Moodle-Learning-Management-System/C2/Quiz-in-Moodle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 MoodleQuiz ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম :

MoodleQuiz এটা বনাবলৈ আৰু

Question bank ৰ পৰা Quiz ত প্ৰশ্নসমূহ ব্যৱ্হাৰ কৰিবলৈ

00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04,

Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,

Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে

00:40 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:48 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে

আৰু আপোনাক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিছে

00:59 ই লগতে ধৰে যে আপোনাৰ কৌৰ্চৰ বাবে question bank ত আপুনি কিছু প্ৰশ্ন যোগ কৰিলে ।

যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক

01:12 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতত ল’গিন কৰক
01:18 বাওঁফালে navigation মেনুত, Calculus course ক্লিক কৰক
01:22 ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On ক্লিক কৰক
01:29 Basic Calculus চেকচনৰ তলত সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক
01:37 তললৈ স্ক্ৰ’ল কৰক আৰু এক্তিভিতি বচাত Quiz বাচক
01:42 এক্তিভিতি বচাৰ তলত Add বুটামত ক্লিক কৰক
01:47 Name ফিল্দত, মই লিখিম Quiz 1 - Evolutes and involutes
01:54 তেতিয়া Description field ত, মই দেখুৱা দৰে টেকস্ত লিখিম
02:00 Display description on course page চেকবক্সত চেক কৰক । ইয়াৰ পাছ্ত, আমি Timing চেকচনক প্ৰসাৰিত কৰিম
02:09 আৰু Open the quiz, Close the quiz আৰু Time limit ৰ বাবে চেক-বক্সক সক্ৰিয় কৰিম
02:17 ই প্ৰদত্ত তাৰিখত এটা নিৰ্দিষ্ট সময়ৰ বাবে কুইজক খুলিব আৰু বন্ধ কৰিব
02:25 আপোনাৰ প্ৰয়োজন অনুসৰি তাৰিখ আৰু সময়ক চেত কৰক । মই তাক ইয়াত দৰ্শিত ধৰণে চেত কৰিছো
02:32 তেতিয়া মই সময়ৰ সীমা ১০ মিনিট হিচাবে চেত কৰিম
02:37 When time expires field ত ৩টা অপচন আছে । আপোনাৰ কুইজৰ বাবে উপযুক্ত এটাক বাচক
02:47 মই Open attempts are submitted automatically বাচিম । গতিকে যদি ষ্টুদেন্তে চাবমিত কৰিবলৈ অসমৰ্থ হয়, কুইজ ১০ মিনিটৰ পাছত স্বয়ংক্ৰিয়্ভাবে চাবমিত হ’ব
03:01 এতিয়া, আহক Grade চেকচনক প্ৰসাৰিত কৰো
03:05 Grade to pass field ত, মই passing grade হিচাবে 2 লিখিম । ই বুজায় ষ্টুদেন্তক এই কুইজ পাচ কৰিবলৈ সৰ্বনিম্ন ২ নম্বৰ লাগিব
03:18 Attempts allowed ফিল্দত, মই 1 বাচিম । যদি আমি এটা উচ্চ নাম্বাৰ বাচো, ষ্টুদেন্তে একেটা কুইজক বহুবাৰ চেষ্টা কৰিব পাৰিব
03:32 মন কৰিব যে Grading method দ্ৰপদাউন নিস্ক্ৰিয় আছে
03:37 ই মাত্ৰ সক্ৰিয় হয় যেতিয়া এটাতকৈ অধিক চেষ্টাক অনুমতি দিয়া হয় । শিক্ষকে তেতিয়া কোনটো চেষ্টাক গ্ৰেদ দিব তাক বাচিব পাৰে
03:47 এতিয়া Layout চেকচনক প্ৰসাৰিত কৰক । ইয়াত, কুইজৰ বিন্যাসক সূচীত কৰিবলৈ অপচনচ আছে
03:56 দিফল্টভাবে, New page field দ্ৰপদাউনত, Every question অপচন নিৰ্বাচিত হৈছে
04:04 সকলো অপচন চাবলৈ New page field দ্ৰপদাউনত ক্লিক কৰক
04:09 মই Every 2 questions অপচন বাচিম । আপুনি নিজৰ পচন্দ অনুসৰি যিকোনো অপচন বাচিব পাৰে
04:17 পাছত আমি Question behaviour চেকচনক প্ৰসাৰিত কৰিম
04:22 Shuffle within questions দ্ৰপদাউনৰ বাবে Yes বাচক
04:27 তেনে কৰিলে, প্ৰতিটো প্ৰশ্নত থকা সকলো অপচনচ মিশ্ৰিত হ’ব
04:33 গতিকে, প্ৰতিটো ষ্টুদেন্তে তেওঁলোকৰ কুইজত প্ৰশ্ন আৰু অপচনৰ এটা ভিন্ন ব্যৱস্থা দেখিব
04:40 How questions behave দ্ৰপ-দাউনৰ বাবে হেল্প আইকণত ক্লিক কৰক আৰু সবিশেষ পঢ়ক
04:47 মই ইয়াত Deferred feedback অপচন হিচাবে ৰাখিম । গতিকে মোৰ ষ্টুদেন্তে তেওঁলোকৰ চেষ্টা চাবমিত কৰাৰ পাছতহে মতামত দেখিব
04:57 পাছত, Overall feedback চেকচনত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ
05:02 Overall feedback হৈছে কুইজ চাবমিত কৰাৰ আৰু নিজে গ্ৰেদ কৰাৰ পাছত ষ্টুদেন্তলৈ দৰ্শিত হোৱা টেকস্ত
05:10 ষ্টুদেন্তে পোৱা গ্ৰেদৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষকে বিভিন্ন feedback দিব পাৰে
05:17 মই লিখিম Excellent performance feedback হিচাবে grade boundary 100% ৰ বাবে
05:25 50% আৰু 100% ৰ মাজত স্ক’ৰ কৰা ষ্টুদেন্তে "Excellent performance" বাৰ্তাটো দেখিব
05:33 আৰু You need to work harder হৈছে grade boundary 50% ৰ বাবে feedback
05:40 0% আৰু 49.99% ৰ মাজত স্ক’ৰ কৰা ষ্টুদেন্তে "You need to work harder" দেখিব
05:49 এতিয়া, তললৈ স্ক্ৰ’ল কৰক আৰু Activity completion চেকচনত ক্লিক কৰক
05:54 Completion Tracking field ৰ বাবে দ্ৰপদাউনত ক্লিক কৰক । অপচন বাচক Show activity as complete when conditions are met
06:05 Require grade আৰু Require passing grade ৰ বাবে চেকবক্সত চেক কৰক
06:13 শেষত, পৃষ্ঠাটোৰ তলত Save and display বুটামত ক্লিক কৰক
06:20 আমি দিয়া কুইজ টাইটলৰ সৈতে আমাক এটা নতুন পৃষ্ঠালৈ অনা হ’ল । আগতে দিয়া সকলো সবিশেষ ইয়াত দৰ্শিত হোৱাক পঢ়ক আৰু ভেৰিফাই কৰক
06:31 ইয়াত আপুনি এটা বাৰ্তা দৰ্শিত হোৱা দেখিব পাৰে - No questions have been added yet
06:38 কুইজলৈ প্ৰশ্ন যোগ কৰিবলৈ, Edit quiz বুটামত ক্লিক কৰক
06:44 ওপৰত সোঁফালে, Maximum grade 4 হিচাবে লিখক
06:50 কুইজ চেকচনৰ বাওঁফালে থকা পেঞ্চিল আইকণে আমাক এই কুইজৰ হেদিংগ এদিত কৰিবলৈ অনুমতি দিয়ে । ই সহায়ক হয় যেতিয়া কুইজত বহুতো চেকচন থাকে
07:03 মই Section 1 লিখিম আৰু এন্টাৰ টিপিম
07:08 তেতিয়া সোঁফালে Shuffle চেকবক্স চেক কৰক । ই নিশ্বিত কৰিব যে প্ৰতিবাৰ কুইজ চেষ্টা কৰোতে প্ৰশ্নসমূহ মিশ্ৰিত হয়
07:20 Shuffle চেকবক্সৰ তলত Add লিংকত ক্লিক কৰক
07:25 ইয়াত ৩টা অপচন আছে:

a new question

from question bank

a random question

07:34 নাম অনুসৰি, a new question লিংকে আমাক নতুন প্ৰশ্ন এটা যোগ কৰিবলৈ দিয়ে । গতিকে, মই এই অপচনক নাবাচো
07:44 from question bank লিংকত ক্লিক কৰক
07:48 প’প-আপ উইন্দ’ এখন আহে । এই অপচন ব্যৱহৃত হয় যেতিয়া আপুনি প্ৰতিটো ষ্টুদেন্তৰ বাবে প্ৰশ্নৰ এটা নিৰ্দিষ্ট চেত বিচাৰে
07:58 নিৰ্বাচিত category টো সেই কৌৰ্চৰ বাবে দিফল্ট category হ’ব
08:04 Also show questions from subcategories অপচন দিফল্টভাবে নিৰ্বাচিত হয়
08:12 Also show old questions এ আগৰ কুইজত ব্যৱ্হাৰ হোৱা প্ৰশ্নসমূহ দেখায়
08:19 আপুনি যোগ কৰিব বিচৰা প্ৰশ্নসমূহ বাচিব পাৰে, মই এতিয়া কৰাৰ দৰে আৰু তেতিয়া তলত Add selected questions to the quiz বুটামত ক্লিক কৰক
08:32 তথাপি, মই তাক নকৰো । ওপৰত সোঁফালে থকা X আইকণত ক্লিক কৰি মই এই উইন্দ’ বন্ধ কৰিম
08:40 Shuffle ৰ তলত Add লিংকত পুনৰ ক্লিক কৰক । a random question লিংকত ক্লিক কৰক । আন এটা প’প-আপ উইন্দ’ আহিছে
08:51 এই অপচনৰ সৈতে, প্ৰতিটো ষ্টুদেন্তে প্ৰশ্নৰ এটা ভিন্ন চেত দেখিব । আৰু কুইজটো চেষ্টা কৰোতে উত্তৰসমূহ আলোচনা কৰাটো তেওঁলোকৰ বাবে কঠিন হ’ব
09:03 Random question from an existing category ৰ ভিতৰত, মই category Evolutes হিচাবে বাচিম
09:11 Number of random questions ত, মই 2 বাচিম
09:16 তেতিয়া এই দ্ৰপদাউনৰ তলত Add random question বুটামত ক্লিক কৰক
09:23 Evolutes category ৰ পৰা ২টা ৰেন্দম প্ৰশ্ন এই কুইজত যোগ কৰা হ’ল
09:29 পুনৰ এবাৰ তলত সোঁফালে Add লিংকত ক্লিক কৰক
09:34 a random question লিংকত ক্লিক কৰক । category Involutes হিচাবে আৰু Number of random questions 2 হিচাবে বাচক
09:44 তেতিয়া Add random question বুটামত ক্লিক কৰক
09:48 আৰু ২টা প্ৰশ্ন এই কুইজত যোগ কৰা হ’ল, দুয়োটা Involutes ৰ পৰা
09:55 মন কৰিব যে কুইজটো স্বয়ংক্ৰিয়ভাবে ২টা পৃষ্ঠাত ভগোৱা হৈছে । কাৰণ আমি Quiz Settings ত আগতে এই অপচনক দিছিলো
10:07 একেবাৰে সোঁফালে দ্বিতীয় প্ৰশ্নটোৰ তলত এদ লিংকত ক্লিক কৰক
10:13 a new section heading লিংকত ক্লিক কৰক
10:18 heading টোৰ নামটো এদিত কৰিবলৈ পেঞ্চিল আইকণত ক্লিক কৰক
10:23 মই Section 2 লিখিম আৰু এন্টাৰ টিপিম
10:27 কুইজটো ছেভ কৰিবলৈ, ওপৰত সোঁফালে Save বুটামত ক্লিক কৰক
10:32 প্ৰতিটো কুইজৰ প্ৰশ্নৰ সোঁফালে ২টা আইকণ আছে: Preview question আৰু Delete । এইবোৰ স্ব-ব্যাখ্যামূলক
10:43 Delete question এ কুইজৰ পৰা এই প্ৰশ্নক দিলিত কৰিব । কিন্তু প্ৰশ্নটো এতিয়াওঁ কুৱেচন বেংকত উপলদ্ধ হ’ব
10:51 breadcrumbs ত কুইজৰ নামত ক্লিক কৰক
10:56 সোঁফালে gear menuPreview quiz বুটামত ক্লিক কৰক
11:02 ই কনফাৰমেচন উইন্দ’ এখন খোলে । ই ষ্টুদেন্তক জনাই যে কুইজৰ সময় সীমাবদ্ধ আৰু তেওঁলোকৰ Start বা Cancel কৰাৰ অপচন আছে
11:14 মই Start attempt বুটামত ক্লিক কৰিম
11:18 স্ক্ৰিণৰ সোঁফালে, Quiz navigation block আছে
11:23 ই টাইমাৰ সহ চেকচন-ভিত্তিক প্ৰশ্নসমূহ দেখুৱায়
11:29 লগতে এই ফিল্দৰ পৰা পোনপটীয়াকৈ প্ৰশ্নটো এদিত কৰিবলৈ এটা অপচন আছে
11:35 navigation block ত মই Finish attempt লিংকত ক্লিক কৰিম
11:40 প্ৰতিটো প্ৰশ্নৰ ষ্টেতাচটো প্ৰশ্নৰ নামৰ কাষত দৰ্শিত হৈছে
11:45 পৃষ্ঠাটোৰ তলত Submit all and finish বুটামত ক্লিক কৰক
11:51 কনফাৰমেচন প’প-আপত Submit all and finish বুটামত পুনৰ ক্লিক কৰক
11:58 মন কৰক যে grade, overall feedback আৰু প্ৰশ্ন সংক্ৰান্তিয় feedback সকলো ইয়াত দৰ্শিত হৈছে
12:06 তললৈ স্ক্ৰ’ল কৰক আৰু Finish review লিংকত ক্লিক কৰক
12:11 আমি Quiz summary পৃষ্ঠাটোলৈ ঘূৰি আহিলো
12:15 পৃষ্ঠাটোৰ ওপৰত সোঁফালে gear icon ত ক্লিক কৰক । Edit quiz লিংকত ক্লিক কৰক । আপুনি quiz ৰ পৰা প্ৰশ্ন যোগ কৰিব বা আতৰাব পাৰে
12:28 তথাপি, ইয়াক মাত্ৰ কুইজক কোনো ষ্টুদেন্তে চেষ্টা কৰাৰ আগতেহে কৰিব পাৰি
12:35 আনকি যদি এজন ষ্টুদেন্তে কুইজ চেষ্টা কৰিলে, কুইজ লক হৈ যায় । প্ৰশ্নসমূহ তথাপিওঁ প্ৰয়োজন অনুসৰি এদিত বা যোগ কৰিব পাৰি
12:47 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:53 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:

MoodleQuiz এটা বনাবলৈ

Question bank ৰ পৰা Quiz ত প্ৰশ্নসমূহ ব্যৱ্হাৰ কৰিবলৈ

13:03 আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।

সমাধানৰ বাবে নতুন কুইজ এটা যোগ কৰক

সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক

13:16 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:25 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:34 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:38 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
13:52 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো
14:03 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9