Java/C3/Java-Interfaces/Assamese

From Script | Spoken-Tutorial
Revision as of 12:20, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time
Narration
00:01 Java Interfaces ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 ইয়াতে আমি শিকিম: interface বনোৱা।
00:10 Implementation classes বনোৱা আৰু Interface ইয়াৰ ব্যবহাৰ।
00:16 ইয়াতে আমি ব্যবহাৰ কৰিছো: উবুন্টু 12.04, JDK 1.7 আৰু Eclipse 4.3.1
00:28 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:36 java ত subclassing আৰু Abstract classes ইয়াৰ জ্ঞান থাকিব লাগিব।
00:42 নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, প্ৰদর্শিত লিঙ্কত যাওক।
00:48 প্ৰথমে interface সম্পর্কে শিকো।
00:52 ইন্টাৰফেসত abstract মেথড আৰু static data members ইয়াৰ সেট আছে।
00:58 এইটোৱে বডি নোহোৱা মেথডৰ signature সংজ্ঞায়িত কৰে।
01:04 এইটোক interface কীওয়ার্ড দ্বাৰা ঘোষিত কৰা হয়।
01:08 এতিয়া Eclipseত যাওক আৰু InterfaceDemo নামৰ নতুন প্ৰোজেক্ট বনাওক।
01:15 ইয়াতে, interface দ্বাৰা প্ৰদর্শন কৰিবলৈ আবশ্যক classes আৰু interface বনাম।
01:24 src ফোল্ডাৰত সো ক্লিক কৰক আৰু New > Interfaceত ক্লিক কৰক।
01:30 নাম Animal লিখক আৰু এন্টাৰ টিপক।
01:34 উল্লেখ্য যে interface কীওয়ার্ডৰ ব্যবহাৰ ইন্টাৰফেস সংজ্ঞায়িত কৰিবলৈ কৰা হয়।
01:39 এতিয়া স্ক্ৰীনত প্ৰদর্শিত কোড লিখক।
01:43 ইয়াতে, ইন্টাৰফেসৰ নাম Animal.
01:46 ইয়াতে তিনটা abstract মেথড আছে talk(), see() আৰু move()
01:52 ইন্টাৰফেসৰ সকলো ধৰনৰ মেথড public আৰু abstract হয়.
01:59 এটা ইন্টাৰফেসত constant variable ও ঘোষিত থাকিব পাৰে।
02:04 ইয়াতে, কনস্ট্যান্ট স্ট্ৰিং ভ্যালু Mammal ভ্যাৰিয়েবল type1ত নির্ধাৰিত
02:12 Reptiles ভ্যাৰিয়েবল type2 ত নির্ধাৰিত।
02:16 সকলো constant ভ্যালু এটা ইন্টাৰফেসত সংজ্ঞায়িত যি হল public, static আৰু final.
02:25 ইয়াৰপিছত আমি উদাহৰণ সহ ইন্টাৰফেসৰ implementation ক্লাস সম্পর্কে শিকো।
02:32 ইয়াতে Human ক্লাস আছে যি Animal ইন্টাৰফেস প্ৰয়োগ কৰে।
02:38 এইটোৱে talk(), see() আৰু move() মেথডৰ বাবে বাস্তবায়ন প্ৰদান কৰিব লাগিব।
02:45 ক্লাসে একাধিক ইন্টাৰফেস বাস্তবায়ন কৰিব পাৰে।
02:49 উদাহৰণত দেখোৱাৰ মতে, Human ক্লাসে দুটা ইন্টাৰফেস Animal আৰু Action পৰিচালনা কৰে।
02:57 উল্লেখ্য যে সিনট্যাক্সত ব্যবহৃত comma অপাৰেটৰ বিভিন্ন ইন্টাৰফেস সনাক্ত কৰে।
03:04 এতিয়া এই ক্লাসে Animal আৰু Action উভয় ইন্টাৰফেসত সকলো abstract মেথডৰ বাবে প্ৰয়োগ কৰা উচিত।
03:13 ইয়াতে চিত্ৰটোৱে বাস্তবায়ন সস্পর্ক প্ৰতিনিধিত্ব কৰে।
03:18 Animal ক্লাস এটা ইন্টাৰফেস।
03:22 Human আৰু Snake ক্লাস দুটা implementation classes.
03:28 Human ক্লাস talk(), see() আৰু move() মেথডৰ নিজৰ বেলেগ বেলেগ বাস্তবায়ন প্ৰদান কৰে।
03:36 Snake ক্লাস talk(), see() আৰু move() মেথডৰ নিজৰ বেলেগ বেলেগ বাস্তবায়ন প্ৰদান কৰে।
03:45 এতিয়া স্যাম্পল প্ৰোগ্ৰাম সহ interfaces ইয়াৰ ব্যবহাৰ বুঝো।
03:50 default packageত সো ক্লিক কৰক আৰু Human নামৰ ক্লাস বনাওক।
03:56 এইটোক Animal ক্লাসৰ implementation class বনাবলৈ লিখক: implements Animal
04:04 এতিয়া আমি Eclipse IDE ত এৰৰ দেখো।
04:09 এই এৰৰৰে ইঙ্গিত দিয়ে যে Animal interface ক implementation প্ৰদান কৰা উচিত।
04:15 চাওক এই এৰৰৰক কিভাবে সংশোধন কৰা যায়।
04:19 এতিয়া talk(), see() আৰু move() মেথডক সংজ্ঞায়িত কৰো।
04:23 লিখক: public void talk( ) কা্ৰলী বন্ধনীত লিখক System.out.println উদ্ধৃতিত I am a human and I belong to.
04:37 এতিয়া Animal ইন্টাৰফেসত ঘোষিত static, final variable type1 ইয়াৰ ভ্যালু ব্যবহাৰ কৰিব পাৰো।
04:45 লিখক: + Animal.type1+ উদ্ধৃতিত family সেমিকোলন।
04:54 এতিয়া see() মেথড প্ৰয়োগ কৰো।
04:57 লিখক: public void see( ) কাৰ্লী বন্ধনীত লিখক System.out.println উদ্ধৃতিত I can see all colors সেমিকোলন।
05:11 আমি move() মেথডও নির্ধাৰণ কৰা উচিত।
05:14 লিখক: public void move( ) কাৰ্লী বন্ধনীত লিখক System.out.println উদ্ধৃতিত I move by walking সেমিকোলন।
05:29 এবাৰ সকলো মেথড প্ৰয়োগ হলে এৰৰ অদৃশ্য হৈ যায়।
05:34 ইয়াৰপিছত আমি শিকিম Snake ক্লাস নির্ধাৰণ কৰা।
05:38 আমি এইটো ইতিমধ্যে আমাৰ প্ৰোজেক্টত বনাইছো।
05:42 আপনাৰ প্ৰোজেক্টত snake ক্লাস বনাওক আৰু স্ক্ৰীনত প্ৰদর্শিত নিম্ন কোড লিখক।
05:49 এতিয়া কোডটো চাওক।
05:52 আমি দেখো যে Animal interface ইয়াৰ সকলো মেথড talk(), see() আৰু move() এই ক্লাসত প্ৰয়োগ হয়।
06:01 ইয়াতে, talk() মেথডে I am a snake and I belong to প্ৰিন্ট কৰে।
06:07 তাৰপিছত Animal.type2 ইয়াৰ ভ্যালু প্ৰিন্ট হয় আৰু তাৰপিছত family ইয়াৰ।
06:13 ইয়াতে see() মেথডে I can see only in black and white প্ৰিন্ট কৰে।
06:19 move() মেথডে I move by crawling প্ৰিন্ট কৰে।
06:23 Human ক্লাসৰ talk(), see() আৰু move() মেথডৰ নিজৰ বাস্তবায়ন আছে।
06:31 Snake ক্লাসৰ talk(), see() আৰু move() মেথডৰ নিজৰ বাস্তবায়ন আছে।
06:39 এতিয়া, default packageত সো ক্লিক কৰক,new > classত ক্লিক কৰক আৰু তাৰপিছত Demo নাম লিখক।
06:47 এই ক্লাসত, আমাৰ main মেথড আছে।
06:51 লিখক main আৰু তাৰপিছত main মেথড বনাবলৈ ctrl+space টিপক।
06:58 স্ক্ৰীনত প্ৰদর্শিত নিম্ন কোড লিখক।
07:01 এই লাইনত, Animal ইন্টাৰফেস দ্বাৰা Human ক্লাসক দৃষ্টান্ত কৰো।
07:07 এইটোক Animal h equals new Human() হিসাবে দেখায়।
07:14 এতিয়া এই object ক h.talk(); h.see(); h.move() হিসাবে ব্যবহাৰ কৰি বিভিন্ন মেথডক প্ৰয়োগ কৰিব পাৰি।
07:26 ইয়াৰপিছত Animal ইন্টাৰফেস দ্বাৰা Snake ক্লাস দৃষ্টান্ত কৰো।
07:31 এই object দ্বাৰা বিভিন্ন মেথডক প্ৰয়োগ কৰিব পাৰি যেনেকৈ দেখোৱাইছে।
07:38 এতিয়া, এই ডেমো প্ৰোগ্ৰামটোক ৰান কৰো।
07:41 Demo ক্লাসত সো ক্লিক কৰক আৰু তাৰপিছত Run as > Java Application চয়ন কৰক।
07:48 আমি আউটপুট দেখো।
07:52 এইটো human class object h দ্বাৰা talk(), see() আৰু move() মেথড প্ৰয়োগ কৰি প্ৰিন্ট হৈছে।
08:00 এইটো Snake class object s দ্বাৰা talk(), see() আৰু move() মেথড প্ৰয়োগ কৰি প্ৰিন্ট হৈছে।
08:08 এতিয়া, interface আৰু abstract ক্লাসৰ মাজৰ পার্থক্য চাও।
08:14 ইন্টাৰফেসত সকলো মেথড abstract হোৱা উচিত।
08:18 ইন্টাৰফেসত কোনো constructors, concrete মেথড,
08:23 static মেথড আৰু main মেথড থাকা উচিত নহয়।
08:28 কিন্তু abstract ক্লাসত এইবোৰ থাকিব পাৰে।
08:32 ইন্টাৰফেসত ভ্যাৰিয়েবল static আৰু final হোৱা উচিত।
08:38 ইয়াতে abstract ক্লাসৰ বাবে এনে কোনো বিধিনিষেধ নাই।
08:43 ইয়াৰ সৈতেই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে,
08:48 ইয়াতে আমি শিকিছো: ইন্টাৰফেস বনোৱা।
08:53 implementation ক্লাস বনোৱা আৰু
08:56 ইন্টাৰফেসৰ ব্যবহাৰ।
08:59 অনুশীলনী হিসাবে, Vehicle ইন্টাৰফেস বনাওক, যাতে brake() আৰু run() মেথড থাকে।
09:07 Fuel নামৰ ইন্টাৰফেস বনাওক যাতে fill(String type,int quantity), pay(int quantity,int price) থাকে।
09:19 সাবক্লাস Car বনাওক যিয়ে Vehicle আৰু Fuel উভয় ইন্টাৰফেসক প্ৰয়োগ কৰে।
09:26 brake মেথডে Car Applies Power brake প্ৰিন্ট কৰা উচিত।
09:30 run মেথডে Car is running on 4 wheels প্ৰিন্ট কৰা উচিত।
09:35 একেইভাবে fill() মেথডে fuel ফীল্ডৰ টাইপ আৰু কোয়ালিটি প্ৰিন্ট কৰে।
09:41 উদাহৰণস্বৰুপে: 10 Litres of petrol.
09:44 pay() মেথদ, দিয়া মূল্যক প্ৰিন্ট কৰিবলৈ ব্যবহাৰ কৰা হয়। উদাহৰণস্বৰুপে: Pay Rs. 640.***
09:53 আৰু এটা Bike বনাওক যাতে আকৌ এবাৰ উভয় ইন্টাৰফেস Vehicle আৰু Fuel প্ৰয়োগ কৰে।
10:00 brake মেথডে Bike Applies hand brake প্ৰিন্ট কৰিব পাৰে।
10:05 run মেথডে Bike is running on 2 wheels প্ৰিন্ট কৰিব পাৰে।
10:10 আগতে ব্যাখ্যা কৰা fill() আৰু pay() মেথড প্ৰয়োগ কৰক।
10:15 অবশেষত ফলাফল চেক কৰিবলৈ Demo ক্লাস বনাওক যাতে main মেথড থাকে।
10:21 নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
10:29 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়।
10:38 অধিক জানোবলৈ আমালৈ লিখক।
10:41 স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
10:48 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro
10:52 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো।
11:01 অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi