Moodle-Learning-Management-System/C2/Courses-in-Moodle/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Courses in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম:
কৌৰ্চ এটা বনাবলৈ আৰু কৌৰ্চসমূহত একচনচ প্ৰদৰ্শন কৰিবলৈ |
00:16 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম: উবুন্তো লিনাক্স OS 16.04, |
00:24 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,
Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
00:38 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:42 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
00:50 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীয়ে Moodle ত categories বনাবলৈ জানিব লাগিব |
00:56 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
01:03 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle হ’মপেজটো খোলক । XAMPP service চলি থকাটো নিশ্বিত কৰক |
01:11 | আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ ব্যৱ্হাৰ কৰি ল’গিন কৰক |
01:16 | আমি এতিয়া এদমিন ড্যাচব’ৰ্দত আছো |
01:19 | বাওঁফালে নেভিগেচন মেনু খুলিবলৈ drawer মেনুত ক্লিক কৰক |
01:25 | বাওঁফালে, Site Administration ক্লিক কৰক |
01:29 | Courses টেবত আৰু পাছত Manage courses and categories ক্লিক কৰক |
01:36 | মন কৰিব যে আমাৰ ইয়াত মাত্ৰ এটা category আছে যি হৈছে Mathematics |
01:41 | আৰু দুটা subcategories: 1st Year Maths আৰু 2nd Year Maths আছে যাক আমি আগতে বনাইছিলো |
01:50 | এতিয়া, আহক Mathematics ৰ ভিতৰত নতুন কৌৰ্চ এটা বনাওঁ |
01:55 | গতিকে, Create new course ক্লিক কৰক |
01:59 | আৰু, Add a new course স্ক্ৰিণত, ওপৰত সোঁফালে Expand All ক্লিক কৰক, সকলো ফিল্দ চাবলৈ |
02:12 | Course full name টেকস্ত-বক্সত, আমি লিখিম Calculus |
02:18 | Course short name ত, আমি পুনৰ লিখিম Calculus |
02:24 | Course short name ব্যৱহৃত হ’ব breadcrumbs আৰু course সংগত ইমেইলত |
02:31 | ই লগতে course full name ৰ পৰা ভিন্ন হয় |
02:35 | Course Category হৈছে Mathematics, যি আমি দেখিছো |
02:40 | পাছৰ অপচন হৈছে Course visibility । দিফল্টভাবে, Show নিৰ্বাচিত হয় |
02:48 | Visible চেতিংগে নিৰ্ধাৰিত কৰে যে কৌৰ্চটো আন কৌৰ্চসমূহৰ লগত একেলগে দৰ্শিত হ’ব নে নহয় |
02:56 | লুকাই থকা কৌৰ্চ এটা মাত্ৰ নিয়োজিত সকলেহে চাব পাৰে, যেনে- Admin, Course creator, Teacher, Manager |
03:08 | আমি এতিয়াৰ বাবে এই চেতিংগক এনেদৰেই ৰাখিম |
03:12 | পাছৰটো হৈছে Course start date |
03:16 | যদি কৌৰ্চ আৰম্ভ হয় এটা নিৰ্দিষ্ট তাৰিখত যেনে চেমিষ্টাৰ আৰম্ভৰ তাৰিখত, তাক start date ত বাচক |
03:25 | ই বুজায় কৌৰ্চটো ষ্টুদেন্তলৈ start date নোহোৱালৈকে দৰ্শিত নহ’ব |
03:32 | Course end date, দিফল্টভাবে, সক্ৰিয় হয় আৰু কৌৰ্চটো বনোৱা একেটা তাৰিখলৈ চেত হয় |
03:42 | মই চেকবক্সত ক্লিক কৰি ইয়াক নিস্ক্ৰিয় কৰিম । ই বুজাব যে কৌৰ্চটো কেতিয়াওঁ শেষ নহয় |
03:51 | তথাপি, যদি কৌৰ্চ শেষ হোৱাৰ এটা তাৰিখ আছে, আপুনি চেকবক্সটো ইয়াত সক্ৰিয় কৰিব পাৰে । তেতিয়া আপোনাৰ প্ৰয়োজন অনুসৰি তাৰিখটো বাচক |
04:02 | গুৰূত্বপূৰ্ণ ন’ত: নিৰ্বাচিত end date ৰ পাছত কৌৰ্চটো ষ্টুদেন্তলৈ দৰ্শিত নহ’ব । মই ইয়াক নিস্ক্ৰিয় ৰাখিম |
04:13 | Course ID number একে হয় Category ID number ৰ সৈতে ।
Course ID number হৈছে এটা অপচনেল ফিল্দ |
04:22 | ই হৈছে এদমিন ইউজাৰৰ বাবে offline কৌৰ্চসমূহৰ সৈতে কৌৰ্চটো চিনাক্ত কৰিবলৈ |
04:28 | যদি আপোনাৰ কলেজে কুৰ্চসমূহৰ বাবে IDs ব্যৱ্হাৰ কৰে, তেন্তে আপুনি সেই course ID ইয়াত ব্যৱ্হাৰ কৰিব পাৰে
এই ফিল্দ অন্য Moodle ইউজাৰলৈ দৰ্শিত নহ’ব |
04:40 | এই ফিল্দটো অপচনেল হয় আৰু ওৱেবচাইতত ক’তো দৰ্শিত নহয় । মই ইয়াক খালি ৰাখিম |
04:49 | পাছত, Description ৰ ভিতৰত, আমি ২টা ফিল্দ দেখিছো: Course Summary আৰু Course Summary files |
04:59 | Course summary হৈছে এটা অপচনেল কিন্তু গুৰূত্বপূৰ্ণ ফিল্দ । কাৰণ ইউজাৰ এজনে চাৰ্চ এটা কৰোতে course summary টেকস্তওঁ লগতে স্কেন হয় |
05:13 | ইয়াত টপিক নাম তালিকাভুক্ত কৰাতো এটা ভাল ধাৰণা ।
নিম্নখিনি লিখক :Topics covered in this Calculus course are: Limits,Graph of a function, Factorial |
05:29 | Course summary লগতে দৰ্শিত হৈছে কৌৰ্চসমূহৰ তালিকাৰ সৈতে |
05:35 | Course summary files আপল’দ কৰিব লাগিব Course summary files ফিল্দত |
05:42 | দিফল্টভাবে, course summary files হিচাবে মাত্ৰ jpg, gif আৰু png file types অনুমতি দিয়া হয় ।
মই ইয়াক এৰিম যিহেতু মই কোনো ফাইল আপল’দ কৰিব নিবিচাৰো |
05:57 | Course format এ বুজায় ৰিচৌৰ্চসমূহ আৰু কাৰ্যক্ৰমক ষ্টুদেন্তৰ বাবে সংগঠিত কৰাৰ পথক |
06:06 | ফৰ্মেত দ্ৰপদাউনত ৪টা অপচন আছে -
Single Activity Format, Social Format, Topics Format আৰু Weekly Format |
06:20 | কিছু কৌৰ্চ আছে যি সপ্তাহে সপ্তাহে চলে |
06:24 | যদি আপোনাৰ কৌৰ্চ তেনেকুৱা হয়, তেন্তে Weekly format বাচক |
06:30 | Moodle এ কৌৰ্চৰ প্রতিটো সপ্তাহৰ বাবে এটা স্পষ্ট আৰম্ভৰ তাৰিখ আৰু শেষৰ তাৰিখ সহ এটা চেকচন বনাব |
06:39 | কিছু কৌৰ্চ আছে যি টপিক অনুসৰি চলে । যদি আপোনাৰ কৌৰ্চ তেনেকুৱা হয়, তেন্তে Topics format বাচক |
06:49 | Moodle এ কৌৰ্চৰ প্রতিটো টপিকৰ বাবে এটা চেকচন বনাব |
06:55 | এই ফিল্দৰ বাবে দিফল্টটো হৈছে Topics format । আমি ইয়াক এনেদৰেই থাকিব দিম |
07:03 | চেকচনৰ সংখ্যা, দিফল্টভাবে, 4 হয় |
07:07 | যদি আপোনাৰ কৌৰ্চটো 4 টাতকৈ বেছি বা কম টপিকত বিভক্ত, এই ফিল্দক প্ৰয়োজন অনুসৰি সলাওঁক । মই এই সংখ্যাক 5 লৈ সলাম |
07:20 | আমি অন্য ফৰ্মেত পাছৰ টিউট’ৰিয়েলত আলোচনা কৰিম |
07:25 | আহক বাকী থকা অপচনক তেনেদৰেই এৰো । পৃষ্ঠাটোৰ তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক |
07:36 | আমাক ৰিদাইৰেক্ত কৰা হ’ল Enrolled Users পৃষ্ঠালৈ । আমি পাছৰ টিউট’ৰিয়েল এটাত user enrollment ৰ বিষয়ে শিকিম |
07:46 | এতিয়াৰ বাবে, আমি Mathematics কেতেগৰিৰ ভিতৰত আমাৰ প্ৰথম কৌৰ্চ Calculus সফলভাবে বনালো |
07:56 | আমি এই course page ত থাকোতে, মন কৰক বাওঁফালৰ মেনু সলনি হৈছে |
08:03 | বাওঁফালৰ নেভিগেচন মেনুত আমি বনোৱা কৌৰ্চৰ লগত সংগত মেনুচ আছে । ই সংলগ্ন কৰে Participants, Grades ইত্যাদি |
08:15 | বাওঁফালে কৌৰ্চ নাম Calculus ত ক্লিক কৰক |
08:20 | আমি দেখিছো ইয়াত ৫টা টপিক দৰ্শিত হৈছে । সিহঁতক নাম দিয়া হৈছে Topic 1, Topic 2 আৰু এনেদৰেই ।
মনত ৰাখিব আমি এই নাম্বাৰ 5 আগতে দিছিলো |
08:34 | পৃষ্ঠাটোৰ ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক |
08:39 | তেতিয়া Edit settings ক্লিক কৰক ।
ই আমি এই কৌৰ্চ বনোৱাৰ সময়ত থকা পৃষ্ঠাটোৰ দৰে একে পৃষ্ঠা এটা খুলিব |
08:51 | আমি এই পৃষ্ঠাত আগৰ চেতিংগচ সলাব পাৰো । মই Course start date ক ১৫ অক্টুবৰ ২০১৭ লৈ সলাম |
09:04 | পৃষ্ঠাটোৰ তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক |
09:11 | আমি পাছত গিয়েৰ মেনুৰ ভিতৰত অন্য চাব-মেনুচ চাম |
09:17 | আহক এতিয়া আমাৰ কৌৰ্চৰ গাঠণিক অলপ সলাওঁ |
09:22 | Site administration ক্লিক কৰক । Courses ক্লিক কৰক আৰু তেতিয়া Manage courses and categories |
09:31 | Mathematics category ক্লিক কৰক আমি বনোৱা কৌৰ্চটো চাবলৈ । কৌৰ্চৰ সোঁফালে ৩টা আইকণ মন কৰক |
09:42 | সিহঁত কি হয় চাবলৈ আইকণলৈ যাওঁক |
09:46 | গিয়েৰ আইকণ হৈছে কৌৰ্চ এটা এদিত কৰিবলৈ । delete বা trash আইকণ হৈছে কৌৰ্চ এটা দিলিত কৰিবলৈ |
09:55 | আৰু, eye আইকণ হৈছে কৌৰ্চ এটা লুকুৱাবলৈ |
10:01 | লুকাই থকা কৌৰ্চ এটাৰ eye ক্ৰচ কৰা থাকিব একেটা বুজাবলৈ |
10:07 | course settings এদিত কৰিবলৈ, আমি কৌৰ্চ নামৰ সোঁফালে গিয়েৰ আইকণত ক্লিক কৰিব পাৰো |
10:14 | মই Course Summary ম’দিফাই কৰিব বিচাৰো আৰু উপলদ্ধ টপিকত Binomials যোগ কৰিব বিচাৰো । বাকী থকা চেতিংগচ একে থাকিব পাৰে |
10:25 | পৃষ্ঠাটোৰ তললৈ স্ক্ৰ’ল কৰক আৰু এইবাৰ Save and return বুটামত ক্লিক কৰক |
10:34 | আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে: Mathematics কেতেগৰিৰ ভিতৰত এটা নতুন কৌৰ্চ বনাওঁক Linear Algebra |
10:44 | এতিয়াৰ বাবে এই কৌৰ্চটো লুকুৱাওঁক |
10:47 | কৌৰ্চ summary ত নিম্ন টপিকচ উল্লেখ কৰক Linear equations, Matrices আৰু Vectors ।
Save and return বুটামত ক্লিক কৰক |
11:00 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু অনুশিলনীটো সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ চলাওঁক |
11:06 | আমাৰ এতিয়া Mathematics ৰ ভিতৰত ২টা কৌৰ্চ আছে: Calculus আৰু Linear Algebra |
11:14 | মন কৰিব যে কৌৰ্চসমূহৰ কাষত এতিয়া নতুন আইকণ এটা আহিছে |
11:20 | আপ আৰু দাউন এৰ’ হৈছে কৌৰ্চসমূহৰ ক্ৰমক পুনৰ ব্যৱস্থিত কৰিবলৈ |
11:26 | আমি লগতে ক্ৰমক সলাব পাৰো দ্ৰাগ আৰ দ্ৰপ বৈশিষ্ট্য ব্যৱ্হাৰ কৰি ।
আহক Calculus course ক Linear Algebra course ৰ ওপৰলৈ নিওঁ |
11:36 |
এই দুয়োটা কৌৰ্চ হৈছে প্ৰথম বৰ্ষৰ ষ্টুদেন্তৰ বাবে । গতিকে, আহক সিহঁতক 1st Year Maths চাবকেতেগৰিৰ ভিতৰলৈ নিওঁ |
11:47 | কৌৰ্চ দুটাৰ বাওঁফালে থকা চেকবক্স চেক কৰক সিহঁতক বাচিবলৈ |
11:53 | তেতিয়া Move selected courses to দ্ৰপ-দাউনত, Mathematics / 1st year Maths বাচক |
12:02 | আৰু Move বুটামত ক্লিক কৰক |
12:04 | আমি এটা সফলতা বাৰ্তা পাওঁ -Successfully moved 2 courses into 1st year Maths |
12:14 | মন কৰিব Mathematics ৰ ভিতৰত কৌৰ্চৰ সংখ্যা 0 হ’ল আৰু 1st year Maths ৰ ভিতৰত ২ হ’ল |
12:24 | 1st year Maths চাব-কেতেগৰিত ক্লিক কৰক |
12:28 | আমি দেখিছো আমাৰ কৌৰ্চসমূহ এই চাবকেতেগৰিৰ ভিতৰত তালিকাবদ্ধ হৈছে |
12:33 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
12:38 | এই টিউট’ৰিয়েলত, আমি শিকিলো: কৌৰ্চ এটা বনাবলৈ,
কৌৰ্চসমূহত একচনচ প্ৰদৰ্শন কৰিবলৈ যেনে edit, move, ইত্যাদি |
12:50 | আপোনাৰ বাবে এটা অনুশিলনী হৈছে:
Mathematics ৰ ভিতৰত 2nd Year Maths চাবকেতেগৰিত ২টা কৌৰ্চ যোগ কৰক নাম দি- |
13:00 | Multivariable calculus আৰু Advanced Algebra |
13:06 | সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Code files লিংক চাওঁক |
13:12 | ১৫ অক্টুবৰ ২০১৭ ত আৰম্ভ হ’বলৈ কৌৰ্চসমূহক এদিত কৰক |
13:18 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
13:26 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
13:36 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
13:40 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
13:53 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |