FrontAccounting-2.4.7/C2/Place-Sales-Order-in-FrontAccounting/Assamese

From Script | Spoken-Tutorial
Revision as of 11:53, 2 April 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 FrontAccounting ত Sales Order Place কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Sales Quotation Entry
00:13 Sales Order Entry
00:15 Make Delivery আৰু Sales Order Inquiry
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:28 FrontAccounting ভাৰ্চন 2.4.7
00:32 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ
00:42 আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব
00:48 যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক
00:54 আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক
01:00 এতিয়া, আহক FrontAccounting ইন্তাৰফেচক খোলো
01:04 ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক
01:13 login পেজ আহিছে
01:16 ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো
01:21 তেতিয়া Login বুটামত ক্লিক কৰক
01:24 FrontAccounting ইন্তাৰফেচ আহিছে
01:27 আমি চেলচৰ বাবে প্ৰয়োজনীয় সকলো ষ্টেপচ কৰিলো
01:31 এতিয়া আমি Sales Quotation Entry এটা বনাবলৈ প্ৰস্তুত
01:35 Sales টেবত ক্লিক কৰক । Transactions পানেলত, Sales Quotation Entry লিংকত ক্লিক কৰক
01:43 আমি দ্ৰপ-দাউন বক্সটো দেখিছো Customer নাম আৰু আন সংগত তথ্যৰ সৈতে
01:50 ইয়াৰ কাৰণ হৈছে আমি ইতিমধ্যে Add and Manage Customers ত সবিশেষ আপদেতেদ কৰিলো
01:57 আহক আমাৰ customer ‘Amit’ ৰ বাবে এটা নতুন sales quotation entry প্ৰস্তুত কৰো
02:03 মন কৰিব যে Reference নাম্বাৰ স্ব-উৎপন্ন হয়
02:07 আন সকলো ফিল্দৰ এনট্ৰিচ তেনেদৰেই ৰাখক
02:11 Sales Quotation Items পানেলত, Item Description দ্ৰপ-দাউন মেনুত ক্লিক কৰক । আইতেম বাচক Dell laptop হিচাবে
02:22 Dell laptop ৰ বাবে Item Code আৰু sales price ইয়াত আহে
02:28 ইয়াৰ কাৰণ হৈছে আমি ইয়াক আগৰ টিউট’ৰিয়েল এটাত বনাইছিলো
02:33 Quantity ফিল্দত, মই quantity হিচাবে 1 লিখিম
02:38 যদি আপুনি customerdiscount দিব বিচাৰে, পাৰচেন্তেজটো লিখক Discount ফিল্দত
02:45 মই মোৰ customer ক 0.10 % discount দিম
02:51 এতিয়া, entry টো ছেভ কৰিবলৈ, ৰৌটোৰ সোঁফালে Add Item বুটামত ক্লিক কৰক
02:58 মন কৰিব যে এই Sales Order ৰ বাবে Amount Total ত 12% GST সংলগ্ন হ’ব
03:06 Shipping Charge ফিল্দ হৈছে customer লৈ আইতেমচ shipment কৰাৰ চাৰ্জসমূহ যোগ কৰিবলৈ
03:13 গতিকে, Shipping Charge ফিল্দত, মই লিখিম Rs.200
03:19 পানেলৰ তলত Update বুটামত ক্লিক কৰক
03:23 আমি পৰিবৰ্তনক দেখিছো Subtotal আৰু Amount Total
03:28 তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Place Quotation বুটামত ক্লিক কৰক
03:35 সফলতাৰ বাৰ্তাটোৱে দেখাই যে quotation টো প্লেচ কৰা হ’ল
03:40 পাছত, আমি এই quotation ৰ বাবে অৰ্দাৰ এটা প্লেচ কৰিব লাগিব
03:46 গতিকে, Make Sales Order Against This Quotation লিংকত ক্লিক কৰক
03:52 Sales Order Entry ৰ বাবে উইন্দ’ এখন আহিছে
03:56 আইতেমৰ বিৱৰণ সবিশেষ ইয়াত দেখা গৈছে
04:00 তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Place Order বুটামত ক্লিক কৰক
04:06 কনফাৰ্মেচন বাৰ্তাটোৱে কয় যে আমি অৰ্দাৰটো সফলভাবে প্লেচ কৰিলো
04:12 পাছৰ ষ্টেপ হৈছে দেলিভাৰি এটা কৰা
04:15 গতিকে, Make Delivery Against This Order লিংকত ক্লিক কৰক
04:21 Deliver Items for a Sales Order নামৰ উইন্দ’ এখন আহিছে
04:27 ই আমাক দেলিভাৰ কৰিবলগীয়া আইতেমচৰ সবিশেষ দেখাই
04:32 উইন্দ’খনৰ তলত Process Dispatch বুটামত ক্লিক কৰক
04:37 আমি এটা কনফাৰ্মেচন বাৰ্তা দেখিছো যি delivery ৰ বাবে এনট্ৰিটো কনফাৰ্ম কৰে
04:43 আপুনি নিজে তলৰ সকলো অপচনচ চাওঁক
04:47 Sales টেবত ক্লিক কৰক
04:50 এতিয়া, আহক Sales Entry টোৰ status চাওঁ যাক বনোৱা হৈছে
04:55 Inquiries and Reports পানেলৰ ভিতৰত, Sales Order Inquiry লিংকত ক্লিক কৰক
05:01 ইয়াত দিয়া টেবলত আমি এই এনট্ৰিৰ সবিশেষ দেখিছো
05:06 উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক
05:10 পাছত, আহক customer payment ৰ বিষয়ে শিকো
05:14 Transactions পানেলৰ সোঁফালে, Customer Payments লিংকত ক্লিক কৰক
05:20 customer Amit এ পে কৰিব লাগে Rs.53147 । Amount ফিল্দত এমাউন্টটো লিখক
05:31 Amount of Discount ফিল্দত, আহক লিখো Rs.2000
05:37 Amount ফিল্দত পুনৰ এবাৰ ক্লিক কৰক
05:40 discount ৰ পাছত এমাউন্টত আমি পৰিবৰ্তনক দেখিছো
05:44 Memo ফিল্দত, বিৱৰণ এটা লিখক
05:47 মই লিখিম: “Amount received from Amit for sale of Dell laptop
05:53 তেতিয়া উইন্দ’খনৰ তলত Add payment বুটামত ক্লিক কৰক
05:58 আমি বাৰ্তাটো দেখিছো “Customer payment has been successfully entered
06:04 ইয়াৰ তলত, আমি বিভিন্ন transactions ৰ বাবে বিভিন্ন লিংকচ দেখিছো
06:09 payment সবিশেষ চাবলৈ View this customer payment লিংকত ক্লিক কৰক
06:15 শেষত, উইন্দ’খনৰ তলত Close লিংকত ক্লিক কৰক
06:20 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
06:26 এই টিউট’ৰিয়েলত, আমি বনাবলৈ শিকিলো:

Sales Quotation Entry

Sales Order Entry

06:33 Make Delivery আৰু Sales Order Inquiry
06:38 এটা অনুশিলনী হিচাবে, এটা নতুন Sales Quotation Entry বনাওঁক
06:42 সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক
06:47 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
06:55 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:05 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
07:09 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
07:15 স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9