Moodle-Learning-Management-System/C2/Uploading-and-editing-resources-in-Moodle/Assamese

From Script | Spoken-Tutorial
Revision as of 09:55, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 MoodleUploading and Editing Resources স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলত, আমি শিকিম:

URL resource , Book resource আৰু Moodle ত ৰিচৌৰ্চসমূহ এদিত কৰিবলৈ

00:19 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04
00:25 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা
00:33 Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে

00:43 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:51 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ এটা Moodle website চেতাপ কৰিলে আৰু আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে
01:01 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ত এটা teacher login থাকিব লাগিব

administrator এ তেওঁলোকক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিব লাগিব

01:11 আৰু তেওঁলোকৰ সংগত কৌৰ্চৰ বাবে কিছু কৌৰ্চ মেতেৰিয়েল আপল’দ কৰিব লাগিব
01:16 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:22 এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি নিজৰ কৌৰ্চত ষ্টুদেন্ত এজন যোগ কৰিব লাগিব
01:28 ষ্টুদেন্ত এজন কেনেকৈ যোগ কৰিব লাগে তাক জানিবলৈ, Users in Moodle টিউট’ৰিয়েল চাওঁক
01:35 মই ইতিমধ্যে মোৰ কৌৰ্চত এজন ষ্টুদেন্ত, Priya Sinha যোগ কৰিলো
01:41 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতত এজন শিক্ষক হিচাবে ল’গিন কৰক
01:48 বাওঁফালে navigation মেনুত, Calculus course ত ক্লিক কৰক
01:53 আমি এই চিৰিজত আগতে এটা page resource আৰু এটা folder resource যোগ কৰিছিলো
02:00 আমি এতিয়া কিছু অতিৰিক্ত course material যোগ কৰিম ।

ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On

02:11 Basic Calculus section ৰ তলত সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক
02:19 ৰিচৌৰ্চসমূহৰ তালিকা এখনৰ সৈতে প’প-আপ এখন আহে । ইয়াক কোৱা হয় এক্তিভিতি চুজাৰ
02:26 তললৈ স্ক্ৰ’ল কৰক আৰু তালিকাৰ পৰা URL বাচক ।

সোঁফালে ৰিচৌৰ্চৰ বিষয়ে বিতং বিৱৰণ দেখা গৈছে

02:37 URL resource এটাৰ সৈতে, online resources লৈ লিংকচ যোগ কৰিব পাৰি
02:43 এইবোৰ হ’ব পাৰে documents, online videos, wiki pages, open educational resources, ইত্যাদি
02:52 এক্তিভিতি চুজাৰৰ তলত Add বুটামত ক্লিক কৰক
02:57 Name ফিল্দত, মই লিখিম Evolutes of basic curves
03:03 তেতিয়া External URL টেকস্তবক্সত, ইয়াত উল্লেখিত URL লিখক
03:10 Description টেকস্ত এৰিয়া হৈছে এটা অপচনেল ফিল্দ । মই ইয়াত দেখুৱা দৰে টেকস্ত লিখিম
03:17 এই টেকস্ত এৰিয়াৰ তলত Display description on course page চেকবক্সত ক্লিক কৰক
03:24 এতিয়া চেকচনটো প্ৰসাৰিত কৰিবলৈ Appearance ত ক্লিক কৰক
03:29 ইয়াত Display অপচনটো হৈছে, ভিদিঅটো কেনেকৈ দৰ্শিত হ’ব তাক নিৰ্ধাৰিত কৰিবলৈ
03:35 দ্ৰপদাউনত ৪টা অপচন আছে ।

Automatic অপচনে browser settings আৰু screen resolution ৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠ অপচনক বাচে

03:45 Embed এ কৌৰ্চৰ ভিতৰত নিজে ভিদিঅটো খোলে ।

Open এ একেখন উইন্দ’তে ইউজাৰক URL লৈ ৰিদাইৰেক্ত কৰে

03:55 In pop-up এ এখন নতুন প’প-আপ উইন্দ’ত ভিদিঅটো খোলে
04:00 যেতিয়া আপুনি In pop-up বাচে, Pop-up width আৰু Pop-up height অপচনচ, সক্ৰিয় হয় ।

আপুনি নিজৰ পচন্দ অনুসৰি মানসমূহ সলাব পাৰে

04:12 মই Display অপচন হিচাবে Embed বাচিম
04:17 তলত Activity completion section লৈ স্ক্ৰ’ল কৰক আৰু ইয়াত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ
04:24 এই চেকচনে শিক্ষকক সিদ্ধান্ত ল’বলৈ সহায় কৰে যে তেওঁ এক্তিভিতি এটা সম্পূৰ্ণ হোৱাক ট্ৰেক কৰিব বিচাৰে নেকি
04:32 Completion tracking ৰ ভিতৰত ৩টা অপচন আছে ।

ৰিচৌৰ্চৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি ট্ৰেকিং প্ৰক্ৰিয়াক স্থিৰ কৰিব পাৰে

04:41 মই ইয়াত তৃতীয় অপচনটো বাচিম আৰু Student must view this activity to complete it চেকবক্সত ক্লিক কৰিম
04:51 তললৈ স্ক্ৰ’ল কৰক আৰু তলত Save and return to course বুটামত ক্লিক কৰক
04:58 এক্তিভিতি নামৰ কাষত থকা চেকমাৰ্ক এটাই সূচীত কৰে যেতিয়া এক্তিভিতিটো সম্পূৰ্ণ হয়
05:05 আহক এতিয়া book resource এটা বনাওঁ । নাম অনুসৰি ইয়াত বহুতো পৃষ্ঠা, চেপতাৰচ আৰু চাবচেপতাৰচ থাকিব
05:16 ইয়াত লগতে মাল্টিমিদিয়া কন্তেন্ত থাকিব পাৰে
05:20 এতিয়া ব্ৰাউজাৰ উইন্দ’লৈ ঘূৰি যাওঁক
05:23 তলত Basic Calculus section ৰ সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক
05:30 তললৈ স্ক্ৰ’ল কৰক আৰু ৰিচৌৰ্চসমূহৰ তালিকাৰ পৰা Book বাচক
05:34 এক্তিভিতি চুজাৰৰ তলত Add বুটামত ক্লিক কৰক
05:39 Name ফিল্দত, লিখক Iterating evolutes and involutes
05:45 ইয়াত দেখুৱা দৰে বিৱৰণ লিখক
05:48 চেকচনটো প্ৰসাৰিত কৰিবলৈ Appearance ত ক্লিক কৰক
05:51 প্ৰথম অপচন হৈছে Chapter formatting

ই চেপতাৰচ আৰু চাবচেপতাৰচ আমি কেনেকৈ দেখিম তাক নিৰ্ধাৰিত কৰে

05:59 অপচনচ হৈছে স্ব-ব্যাখ্যামূলক । আপুনি বৰ্ণনা পঢ়িবলৈ দ্ৰপদাউনৰ আগত Help icon ত ক্লিক কৰিব পাৰে
06:08 মই ইয়াক Numbers ৰাখিম
06:11 পাছৰ অপচন হৈছে Style of navigation । ই নিৰ্ধাৰিত কৰে আমি আগৰ আৰু পাছৰ লিংকচ কেনেকৈ দেখাম
06:19 TOC হৈছে Table of Contents
06:23 যদি আমি Images বাচো, আগৰ আৰু পাছৰ এৰ’ হিচাবে দেখাব
06:29 Text এ নেভিগেচনত আগৰ আৰু পাছৰ চেপতাৰ দেখাব
06:34 আমাৰ লগতে অপচন আছে প্ৰতিটো চেপতাৰ নেভিগেচনত এটা কাষ্টম টাইটল দিবলৈ
06:40 ই তেতিয়া টেকস্ত হিচাবে দেখুওঁৱা চেপতাৰ নামক অভাৰৰাইদ কৰিব
06:45 মই Style of navigation হিচাবে টেকস্ত বাচিম
06:49 পাছত, Restrict Access চেকচনত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ ।

এই ৰিচৌৰ্চলৈ কাৰ এক্সেচ থাকিব তাক নিৰ্ধাৰিত কৰিবলৈ ই আমাক সহায় কৰে

06:59 দিফল্টভাবে, কোনো বাধা নাই । ই বুজায় এই কৌৰ্চত নিয়োজিত হোৱা সকলোৱে এই কিতাপখন চাব পাৰিব
07:08 মই Add restriction বুটামত ক্লিক কৰিম
07:12 ইয়াত কিছু অপচনচ আছে । আপুনি প্ৰতিটোৰে বিৱৰণক পঢ়িব পাৰে আৰু কোনটো বাধাক বাচিব তাক নিৰ্ধাৰিত কৰিব পাৰে
07:21 আমি আগতে বনোৱা URL resource ৰ বাবে এটা এক্তিভিতি সম্পূৰ্ণ কৰাৰ চৰ্ত দিম
07:27 আহক ষ্টুদেন্ত এজনে কিতাপখন সম্পূৰ্ণ হিচাবে মাৰ্ক নকৰা পৰ্যন্ত ইয়াৰ এক্সেচক বাধা দিওঁ
07:33 Activity completion ক্লিক কৰক । বাধাৰ বাবে আমি নিৰ্বাচিত কৰা অপচনৰ ওপৰত ভিত্তি কৰি, ইয়াত ফিল্দসমূহ ভিন্ন হ’ব
07:42 Activity completion দ্ৰপদাউনত Evolutes of basic curve বাচক ।

তেতিয়া চৰ্ত হিচাবে Must be marked complete বাচক

07:54 তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Save and display বুটামত ক্লিক কৰক
08:00 আমি এতিয়া এই কিতাপত চেপতাৰচ আৰু চাবচেপতাৰচ যোগ কৰিব পাৰো
08:05 Chapter title Introduction হিচাবে লিখক
08:09 Content Introduction to evolutes and involutes হিচাবে লিখক । কোনো লেকচাৰ ন’ত থাকিলে আপুনি ক’পি আৰু পেষ্ট কৰিব পাৰে
08:19 পৃষ্ঠাটোৰ তলত Save changes বুটামত ক্লিক কৰক
08:24 আপুনি এতিয়া এই চেপতাৰটো পৃষ্ঠাটোৰ মাজত চাব পাৰে আৰু সোঁফালে এখন table of contents আছে
08:32 Exit Book লিংকত ক্লিক কৰিলে, আমাক Calculus কৌৰ্চলৈ ঘূৰাই আনিব
08:38 মন কৰক Introduction চেপতাৰৰ তলত, Table of Contents ব্লকৰ সোঁফালে ৪টা আইকণ আছে
08:46 Edit, Delete, Hide আৰু Add new chapter
08:55 মই এতিয়া চাবচেপতাৰ এটা যোগ কৰিম । Add new chapter সূচীত কৰা plus icon ত ক্লিক কৰক ।

চেপতাৰচৰ দৰেই চাবচেপতাৰচ বনোৱা হয়

09:07 সিহঁতৰ এটা অতিৰিক্ত চেকবক্স থাকে সূচাবলৈ যে সিহঁত চাবচেপতাৰচ । এই চেকবক্সত ক্লিক কৰক
09:15 Chapter title Classical evolutes and involutes হিচাবে লিখক ।

ইয়াত দেখুৱা ধৰণে কন্তেন্ত ক’পি আৰু পেষ্ট কৰক

09:24 আপুনি IteratingEvolutesAndInvolutes.odt কিতাপৰ বাবে কন্তেন্তটো এই টিউট’ৰিয়েলৰ Code files ত পাব
09:31 পৃষ্ঠাটোৰ তলত Save changes বুটামত ক্লিক কৰক
09:37 আপুনি এতিয়া চাবচেপতাৰটো চাব পাৰে । লগতে আগৰ চেপতাৰৰ বাবে নেভিগেচনক মন কৰক
09:44 লক্ষ্য কৰক সোঁফালে আইকনচৰ কাষত এটা অতিৰিক্ত আইকণ আছে
09:49 আপ আৰু দাউন এৰ’চ হৈছে চেপতাৰ পুনৰ ক্ৰম কৰিবলৈ
09:54 আহক চাওঁ কি হয় যেতিয়া আমি এই চাবচেপতাৰক ওপৰলৈ নিওঁ । Up এৰ’ত ক্লিক কৰক
10:01 মন কৰক Introduction এতিয়া এটা চাবচেপ্তাৰৰ পৰিবৰ্তে দ্বিতীয় চেপতাৰ হৈছে
10:08 ইয়াক পুনৰ প্ৰথম চেপতাৰ হিচাবে মোভ কৰক
10:11 আমি কেনেকৈ Classical evolutes and involutes এটা চাবচেপতাৰ হিচাবে পুনৰ বনাম?

ইয়াক এদিত কৰিবলৈ টাইটলৰ তলত gear icon ত ক্লিক কৰক

10:21 এতিয়া Subchapter চেকবক্সত ক্লিক কৰক ইয়াক এটা চাবচেপতাৰ কৰিবলৈ
10:26 তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক
10:30 আহক পুনৰ Calculus কৌৰ্চলৈ ঘূৰি যাওঁ
10:34 আমাৰ এতিয়া Basic Calculus টপিকৰ বাবে নিম্ন ৰিচৌৰ্চসমূহ আছে
10:40 আমি এতিয়া দ্ৰাগ কৰি এই ৰিচৌৰ্চসমূহক পুনৰ ক্ৰম কৰিব পাৰো
10:45 মই Evolutes of Basic curves URL ৰিচৌৰ্চক, আন দুটাৰ ওপৰলৈ দ্ৰাগ কৰিম
10:52 প্ৰতিটো ৰিচৌৰ্চৰ সোঁফালে এটা এদিত লিংক আছে । ইয়াত ক্লিক কৰক
10:58 ৰিচৌৰ্চটোক edit, hide, duplicate আৰু delete কৰিবলৈ চেতিংগচ আছে । এইবোৰ স্ব-ব্যাখ্যামূলক
11:09 আৰু ২টা অন্য অপচন আছে: Move right আৰু Assign roles
11:14 Move right ত ক্লিক কৰক । ই ৰিচৌৰ্চক এটা সামান্য খাজঁ দিব
11:21 ই ৰিচৌৰ্চ এটাৰ দৃশ্যমান প্ৰদৰ্শনৰ বাবে সহায়ক হয় যি আন এটা ৰিচৌৰ্চৰ এটা অংশ হয়
11:28 মই এই ৰিচৌৰ্চটো ইয়াৰ প্ৰকৃত স্থানলৈ ঘূৰাই আনিবলৈ Move left ক্লিক কৰিম
11:34 আমি এতিয়া Moodle ৰ পৰা ল’গ আউত কৰিব পাৰো
11:38 মই এতিয়া ষ্টুদেন্ত Priya Sinha হিচাবে ল’গিন কৰিম
11:41 ষ্টুদেন্ত Priya Sinha ই এনেদৰেই পৃষ্ঠাটো দেখিব
11:46 মন কৰক completion বক্সক প্ৰথমবাৰ টিক কৰা নহয়
11:51 এই ৰিচৌৰ্চক সম্পূৰ্ণ হিচাবে মাৰ্ক কৰিবলৈ তেওঁ এই URL চাব লাগিব
11:56 আৰু URL resource সম্পূৰ্ণ বুলি মাৰ্ক নকৰা পৰ্যন্ত book resource ক্লিক কৰিব নোৱাৰি
12:02 মই Evolutes of basic curves resource ক্লিক কৰিম
12:07 এতিয়া breadcrumbCalculus লিংকত ক্লিক কৰক ।

ৰিচৌৰ্চ এতিয়া সম্পূৰ্ণ বুলি মাৰ্ক কৰা হ’ল আৰু কিতাপখন ষ্টুদেন্তলৈ উপলদ্ধ হ’ল

12:17 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:23 এই টিউট’ৰিয়েলত, আমি শিকিলো: URL resource , Book resource আৰু Moodle ত ৰিচৌৰ্চসমূহ এদিত কৰিবলৈ
12:34 আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।

আমি আগতে বনোৱা কিতাপখনত অধিক চেপতাৰ আৰু চাবচেপতাৰ যোগ কৰক

12:42 নিৰ্দেশ অনুসৰি সিহঁতক পুনৰ ক্ৰম কৰক ।

সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক

12:50 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:09 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:14 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
13:26 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9