Avogadro/C4/File-Extensions/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search


Time
Narration
00:01 ফাইল এক্সটেনশান-এৰ এই টিউটোৰিয়েলটোত স্বাগতমম।
00:05 এই টিউটোৰিয়েলত, মই শিকিম, 'computational chemistry প্ৰোগ্ৰামবোৰ

যেনে:
GAMESS, Gaussian, MOPAC, NWChem 'ইত্যাদিৰ বাবে ইনপুট ফাইলবোৰ প্ৰস্তুত কৰা

00:18 GAMESS আৰু Gaussianসফ্টওয়্যাৰ পৰা উত্পন্ন আউটপুট ফাইলবোৰ ব্যবহাৰ কৰি Molecular orbitals আৰু calculated IR spectrum চোৱা ।
00:28 ইয়াতে মই উবুন্টু লিনাক্স 'OS সংস্কৰণ 14.04 ব্যবহাৰ কৰিছো।

'Avogadro সংস্কৰণ 1.1.1

00:38 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে আপোনাৰ 'Avogadro ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত ।
00:43 যদি নাই, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইট চাওক।
00:49 এই টিউটোৰিয়েলৰ বাবে প্ৰয়োজনীয় উদাহৰণ ফাইলবোৰ কোড ফাইল হিসাবে প্ৰদান কৰা আছে ।
00:55 দয়া কৰি ডাউনলোড কৰক আৰু ডেস্কটপত এটা ফোল্ডাৰত সেইবোৰ সংৰক্ষণ কৰক।
01:00 ইয়াতে মই Avogadro উইন্ডোটো খুলিছো ।
01:04 Insert fragment লাইব্ৰেৰী ব্যবহাৰ কৰি Build মেনুৰ পৰা এটা বেনজিন অণু লোড কৰক।
01:12 টুল বাৰ পৰা অটো-অপ্টিমাইজেশান টুল ব্যবহাৰ কৰি জ্যামিতিটো অপটোমাইজ কৰক।
01:20 Extensions মেনুত ক্লিক কৰক
01:23 Avogadro ব্যবহাৰ কৰি মই জনপ্ৰিয় কোয়ান্টাম কোডবোৰৰ বাবে ইনপুট ফাইলবোৰ তৈয়াৰ কৰিব পাৰো যেনে:

GAMESS

Gaussian

MOLPRO

MOPAC

Q-CHEM ইত্যাদি।

01:36 Gaussian বিকল্পটোত ক্লিক কৰক। এটা গ্ৰাফিকাল ডেটা ইনপুট ডায়লগ বাক্স খোলে।
01:43 Gaussian প্ৰোগ্ৰামৰ বাবে ইনপুট ফাইল কীভাবে তৈয়াৰ কৰিব তাক প্ৰদৰ্শন কৰা যাওক ।
01:49 আমাৰ ডায়ালগ বাক্সত দেখোৱা প্ৰয়োজনীয় বৈশিষ্ট্যবোৰ পূৰণ কৰিব লাগিব।
01:55 Avogadro নিজেই molecular orbitals গণনা কৰিব নোৱাৰে।
01:59 সেয়ে বেনজিন' অণুmolecular orbitals চাবলৈ মই এটা ইনপুট ফাইল তৈয়াৰ কৰিম ।
02:05 Gaussian ইনপুট ডায়ালগ বক্সত, title হিসাবে টাইপ কৰক Benzene hyphen MO.
02:11 Calculation ড্ৰপ ডাউন পৰা Frequenciesনিৰ্বাচন কৰক।

Processors হিসাবে 1

Theory হিসাবে B3LYP

6-31G(d) হিসাবে Basis set.

Charge zero

Multiplicity 1

Output হিসাবে Standard

Format হিসাবে cartesian

checkpoint check boxত চেক কৰক ।

02:40 আপোনি ডায়ালগ বাক্সতৰ তলৰ অংশত ইনপুট ফাইলৰ preview চাব পাৰে।
02:45 আপোনি বিকল্প পৰিবৰ্তন কৰাৰ সৈতে এইটোও আপডেট হৈ যাব ।
02:49 Generate বোতামটো ক্লিক কৰক।
02:52 এটা Save input Deck ডায়ালগ বক্স খোলে ।
02:56 Gaussian input ফাইলটোত এটা ডট কম এক্সটেনশন দ্বাৰা সংৰক্ষিত হব।
03:02 ফাইলৰ নাম হিসাবে Benzene টাইপ কৰক। অবস্থান হিসাবে ডেক্সটপ দিয়ক। Save বোতামটো ক্লিক কৰক।
03:10 ডেস্কটপত ফাইলটো Benzene.com হিসাবে সংৰক্ষিত হয় । Gedit 'দি ফাইলটো খোলা যাওক ।
03:18 এতিয়া এই ফাইলটোক গাউসিয়ান সফ্টওয়্যাৰ প্ৰোগ্ৰামৰ বাবে এটা ইনপুট ফাইল হিসাবে ব্যবহাৰ কৰা যাব পাৰে।
03:24 Gaussian সফটওয়্যাৰ সম্পৰ্কে
03:28 Gaussian হল computational chemistry এৰ বাবে এটা কম্পিউটাৰ প্ৰোগ্ৰাম।
03:32 এইটো Gaussian Inc দ্বাৰা তৈয়াৰ কৰা আৰু লাইসেন্সকৃত এটা বাণিজ্যিক সফ্টওয়্যাৰ।

আৰো তথ্যৰ বাবে ইয়াতে ক্লিক কৰক। http://www.gaussian.com/

03:41 Avogadro উইন্ডোত উভতি আহক । ডায়ালগ বাক্সটো বন্ধ কৰক।
03:46 এতিয়া চাও কিভাবে GAMESS প্ৰোগ্ৰামৰ বাবে এটা ইনপুট ফাইল তৈয়াৰ কৰিব পাৰি
03:51 এটা নতুন উইন্ডো খুলক । Tools মেনুৰ পৰা “New” ক্লিক কৰক।
03:56 উপাদানটো 'অক্সিজেন ত পৰিবৰ্তন কৰক
04:01 অটো-অপ্টিমাইজেশান টুল ব্যবহাৰ কৰি জ্যামিতিটো অপটিমাইজ কৰক।
04:08 Extensions মেনুত ক্লিক কৰক। সাব-মেনুৰ পৰা GAMESS, Input generator নিৰ্বাচন কৰক
04:16 এটা GAMESS ইনপুট ডায়লগ বক্স খোলে। দুটা ট্যাব আছে Basic setup আৰু Advanced setup
04:24 মই Gaussian ইনপুট ফাইলৰ সৈতে যেনে কৰিছো, তেনেকৈ প্ৰয়োজনীয় তথ্য পূৰণ কৰক ।
04:29 Basic Setup এৰ অধীনত, মই ক্যালকুলেট ক্ষেত্ৰৰ অধীনত 'Equilibrium Geometry নিৰ্বাচন কৰিম।
04:36 'wave function নিৰ্ধাৰণৰ বাবে approximation -এৰ পদ্ধতি হিসাবে RHF, Restricted Hartee Fock
04:44 যিহেতু পানী এটা সৰু অণু, মই Basis set হিসাবে 6-31G(d,p) নিৰ্বাচন কৰিম
04:52 gas phase, ত singlet, কাৰণ সমস্ত ইলেকট্ৰন জোড়া থাকে ।
04:58 পানী এটা নিৰপেক্ষ অণু, সেয়ে চাৰ্জ neutral লাগিব ।
05:02 অপ্টিমাইজেশান নিয়ন্ত্ৰণ কৰাৰ কিছু 'আৰু প্যাৰামিটাৰ যুক্ত কৰিবলৈ Advanced Setup ত ক্লিক কৰক।
05:08 আপোনি ফাংশন সেট পৰিবৰ্তন কৰিব বিছাৰিলে Basis ক্লিক কৰক।
05:12 Data. ত ক্লিক কৰক।
05:14 Title হিসাবে water-MO টাইপ কৰক।
05:18 Point GroupCnV ত পৰিবৰ্তন কৰক
05:21 Order of Principal Axis2
05:24 এতিয়া মই ডিফল্ট পৰামিতাৰবোৰ এনে ধৰনৰ ৰাখিম।
05:29 Generate' ত ক্লিক কৰক। এটা Save Input deck খুলক
05:34 ডিফল্টৰূপে, ফাইল এক্সটেনশন হল dot inp
05:38 ফাইলৰ নাম হিসাবে Water টাইপ কৰক।
05:42 ফাইলৰ অবস্থান হিসাবে Desktop চয়ন কৰক । Save বোতামত ক্লিক কৰক।
05:48 GAMESS ইনপুট ফাইলটো DesktopWater.inp হিসাবে সংৰক্ষিত হয় ।
05:55 GAMESS সম্পৰ্কে
05:57 'GAMESS হল General Atomic and Molecular Electronic Structure System '।

(GAMESS) এইটো হল ab initio quantum chemistry package ।

06:08 এইটো শিক্ষাক্ষেত্ৰ আৰু শিল্প উভয় ক্ষেত্ৰতেই বিনামূল্যে পোৱা যায়।
06:14 ইনস্টলেশন আৰু ডাউনলোড সংক্ৰান্ত তথ্য নিম্নলিখিত লিংক ত দিয়া আছে । HTTP://

www.msg.ameslab.gov/gamess/download.html

06:20 এতিয়া মই GAMESS আৰু Gaussian প্ৰোগ্ৰামবোৰৰ বাবে ইনপুট ফাইল তৈয়াৰ কৰিছো।
06:26 এই ইনপুট ফাইলবোৰ সংশ্লিষ্ট প্ৰোগ্ৰামবোৰত লোড কৰাৰ বাবে প্ৰস্তুত।
06:31 দৰ্শকসকল দয়া কৰি লক্ষ্য কৰক:Gaussian এটা বাণিজ্যিক সফটওয়্যাৰ। সেয়ে মই

ইনপুট ফাইল লোড কৰাৰ ইন্টাৰফেসক প্ৰদৰ্শন কৰিব নোৱাৰিম

06:41 যেনে আগে উল্লেখ কৰা হৈছেGAMESS' এটা ফ্ৰি সফটওয়্যাৰ।
06:45 যোনে আগ্ৰহী আছে তেখেতলোকে GAMESS' সফটওয়্যাৰটো প্ৰদত্ত লিংকৰ পৰা ডাউনলোড কৰিব পাৰে।আৰু আউটপুট ফাইল তৈয়াৰ কৰিবলৈ ইনপুট ফাইল লোড কৰক । http://www.msg.ameslab.gov/gamess/download.htm
06:53 ডেস্কটপত কিছু Gaussian আৰু GAMESS'আউটপুট ফাইল আছে।
06:58 মই এই ফাইলবোৰ এই টিউটোৰিয়েল -এৰ সৈতে কোড ফাইল হিসাবে দিছো ।
07:03 এই আউটপুট ফাইলবোৰক avogadro ত চাওক ।
07:07 এটা নতুন Avogadro উইন্ডো খুলক
07:10 টুল বাৰত open আইকনত ক্লিক কৰক।
07:13 ফাইল অবস্থানত নেভিগেট কৰক । Benzene.log নিৰ্বাচন কৰক
07:18 ফাইলটো খোলে, মই প্যানেলত benzene এৰ গঠন চাব পাৰো ।
07:24 Gaussian ব্যবহাৰ কৰি Benzene.logক তৈয়াৰ কৰা হৈছিল ।
07:28 ইয়াতে molecular orbitals আৰু C-C আৰু C-H বন্ড স্ট্ৰেচিং সম্পৰ্কে তথ্য আছে।
07:36 কেতিয়াবা লগ ফাইল কক্ষপথ বিষয়ক তথ্য প্ৰদৰ্শন নকৰিব পাৰে।
07:40 এনে ধৰনৰ ক্ষেত্ত, কোডফাইলত দিয়া .fchk ফাইলটো খোলক।
07:47 orbitals,চাবলৈ, তালিকাৰ পৰা orbital নামৰ উপৰত ক্লিক কৰক ।
07:54 যদি আপোনি orbitals -এৰ প্ৰদৰ্শন পৰিবৰ্তন কৰিব বিচাৰে

display types ত surfaces বিকল্পৰ ফালে spanner ত ক্লিক কৰক।

08:02 Surface Setting ডায়লগ বাক্সত, sliderক টানি আনি অপাসিটো পৰিবৰ্তন কৰক। প্যানেলটো চাওক।
08:10 Render ড্ৰপ ডাউন-ত, তিনটো বিকল্প আছে- fill, lines আৰু points।
08:17 ডিফল্টভাবে orbitals , fill হিসাবে থাকে ।
08:21 লোববোৰৰ ৰং পৰিবৰ্তন কৰাৰ এটা বিকল্প আছে।
08:25 positive আৰু negative বিকল্পৰ ফালে Color ট্যাবত ক্লিক কৰক।
08:30 এটা Select Color ডায়ালগ বক্স খোলে।
08:33 নিৰ্বাচন কৰিবলৈ যিকোনও ৰঙত ক্লিক কৰক । OK বোতামটো ক্লিক কৰক।
08:38 প্যানেলটো পৰ্যবেক্ষণ কৰক, orbitals ৰং এতিয়া পৰিবৰ্তিত হৈ গৈছে । ডায়ালগ বাক্সটো বন্ধ কৰক।
08:45 গঠনৰ পৰা কক্ষপথ মুছি পেলাবৰ বাবে; Display TypesSurfaces বিকল্পটোক আনচেক কৰাওক ।
08:51 vibrational frequencies চাবলৈ Vibrations ট্যাবত ক্লিক কৰক।
08:56 Vibrations উইন্ডোত, তালিকাৰ পৰা যিকোনো কম্পাঙ্ক ক্লিক কৰক।
09:01 উইন্ডোটোৰ তলৰ অংশত Start Animation বাটনত ক্লিক কৰক
09:06 প্যানেলটো চাওক। C-Cআৰু C-H বন্ডবোৰৰ প্ৰসাৰন এতিয়া এনিমেশন-এৰ মাধ্যমে দেখা গৈছে ।
09:13 মই গঠনৰ বাবে IR বৰ্ণালীও চাব পাৰো ।
09:17 Show Spectra. ক্লিক কৰক।
09:20 এটা Spectra Visualization উইন্ডো খোলে। এইটোৱে Benzene-এৰ গণনাকৃত IR spectrum দেখায় ।
09:27 এটা নতুন উইন্ডো খুলক । GAMESS প্ৰোগ্ৰাম ব্যবহাৰ কৰি পানীৰ অণুৰ বাবে নিৰ্মিত log ফাইলটো খুলক ।
09:35 'লগ ফাইলটো পানীৰ গঠন আৰু Molecular orbital তথ্য লৈ প্ৰৰ্দশিত হৈছে ।
09:41 তালিকাৰ পৰা orbital নামৰৰ উপৰত ক্লিক কৰক । orbital প্যানেলত প্ৰদৰ্শিত হয়।
09:47 ইয়াৰ সংক্ষিপ্ত বিবৰণ দেখা যাওক
09:49 এই টিউটোৰিয়েলত আমি শিকিছো:,

computational chemistry প্ৰোগ্ৰামবোৰ যেনে:GAMESS and Gaussian. এৰ বাবে ইনপুট ফাইলবোৰ প্ৰস্তুত কৰা

09:58 benzene আৰু water অণুৰ বাবে Molecular orbitals চাওক
10:04 Gaussian পৰা উত্পন্ন লগ ফাইল ব্যবহাৰ কৰি অণুৰ বাবে' গণনাকৃত IR বৰ্ণালী চাওক।
10:11 অনুশীলনী হিসাবে, প্ৰদত্ত কোড ফাইলবোৰ পৰা benzene অণুৰ বাবে লগ ফাইলটো খুলক।
10:18 তালিকাৰ পৰা যিকোনো Molecular Orbital প্ৰদৰ্শন কৰক
10:22 lobes প্ৰদৰ্শন আৰু ৰঙ পৰিবৰ্তন কৰক। ছবিটো JPEG ফৰম্যাটত সংৰক্ষণ কৰক।
10:29 এই ভিডিওটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায় । যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাওক।
10:35 আমি স্পোকেন টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰো আৰু সাৰ্টিফিকেট দিয়ো । আমাৰ সৈতে যোগাযোগ কৰক ।
10:42 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়।
10:48 অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।

যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi