LibreOffice-Suite-Math/C2/Matrices-Aligning-Equations/Assamese
From Script | Spoken-Tutorial
Time |
Narration |
00:00 | LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ| |
00:04 | এই টিউটৰিয়েলত আমি তলত দিয়া বিষয়্সমূহ সামৰি ল’ম: |
00:08 | Greek আখৰৰ ব্যৱহাৰ যেনে alpha, beta, theta আৰু pi |
00:15 | Quadratic Equation সমাধান কৰিবলৈ Brackets Writing Steps ব্যৱহাৰ| |
00:21 | Math ব্যৱহাৰ কৰি কেনেকৈ Greek আখৰ লিখিব পাৰি| |
00:26 | এইয়া কৰিবলৈ প্ৰথমে সেই Writer ডুকুমেন্টটো খোলা যাওক যিটো আমি ইয়াৰ আগৰ টিউটৰিয়েলত প্ৰস্তুত কৰিছিলো, অৰ্থাত MathExample1.odt | |
00:41 | ধূসৰ বাকছটো য’ত আমি লিখা সূত্ৰবিলাক আছে তাত ডাবল ক্লিক কৰক| |
00:47 | ইয়ে Math Formula Editor আৰু Elements ৱিণ্ড’খন খোল খোৱাব| |
00:54 | Formula Editor-ৰ কাষটোত ক্লিক কৰক আৰু ইয়াক উপঙাই ৰাখিবলৈ সোঁফাললৈ টানি নি এৰি দিয়ক| |
01:02 | ইয়ে Writer-ৰ ৱিণ্ড’খন ডাঙৰ কৰি দিয়ে যাৰ বাবে দেখাত সুবিধাজনক হয়| |
01:07 | এতিয়া, Greek আখৰ, উদাহৰণ স্বৰূপে, alpha, beta, theta আৰু pi গাণিতীক সূত্ৰসমূহত সাধাৰণতে দেখিবলৈ পোৱা যায়| |
01:16 | পিছে এই আখৰবোৰ আমি Elements ৱিণ্ড’খনত দেখা নাপাও| |
01:21 | আমি সেইবোৰ শতাংশ চিনৰ পাছত ইংৰাজীত আখৰটোৰ নামটো ব্যৱহাৰ কৰি পোনপটীয়াকৈ লিখিব পাৰো| |
01:30 | উদাহৰণ স্বৰূপে, pi লিখিবলৈ, আমি Formula Editor-ত মাত্ৰ % pi টাইপ কৰিলেই হ’ল| |
01:40 | To write a lowercase character, type the name of the character in lowercase. |
01:41 | সৰু ফলাৰ আখৰ লিখিবলৈ আখৰটোৰ নাম সৰু ফলাত টাইপ কৰিলেই হ’ল| |
01:47 | উদাহৰণ স্বৰূপে, সৰু ফলা alpha লিখিবলৈ হ’লে, %alpha বা %beta টাইপ কৰিলেই হ’ল| |
01:59 | বৰ ফলাৰ আখৰ এটা লিখিবলৈ হ’লে আখৰটোৰ নাম বৰ ফলাত টাইপ কৰিলেই হ’ল| |
02:06 | উদাহৰণ স্বৰূপে, গামা শব্দটো বৰ ফলাত লিখিবলৈ হ’লে %GAMMA বা %THETA টাইপ কৰক| |
02:17 | Greek আখৰ লিখাৰ অইন এটা উপায় হৈছে Tools মেন্যুত থকা Catalog-ৰ ব্যৱহাৰ| |
02:26 | Symbol-ত থকা Greek চয়ন কৰক |
02:31 | আৰু তালিকাৰ পৰা Greek আখৰ এটাত ক্লিক কৰক| |
02:35 | alpha হিচাপে Greek আখৰটোৰ mark up প্ৰদৰ্শিত তালিকাখনত মন কৰক| |
02:43 | গতিকে, এই ধৰণে আমি এটা সূত্ৰত Greek আখৰ যোগে দিব পাৰো| |
02:49 | অইন Greek আখৰ বিলাকৰ mark up জানিবলৈ Symbols Catalog অনুসন্ধান কৰি চাওক| |
02:56 | এতিয়া আমাৰ সূত্ৰত কেনেকৈ Brackets ব্যৱহাৰ কৰিব লাগে তাক শিকো আহক| |
03:02 | Math does not know about order of operation in a formula. |
03:01 | Math-এ এটা সূত্ৰত কেনেকৈ অৰ্ডাৰ অফ অপাৰেশ্যন ব্যৱহাৰ কৰিব লাগে তাক নাজানে| |
03:07 | সেয়ে আমি অৰ্ডাৰ অফ অপাৰেশ্যন কথা কবলৈ Brackets ব্যৱহাৰ কৰিব লাগিব| |
03:13 | উদাহৰণ স্বৰূপে, ‘First add x and y, then divide 5 by the result’ বুলি কেনেকৈ লিখিম? |
03:22 | আমি টাইপ কৰিব পাৰো ‘ 5 over x + y ‘ | |
03:28 | এতিয়া, এইয়াই আমি প্ৰকৄততে লিখিব খুজিছিলো নে? |
03:32 | এতিয়া, প্ৰথমে আমি x আৰু y-ক যোগ কৰিব পাৰো, আৰু এই কাম আমি x আৰু y-ক ব্ৰেকেটৰ মাজত লিখি কৰিব পাৰো| |
03:44 | আৰু mark up টো দেখাত এনে হ’ব: ‘5 over x+y in curly brackets’ |
03:52 | গতিকে ব্ৰেকেটৰ ব্যৱহাৰৰ দ্বাৰা সূত্ৰত অৰ্ডাৰ অফ অপাৰেশ্যন সঠিক ভাৱে নিৰূপন কৰিব |
03:58 | আহক আমি আমাৰ কাম উপৰত থকা File মেন্যুত থকা Save ব্যৱহাৰ কৰি ছেভ কৰো| |
04:08 | এতিয়া আমি Quadratic Equation এটা সমাধান কৰিবলৈ দৰকাৰী পদক্ষেপ সমূহ লিখি উলিয়াও আহক| |
04:13 | Control + Enter দবাই Writer ডকুমেন্টত আমি এটা নতুন পেজলৈ যাম| |
04:21 | আমি টাইপ কৰো আহক: ‘Solving a Quadratic Equation’ |
04:25 | আৰু Insert>Object>Formula মেন্যুৰ পৰা Math-ক কল কৰো| |
04:33 | মই ইতিমধ্যে quadratic equation বিলাক টাইপ কৰিছো, গতিকে সময় বচাবলৈ মই সেইবিলাকক cut আৰু paste কৰিম| |
04:42 | গতিকে, আমি x squared - 7 x + 3 = 0 হৈছে আমি সমাধান কৰিব খোজা quadratic equation | |
04:53 | ইয়াক সমাধান কৰিবলৈ স্ক্ৰীণত দেখুওৱাৰ quadratic formula আমি ব্যৱহাৰ কৰিব পাৰো| |
04:59 | ইয়াত ‘a’ হৈছে সংখ্যাটোৰ x বৰ্গফলৰ সহগ, ‘b’ হৈছে x সংখ্যাৰ সহগ আৰু ‘c’ হৈছে ধ্ৰুৱক| |
05:11 | আমি সমীকৰণটো a-ৰ ঠাইত ১, b-ৰ ঠাইত -৭ আৰু c-ৰ ঠাইত ৩ ব্যৱহাৰ কৰি সমাধা কৰিব পাৰো| |
05:23 | গতিকে, প্ৰথমে আমি সমাধান কৰিব খোজা quadratic equation-টোৰ mark up-টো লিখি উলিওৱা যাওক| |
05:30 | প্ৰথমে আমি Insert>Object>Formula মেন্যুৰ পৰা Math-ক কল কৰিম| |
05:39 | Format Editor Window-ত, আমি mark up-টো এনেদৰে টাইপ কৰিম: |
05:46 | x squared minus 7 x যোগ 3 = 0 |
05:53 | পঠনযোগ্যতা বঢ়াবলৈ খালী লাইন দিবলৈ দুদাল নতুন লাইন লিখা যাওক| |
06:01 | Enter দবাওক আৰু ‘Quadratic Formula’ টাইপ কৰক: Enter দবাওক |
06:07 | কঠিন সূত্ৰ এটা ইয়াৰ আটাইতকৈ ভিতৰত থকা উপাদান সমূহৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ সূত্ৰটো ভাঙি পেলোৱাটো এটা ভাল অভ্যাস| |
06:16 | আৰু তাৰ পাছত আমি এই উপাদান সমূহ ব্যৱহাৰ কৰি আমাৰ কাম আগবঢ়াব পাৰো| |
06:21 | সেয়ে আমি প্ৰথমে আটাইতকৈ ভিতৰৰ square root function-টো লিখি উলিয়াম| |
06:27 | আৰু curly bracketsৰ মাজত mark up-টো হৈছে ‘square root of b squared - 4ac’ | |
06:37 | ইয়াৰ পাছত, উপৰৰ সমীকৰণটোত মাজু বন্ধনিৰ মাজত আমি ‘minus b plus or minus’ যোগ কৰিম| |
06:48 | আৰু এযোৰ মাজু বন্ধনি ব্যৱহাৰ কৰি আমি উপৰৰ বিন্যাসটো লব কৰি পেলাম| |
06:57 | বিন্যাসটোত ‘over 2a’ যোগ কৰক| |
07:02 | আৰু অৱশেষত ‘x equals’ আৰম্ভণিত যোগ দিয়ক |
07:08 | ‘equal to’ চিহ্নক আৱৰি দুটা দীঘল খালী ঠাইৰ হৈতে| |
07:13 | আৰু সেইটোৱেই হৈছে quadratic সূত্ৰ| |
07:16 | এই ধৰণে আমি জটিল সূত্ৰ এটা ভাঙি পেলাব পাৰো আৰু সিহঁতক এটা এটা অংশকৈ গঢ়িব পাৰো| |
07:22 | ইয়াৰ পিছত Formula Editor ৱিণ্ড’ খনত তলত দিয়া ধৰণে বাকী থকা পাঠ সমূহ যোগ দিও আহক| |
07:29 | এডাল নতুন ৰেখাৰ পাছত টাইপ কৰক ‘Where ‘a’ is the coefficient of the x squared term, b is the coefficient of the x term, c is the constant’ | |
07:43 | আৰু দুডাল নতুন ৰেখাৰ পাছত টাইপ কৰক: ‘We can solve the equation by substituting 1 for a, -7 for b, 3 for c’| |
07:59 | গতিকে প্ৰতিকল্প প্ৰতিষ্ঠাপনৰ পাছত স্ক্ৰীণত দেখুওৱাৰ দৰে mark up-টো দেখা যাব: |
08:05 | গতিকে আমি সমীকৰণ্টোত সংখ্যাবিলাকক বন্ধনি ব্যৱহাৰ কৰি সলনি কৰিলো| |
08:12 | ঠিক তেনে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো: |
08:15 | উপৰৰ quadratic equation সমীকৰণটো সমাধান কৰিবলৈ বাকী থকা পদক্ষেপ কেইটা সম্পূৰ্ণ কৰক| |
08:20 | দুয়ুটা ফল বেলেগে বেলেগে প্ৰদৰ্শন কৰক| |
08:23 | এলাইনমেন্ট আৰু স্পেচিং ব্যৱহাৰ কৰি পদক্ষেপ সমূহ ফৰমেট কৰক| |
08:28 | দীঘল খালী ঠাই আৰু নতুন ৰেখা যেতিয়াই প্ৰয়োজন হয় যোগ কৰক| |
08:33 | এই সূত্ৰটো লিখক: ’pi is similar or equal to 3.14159’ |
08:43 | This brings us to the end of this tutorial on Greek Characters, Brackets and Equations in LibreOffice Math. |
08:42 | এইখিনিতে আমাৰ LibreOffice Math-ত Greek আখৰ, বন্ধনি আৰু সমীকৰণ বিষয়ক টিউট’ৰিয়েলৰ অন্ত পৰিছে| |
08:52 | চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো: |
08:56 | Greek আখৰৰ ব্যৱহাৰ যেনে alpha, beta, theta and pi |
09:01 | Using Brackets Writing Steps to solve a Quadratic Equation সমাধান কৰিবলৈ Brackets Writing Steps-ৰ ব্যৱহাৰ| |
09:07 | Spoken Tutorial Project হৈছে Talk to a Teacher project-ৰ অংশ, |
09:12 | যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে| |
09:19 | This project is co-ordinated by http://spoken-tutorial.org. |
09:20 | এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org-এ |
09:24 | এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro. |
09:29 | এই পাঠত Priya Suresh, DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া Ria DesiCrew solutions-এ এই পাঠৰ ইমানতে সামৰণি মাৰিছো| |
09:38 | অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ| |