FrontAccounting-2.4.7/C2/Items-and-Inventory-in-FrontAccounting/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 FrontAccounting ত Items আৰু Inventory ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি FrontAccounting ত নিম্নখিনি যোগ কৰিবলৈ শিকিম :

Units of Measure

00:14 Items
00:16 Item Category আৰু Sales Pricing
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS ভাৰ্চন 16.04

00:28 FrontAccounting ভাৰ্চন 2.4.7
00:32 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ জ্ঞান থাকিব লাগিব: উচ্চতৰ মাধ্যমিকৰ কমাৰ্চ আৰু একাউন্টিং আৰু বুককিপিঙৰ নিয়মসমূহৰ
00:42 আৰু আপুনি ইতিমধ্যে FrontAccounting ত এটা Organisation বা Company চেতাপ কৰিব লাগিব
00:48 যদি নাই, সংগত FrontAccounting টিউট’ৰিয়েলচৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইত চাওঁক
00:54 আপুনি FrontAccounting ইন্তাৰফেচত কাম কৰিবলৈ আৰম্ভ কৰাৰ আগতে XAMPP services আৰম্ভ কৰক
01:00 আৰম্ভ কৰাৰ আগতে, আহক আমি বুজো FrontAccountingItems কি হয়
01:06 Items হৈছে বস্তুসমূহ যাক ব্যৱসায়ত কিনিব বা বেছিব পাৰি
01:11 আমি এটা ৰেকৰ্ড ৰাখিব লাগিব যিয়ে inventory item এটাৰ বিষয়ে কী তথ্যক লিষ্ট কৰিব
01:18 Inventory হৈছে এখন সম্পূৰ্ণ লিষ্ট হাতত থকা ষ্টকৰ,
01:23 কামৰ অগ্ৰসৰতা, কেচা সামগ্ৰীসমূহৰ আৰু হাতত শেষহোৱা বস্তুৰ
01:30 আহক FrontAccounting ইন্তাৰফেচক খোলো
01:34 ব্ৰাউজাৰ খোলক আৰু লিখক localhost slash account আৰু Enter টিপক
01:43 login পেজ আহিছে
01:46 ইউজাৰনেমটো লিখক admin হিচাবে আৰু পাচৱৰ্দটোLogin বুটামত ক্লিক কৰক
01:54 FrontAccounting ইন্তাৰফেচ আহিছে
01:57 Items and Inventory টেবত ক্লিক কৰক
02:01 Maintenance পানেল ব্যৱহৃত হয় Items আৰু Inventory সবিশেষ চেতাপ কৰিবলৈ
02:06 চেতাপটো কৰিবলৈ, আমি নিম্ন অপচনচ ব্যৱ্হাৰ কৰিব লাগিব:

Units of Measure

02:13 Items আৰু Item Categories
02:18 আহক Units of Measure চেত কৰিবলৈ চাওঁ
02:22 Units of Measure অপচনক সূচীত কৰিব লাগিব প্ৰতিটো Item ৰ বাবে
02:27 Maintenance পানেলত Units of Measure লিংকত ক্লিক কৰক
02:32 দিফল্টভাবে আপুনি দেখিব each আৰু hour units of measure হিচাবে
02:38 আহক চাওঁ কেনেকৈ এটা নতুন Units of Measure যোগ কৰা হয় kilograms ৰ বাবে
02:43 kilograms ইউনিতৰ বাবে সবিশেষ লিখক ইয়াত দেখুৱা দৰে
02:48 Decimal places দ্ৰপ-দাউন বক্সত, zero বাচক
02:53 এই unit যোগ কৰিবলৈ উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক
02:59 প’প-আপ বাৰ্তাই দেখাই যে আমি সফলভাবে এটা নতুন unit যোগ কৰিলো
03:04 আমি লগতে টেবলখন দেখিছো আপদেতেদ এনট্ৰিৰ সৈতে
03:08 একেদৰে আপুনি প্ৰয়োজনীয় Units of measure যোগ কৰিব লাগিব আপোনাৰ কম্পেনীৰ items ৰ বাবে
03:15 উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
03:22 এতিয়া আহক Item Categories চেত কৰো যালৈ item অন্তৰ্ভুক্ত হয়
03:28 Item Categories এ আমি কিনা আৰু বেছা items গ্ৰোপ কৰিবলৈ সহায় কৰে
03:33 Item Categories লিংকত ক্লিক কৰক
03:35 আমি ইয়াত কিছু দিফল্ট Item categories দেখিছো - Charges, Components, Services আৰু Systems
03:48 আমি নিজৰ Item category বনাব লাগিব, যি সূচীত কৰে ।

Item tax type,

03:54 Item Type আৰু Units of Measure
03:58 ধৰক উদাহৰণস্বৰূপে, আমাৰ company এ শেষহোৱা বস্তুৰ সৈতে কাম কৰে যেনে Laptops
04:04 গতিকে আমি এটা নতুন Item category যোগ কৰিম Finished Goods নামৰ
04:09 সবিশেষ ভৰাওঁক ইয়াত দেখুৱা দৰে । Category Name – Finished Goods
04:15 Item Tax Type - Regular Item Type - Purchased
04:21 Units of Measure - Each
04:24 বাকীথকা সকলো ফিল্দচ দিফল্ট মানসমূহৰ সৈতে ৰাখক
04:28 এনট্ৰিটো ছেভ কৰিবলৈ, উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক
04:34 আমি দেখিছো যে নতুনকৈ যোগকৰা সবিশেষ ওপৰৰ টেবলত আপদেতেদ হৈছে
04:40 উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
04:47 পাছত আহক এই Item category ৰ বাবে এটা নতুন Item বনাওঁ
04:52 Maintenance পানেলত, Items লিংকত ক্লিক কৰক
04:57 ইয়াত, আমাক item টোৰ বাবে সকলো আৱশ্যকীয় তথ্যক ভৰ্ত্তি কৰিবলৈ কৈছে । সবিশেষ ভৰাওঁক ইয়াত দেখুৱা দৰে
05:06 আপুনি ভৰ্ত্তি কৰা প্ৰতিটো item ৰ বাবে এটা বিশেষ ক’ড দিয়াক নিশ্বিত কৰক । এইটো বাধ্যতামূলক
05:13 Category হৈছে Item category যালৈ item অন্তৰ্ভুক্ত হয় । আমি বাচিছো Finished Goods
05:21 Item type হৈছে জানিবলৈ যে item টো ব্যৱহৃত হৈছেনেকি: প্ৰস্তুত কৰাৰ উদ্দেশ্যে
05:28 supplier এজনৰ পৰা কিনা হৈছে বা service এটাৰ বাবে
05:33 তললৈ স্ক্ৰ’ল কৰক । আৰু তেতিয়া উইন্দ’খনৰ তলত Insert New Item বুটামত ক্লিক কৰক
05:41 প’প-আপ বাৰ্তাই দেখাই যে আমি সফলভাবে এটা নতুন item যোগ কৰিলো
05:47 উইন্দ’খনৰ ওপৰত দ্ৰপ-দাউন বক্সত ক্লিক কৰক
05:51 আমি দেখিছো যে নতুন item টো যোগ কৰা হ’ল
05:56 এটা অনুশিলনী হিচাবে : Item category- Finished goods ৰ ভিতৰত দুটা নতুন items যোগ কৰক
06:02 Item category- Components ৰ ভিতৰত দুটা নতুন items যোগ কৰক
06:07 সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক
06:12 অনুশিলনীটো সম্পূৰ্ণ কৰাৰ পাছত, উইন্দ’খনৰ ওপৰত দ্ৰপ-দাউন বক্সত ক্লিক কৰক
06:18 এতিয়া আপুনি দেখিব দুটা items Components ৰ ভিতৰত আৰু তিনিটা items Finished goods ৰ ভিতৰত
06:26 উইন্দ’খনৰ তলত Back লিংকত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
06:33 Pricing and Costs পানেল ব্যৱহৃত হয় items বা inventory ৰ প্ৰাইচিং লেভেল নিৰ্বাচিত কৰিবলৈ
06:40 এই অপচন ব্যৱহৃত হয় sales prices একক Sales item লৈ এচাইন কৰিবলৈ । Sales Pricing লিংকত ক্লিক কৰক
06:49 Item দ্ৰপ-দাউন বক্সত ক্লিক কৰক । আইতেম Dell Laptop বাচক যাৰ বাবে আমি Sales Price এচাইন কৰিব বিচাৰো
06:58 এতিয়া, Currency দ্ৰপ-দাউন বক্সত ক্লিক কৰক
07:02 কাৰেঞ্চি বাচক Indian Rupees হিচাবে
07:06 Sales Type দ্ৰপ-দাউন বক্সত ক্লিক কৰক
07:10 তাত দুটা অপচন আছে: Retail আৰু Wholesale
07:15 ইয়াত অপচনটো বাচক, Retail
07:19 পাছত, Price ফিল্দত ক্লিক কৰক । আইতেমৰ বাবে Price টো লিখক 53,000 প্ৰতিটোৰ বাবে
07:28 তেতিয়া উইন্দ’খনৰ তলত Add new বুটামত ক্লিক কৰক
07:33 প’প-আপ বাৰ্তাই দেখাই যে আমি item Dell Laptop ৰ বাবে সফলভাবে Sales price এটা যোগ কৰিলো
07:41 আমি লগতে ইয়াত টেবলত আপদেতেদ মানসমূহ দেখিছো
07:45 উইন্দ’খনৰ তলত Back অপচনত ক্লিক কৰক FrontAccounting ইন্তাৰফেচলৈ ঘূৰি যাবলৈ
07:52 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি
07:56 আহক মূলভাব চাওঁ
07:58 এই টিউট’ৰিয়েলত, আমি বনাবলৈ শিকিলো,

Units of Measure, Items

08:06 Item Category আৰু Sales Pricing
08:10 এটা অনুশিলনী হিচাবে, তলত দেখুৱা items ৰ বাবে sales price যোগ কৰক:

Sales Type টো Retail হিচাবে ৰাখক

08:20 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:27 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:35 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
08:39 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । স্ক্ৰিপ্তটো স্প’কেন টিউট’ৰিয়েল দলে অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9