Moodle-Learning-Management-System/C2/Courses-in-Moodle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Courses in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:

কৌৰ্চ এটা বনাবলৈ আৰু কৌৰ্চসমূহত একচনচ প্ৰদৰ্শন কৰিবলৈ

00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম: উবুন্তো লিনাক্স OS 16.04,
00:24 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,

Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

00:38 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:42 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:50 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীয়ে Moodlecategories বনাবলৈ জানিব লাগিব
00:56 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:03 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle হ’মপেজটো খোলক । XAMPP service চলি থকাটো নিশ্বিত কৰক
01:11 আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ ব্যৱ্হাৰ কৰি ল’গিন কৰক
01:16 আমি এতিয়া এদমিন ড্যাচব’ৰ্দত আছো
01:19 বাওঁফালে নেভিগেচন মেনু খুলিবলৈ drawer মেনুত ক্লিক কৰক
01:25 বাওঁফালে, Site Administration ক্লিক কৰক
01:29 Courses টেবত আৰু পাছত Manage courses and categories ক্লিক কৰক
01:36 মন কৰিব যে আমাৰ ইয়াত মাত্ৰ এটা category আছে যি হৈছে Mathematics
01:41 আৰু দুটা subcategories: 1st Year Maths আৰু 2nd Year Maths আছে যাক আমি আগতে বনাইছিলো
01:50 এতিয়া, আহক Mathematics ৰ ভিতৰত নতুন কৌৰ্চ এটা বনাওঁ
01:55 গতিকে, Create new course ক্লিক কৰক
01:59 আৰু, Add a new course স্ক্ৰিণত, ওপৰত সোঁফালে Expand All ক্লিক কৰক, সকলো ফিল্দ চাবলৈ
02:12 Course full name টেকস্ত-বক্সত, আমি লিখিম Calculus
02:18 Course short name ত, আমি পুনৰ লিখিম Calculus
02:24 Course short name ব্যৱহৃত হ’ব breadcrumbs আৰু course সংগত ইমেইলত
02:31 ই লগতে course full name ৰ পৰা ভিন্ন হয়
02:35 Course Category হৈছে Mathematics, যি আমি দেখিছো
02:40 পাছৰ অপচন হৈছে Course visibility । দিফল্টভাবে, Show নিৰ্বাচিত হয়
02:48 Visible চেতিংগে নিৰ্ধাৰিত কৰে যে কৌৰ্চটো আন কৌৰ্চসমূহৰ লগত একেলগে দৰ্শিত হ’ব নে নহয়
02:56 লুকাই থকা কৌৰ্চ এটা মাত্ৰ নিয়োজিত সকলেহে চাব পাৰে, যেনে- Admin, Course creator, Teacher, Manager
03:08 আমি এতিয়াৰ বাবে এই চেতিংগক এনেদৰেই ৰাখিম
03:12 পাছৰটো হৈছে Course start date
03:16 যদি কৌৰ্চ আৰম্ভ হয় এটা নিৰ্দিষ্ট তাৰিখত যেনে চেমিষ্টাৰ আৰম্ভৰ তাৰিখত, তাক start date ত বাচক
03:25 ই বুজায় কৌৰ্চটো ষ্টুদেন্তলৈ start date নোহোৱালৈকে দৰ্শিত নহ’ব
03:32 Course end date, দিফল্টভাবে, সক্ৰিয় হয় আৰু কৌৰ্চটো বনোৱা একেটা তাৰিখলৈ চেত হয়
03:42 মই চেকবক্সত ক্লিক কৰি ইয়াক নিস্ক্ৰিয় কৰিম । ই বুজাব যে কৌৰ্চটো কেতিয়াওঁ শেষ নহয়
03:51 তথাপি, যদি কৌৰ্চ শেষ হোৱাৰ এটা তাৰিখ আছে, আপুনি চেকবক্সটো ইয়াত সক্ৰিয় কৰিব পাৰে । তেতিয়া আপোনাৰ প্ৰয়োজন অনুসৰি তাৰিখটো বাচক
04:02 গুৰূত্বপূৰ্ণ ন’ত: নিৰ্বাচিত end date ৰ পাছত কৌৰ্চটো ষ্টুদেন্তলৈ দৰ্শিত নহ’ব । মই ইয়াক নিস্ক্ৰিয় ৰাখিম
04:13 Course ID number একে হয় Category ID number ৰ সৈতে ।

Course ID number হৈছে এটা অপচনেল ফিল্দ

04:22 ই হৈছে এদমিন ইউজাৰৰ বাবে offline কৌৰ্চসমূহৰ সৈতে কৌৰ্চটো চিনাক্ত কৰিবলৈ
04:28 যদি আপোনাৰ কলেজে কুৰ্চসমূহৰ বাবে IDs ব্যৱ্হাৰ কৰে, তেন্তে আপুনি সেই course ID ইয়াত ব্যৱ্হাৰ কৰিব পাৰে

এই ফিল্দ অন্য Moodle ইউজাৰলৈ দৰ্শিত নহ’ব

04:40 এই ফিল্দটো অপচনেল হয় আৰু ওৱেবচাইতত ক’তো দৰ্শিত নহয় । মই ইয়াক খালি ৰাখিম
04:49 পাছত, Description ৰ ভিতৰত, আমি ২টা ফিল্দ দেখিছো: Course Summary আৰু Course Summary files
04:59 Course summary হৈছে এটা অপচনেল কিন্তু গুৰূত্বপূৰ্ণ ফিল্দ । কাৰণ ইউজাৰ এজনে চাৰ্চ এটা কৰোতে course summary টেকস্তওঁ লগতে স্কেন হয়
05:13 ইয়াত টপিক নাম তালিকাভুক্ত কৰাতো এটা ভাল ধাৰণা ।

নিম্নখিনি লিখক :Topics covered in this Calculus course are: Limits,Graph of a function, Factorial

05:29 Course summary লগতে দৰ্শিত হৈছে কৌৰ্চসমূহৰ তালিকাৰ সৈতে
05:35 Course summary files আপল’দ কৰিব লাগিব Course summary files ফিল্দত
05:42 দিফল্টভাবে, course summary files হিচাবে মাত্ৰ jpg, gif আৰু png file types অনুমতি দিয়া হয় ।

মই ইয়াক এৰিম যিহেতু মই কোনো ফাইল আপল’দ কৰিব নিবিচাৰো

05:57 Course format এ বুজায় ৰিচৌৰ্চসমূহ আৰু কাৰ্যক্ৰমক ষ্টুদেন্তৰ বাবে সংগঠিত কৰাৰ পথক
06:06 ফৰ্মেত দ্ৰপদাউনত ৪টা অপচন আছে -

Single Activity Format, Social Format, Topics Format আৰু Weekly Format

06:20 কিছু কৌৰ্চ আছে যি সপ্তাহে সপ্তাহে চলে
06:24 যদি আপোনাৰ কৌৰ্চ তেনেকুৱা হয়, তেন্তে Weekly format বাচক
06:30 Moodle এ কৌৰ্চৰ প্রতিটো সপ্তাহৰ বাবে এটা স্পষ্ট আৰম্ভৰ তাৰিখ আৰু শেষৰ তাৰিখ সহ এটা চেকচন বনাব
06:39 কিছু কৌৰ্চ আছে যি টপিক অনুসৰি চলে । যদি আপোনাৰ কৌৰ্চ তেনেকুৱা হয়, তেন্তে Topics format বাচক
06:49 Moodle এ কৌৰ্চৰ প্রতিটো টপিকৰ বাবে এটা চেকচন বনাব
06:55 এই ফিল্দৰ বাবে দিফল্টটো হৈছে Topics format । আমি ইয়াক এনেদৰেই থাকিব দিম
07:03 চেকচনৰ সংখ্যা, দিফল্টভাবে, 4 হয়
07:07 যদি আপোনাৰ কৌৰ্চটো 4 টাতকৈ বেছি বা কম টপিকত বিভক্ত, এই ফিল্দক প্ৰয়োজন অনুসৰি সলাওঁক । মই এই সংখ্যাক 5 লৈ সলাম
07:20 আমি অন্য ফৰ্মেত পাছৰ টিউট’ৰিয়েলত আলোচনা কৰিম
07:25 আহক বাকী থকা অপচনক তেনেদৰেই এৰো । পৃষ্ঠাটোৰ তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক
07:36 আমাক ৰিদাইৰেক্ত কৰা হ’ল Enrolled Users পৃষ্ঠালৈ । আমি পাছৰ টিউট’ৰিয়েল এটাত user enrollment ৰ বিষয়ে শিকিম
07:46 এতিয়াৰ বাবে, আমি Mathematics কেতেগৰিৰ ভিতৰত আমাৰ প্ৰথম কৌৰ্চ Calculus সফলভাবে বনালো
07:56 আমি এই course page ত থাকোতে, মন কৰক বাওঁফালৰ মেনু সলনি হৈছে
08:03 বাওঁফালৰ নেভিগেচন মেনুত আমি বনোৱা কৌৰ্চৰ লগত সংগত মেনুচ আছে । ই সংলগ্ন কৰে Participants, Grades ইত্যাদি
08:15 বাওঁফালে কৌৰ্চ নাম Calculus ত ক্লিক কৰক
08:20 আমি দেখিছো ইয়াত ৫টা টপিক দৰ্শিত হৈছে । সিহঁতক নাম দিয়া হৈছে Topic 1, Topic 2 আৰু এনেদৰেই ।

মনত ৰাখিব আমি এই নাম্বাৰ 5 আগতে দিছিলো

08:34 পৃষ্ঠাটোৰ ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক
08:39 তেতিয়া Edit settings ক্লিক কৰক ।

ই আমি এই কৌৰ্চ বনোৱাৰ সময়ত থকা পৃষ্ঠাটোৰ দৰে একে পৃষ্ঠা এটা খুলিব

08:51 আমি এই পৃষ্ঠাত আগৰ চেতিংগচ সলাব পাৰো । মই Course start date ক ১৫ অক্টুবৰ ২০১৭ লৈ সলাম
09:04 পৃষ্ঠাটোৰ তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক
09:11 আমি পাছত গিয়েৰ মেনুৰ ভিতৰত অন্য চাব-মেনুচ চাম
09:17 আহক এতিয়া আমাৰ কৌৰ্চৰ গাঠণিক অলপ সলাওঁ
09:22 Site administration ক্লিক কৰক । Courses ক্লিক কৰক আৰু তেতিয়া Manage courses and categories
09:31 Mathematics category ক্লিক কৰক আমি বনোৱা কৌৰ্চটো চাবলৈ । কৌৰ্চৰ সোঁফালে ৩টা আইকণ মন কৰক
09:42 সিহঁত কি হয় চাবলৈ আইকণলৈ যাওঁক
09:46 গিয়েৰ আইকণ হৈছে কৌৰ্চ এটা এদিত কৰিবলৈ । delete বা trash আইকণ হৈছে কৌৰ্চ এটা দিলিত কৰিবলৈ
09:55 আৰু, eye আইকণ হৈছে কৌৰ্চ এটা লুকুৱাবলৈ
10:01 লুকাই থকা কৌৰ্চ এটাৰ eye ক্ৰচ কৰা থাকিব একেটা বুজাবলৈ
10:07 course settings এদিত কৰিবলৈ, আমি কৌৰ্চ নামৰ সোঁফালে গিয়েৰ আইকণত ক্লিক কৰিব পাৰো
10:14 মই Course Summary ম’দিফাই কৰিব বিচাৰো আৰু উপলদ্ধ টপিকত Binomials যোগ কৰিব বিচাৰো । বাকী থকা চেতিংগচ একে থাকিব পাৰে
10:25 পৃষ্ঠাটোৰ তললৈ স্ক্ৰ’ল কৰক আৰু এইবাৰ Save and return বুটামত ক্লিক কৰক
10:34 আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে: Mathematics কেতেগৰিৰ ভিতৰত এটা নতুন কৌৰ্চ বনাওঁক Linear Algebra
10:44 এতিয়াৰ বাবে এই কৌৰ্চটো লুকুৱাওঁক
10:47 কৌৰ্চ summary ত নিম্ন টপিকচ উল্লেখ কৰক Linear equations, Matrices আৰু Vectors

Save and return বুটামত ক্লিক কৰক

11:00 টিউট’ৰিয়েলটো ৰখাওঁক আৰু অনুশিলনীটো সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ চলাওঁক
11:06 আমাৰ এতিয়া Mathematics ৰ ভিতৰত ২টা কৌৰ্চ আছে: Calculus আৰু Linear Algebra
11:14 মন কৰিব যে কৌৰ্চসমূহৰ কাষত এতিয়া নতুন আইকণ এটা আহিছে
11:20 আপ আৰু দাউন এৰ’ হৈছে কৌৰ্চসমূহৰ ক্ৰমক পুনৰ ব্যৱস্থিত কৰিবলৈ
11:26 আমি লগতে ক্ৰমক সলাব পাৰো দ্ৰাগ আৰ দ্ৰপ বৈশিষ্ট্য ব্যৱ্হাৰ কৰি ।

আহক Calculus courseLinear Algebra course ৰ ওপৰলৈ নিওঁ

11:36

এই দুয়োটা কৌৰ্চ হৈছে প্ৰথম বৰ্ষৰ ষ্টুদেন্তৰ বাবে । গতিকে, আহক সিহঁতক 1st Year Maths চাবকেতেগৰিৰ ভিতৰলৈ নিওঁ
11:47 কৌৰ্চ দুটাৰ বাওঁফালে থকা চেকবক্স চেক কৰক সিহঁতক বাচিবলৈ
11:53 তেতিয়া Move selected courses to দ্ৰপ-দাউনত, Mathematics / 1st year Maths বাচক
12:02 আৰু Move বুটামত ক্লিক কৰক
12:04 আমি এটা সফলতা বাৰ্তা পাওঁ -Successfully moved 2 courses into 1st year Maths
12:14 মন কৰিব Mathematics ৰ ভিতৰত কৌৰ্চৰ সংখ্যা 0 হ’ল আৰু 1st year Maths ৰ ভিতৰত ২ হ’ল
12:24 1st year Maths চাব-কেতেগৰিত ক্লিক কৰক
12:28 আমি দেখিছো আমাৰ কৌৰ্চসমূহ এই চাবকেতেগৰিৰ ভিতৰত তালিকাবদ্ধ হৈছে
12:33 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:38 এই টিউট’ৰিয়েলত, আমি শিকিলো: কৌৰ্চ এটা বনাবলৈ,

কৌৰ্চসমূহত একচনচ প্ৰদৰ্শন কৰিবলৈ যেনে edit, move, ইত্যাদি

12:50 আপোনাৰ বাবে এটা অনুশিলনী হৈছে:

Mathematics ৰ ভিতৰত 2nd Year Maths চাবকেতেগৰিত ২টা কৌৰ্চ যোগ কৰক নাম দি-

13:00 Multivariable calculus আৰু Advanced Algebra
13:06 সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Code files লিংক চাওঁক
13:12 ১৫ অক্টুবৰ ২০১৭ ত আৰম্ভ হ’বলৈ কৌৰ্চসমূহক এদিত কৰক
13:18 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:26 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:36 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:40 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
13:53 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9