FrontAccounting-2.4.7/C2/Items-and-Inventory-in-FrontAccounting/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | FrontAccounting ত Items আৰু Inventory ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি FrontAccounting ত নিম্নখিনি যোগ কৰিবলৈ শিকিম :
Units of Measure |
00:14 | Items |
00:16 | Item Category আৰু Sales Pricing |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
00:28 | FrontAccounting ভাৰ্চন 2.4.7 |
00:32 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ |
00:42 | আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব |
00:48 | যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক |
00:54 | আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক |
01:00 | আৰম্ভ কৰাৰ আগতে, আহক আমি বুজো FrontAccounting ত Items কি হয় |
01:06 | Items হৈছে বস্তুসমূহ যাক ব্যৱসায়ত কিনিব বা বেছিব পাৰি |
01:11 | আমি এটা ৰেকৰ্ড ৰাখিব লাগিব যিয়ে inventory item এটাৰ বিষয়ে কী তথ্যক লিষ্ট কৰিব |
01:18 | Inventory হৈছে এখন সম্পূৰ্ণ লিষ্ট হাতত থকা ষ্টকৰ, |
01:23 | কামৰ অগ্ৰসৰতা, কেচা সামগ্ৰীসমূহৰ আৰু হাতত শেষহোৱা বস্তুৰ |
01:30 | আহক FrontAccounting ইন্তাৰফেচক খোলো |
01:34 | ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক |
01:43 | login পেজ আহিছে |
01:46 | ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটো । Login বুটামত ক্লিক কৰক |
01:54 | FrontAccounting ইন্তাৰফেচ আহিছে |
01:57 | Items and Inventory টেবত ক্লিক কৰক |
02:01 | Maintenance পানেল ব্যৱহৃত হয় Items আৰু Inventory সবিশেষ চেতাপ কৰিবলৈ |
02:06 | চেতাপটো কৰিবলৈ, আমি নিম্ন অপচনচ ব্যৱ্হাৰ কৰিব লাগিব:
Units of Measure |
02:13 | Items আৰু Item Categories |
02:18 | আহক Units of Measure চেত কৰিবলৈ চাওঁ |
02:22 | Units of Measure অপচনক সূচীত কৰিব লাগিব প্ৰতিটো Item ৰ বাবে |
02:27 | Maintenance পানেলত Units of Measure লিংকত ক্লিক কৰক |
02:32 | দিফল্টভাবে আপুনি দেখিব each আৰু hour units of measure হিচাবে |
02:38 | আহক চাওঁ কেনেকৈ এটা নতুন Units of Measure যোগ কৰা হয় kilograms ৰ বাবে |
02:43 | kilograms ইউনিতৰ বাবে সবিশেষ লিখক ইয়াত দেখুৱা দৰে |
02:48 | Decimal places দ্ৰপ-দাউন বক্সত, zero বাচক |
02:53 | এই unit যোগ কৰিবলৈ উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
02:59 | প’প-আপ বাৰ্তাই দেখাই যে আমি সফলভাবে এটা নতুন unit যোগ কৰিলো |
03:04 | আমি লগতে টেবলখন দেখিছো আপদেতেদ এনট্ৰিৰ সৈতে |
03:08 | একেদৰে আপুনি প্ৰয়োজনীয় Units of measure যোগ কৰিব লাগিব আপোনাৰ কম্পেনীৰ items ৰ বাবে |
03:15 | উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
03:22 | এতিয়া আহক Item Categories চেত কৰো যালৈ item অন্তৰ্ভুক্ত হয় |
03:28 | Item Categories এ আমি কিনা আৰু বেছা items গ্ৰোপ কৰিবলৈ সহায় কৰে |
03:33 | Item Categories লিংকত ক্লিক কৰক |
03:35 | আমি ইয়াত কিছু দিফল্ট Item categories দেখিছো - Charges, Components, Services আৰু Systems |
03:48 | আমি নিজৰ Item category বনাব লাগিব, যি সূচীত কৰে ।
Item tax type, |
03:54 | Item Type আৰু Units of Measure |
03:58 | ধৰক উদাহৰণস্বৰূপে, আমাৰ company এ শেষহোৱা বস্তুৰ সৈতে কাম কৰে যেনে Laptops |
04:04 | গতিকে আমি এটা নতুন Item category যোগ কৰিম Finished Goods নামৰ |
04:09 | সবিশেষ ভৰাওঁক ইয়াত দেখুৱা দৰে । Category Name – Finished Goods |
04:15 | Item Tax Type - Regular Item Type - Purchased |
04:21 | Units of Measure - Each |
04:24 | বাকীথকা সকলো ফিল্দচ দিফল্ট মানসমূহৰ সৈতে ৰাখক |
04:28 | এনট্ৰিটো ছেভ কৰিবলৈ, উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
04:34 | আমি দেখিছো যে নতুনকৈ যোগকৰা সবিশেষ ওপৰৰ টেবলত আপদেতেদ হৈছে |
04:40 | উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
04:47 | পাছত আহক এই Item category ৰ বাবে এটা নতুন Item বনাওঁ |
04:52 | Maintenance পানেলত, Items লিংকত ক্লিক কৰক |
04:57 | ইয়াত, আমাক item টোৰ বাবে সকলো আৱশ্যকীয় তথ্যক ভৰ্ত্তি কৰিবলৈ কৈছে । সবিশেষ ভৰাওঁক ইয়াত দেখুৱা দৰে |
05:06 | আপুনি ভৰ্ত্তি কৰা প্ৰতিটো item ৰ বাবে এটা বিশেষ ক’ড দিয়াক নিশ্বিত কৰক । এইটো বাধ্যতামূলক |
05:13 | Category হৈছে Item category যালৈ item অন্তৰ্ভুক্ত হয় । আমি বাচিছো Finished Goods |
05:21 | Item type হৈছে জানিবলৈ যে item টো ব্যৱহৃত হৈছেনেকি: প্ৰস্তুত কৰাৰ উদ্দেশ্যে |
05:28 | supplier এজনৰ পৰা কিনা হৈছে বা service এটাৰ বাবে |
05:33 | তললৈ স্ক্ৰ’ল কৰক । আৰু তেতিয়া উইন্দ’খনৰ তলত Insert New Item বুটামত ক্লিক কৰক |
05:41 | প’প-আপ বাৰ্তাই দেখাই যে আমি সফলভাবে এটা নতুন item যোগ কৰিলো |
05:47 | উইন্দ’খনৰ ওপৰত দ্ৰপ-দাউন বক্সত ক্লিক কৰক |
05:51 | আমি দেখিছো যে নতুন item টো যোগ কৰা হ’ল |
05:56 | এটা অনুশিলনী হিচাবে : Item category- Finished goods ৰ ভিতৰত দুটা নতুন items যোগ কৰক |
06:02 | Item category- Components ৰ ভিতৰত দুটা নতুন items যোগ কৰক |
06:07 | সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক |
06:12 | অনুশিলনীটো সম্পূৰ্ণ কৰাৰ পাছত, উইন্দ’খনৰ ওপৰত দ্ৰপ-দাউন বক্সত ক্লিক কৰক |
06:18 | এতিয়া আপুনি দেখিব দুটা items Components ৰ ভিতৰত আৰু তিনিটা items Finished goods ৰ ভিতৰত |
06:26 | উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
06:33 | Pricing and Costs পানেল ব্যৱহৃত হয় items বা inventory ৰ প্ৰাইচিং লেভেল নিৰ্বাচিত কৰিবলৈ |
06:40 | এই অপচন ব্যৱহৃত হয় sales prices একক Sales item লৈ এচাইন কৰিবলৈ । Sales Pricing লিংকত ক্লিক কৰক |
06:49 | Item দ্ৰপ-দাউন বক্সত ক্লিক কৰক । আইতেম Dell Laptop বাচক যাৰ বাবে আমি Sales Price এচাইন কৰিব বিচাৰো |
06:58 | এতিয়া, Currency দ্ৰপ-দাউন বক্সত ক্লিক কৰক |
07:02 | কাৰেঞ্চি বাচক Indian Rupees হিচাবে |
07:06 | Sales Type দ্ৰপ-দাউন বক্সত ক্লিক কৰক |
07:10 | তাত দুটা অপচন আছে: Retail আৰু Wholesale |
07:15 | ইয়াত অপচনটো বাচক, Retail |
07:19 | পাছত, Price ফিল্দত ক্লিক কৰক । আইতেমৰ বাবে Price টো লিখক 53,000 প্ৰতিটোৰ বাবে |
07:28 | তেতিয়া উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক |
07:33 | প’প-আপ বাৰ্তাই দেখাই যে আমি item Dell Laptop ৰ বাবে সফলভাবে Sales price এটা যোগ কৰিলো |
07:41 | আমি লগতে ইয়াত টেবলত আপদেতেদ মানসমূহ দেখিছো |
07:45 | উইন্দ’খনৰ তলত Back অপচনত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ |
07:52 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি |
07:56 | আহক মূলভাব চাওঁ |
07:58 | এই টিউট’ৰিয়েলত, আমি বনাবলৈ শিকিলো,
Units of Measure, Items |
08:06 | Item Category আৰু Sales Pricing |
08:10 | এটা অনুশিলনী হিচাবে, তলত দেখুৱা items ৰ বাবে sales price যোগ কৰক:
Sales Type টো Retail হিচাবে ৰাখক |
08:20 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
08:27 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
08:35 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
08:39 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |