Avogadro/C4/File-Extensions/Assamese
From Script | Spoken-Tutorial
00:01 | ফাইল এক্সটেনশান-এৰ এই টিউটোৰিয়েলটোত স্বাগতমম। |
00:05 | এই টিউটোৰিয়েলত, মই শিকিম, 'computational chemistry প্ৰোগ্ৰামবোৰ
যেনে: |
00:18 | GAMESS আৰু Gaussianসফ্টওয়্যাৰ পৰা উত্পন্ন আউটপুট ফাইলবোৰ ব্যবহাৰ কৰি Molecular orbitals আৰু calculated IR spectrum চোৱা । |
00:28 | ইয়াতে মই উবুন্টু লিনাক্স 'OS সংস্কৰণ 14.04 ব্যবহাৰ কৰিছো।
'Avogadro সংস্কৰণ 1.1.1 |
00:38 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে আপোনাৰ 'Avogadro ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত । |
00:43 | যদি নাই, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইট চাওক। |
00:49 | এই টিউটোৰিয়েলৰ বাবে প্ৰয়োজনীয় উদাহৰণ ফাইলবোৰ কোড ফাইল হিসাবে প্ৰদান কৰা আছে । |
00:55 | দয়া কৰি ডাউনলোড কৰক আৰু ডেস্কটপত এটা ফোল্ডাৰত সেইবোৰ সংৰক্ষণ কৰক। |
01:00 | ইয়াতে মই Avogadro উইন্ডোটো খুলিছো । |
01:04 | Insert fragment লাইব্ৰেৰী ব্যবহাৰ কৰি Build মেনুৰ পৰা এটা বেনজিন অণু লোড কৰক। |
01:12 | টুল বাৰ পৰা অটো-অপ্টিমাইজেশান টুল ব্যবহাৰ কৰি জ্যামিতিটো অপটোমাইজ কৰক। |
01:20 | Extensions মেনুত ক্লিক কৰক |
01:23 | Avogadro ব্যবহাৰ কৰি মই জনপ্ৰিয় কোয়ান্টাম কোডবোৰৰ বাবে ইনপুট ফাইলবোৰ তৈয়াৰ কৰিব পাৰো যেনে:
GAMESS Gaussian MOLPRO MOPAC Q-CHEM ইত্যাদি। |
01:36 | Gaussian বিকল্পটোত ক্লিক কৰক। এটা গ্ৰাফিকাল ডেটা ইনপুট ডায়লগ বাক্স খোলে। |
01:43 | Gaussian প্ৰোগ্ৰামৰ বাবে ইনপুট ফাইল কীভাবে তৈয়াৰ কৰিব তাক প্ৰদৰ্শন কৰা যাওক । |
01:49 | আমাৰ ডায়ালগ বাক্সত দেখোৱা প্ৰয়োজনীয় বৈশিষ্ট্যবোৰ পূৰণ কৰিব লাগিব। |
01:55 | Avogadro নিজেই molecular orbitals গণনা কৰিব নোৱাৰে। |
01:59 | সেয়ে বেনজিন' অণুৰ molecular orbitals চাবলৈ মই এটা ইনপুট ফাইল তৈয়াৰ কৰিম । |
02:05 | Gaussian ইনপুট ডায়ালগ বক্সত, title হিসাবে টাইপ কৰক Benzene hyphen MO. |
02:11 | Calculation ড্ৰপ ডাউন পৰা Frequenciesনিৰ্বাচন কৰক।
Processors হিসাবে 1 Theory হিসাবে B3LYP 6-31G(d) হিসাবে Basis set. Charge zero Multiplicity 1 Output হিসাবে Standard Format হিসাবে cartesian checkpoint check boxত চেক কৰক । |
02:40 | আপোনি ডায়ালগ বাক্সতৰ তলৰ অংশত ইনপুট ফাইলৰ preview চাব পাৰে। |
02:45 | আপোনি বিকল্প পৰিবৰ্তন কৰাৰ সৈতে এইটোও আপডেট হৈ যাব । |
02:49 | Generate বোতামটো ক্লিক কৰক। |
02:52 | এটা Save input Deck ডায়ালগ বক্স খোলে । |
02:56 | Gaussian input ফাইলটোত এটা ডট কম এক্সটেনশন দ্বাৰা সংৰক্ষিত হব। |
03:02 | ফাইলৰ নাম হিসাবে Benzene টাইপ কৰক। অবস্থান হিসাবে ডেক্সটপ দিয়ক। Save বোতামটো ক্লিক কৰক। |
03:10 | ডেস্কটপত ফাইলটো Benzene.com হিসাবে সংৰক্ষিত হয় । Gedit 'দি ফাইলটো খোলা যাওক । |
03:18 | এতিয়া এই ফাইলটোক গাউসিয়ান সফ্টওয়্যাৰ প্ৰোগ্ৰামৰ বাবে এটা ইনপুট ফাইল হিসাবে ব্যবহাৰ কৰা যাব পাৰে। |
03:24 | Gaussian সফটওয়্যাৰ সম্পৰ্কে |
03:28 | Gaussian হল computational chemistry এৰ বাবে এটা কম্পিউটাৰ প্ৰোগ্ৰাম। |
03:32 | এইটো Gaussian Inc দ্বাৰা তৈয়াৰ কৰা আৰু লাইসেন্সকৃত এটা বাণিজ্যিক সফ্টওয়্যাৰ।
আৰো তথ্যৰ বাবে ইয়াতে ক্লিক কৰক। http://www.gaussian.com/ |
03:41 | Avogadro উইন্ডোত উভতি আহক । ডায়ালগ বাক্সটো বন্ধ কৰক। |
03:46 | এতিয়া চাও কিভাবে GAMESS প্ৰোগ্ৰামৰ বাবে এটা ইনপুট ফাইল তৈয়াৰ কৰিব পাৰি |
03:51 | এটা নতুন উইন্ডো খুলক । Tools মেনুৰ পৰা “New” ক্লিক কৰক। |
03:56 | উপাদানটো 'অক্সিজেন ত পৰিবৰ্তন কৰক |
04:01 | অটো-অপ্টিমাইজেশান টুল ব্যবহাৰ কৰি জ্যামিতিটো অপটিমাইজ কৰক। |
04:08 | Extensions মেনুত ক্লিক কৰক। সাব-মেনুৰ পৰা GAMESS, Input generator নিৰ্বাচন কৰক |
04:16 | এটা GAMESS ইনপুট ডায়লগ বক্স খোলে। দুটা ট্যাব আছে Basic setup আৰু Advanced setup। |
04:24 | মই Gaussian ইনপুট ফাইলৰ সৈতে যেনে কৰিছো, তেনেকৈ প্ৰয়োজনীয় তথ্য পূৰণ কৰক । |
04:29 | Basic Setup এৰ অধীনত, মই ক্যালকুলেট ক্ষেত্ৰৰ অধীনত 'Equilibrium Geometry নিৰ্বাচন কৰিম। |
04:36 | 'wave function নিৰ্ধাৰণৰ বাবে approximation -এৰ পদ্ধতি হিসাবে RHF, Restricted Hartee Fock |
04:44 | যিহেতু পানী এটা সৰু অণু, মই Basis set হিসাবে 6-31G(d,p) নিৰ্বাচন কৰিম |
04:52 | gas phase, ত singlet, কাৰণ সমস্ত ইলেকট্ৰন জোড়া থাকে । |
04:58 | পানী এটা নিৰপেক্ষ অণু, সেয়ে চাৰ্জ neutral লাগিব । |
05:02 | অপ্টিমাইজেশান নিয়ন্ত্ৰণ কৰাৰ কিছু 'আৰু প্যাৰামিটাৰ যুক্ত কৰিবলৈ Advanced Setup ত ক্লিক কৰক। |
05:08 | আপোনি ফাংশন সেট পৰিবৰ্তন কৰিব বিছাৰিলে Basis ক্লিক কৰক। |
05:12 | Data. ত ক্লিক কৰক। |
05:14 | Title হিসাবে water-MO টাইপ কৰক। |
05:18 | Point Group ক CnV ত পৰিবৰ্তন কৰক |
05:21 | Order of Principal Axis ত 2। |
05:24 | এতিয়া মই ডিফল্ট পৰামিতাৰবোৰ এনে ধৰনৰ ৰাখিম। |
05:29 | Generate' ত ক্লিক কৰক। এটা Save Input deck খুলক |
05:34 | ডিফল্টৰূপে, ফাইল এক্সটেনশন হল dot inp। |
05:38 | ফাইলৰ নাম হিসাবে Water টাইপ কৰক। |
05:42 | ফাইলৰ অবস্থান হিসাবে Desktop চয়ন কৰক । Save বোতামত ক্লিক কৰক। |
05:48 | GAMESS ইনপুট ফাইলটো Desktopত Water.inp হিসাবে সংৰক্ষিত হয় । |
05:55 | GAMESS সম্পৰ্কে |
05:57 | 'GAMESS হল General Atomic and Molecular Electronic Structure System '।
(GAMESS) এইটো হল ab initio quantum chemistry package । |
06:08 | এইটো শিক্ষাক্ষেত্ৰ আৰু শিল্প উভয় ক্ষেত্ৰতেই বিনামূল্যে পোৱা যায়। |
06:14 | ইনস্টলেশন আৰু ডাউনলোড সংক্ৰান্ত তথ্য নিম্নলিখিত লিংক ত দিয়া আছে । HTTP://
www.msg.ameslab.gov/gamess/download.html |
06:20 | এতিয়া মই GAMESS আৰু Gaussian প্ৰোগ্ৰামবোৰৰ বাবে ইনপুট ফাইল তৈয়াৰ কৰিছো। |
06:26 | এই ইনপুট ফাইলবোৰ সংশ্লিষ্ট প্ৰোগ্ৰামবোৰত লোড কৰাৰ বাবে প্ৰস্তুত। |
06:31 | দৰ্শকসকল দয়া কৰি লক্ষ্য কৰক:Gaussian এটা বাণিজ্যিক সফটওয়্যাৰ। সেয়ে মই
ইনপুট ফাইল লোড কৰাৰ ইন্টাৰফেসক প্ৰদৰ্শন কৰিব নোৱাৰিম |
06:41 | যেনে আগে উল্লেখ কৰা হৈছেGAMESS' এটা ফ্ৰি সফটওয়্যাৰ। |
06:45 | যোনে আগ্ৰহী আছে তেখেতলোকে GAMESS' সফটওয়্যাৰটো প্ৰদত্ত লিংকৰ পৰা ডাউনলোড কৰিব পাৰে।আৰু আউটপুট ফাইল তৈয়াৰ কৰিবলৈ ইনপুট ফাইল লোড কৰক । http://www.msg.ameslab.gov/gamess/download.htm |
06:53 | ডেস্কটপত কিছু Gaussian আৰু GAMESS'আউটপুট ফাইল আছে। |
06:58 | মই এই ফাইলবোৰ এই টিউটোৰিয়েল -এৰ সৈতে কোড ফাইল হিসাবে দিছো । |
07:03 | এই আউটপুট ফাইলবোৰক avogadro ত চাওক । |
07:07 | এটা নতুন Avogadro উইন্ডো খুলক |
07:10 | টুল বাৰত open আইকনত ক্লিক কৰক। |
07:13 | ফাইল অবস্থানত নেভিগেট কৰক । Benzene.log নিৰ্বাচন কৰক |
07:18 | ফাইলটো খোলে, মই প্যানেলত benzene এৰ গঠন চাব পাৰো । |
07:24 | Gaussian ব্যবহাৰ কৰি Benzene.logক তৈয়াৰ কৰা হৈছিল । |
07:28 | ইয়াতে molecular orbitals আৰু C-C আৰু C-H বন্ড স্ট্ৰেচিং সম্পৰ্কে তথ্য আছে। |
07:36 | কেতিয়াবা লগ ফাইল কক্ষপথ বিষয়ক তথ্য প্ৰদৰ্শন নকৰিব পাৰে। |
07:40 | এনে ধৰনৰ ক্ষেত্ত, কোডফাইলত দিয়া .fchk ফাইলটো খোলক। |
07:47 | orbitals,চাবলৈ, তালিকাৰ পৰা orbital নামৰ উপৰত ক্লিক কৰক । |
07:54 | যদি আপোনি orbitals -এৰ প্ৰদৰ্শন পৰিবৰ্তন কৰিব বিচাৰে
display types ত surfaces বিকল্পৰ ফালে spanner ত ক্লিক কৰক। |
08:02 | Surface Setting ডায়লগ বাক্সত, sliderক টানি আনি অপাসিটো পৰিবৰ্তন কৰক। প্যানেলটো চাওক। |
08:10 | Render ড্ৰপ ডাউন-ত, তিনটো বিকল্প আছে- fill, lines আৰু points। |
08:17 | ডিফল্টভাবে orbitals , fill হিসাবে থাকে । |
08:21 | লোববোৰৰ ৰং পৰিবৰ্তন কৰাৰ এটা বিকল্প আছে। |
08:25 | positive আৰু negative বিকল্পৰ ফালে Color ট্যাবত ক্লিক কৰক। |
08:30 | এটা Select Color ডায়ালগ বক্স খোলে। |
08:33 | নিৰ্বাচন কৰিবলৈ যিকোনও ৰঙত ক্লিক কৰক । OK বোতামটো ক্লিক কৰক। |
08:38 | প্যানেলটো পৰ্যবেক্ষণ কৰক, orbitals ৰং এতিয়া পৰিবৰ্তিত হৈ গৈছে । ডায়ালগ বাক্সটো বন্ধ কৰক। |
08:45 | গঠনৰ পৰা কক্ষপথ মুছি পেলাবৰ বাবে; Display Types ত Surfaces বিকল্পটোক আনচেক কৰাওক । |
08:51 | vibrational frequencies চাবলৈ Vibrations ট্যাবত ক্লিক কৰক। |
08:56 | Vibrations উইন্ডোত, তালিকাৰ পৰা যিকোনো কম্পাঙ্ক ক্লিক কৰক। |
09:01 | উইন্ডোটোৰ তলৰ অংশত Start Animation বাটনত ক্লিক কৰক |
09:06 | প্যানেলটো চাওক। C-Cআৰু C-H বন্ডবোৰৰ প্ৰসাৰন এতিয়া এনিমেশন-এৰ মাধ্যমে দেখা গৈছে । |
09:13 | মই গঠনৰ বাবে IR বৰ্ণালীও চাব পাৰো । |
09:17 | Show Spectra. ক্লিক কৰক। |
09:20 | এটা Spectra Visualization উইন্ডো খোলে। এইটোৱে Benzene-এৰ গণনাকৃত IR spectrum দেখায় । |
09:27 | এটা নতুন উইন্ডো খুলক । GAMESS প্ৰোগ্ৰাম ব্যবহাৰ কৰি পানীৰ অণুৰ বাবে নিৰ্মিত log ফাইলটো খুলক । |
09:35 | 'লগ ফাইলটো পানীৰ গঠন আৰু Molecular orbital তথ্য লৈ প্ৰৰ্দশিত হৈছে । |
09:41 | তালিকাৰ পৰা orbital নামৰৰ উপৰত ক্লিক কৰক । orbital প্যানেলত প্ৰদৰ্শিত হয়। |
09:47 | ইয়াৰ সংক্ষিপ্ত বিবৰণ দেখা যাওক |
09:49 | এই টিউটোৰিয়েলত আমি শিকিছো:,
computational chemistry প্ৰোগ্ৰামবোৰ যেনে:GAMESS and Gaussian. এৰ বাবে ইনপুট ফাইলবোৰ প্ৰস্তুত কৰা |
09:58 | benzene আৰু water অণুৰ বাবে Molecular orbitals চাওক |
10:04 | Gaussian পৰা উত্পন্ন লগ ফাইল ব্যবহাৰ কৰি অণুৰ বাবে' গণনাকৃত IR বৰ্ণালী চাওক। |
10:11 | অনুশীলনী হিসাবে, প্ৰদত্ত কোড ফাইলবোৰ পৰা benzene অণুৰ বাবে লগ ফাইলটো খুলক। |
10:18 | তালিকাৰ পৰা যিকোনো Molecular Orbital প্ৰদৰ্শন কৰক |
10:22 | lobes প্ৰদৰ্শন আৰু ৰঙ পৰিবৰ্তন কৰক। ছবিটো JPEG ফৰম্যাটত সংৰক্ষণ কৰক। |
10:29 | এই ভিডিওটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায় । যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাওক। |
10:35 | আমি স্পোকেন টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰো আৰু সাৰ্টিফিকেট দিয়ো । আমাৰ সৈতে যোগাযোগ কৰক । |
10:42 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়। |
10:48 | অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।
যোগদান কৰাৰ বাবে ধন্যবাদ। |