Moodle-Learning-Management-System/C2/Uploading-and-editing-resources-in-Moodle/Assamese
| Time | Narration |
| 00:01 | Moodle ত Uploading and Editing Resources স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলত, আমি শিকিম:
URL resource , Book resource আৰু Moodle ত ৰিচৌৰ্চসমূহ এদিত কৰিবলৈ |
| 00:19 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04 |
| 00:25 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা |
| 00:33 | Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ
আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
| 00:43 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
| 00:51 | এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ এটা Moodle website চেতাপ কৰিলে আৰু আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে |
| 01:01 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ত এটা teacher login থাকিব লাগিব
administrator এ তেওঁলোকক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিব লাগিব |
| 01:11 | আৰু তেওঁলোকৰ সংগত কৌৰ্চৰ বাবে কিছু কৌৰ্চ মেতেৰিয়েল আপল’দ কৰিব লাগিব |
| 01:16 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
| 01:22 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি নিজৰ কৌৰ্চত ষ্টুদেন্ত এজন যোগ কৰিব লাগিব |
| 01:28 | ষ্টুদেন্ত এজন কেনেকৈ যোগ কৰিব লাগে তাক জানিবলৈ, Users in Moodle টিউট’ৰিয়েল চাওঁক |
| 01:35 | মই ইতিমধ্যে মোৰ কৌৰ্চত এজন ষ্টুদেন্ত, Priya Sinha যোগ কৰিলো |
| 01:41 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতত এজন শিক্ষক হিচাবে ল’গিন কৰক |
| 01:48 | বাওঁফালে navigation মেনুত, Calculus course ত ক্লিক কৰক |
| 01:53 | আমি এই চিৰিজত আগতে এটা page resource আৰু এটা folder resource যোগ কৰিছিলো |
| 02:00 | আমি এতিয়া কিছু অতিৰিক্ত course material যোগ কৰিম ।
ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On |
| 02:11 | Basic Calculus section ৰ তলত সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক |
| 02:19 | ৰিচৌৰ্চসমূহৰ তালিকা এখনৰ সৈতে প’প-আপ এখন আহে । ইয়াক কোৱা হয় এক্তিভিতি চুজাৰ |
| 02:26 | তললৈ স্ক্ৰ’ল কৰক আৰু তালিকাৰ পৰা URL বাচক ।
সোঁফালে ৰিচৌৰ্চৰ বিষয়ে বিতং বিৱৰণ দেখা গৈছে |
| 02:37 | URL resource এটাৰ সৈতে, online resources লৈ লিংকচ যোগ কৰিব পাৰি |
| 02:43 | এইবোৰ হ’ব পাৰে documents, online videos, wiki pages, open educational resources, ইত্যাদি |
| 02:52 | এক্তিভিতি চুজাৰৰ তলত Add বুটামত ক্লিক কৰক |
| 02:57 | Name ফিল্দত, মই লিখিম Evolutes of basic curves |
| 03:03 | তেতিয়া External URL টেকস্তবক্সত, ইয়াত উল্লেখিত URL লিখক |
| 03:10 | Description টেকস্ত এৰিয়া হৈছে এটা অপচনেল ফিল্দ । মই ইয়াত দেখুৱা দৰে টেকস্ত লিখিম |
| 03:17 | এই টেকস্ত এৰিয়াৰ তলত Display description on course page চেকবক্সত ক্লিক কৰক |
| 03:24 | এতিয়া চেকচনটো প্ৰসাৰিত কৰিবলৈ Appearance ত ক্লিক কৰক |
| 03:29 | ইয়াত Display অপচনটো হৈছে, ভিদিঅটো কেনেকৈ দৰ্শিত হ’ব তাক নিৰ্ধাৰিত কৰিবলৈ |
| 03:35 | দ্ৰপদাউনত ৪টা অপচন আছে ।
Automatic অপচনে browser settings আৰু screen resolution ৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠ অপচনক বাচে |
| 03:45 | Embed এ কৌৰ্চৰ ভিতৰত নিজে ভিদিঅটো খোলে ।
Open এ একেখন উইন্দ’তে ইউজাৰক URL লৈ ৰিদাইৰেক্ত কৰে |
| 03:55 | In pop-up এ এখন নতুন প’প-আপ উইন্দ’ত ভিদিঅটো খোলে |
| 04:00 | যেতিয়া আপুনি In pop-up বাচে, Pop-up width আৰু Pop-up height অপচনচ, সক্ৰিয় হয় ।
আপুনি নিজৰ পচন্দ অনুসৰি মানসমূহ সলাব পাৰে |
| 04:12 | মই Display অপচন হিচাবে Embed বাচিম |
| 04:17 | তলত Activity completion section লৈ স্ক্ৰ’ল কৰক আৰু ইয়াত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ |
| 04:24 | এই চেকচনে শিক্ষকক সিদ্ধান্ত ল’বলৈ সহায় কৰে যে তেওঁ এক্তিভিতি এটা সম্পূৰ্ণ হোৱাক ট্ৰেক কৰিব বিচাৰে নেকি |
| 04:32 | Completion tracking ৰ ভিতৰত ৩টা অপচন আছে ।
ৰিচৌৰ্চৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি ট্ৰেকিং প্ৰক্ৰিয়াক স্থিৰ কৰিব পাৰে |
| 04:41 | মই ইয়াত তৃতীয় অপচনটো বাচিম আৰু Student must view this activity to complete it চেকবক্সত ক্লিক কৰিম |
| 04:51 | তললৈ স্ক্ৰ’ল কৰক আৰু তলত Save and return to course বুটামত ক্লিক কৰক |
| 04:58 | এক্তিভিতি নামৰ কাষত থকা চেকমাৰ্ক এটাই সূচীত কৰে যেতিয়া এক্তিভিতিটো সম্পূৰ্ণ হয় |
| 05:05 | আহক এতিয়া book resource এটা বনাওঁ । নাম অনুসৰি ইয়াত বহুতো পৃষ্ঠা, চেপতাৰচ আৰু চাবচেপতাৰচ থাকিব |
| 05:16 | ইয়াত লগতে মাল্টিমিদিয়া কন্তেন্ত থাকিব পাৰে |
| 05:20 | এতিয়া ব্ৰাউজাৰ উইন্দ’লৈ ঘূৰি যাওঁক |
| 05:23 | তলত Basic Calculus section ৰ সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক |
| 05:30 | তললৈ স্ক্ৰ’ল কৰক আৰু ৰিচৌৰ্চসমূহৰ তালিকাৰ পৰা Book বাচক |
| 05:34 | এক্তিভিতি চুজাৰৰ তলত Add বুটামত ক্লিক কৰক |
| 05:39 | Name ফিল্দত, লিখক Iterating evolutes and involutes |
| 05:45 | ইয়াত দেখুৱা দৰে বিৱৰণ লিখক |
| 05:48 | চেকচনটো প্ৰসাৰিত কৰিবলৈ Appearance ত ক্লিক কৰক |
| 05:51 | প্ৰথম অপচন হৈছে Chapter formatting ।
ই চেপতাৰচ আৰু চাবচেপতাৰচ আমি কেনেকৈ দেখিম তাক নিৰ্ধাৰিত কৰে |
| 05:59 | অপচনচ হৈছে স্ব-ব্যাখ্যামূলক । আপুনি বৰ্ণনা পঢ়িবলৈ দ্ৰপদাউনৰ আগত Help icon ত ক্লিক কৰিব পাৰে |
| 06:08 | মই ইয়াক Numbers ৰাখিম |
| 06:11 | পাছৰ অপচন হৈছে Style of navigation । ই নিৰ্ধাৰিত কৰে আমি আগৰ আৰু পাছৰ লিংকচ কেনেকৈ দেখাম |
| 06:19 | TOC হৈছে Table of Contents |
| 06:23 | যদি আমি Images বাচো, আগৰ আৰু পাছৰ এৰ’ হিচাবে দেখাব |
| 06:29 | Text এ নেভিগেচনত আগৰ আৰু পাছৰ চেপতাৰ দেখাব |
| 06:34 | আমাৰ লগতে অপচন আছে প্ৰতিটো চেপতাৰ নেভিগেচনত এটা কাষ্টম টাইটল দিবলৈ |
| 06:40 | ই তেতিয়া টেকস্ত হিচাবে দেখুওঁৱা চেপতাৰ নামক অভাৰৰাইদ কৰিব |
| 06:45 | মই Style of navigation হিচাবে টেকস্ত বাচিম |
| 06:49 | পাছত, Restrict Access চেকচনত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ ।
এই ৰিচৌৰ্চলৈ কাৰ এক্সেচ থাকিব তাক নিৰ্ধাৰিত কৰিবলৈ ই আমাক সহায় কৰে |
| 06:59 | দিফল্টভাবে, কোনো বাধা নাই । ই বুজায় এই কৌৰ্চত নিয়োজিত হোৱা সকলোৱে এই কিতাপখন চাব পাৰিব |
| 07:08 | মই Add restriction বুটামত ক্লিক কৰিম |
| 07:12 | ইয়াত কিছু অপচনচ আছে । আপুনি প্ৰতিটোৰে বিৱৰণক পঢ়িব পাৰে আৰু কোনটো বাধাক বাচিব তাক নিৰ্ধাৰিত কৰিব পাৰে |
| 07:21 | আমি আগতে বনোৱা URL resource ৰ বাবে এটা এক্তিভিতি সম্পূৰ্ণ কৰাৰ চৰ্ত দিম |
| 07:27 | আহক ষ্টুদেন্ত এজনে কিতাপখন সম্পূৰ্ণ হিচাবে মাৰ্ক নকৰা পৰ্যন্ত ইয়াৰ এক্সেচক বাধা দিওঁ |
| 07:33 | Activity completion ক্লিক কৰক । বাধাৰ বাবে আমি নিৰ্বাচিত কৰা অপচনৰ ওপৰত ভিত্তি কৰি, ইয়াত ফিল্দসমূহ ভিন্ন হ’ব |
| 07:42 | Activity completion দ্ৰপদাউনত Evolutes of basic curve বাচক ।
তেতিয়া চৰ্ত হিচাবে Must be marked complete বাচক |
| 07:54 | তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Save and display বুটামত ক্লিক কৰক |
| 08:00 | আমি এতিয়া এই কিতাপত চেপতাৰচ আৰু চাবচেপতাৰচ যোগ কৰিব পাৰো |
| 08:05 | Chapter title Introduction হিচাবে লিখক |
| 08:09 | Content Introduction to evolutes and involutes হিচাবে লিখক । কোনো লেকচাৰ ন’ত থাকিলে আপুনি ক’পি আৰু পেষ্ট কৰিব পাৰে |
| 08:19 | পৃষ্ঠাটোৰ তলত Save changes বুটামত ক্লিক কৰক |
| 08:24 | আপুনি এতিয়া এই চেপতাৰটো পৃষ্ঠাটোৰ মাজত চাব পাৰে আৰু সোঁফালে এখন table of contents আছে |
| 08:32 | Exit Book লিংকত ক্লিক কৰিলে, আমাক Calculus কৌৰ্চলৈ ঘূৰাই আনিব |
| 08:38 | মন কৰক Introduction চেপতাৰৰ তলত, Table of Contents ব্লকৰ সোঁফালে ৪টা আইকণ আছে |
| 08:46 | Edit, Delete, Hide আৰু Add new chapter |
| 08:55 | মই এতিয়া চাবচেপতাৰ এটা যোগ কৰিম । Add new chapter সূচীত কৰা plus icon ত ক্লিক কৰক ।
চেপতাৰচৰ দৰেই চাবচেপতাৰচ বনোৱা হয় |
| 09:07 | সিহঁতৰ এটা অতিৰিক্ত চেকবক্স থাকে সূচাবলৈ যে সিহঁত চাবচেপতাৰচ । এই চেকবক্সত ক্লিক কৰক |
| 09:15 | Chapter title Classical evolutes and involutes হিচাবে লিখক ।
ইয়াত দেখুৱা ধৰণে কন্তেন্ত ক’পি আৰু পেষ্ট কৰক |
| 09:24 | আপুনি IteratingEvolutesAndInvolutes.odt কিতাপৰ বাবে কন্তেন্তটো এই টিউট’ৰিয়েলৰ Code files ত পাব |
| 09:31 | পৃষ্ঠাটোৰ তলত Save changes বুটামত ক্লিক কৰক |
| 09:37 | আপুনি এতিয়া চাবচেপতাৰটো চাব পাৰে । লগতে আগৰ চেপতাৰৰ বাবে নেভিগেচনক মন কৰক |
| 09:44 | লক্ষ্য কৰক সোঁফালে আইকনচৰ কাষত এটা অতিৰিক্ত আইকণ আছে |
| 09:49 | আপ আৰু দাউন এৰ’চ হৈছে চেপতাৰ পুনৰ ক্ৰম কৰিবলৈ |
| 09:54 | আহক চাওঁ কি হয় যেতিয়া আমি এই চাবচেপতাৰক ওপৰলৈ নিওঁ । Up এৰ’ত ক্লিক কৰক |
| 10:01 | মন কৰক Introduction এতিয়া এটা চাবচেপ্তাৰৰ পৰিবৰ্তে দ্বিতীয় চেপতাৰ হৈছে |
| 10:08 | ইয়াক পুনৰ প্ৰথম চেপতাৰ হিচাবে মোভ কৰক |
| 10:11 | আমি কেনেকৈ Classical evolutes and involutes এটা চাবচেপতাৰ হিচাবে পুনৰ বনাম?
ইয়াক এদিত কৰিবলৈ টাইটলৰ তলত gear icon ত ক্লিক কৰক |
| 10:21 | এতিয়া Subchapter চেকবক্সত ক্লিক কৰক ইয়াক এটা চাবচেপতাৰ কৰিবলৈ |
| 10:26 | তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক |
| 10:30 | আহক পুনৰ Calculus কৌৰ্চলৈ ঘূৰি যাওঁ |
| 10:34 | আমাৰ এতিয়া Basic Calculus টপিকৰ বাবে নিম্ন ৰিচৌৰ্চসমূহ আছে |
| 10:40 | আমি এতিয়া দ্ৰাগ কৰি এই ৰিচৌৰ্চসমূহক পুনৰ ক্ৰম কৰিব পাৰো |
| 10:45 | মই Evolutes of Basic curves URL ৰিচৌৰ্চক, আন দুটাৰ ওপৰলৈ দ্ৰাগ কৰিম |
| 10:52 | প্ৰতিটো ৰিচৌৰ্চৰ সোঁফালে এটা এদিত লিংক আছে । ইয়াত ক্লিক কৰক |
| 10:58 | ৰিচৌৰ্চটোক edit, hide, duplicate আৰু delete কৰিবলৈ চেতিংগচ আছে । এইবোৰ স্ব-ব্যাখ্যামূলক |
| 11:09 | আৰু ২টা অন্য অপচন আছে: Move right আৰু Assign roles |
| 11:14 | Move right ত ক্লিক কৰক । ই ৰিচৌৰ্চক এটা সামান্য খাজঁ দিব |
| 11:21 | ই ৰিচৌৰ্চ এটাৰ দৃশ্যমান প্ৰদৰ্শনৰ বাবে সহায়ক হয় যি আন এটা ৰিচৌৰ্চৰ এটা অংশ হয় |
| 11:28 | মই এই ৰিচৌৰ্চটো ইয়াৰ প্ৰকৃত স্থানলৈ ঘূৰাই আনিবলৈ Move left ক্লিক কৰিম |
| 11:34 | আমি এতিয়া Moodle ৰ পৰা ল’গ আউত কৰিব পাৰো |
| 11:38 | মই এতিয়া ষ্টুদেন্ত Priya Sinha হিচাবে ল’গিন কৰিম |
| 11:41 | ষ্টুদেন্ত Priya Sinha ই এনেদৰেই পৃষ্ঠাটো দেখিব |
| 11:46 | মন কৰক completion বক্সক প্ৰথমবাৰ টিক কৰা নহয় |
| 11:51 | এই ৰিচৌৰ্চক সম্পূৰ্ণ হিচাবে মাৰ্ক কৰিবলৈ তেওঁ এই URL চাব লাগিব |
| 11:56 | আৰু URL resource সম্পূৰ্ণ বুলি মাৰ্ক নকৰা পৰ্যন্ত book resource ক্লিক কৰিব নোৱাৰি |
| 12:02 | মই Evolutes of basic curves resource ক্লিক কৰিম |
| 12:07 | এতিয়া breadcrumb ত Calculus লিংকত ক্লিক কৰক ।
ৰিচৌৰ্চ এতিয়া সম্পূৰ্ণ বুলি মাৰ্ক কৰা হ’ল আৰু কিতাপখন ষ্টুদেন্তলৈ উপলদ্ধ হ’ল |
| 12:17 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 12:23 | এই টিউট’ৰিয়েলত, আমি শিকিলো: URL resource , Book resource আৰু Moodle ত ৰিচৌৰ্চসমূহ এদিত কৰিবলৈ |
| 12:34 | আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।
আমি আগতে বনোৱা কিতাপখনত অধিক চেপতাৰ আৰু চাবচেপতাৰ যোগ কৰক |
| 12:42 | নিৰ্দেশ অনুসৰি সিহঁতক পুনৰ ক্ৰম কৰক ।
সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক |
| 12:50 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 12:59 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 13:09 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 13:14 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 13:26 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |