Moodle-Learning-Management-System/C2/Quiz-in-Moodle/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Moodle ত Quiz ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম :
Moodle ত Quiz এটা বনাবলৈ আৰু Question bank ৰ পৰা Quiz ত প্ৰশ্নসমূহ ব্যৱ্হাৰ কৰিবলৈ |
00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04,
Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা, Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:40 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
00:48 | এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে
আৰু আপোনাক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিছে |
00:59 | ই লগতে ধৰে যে আপোনাৰ কৌৰ্চৰ বাবে question bank ত আপুনি কিছু প্ৰশ্ন যোগ কৰিলে ।
যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
01:12 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতত ল’গিন কৰক |
01:18 | বাওঁফালে navigation মেনুত, Calculus course ক্লিক কৰক |
01:22 | ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On ক্লিক কৰক |
01:29 | Basic Calculus চেকচনৰ তলত সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক |
01:37 | তললৈ স্ক্ৰ’ল কৰক আৰু এক্তিভিতি বচাত Quiz বাচক |
01:42 | এক্তিভিতি বচাৰ তলত Add বুটামত ক্লিক কৰক |
01:47 | Name ফিল্দত, মই লিখিম Quiz 1 - Evolutes and involutes |
01:54 | তেতিয়া Description field ত, মই দেখুৱা দৰে টেকস্ত লিখিম |
02:00 | Display description on course page চেকবক্সত চেক কৰক । ইয়াৰ পাছ্ত, আমি Timing চেকচনক প্ৰসাৰিত কৰিম |
02:09 | আৰু Open the quiz, Close the quiz আৰু Time limit ৰ বাবে চেক-বক্সক সক্ৰিয় কৰিম |
02:17 | ই প্ৰদত্ত তাৰিখত এটা নিৰ্দিষ্ট সময়ৰ বাবে কুইজক খুলিব আৰু বন্ধ কৰিব |
02:25 | আপোনাৰ প্ৰয়োজন অনুসৰি তাৰিখ আৰু সময়ক চেত কৰক । মই তাক ইয়াত দৰ্শিত ধৰণে চেত কৰিছো |
02:32 | তেতিয়া মই সময়ৰ সীমা ১০ মিনিট হিচাবে চেত কৰিম |
02:37 | When time expires field ত ৩টা অপচন আছে । আপোনাৰ কুইজৰ বাবে উপযুক্ত এটাক বাচক |
02:47 | মই Open attempts are submitted automatically বাচিম । গতিকে যদি ষ্টুদেন্তে চাবমিত কৰিবলৈ অসমৰ্থ হয়, কুইজ ১০ মিনিটৰ পাছত স্বয়ংক্ৰিয়্ভাবে চাবমিত হ’ব |
03:01 | এতিয়া, আহক Grade চেকচনক প্ৰসাৰিত কৰো |
03:05 | Grade to pass field ত, মই passing grade হিচাবে 2 লিখিম । ই বুজায় ষ্টুদেন্তক এই কুইজ পাচ কৰিবলৈ সৰ্বনিম্ন ২ নম্বৰ লাগিব |
03:18 | Attempts allowed ফিল্দত, মই 1 বাচিম । যদি আমি এটা উচ্চ নাম্বাৰ বাচো, ষ্টুদেন্তে একেটা কুইজক বহুবাৰ চেষ্টা কৰিব পাৰিব |
03:32 | মন কৰিব যে Grading method দ্ৰপদাউন নিস্ক্ৰিয় আছে |
03:37 | ই মাত্ৰ সক্ৰিয় হয় যেতিয়া এটাতকৈ অধিক চেষ্টাক অনুমতি দিয়া হয় । শিক্ষকে তেতিয়া কোনটো চেষ্টাক গ্ৰেদ দিব তাক বাচিব পাৰে |
03:47 | এতিয়া Layout চেকচনক প্ৰসাৰিত কৰক । ইয়াত, কুইজৰ বিন্যাসক সূচীত কৰিবলৈ অপচনচ আছে |
03:56 | দিফল্টভাবে, New page field দ্ৰপদাউনত, Every question অপচন নিৰ্বাচিত হৈছে |
04:04 | সকলো অপচন চাবলৈ New page field দ্ৰপদাউনত ক্লিক কৰক |
04:09 | মই Every 2 questions অপচন বাচিম । আপুনি নিজৰ পচন্দ অনুসৰি যিকোনো অপচন বাচিব পাৰে |
04:17 | পাছত আমি Question behaviour চেকচনক প্ৰসাৰিত কৰিম |
04:22 | Shuffle within questions দ্ৰপদাউনৰ বাবে Yes বাচক |
04:27 | তেনে কৰিলে, প্ৰতিটো প্ৰশ্নত থকা সকলো অপচনচ মিশ্ৰিত হ’ব |
04:33 | গতিকে, প্ৰতিটো ষ্টুদেন্তে তেওঁলোকৰ কুইজত প্ৰশ্ন আৰু অপচনৰ এটা ভিন্ন ব্যৱস্থা দেখিব |
04:40 | How questions behave দ্ৰপ-দাউনৰ বাবে হেল্প আইকণত ক্লিক কৰক আৰু সবিশেষ পঢ়ক |
04:47 | মই ইয়াত Deferred feedback অপচন হিচাবে ৰাখিম । গতিকে মোৰ ষ্টুদেন্তে তেওঁলোকৰ চেষ্টা চাবমিত কৰাৰ পাছতহে মতামত দেখিব |
04:57 | পাছত, Overall feedback চেকচনত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ |
05:02 | Overall feedback হৈছে কুইজ চাবমিত কৰাৰ আৰু নিজে গ্ৰেদ কৰাৰ পাছত ষ্টুদেন্তলৈ দৰ্শিত হোৱা টেকস্ত |
05:10 | ষ্টুদেন্তে পোৱা গ্ৰেদৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষকে বিভিন্ন feedback দিব পাৰে |
05:17 | মই লিখিম Excellent performance feedback হিচাবে grade boundary 100% ৰ বাবে |
05:25 | 50% আৰু 100% ৰ মাজত স্ক’ৰ কৰা ষ্টুদেন্তে "Excellent performance" বাৰ্তাটো দেখিব |
05:33 | আৰু You need to work harder হৈছে grade boundary 50% ৰ বাবে feedback |
05:40 | 0% আৰু 49.99% ৰ মাজত স্ক’ৰ কৰা ষ্টুদেন্তে "You need to work harder" দেখিব |
05:49 | এতিয়া, তললৈ স্ক্ৰ’ল কৰক আৰু Activity completion চেকচনত ক্লিক কৰক |
05:54 | Completion Tracking field ৰ বাবে দ্ৰপদাউনত ক্লিক কৰক । অপচন বাচক Show activity as complete when conditions are met |
06:05 | Require grade আৰু Require passing grade ৰ বাবে চেকবক্সত চেক কৰক |
06:13 | শেষত, পৃষ্ঠাটোৰ তলত Save and display বুটামত ক্লিক কৰক |
06:20 | আমি দিয়া কুইজ টাইটলৰ সৈতে আমাক এটা নতুন পৃষ্ঠালৈ অনা হ’ল । আগতে দিয়া সকলো সবিশেষ ইয়াত দৰ্শিত হোৱাক পঢ়ক আৰু ভেৰিফাই কৰক |
06:31 | ইয়াত আপুনি এটা বাৰ্তা দৰ্শিত হোৱা দেখিব পাৰে - No questions have been added yet |
06:38 | কুইজলৈ প্ৰশ্ন যোগ কৰিবলৈ, Edit quiz বুটামত ক্লিক কৰক |
06:44 | ওপৰত সোঁফালে, Maximum grade 4 হিচাবে লিখক |
06:50 | কুইজ চেকচনৰ বাওঁফালে থকা পেঞ্চিল আইকণে আমাক এই কুইজৰ হেদিংগ এদিত কৰিবলৈ অনুমতি দিয়ে । ই সহায়ক হয় যেতিয়া কুইজত বহুতো চেকচন থাকে |
07:03 | মই Section 1 লিখিম আৰু এন্টাৰ টিপিম |
07:08 | তেতিয়া সোঁফালে Shuffle চেকবক্স চেক কৰক । ই নিশ্বিত কৰিব যে প্ৰতিবাৰ কুইজ চেষ্টা কৰোতে প্ৰশ্নসমূহ মিশ্ৰিত হয় |
07:20 | Shuffle চেকবক্সৰ তলত Add লিংকত ক্লিক কৰক |
07:25 | ইয়াত ৩টা অপচন আছে:
a new question from question bank a random question |
07:34 | নাম অনুসৰি, a new question লিংকে আমাক নতুন প্ৰশ্ন এটা যোগ কৰিবলৈ দিয়ে । গতিকে, মই এই অপচনক নাবাচো |
07:44 | from question bank লিংকত ক্লিক কৰক |
07:48 | প’প-আপ উইন্দ’ এখন আহে । এই অপচন ব্যৱহৃত হয় যেতিয়া আপুনি প্ৰতিটো ষ্টুদেন্তৰ বাবে প্ৰশ্নৰ এটা নিৰ্দিষ্ট চেত বিচাৰে |
07:58 | নিৰ্বাচিত category টো সেই কৌৰ্চৰ বাবে দিফল্ট category হ’ব |
08:04 | Also show questions from subcategories অপচন দিফল্টভাবে নিৰ্বাচিত হয় |
08:12 | Also show old questions এ আগৰ কুইজত ব্যৱ্হাৰ হোৱা প্ৰশ্নসমূহ দেখায় |
08:19 | আপুনি যোগ কৰিব বিচৰা প্ৰশ্নসমূহ বাচিব পাৰে, মই এতিয়া কৰাৰ দৰে আৰু তেতিয়া তলত Add selected questions to the quiz বুটামত ক্লিক কৰক |
08:32 | তথাপি, মই তাক নকৰো । ওপৰত সোঁফালে থকা X আইকণত ক্লিক কৰি মই এই উইন্দ’ বন্ধ কৰিম |
08:40 | Shuffle ৰ তলত Add লিংকত পুনৰ ক্লিক কৰক । a random question লিংকত ক্লিক কৰক । আন এটা প’প-আপ উইন্দ’ আহিছে |
08:51 | এই অপচনৰ সৈতে, প্ৰতিটো ষ্টুদেন্তে প্ৰশ্নৰ এটা ভিন্ন চেত দেখিব । আৰু কুইজটো চেষ্টা কৰোতে উত্তৰসমূহ আলোচনা কৰাটো তেওঁলোকৰ বাবে কঠিন হ’ব |
09:03 | Random question from an existing category ৰ ভিতৰত, মই category Evolutes হিচাবে বাচিম |
09:11 | Number of random questions ত, মই 2 বাচিম |
09:16 | তেতিয়া এই দ্ৰপদাউনৰ তলত Add random question বুটামত ক্লিক কৰক |
09:23 | Evolutes category ৰ পৰা ২টা ৰেন্দম প্ৰশ্ন এই কুইজত যোগ কৰা হ’ল |
09:29 | পুনৰ এবাৰ তলত সোঁফালে Add লিংকত ক্লিক কৰক |
09:34 | a random question লিংকত ক্লিক কৰক । category Involutes হিচাবে আৰু Number of random questions 2 হিচাবে বাচক |
09:44 | তেতিয়া Add random question বুটামত ক্লিক কৰক |
09:48 | আৰু ২টা প্ৰশ্ন এই কুইজত যোগ কৰা হ’ল, দুয়োটা Involutes ৰ পৰা |
09:55 | মন কৰিব যে কুইজটো স্বয়ংক্ৰিয়ভাবে ২টা পৃষ্ঠাত ভগোৱা হৈছে । কাৰণ আমি Quiz Settings ত আগতে এই অপচনক দিছিলো |
10:07 | একেবাৰে সোঁফালে দ্বিতীয় প্ৰশ্নটোৰ তলত এদ লিংকত ক্লিক কৰক |
10:13 | a new section heading লিংকত ক্লিক কৰক |
10:18 | heading টোৰ নামটো এদিত কৰিবলৈ পেঞ্চিল আইকণত ক্লিক কৰক |
10:23 | মই Section 2 লিখিম আৰু এন্টাৰ টিপিম |
10:27 | কুইজটো ছেভ কৰিবলৈ, ওপৰত সোঁফালে Save বুটামত ক্লিক কৰক |
10:32 | প্ৰতিটো কুইজৰ প্ৰশ্নৰ সোঁফালে ২টা আইকণ আছে: Preview question আৰু Delete । এইবোৰ স্ব-ব্যাখ্যামূলক |
10:43 | Delete question এ কুইজৰ পৰা এই প্ৰশ্নক দিলিত কৰিব । কিন্তু প্ৰশ্নটো এতিয়াওঁ কুৱেচন বেংকত উপলদ্ধ হ’ব |
10:51 | breadcrumbs ত কুইজৰ নামত ক্লিক কৰক |
10:56 | সোঁফালে gear menu ত Preview quiz বুটামত ক্লিক কৰক |
11:02 | ই কনফাৰমেচন উইন্দ’ এখন খোলে । ই ষ্টুদেন্তক জনাই যে কুইজৰ সময় সীমাবদ্ধ আৰু তেওঁলোকৰ Start বা Cancel কৰাৰ অপচন আছে |
11:14 | মই Start attempt বুটামত ক্লিক কৰিম |
11:18 | স্ক্ৰিণৰ সোঁফালে, Quiz navigation block আছে |
11:23 | ই টাইমাৰ সহ চেকচন-ভিত্তিক প্ৰশ্নসমূহ দেখুৱায় |
11:29 | লগতে এই ফিল্দৰ পৰা পোনপটীয়াকৈ প্ৰশ্নটো এদিত কৰিবলৈ এটা অপচন আছে |
11:35 | navigation block ত মই Finish attempt লিংকত ক্লিক কৰিম |
11:40 | প্ৰতিটো প্ৰশ্নৰ ষ্টেতাচটো প্ৰশ্নৰ নামৰ কাষত দৰ্শিত হৈছে |
11:45 | পৃষ্ঠাটোৰ তলত Submit all and finish বুটামত ক্লিক কৰক |
11:51 | কনফাৰমেচন প’প-আপত Submit all and finish বুটামত পুনৰ ক্লিক কৰক |
11:58 | মন কৰক যে grade, overall feedback আৰু প্ৰশ্ন সংক্ৰান্তিয় feedback সকলো ইয়াত দৰ্শিত হৈছে |
12:06 | তললৈ স্ক্ৰ’ল কৰক আৰু Finish review লিংকত ক্লিক কৰক |
12:11 | আমি Quiz summary পৃষ্ঠাটোলৈ ঘূৰি আহিলো |
12:15 | পৃষ্ঠাটোৰ ওপৰত সোঁফালে gear icon ত ক্লিক কৰক । Edit quiz লিংকত ক্লিক কৰক । আপুনি quiz ৰ পৰা প্ৰশ্ন যোগ কৰিব বা আতৰাব পাৰে |
12:28 | তথাপি, ইয়াক মাত্ৰ কুইজক কোনো ষ্টুদেন্তে চেষ্টা কৰাৰ আগতেহে কৰিব পাৰি |
12:35 | আনকি যদি এজন ষ্টুদেন্তে কুইজ চেষ্টা কৰিলে, কুইজ লক হৈ যায় । প্ৰশ্নসমূহ তথাপিওঁ প্ৰয়োজন অনুসৰি এদিত বা যোগ কৰিব পাৰি |
12:47 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
12:53 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
Moodle ত Quiz এটা বনাবলৈ Question bank ৰ পৰা Quiz ত প্ৰশ্নসমূহ ব্যৱ্হাৰ কৰিবলৈ |
13:03 | আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।
সমাধানৰ বাবে নতুন কুইজ এটা যোগ কৰক সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক |
13:16 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
13:25 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
13:34 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
13:38 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
13:52 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো |
14:03 | সংযোগ কৰাৰ বাবে ধন্যবাদ |