FrontAccounting-2.4.7/C2/Place-Sales-Order-in-FrontAccounting/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | FrontAccounting ত Sales Order Place কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Sales Quotation Entry |
| 00:13 | Sales Order Entry |
| 00:15 | Make Delivery আৰু Sales Order Inquiry |
| 00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:28 | FrontAccounting ভাৰ্চন 2.4.7 |
| 00:32 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ |
| 00:42 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব |
| 00:48 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
| 00:54 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
| 01:00 | এতিয়া, আহক FrontAccounting ইন্তাৰফেচক খোলো |
| 01:04 | ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক |
| 01:13 | login পেজ আহিছে |
| 01:16 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো |
| 01:21 | তেতিয়া Login বুটামত ক্লিক কৰক |
| 01:24 | FrontAccounting ইন্তাৰফেচ আহিছে |
| 01:27 | আমি চেলচৰ বাবে প্ৰয়োজনীয় সকলো ষ্টেপচ কৰিলো |
| 01:31 | এতিয়া আমি Sales Quotation Entry এটা বনাবলৈ প্ৰস্তুত |
| 01:35 | Sales টেবত ক্লিক কৰক । Transactions পানেলত, Sales Quotation Entry লিংকত ক্লিক কৰক |
| 01:43 | আমি দ্ৰপ-দাউন বক্সটো দেখিছো Customer নাম আৰু আন সংগত তথ্যৰ সৈতে |
| 01:50 | ইয়াৰ কাৰণ হৈছে আমি ইতিমধ্যে Add and Manage Customers ত সবিশেষ আপদেতেদ কৰিলো |
| 01:57 | আহক আমাৰ customer ‘Amit’ ৰ বাবে এটা নতুন sales quotation entry প্ৰস্তুত কৰো |
| 02:03 | মন কৰিব যে Reference নাম্বাৰ স্ব-উৎপন্ন হয় |
| 02:07 | আন সকলো ফিল্দৰ এনট্ৰিচ তেনেদৰেই ৰাখক |
| 02:11 | Sales Quotation Items পানেলত, Item Description দ্ৰপ-দাউন মেনুত ক্লিক কৰক । আইতেম বাচক Dell laptop হিচাবে |
| 02:22 | Dell laptop ৰ বাবে Item Code আৰু sales price ইয়াত আহে |
| 02:28 | ইয়াৰ কাৰণ হৈছে আমি ইয়াক আগৰ টিউট’ৰিয়েল এটাত বনাইছিলো |
| 02:33 | Quantity ফিল্দত, মই quantity হিচাবে 1 লিখিম |
| 02:38 | যদি আপুনি customer ক discount দিব বিচাৰে, পাৰচেন্তেজটো লিখক Discount ফিল্দত |
| 02:45 | মই মোৰ customer ক 0.10 % discount দিম |
| 02:51 | এতিয়া, entry টো ছেভ কৰিবলৈ, ৰৌটোৰ সোঁফালে Add Item বুটামত ক্লিক কৰক |
| 02:58 | মন কৰিব যে এই Sales Order ৰ বাবে Amount Total ত 12% GST সংলগ্ন হ’ব |
| 03:06 | Shipping Charge ফিল্দ হৈছে customer লৈ আইতেমচ shipment কৰাৰ চাৰ্জসমূহ যোগ কৰিবলৈ |
| 03:13 | গতিকে, Shipping Charge ফিল্দত, মই লিখিম Rs.200 |
| 03:19 | পানেলৰ তলত Update বুটামত ক্লিক কৰক |
| 03:23 | আমি পৰিবৰ্তনক দেখিছো Subtotal আৰু Amount Total ত |
| 03:28 | তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Place Quotation বুটামত ক্লিক কৰক |
| 03:35 | সফলতাৰ বাৰ্তাটোৱে দেখাই যে quotation টো প্লেচ কৰা হ’ল |
| 03:40 | পাছত, আমি এই quotation ৰ বাবে অৰ্দাৰ এটা প্লেচ কৰিব লাগিব |
| 03:46 | গতিকে, Make Sales Order Against This Quotation লিংকত ক্লিক কৰক |
| 03:52 | Sales Order Entry ৰ বাবে উইন্দ’ এখন আহিছে |
| 03:56 | আইতেমৰ বিৱৰণ সবিশেষ ইয়াত দেখা গৈছে |
| 04:00 | তললৈ স্ক্ৰ’ল কৰক । উইন্দ’খনৰ তলত Place Order বুটামত ক্লিক কৰক |
| 04:06 | কনফাৰ্মেচন বাৰ্তাটোৱে কয় যে আমি অৰ্দাৰটো সফলভাবে প্লেচ কৰিলো |
| 04:12 | পাছৰ ষ্টেপ হৈছে দেলিভাৰি এটা কৰা |
| 04:15 | গতিকে, Make Delivery Against This Order লিংকত ক্লিক কৰক |
| 04:21 | Deliver Items for a Sales Order নামৰ উইন্দ’ এখন আহিছে |
| 04:27 | ই আমাক দেলিভাৰ কৰিবলগীয়া আইতেমচৰ সবিশেষ দেখাই |
| 04:32 | উইন্দ’খনৰ তলত Process Dispatch বুটামত ক্লিক কৰক |
| 04:37 | আমি এটা কনফাৰ্মেচন বাৰ্তা দেখিছো যি delivery ৰ বাবে এনট্ৰিটো কনফাৰ্ম কৰে |
| 04:43 | আপুনি নিজে তলৰ সকলো অপচনচ চাওঁক |
| 04:47 | Sales টেবত ক্লিক কৰক |
| 04:50 | এতিয়া, আহক Sales Entry টোৰ status চাওঁ যাক বনোৱা হৈছে |
| 04:55 | Inquiries and Reports পানেলৰ ভিতৰত, Sales Order Inquiry লিংকত ক্লিক কৰক |
| 05:01 | ইয়াত দিয়া টেবলত আমি এই এনট্ৰিৰ সবিশেষ দেখিছো |
| 05:06 | উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক |
| 05:10 | পাছত, আহক customer payment ৰ বিষয়ে শিকো |
| 05:14 | Transactions পানেলৰ সোঁফালে, Customer Payments লিংকত ক্লিক কৰক |
| 05:20 | customer Amit এ পে কৰিব লাগে Rs.53147 । Amount ফিল্দত এমাউন্টটো লিখক |
| 05:31 | Amount of Discount ফিল্দত, আহক লিখো Rs.2000 |
| 05:37 | Amount ফিল্দত পুনৰ এবাৰ ক্লিক কৰক |
| 05:40 | discount ৰ পাছত এমাউন্টত আমি পৰিবৰ্তনক দেখিছো |
| 05:44 | Memo ফিল্দত, বিৱৰণ এটা লিখক |
| 05:47 | মই লিখিম: “Amount received from Amit for sale of Dell laptop” |
| 05:53 | তেতিয়া উইন্দ’খনৰ তলত Add payment বুটামত ক্লিক কৰক |
| 05:58 | আমি বাৰ্তাটো দেখিছো “Customer payment has been successfully entered” |
| 06:04 | ইয়াৰ তলত, আমি বিভিন্ন transactions ৰ বাবে বিভিন্ন লিংকচ দেখিছো |
| 06:09 | payment সবিশেষ চাবলৈ View this customer payment লিংকত ক্লিক কৰক |
| 06:15 | শেষত, উইন্দ’খনৰ তলত Close লিংকত ক্লিক কৰক |
| 06:20 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 06:26 | এই টিউট’ৰিয়েলত, আমি বনাবলৈ শিকিলো:
Sales Quotation Entry Sales Order Entry |
| 06:33 | Make Delivery আৰু Sales Order Inquiry |
| 06:38 | এটা অনুশিলনী হিচাবে, এটা নতুন Sales Quotation Entry বনাওঁক |
| 06:42 | সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক |
| 06:47 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 06:55 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 07:05 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 07:09 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 07:15 | স্ক্ৰিপ্ত আৰু ভিদিঅ’টো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |