Java/C3/Exception-Handling/Assamese

From Script | Spoken-Tutorial
Revision as of 12:44, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Exception Handling ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 ইয়াতে আমি শিকিম: exception কি, exceptions চেক আৰু আনচেক কৰা, try-catch block আৰু finally block দ্বাৰা exceptions নিয়ন্ত্ৰণ কৰা।
00:20 ইয়াতে আমি ব্যবহাৰ কৰিছো: Ubuntu Linux 16.04 OS JDK 1 .8 আৰু Eclipse 4.3.1.
00:32 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:39 নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলবোৰৰ বাবে, আমাৰ ওয়েবসাইটত যাওক।
00:45 exception এটা অপ্ৰত্যাশিত ঘটনা, যি প্ৰোগ্ৰাম নিষ্পাদনৰ সময়ত ঘটে।
00:52 এইটোৱে প্ৰোগ্ৰামৰ স্বাভাবিক ফ্লো ব্যাহত কৰে আৰু ফলাফল ভুল হয়।
01:00 সেই ঘটনাৰ ভিত্তিত, exceptions ক unchecked exceptions আৰু checked exceptions হিচাবে বর্গীকৃত কৰা হৈছে।
01:08 এতিয়া eclipse খুলিম আৰু ExceptionDemo নামৰ নতুন প্ৰজেক্ট বনাম।
01:16 এই প্ৰজেক্টত exception handling প্ৰদর্শন কৰিবলৈ প্ৰয়োজনীয় ক্লাস বনাম।
01:24 এতিয়া নতুন ক্লাস Marks বনাম।
01:28 Marks ক্লাস প্ৰদর্শন কৰিবলৈ নিম্ন কোড লিখক।
01:34 এই প্ৰোগ্ৰামটোৱে 5 জন শিক্ষার্থীৰ মার্ক্স প্ৰিন্ট কৰে যি অ্যাৰে marksত সংৰক্ষিত।
01:41 এই প্ৰোগ্ৰামটো ৰান কৰি আৰু আউটপুট চেক কৰো।
01:45 আমি দেখো যে অ্যাৰেত ভ্যালু প্ৰিন্ট হৈছে।
01:50 এতিয়া চাও যে যদি আমি এটা অ্যাৰে এলিমেন্ট অ্যাক্সেস কৰাৰ চেষ্টা কৰো যি বিদ্যমান নাই, তেতিয়া কি হব।
01:57 এতিয়া নিম্ন কোড লিখক।
02:00 আমি জানো যে অ্যাৰেত মাত্ৰ 5 টা এলিমেন্ট আছে।
02:04 কিন্তু এই স্টেটমেন্টত index 50 ত এলিমেন্ট অ্যাক্সেস কৰাৰ চেষ্টা কৰিছো যি বিদ্যমান নাই।
02:12 এতিয়া এই প্ৰোগ্ৰাম ৰান কৰো।
02:15 আমি দেখো যে প্ৰোগ্ৰামটোৱে লাইনৰ সংখ্যা 7ত এৰৰ ম্যাসেজ ArrayIndexOutOfBoundsException সহ টার্মিনেট হয়।
02:25 এৰৰ ম্যাসেজ exceptionৰ বর্ণন দেখায় যেনে exceptionৰ ধৰণ, এইটো ক'ত ঘটিছে আৰু অন্য বিবৰণ।
02:35 উল্লেখ্য যে print statement নিষ্পাদিত নহয় কাৰণ প্ৰোগ্ৰাম এৰৰৰ পিছত টার্মিনেট হৈছে।
02:42 এইটো Unchecked exception ইয়াৰ এটা উদাহৰণ।
02:46 Unchecked exceptions ক Runtime exception বোলে কাৰণ এইটো মাত্ৰ নিষ্পাদনৰ সময়ত চেক হয়।
02:54 এইটোৱে প্ৰোগ্ৰামিং বাগ আৰু লজিক্যাল এৰৰ পৰিচালনা কৰে যেনে শূন্য দ্বাৰা সংখ্যা ভাগ কৰা আৰু অ্যাৰে এলিমেন্ট অ্যাক্সেস কৰা যি বিদ্যমান নাই।
03:07 এতিয়া শিকো যে try catch block দ্বাৰা exceptionক কিভাবে নিয়ন্ত্ৰণ কৰে।
03:13 try blockত কোডৰ এই অংশক exception ৰেজ কৰিব পাৰে।
03:19 সংশ্লিষ্ট catch blockএ অবজেক্ট e ত exception ইয়াৰ বিবৰণ পাব পাৰে।
03:26 catch blockত এৰৰৰ ম্যাসেজ প্ৰদর্শন কৰা বা এৰৰ পৰা বাঁচিবলৈ কোড লিখিব পাৰি।
03:34 এতিয়া eclipseত যাওক।
03:37 প্ৰথমে কোডত try block জুড়ক যি এই ধৰণৰ exceptionৰ কাৰণ হয়।
03:44 এতিয়া অনুৰুপ catch block জুড়াব লাগিব।
03:48 নিম্ন কোড লিখক।
03:51 ইয়াতে কাস্টম মেসেজ Array Overflow Exception occurred প্ৰিন্ট কৰিছো।
03:57 প্ৰথম বন্ধনীত ArrayIndexOutOfBoundsException ইয়াৰ উদাহৰণ বনাইছো।
04:05 সেয়ে এই ব্লক ArrayIndexOutOfBoundsException ইয়াৰ exceptionsক, catch কৰিব পাৰে।
04:11 এতিয়া প্ৰোগ্ৰাম ৰান কৰো।
04:14 আমি দেখো যে এৰৰ ম্যাসেজ প্ৰিন্ট হয়।
04:18 কিন্তু এই সময়ত, প্ৰিন্টিংত ধ্যান দিয়ক যে marks array ও নিষ্পাদিত হয়।
04:24 এইভাবে আমি exceptions পৰিচালনা কৰিব পাৰো।
04:27 ইয়াৰপিছত চাও যে একাধিক catch blocks কিভাবে ব্যবহাৰ কৰে।
04:32 আমি সেইবোৰক ব্যবহাৰ কৰিব পাৰো যেতিয়া ব্লক দ্বাৰা বিভিন্ন ধৰনৰ exceptions ৰেজ হয়।
04:38 try blockত নিম্ন কোড লিখক।
04:42 কোডৰ এই লাইনে array element ক শূন্য দ্বাৰা বিভাজিত কৰে কাৰণ a ইয়াৰ ভ্যালু হল 0.
04:49 প্ৰথমে এটা ArithmeticException ৰেজ হয়।
04:53 ArithmeticException নিয়ন্ত্ৰণ কৰিবলৈ আৰু এটা catch block জুড়ক।
04:58 বিদ্যমান catch block ইয়াৰ পিছত নিম্ন কোড লিখক।
05:03 আবাৰ প্ৰোগ্ৰাম ৰান কৰো।
05:06 Arithmetic Exception occurred এৰৰ ম্যাসেজ প্ৰিন্ট হয় কাৰণ এইটো আগতে ধৰা পড়িছে।
05:13 কোডৰ বাকি অংশ try catch block ইয়াৰ বাহিৰত নিষ্পাদিত হয়।
05:19 এতিয়া checked exception সম্পর্কে শিকো।
05:23 Checked exceptions, compile timeত চেক হয়।
05:27 সেয়ে সেইটোক প্ৰোগ্ৰাম ৰান কৰাৰ পূর্বে পৰিচালনা কৰা উচিত।
05:31 উদাহৰণস্বৰুপে: ফাইল অ্যাক্সেস কৰা যি বর্তমানত বিদ্যমান নাই বা নেটওয়ার্ক সিস্টেম অ্যাক্সেস কৰা যেতিয়া নেটওয়ার্ক ডাউন হয়।
05:41 এতিয়া Eclipseত যাওক আৰু নতুন ক্লাস MarksFile বনাওক।
05:47 main method যোগ কৰক।
05:50 এতিয়া কম্পিউটাৰত স্থিত এটা ফাইল পড়িব বিছাৰো।
05:54 নিম্ন কোড লিখক।
05:57 ইয়াতে FileReader অবজেক্ট fr null হিসাবে ইনিসিয়েলাইজ হয়।
06:03 FileReader অবজেক্টৰ ব্যবহাৰ নির্দিষ্ট ফাইলক অ্যাক্সেস কৰা আৰু পড়িবলৈ ব্যবহিত কৰা হয়।
06:08 Eclipseএ এটা এৰৰ দেখাব।
06:11 এৰৰ সংশোধন কৰিবলৈ, ইয়াতে ক্লিক কৰক আৰু import FileReader java dot io ত ডাবল ক্লিক কৰক।
06:19 FileReader class ক java dot io package পৰা ইম্পোর্ট কৰা হৈছে।
06:25 আমি package আৰু ইয়াৰ ব্যবহাৰ সম্পর্কে পিছৰ টিউটোৰিয়েলত শিকিম।
06:31 Marks নামৰ ফাইল অ্যাক্সেস কৰিবলৈ fr ইয়াৰ অনুমতীৰ বাবে নিম্ন কোড লিখক, যি হোম ফোল্ডাৰত স্থিত।
06:40 ইয়াতে দেখোৱা পাথক সিস্টেমৰ হোম ফোল্ডাৰৰ সৈতে সলাওক।
06:46 এটা এৰৰ দেখায়। এইটোৱে কয় যে কোডৰ এই লাইনে FileNotFoundException বনাব পাৰে।
06:55 এৰৰ ক্লিক কৰক আৰু Surround with try/catchত ডাবল ক্লিক কৰক।
07:00 আমি দেখো যে এই এৰৰ সংশোধন কৰিবলৈ Eclipse নিজেই try catch block সন্নিবেশ কৰে।
07:08 আমি বুজিব পাৰো যে এইটো checked exception.
07:12 এতিয়া finally block ইয়াৰ ব্যবহাৰ কৰা চাও।
07:16 নিম্ন কোড লিখক।
07:18 finally block সাধাৰণতে try-catch block অনুসৰণ কৰে।
07:22 এই ব্লকৰ কোড নিষ্পাদিত হয়, exception হওক বা নহওক। ইয়াতে print statement আছে।
07:32 এতিয়া finally blockত ফাইল ৰেফাৰেন্স বন্ধ কৰক।
07:37 লিখক fr dot close
07:40 এতিয়া Eclipse দেখায় যে এইটো এটা IOException ৰেজ কৰিব।
07:45 এৰৰ ক্লিক কৰক আৰু Surround with try/catchত ডাবল ক্লিক কৰক।
07:51 এতিয়া প্ৰোগ্ৰাম ৰান কৰো।
07:54 আমি দেখো যে FileNotFoundException ম্যাসেজ প্ৰিন্ট হয়।
07:59 কাৰণ হোম ফোল্ডাৰত Marks নামৰ কোনো ফাইল নাই।
08:04 আমি NullPointerException ও দেখিব পাৰো কাৰণ fr ইয়াৰ ভ্যালু এতিয়াও নাল হয়।
08:12 কিন্তু আমি দেখো যে finally blockত print statement নিষ্পাদিত হয়।
08:18 হোম ফোল্ডাৰত Marks টেক্সট ফাইল বনাওক।
08:23 আপোনি উইন্ডোজ ইউসাৰ হলে, লোকেল ড্রাইভত টেক্সট ফাইল বনাওক আৰু পাথ উল্লেখ কৰক।
08:29 উদাহৰণস্বৰুপে এইটো D:\\Marks.txt হিসাবে নির্দিষ্ট হব পাৰে।
08:37 এতিয়া আকৌ এবাৰ প্ৰোগ্ৰাম ৰান কৰো।
08:40 আমি চেক কৰিব পাৰো যে Marks ফাইল তৈয়াৰ হোৱাৰ পিছত তাত কোনো exceptions নাই।
08:46 Inside finally block প্ৰিন্ট হয়।
08:50 cleanup operation অর্থাৎ FileReader অবজেক্ট fr বন্ধ কৰাত, এইটো সফলভাবে নিষ্পাদিত হয়।
08:58 ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।।
09:02 সংক্ষেপে:
09:04 ইয়াতে শিকিছো: Exception কি আৰু Checked আৰু Unchecked Exceptions, try-catch block আৰু finally block দ্বাৰা Exceptions নিষ্পাদিত কৰা।
09:17 অনুশীলনী হিসাবে, NullPointerException নামৰ আৰু এটা Runtime Exception সম্পর্কে শিকক।
09:24 এই টিউটোৰিয়েলৰ Assignment লিঙ্কত দিয়া Demo.java নামৰ জাভা প্ৰোগ্ৰাম চাওক।
09:31 এটা exception ৰেজ হব যেতিয়া এই কোডটো ৰান কৰিব।
09:35 কোডটো সনাক্ত কৰক যি exception ইয়াৰ বাবে দায়ী।
09:40 try-catch block দ্বাৰা এইটোক সঠিক কৰক।
09:43 নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটো চাওক।
09:52 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। অধিক জানিবলৈ আমালৈ লিখক।
10:04 স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য।
10:15 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো।
10:23 অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi