁচা খাদ্য আৰু আৱৰ্জনা
05:17 ইয়াক কৰিব লাগে তইলেত যোৱাৰ পাছ্ত,
05:20 নাক চাফা কৰাৰ পাছত
05:22 আৰু চিগাৰেট খোৱাৰ
05:24 জন্তুক স্পৰ্শ কৰাৰ পাছত,
05:26 এটা বেমাৰী শিশু বা এজন বেমাৰী লোক,
05:29 হাতদুটা পুনৰ ধোৱক
05:32 লগতে, সিহতক ধোৱক স্পৰ্শ কৰাৰ পাছত কাণ,
05:36 নাক, মুখ
05:38 বা শৰীৰৰ আন অংশ
05:41 সদায় হাতদুটা ধুব শিশু এটাৰ নেপিক চোৱাৰ বা সলোৱাৰ পাছত
05:47 এই ব্যক্তিগত স্বচ্ছতাৰ গাইদলাইনচ অনুসৰণ কৰিব লাগে শিশুৰ খাদ্যক চম্ভালোতে
05:53 অতিৰিক্তভাবে, আন সমানেই দৰকাৰী শিশুৰ খাদ্যৰ সুৰক্ষাৰ গাইদলাইনচ আছে
06:00 সিহতক অনুসৰণ কৰিব লাগে প্ৰস্তুত কৰোতে,
06:03 খুৱাওঁতে আৰু শিশুৰ খাদ্যক জমা ৰখাৰ সময়ত
06:07 সিহতক একেটা চিৰিজৰ আন এটা টিউট’ৰিয়েলত বিতংকৈ আলোচনা কৰা হৈছে
06:13 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9