Java/C3/Java-Interfaces/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | Java Interfaces ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:05 | ইয়াতে আমি শিকিম: interface বনোৱা। |
00:10 | Implementation classes বনোৱা আৰু Interface ইয়াৰ ব্যবহাৰ। |
00:16 | ইয়াতে আমি ব্যবহাৰ কৰিছো: উবুন্টু 12.04, JDK 1.7 আৰু Eclipse 4.3.1 |
00:28 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
00:36 | java ত subclassing আৰু Abstract classes ইয়াৰ জ্ঞান থাকিব লাগিব। |
00:42 | নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, প্ৰদর্শিত লিঙ্কত যাওক। |
00:48 | প্ৰথমে interface সম্পর্কে শিকো। |
00:52 | ইন্টাৰফেসত abstract মেথড আৰু static data members ইয়াৰ সেট আছে। |
00:58 | এইটোৱে বডি নোহোৱা মেথডৰ signature সংজ্ঞায়িত কৰে। |
01:04 | এইটোক interface কীওয়ার্ড দ্বাৰা ঘোষিত কৰা হয়। |
01:08 | এতিয়া Eclipseত যাওক আৰু InterfaceDemo নামৰ নতুন প্ৰোজেক্ট বনাওক। |
01:15 | ইয়াতে, interface দ্বাৰা প্ৰদর্শন কৰিবলৈ আবশ্যক classes আৰু interface বনাম। |
01:24 | src ফোল্ডাৰত সো ক্লিক কৰক আৰু New > Interfaceত ক্লিক কৰক। |
01:30 | নাম Animal লিখক আৰু এন্টাৰ টিপক। |
01:34 | উল্লেখ্য যে interface কীওয়ার্ডৰ ব্যবহাৰ ইন্টাৰফেস সংজ্ঞায়িত কৰিবলৈ কৰা হয়। |
01:39 | এতিয়া স্ক্ৰীনত প্ৰদর্শিত কোড লিখক। |
01:43 | ইয়াতে, ইন্টাৰফেসৰ নাম Animal. |
01:46 | ইয়াতে তিনটা abstract মেথড আছে talk(), see() আৰু move() |
01:52 | ইন্টাৰফেসৰ সকলো ধৰনৰ মেথড public আৰু abstract হয়. |
01:59 | এটা ইন্টাৰফেসত constant variable ও ঘোষিত থাকিব পাৰে। |
02:04 | ইয়াতে, কনস্ট্যান্ট স্ট্ৰিং ভ্যালু Mammal ভ্যাৰিয়েবল type1ত নির্ধাৰিত |
02:12 | Reptiles ভ্যাৰিয়েবল type2 ত নির্ধাৰিত। |
02:16 | সকলো constant ভ্যালু এটা ইন্টাৰফেসত সংজ্ঞায়িত যি হল public, static আৰু final. |
02:25 | ইয়াৰপিছত আমি উদাহৰণ সহ ইন্টাৰফেসৰ implementation ক্লাস সম্পর্কে শিকো। |
02:32 | ইয়াতে Human ক্লাস আছে যি Animal ইন্টাৰফেস প্ৰয়োগ কৰে। |
02:38 | এইটোৱে talk(), see() আৰু move() মেথডৰ বাবে বাস্তবায়ন প্ৰদান কৰিব লাগিব। |
02:45 | ক্লাসে একাধিক ইন্টাৰফেস বাস্তবায়ন কৰিব পাৰে। |
02:49 | উদাহৰণত দেখোৱাৰ মতে, Human ক্লাসে দুটা ইন্টাৰফেস Animal আৰু Action পৰিচালনা কৰে। |
02:57 | উল্লেখ্য যে সিনট্যাক্সত ব্যবহৃত comma অপাৰেটৰ বিভিন্ন ইন্টাৰফেস সনাক্ত কৰে। |
03:04 | এতিয়া এই ক্লাসে Animal আৰু Action উভয় ইন্টাৰফেসত সকলো abstract মেথডৰ বাবে প্ৰয়োগ কৰা উচিত। |
03:13 | ইয়াতে চিত্ৰটোৱে বাস্তবায়ন সস্পর্ক প্ৰতিনিধিত্ব কৰে। |
03:18 | Animal ক্লাস এটা ইন্টাৰফেস। |
03:22 | Human আৰু Snake ক্লাস দুটা implementation classes. |
03:28 | Human ক্লাস talk(), see() আৰু move() মেথডৰ নিজৰ বেলেগ বেলেগ বাস্তবায়ন প্ৰদান কৰে। |
03:36 | Snake ক্লাস talk(), see() আৰু move() মেথডৰ নিজৰ বেলেগ বেলেগ বাস্তবায়ন প্ৰদান কৰে। |
03:45 | এতিয়া স্যাম্পল প্ৰোগ্ৰাম সহ interfaces ইয়াৰ ব্যবহাৰ বুঝো। |
03:50 | default packageত সো ক্লিক কৰক আৰু Human নামৰ ক্লাস বনাওক। |
03:56 | এইটোক Animal ক্লাসৰ implementation class বনাবলৈ লিখক: implements Animal |
04:04 | এতিয়া আমি Eclipse IDE ত এৰৰ দেখো। |
04:09 | এই এৰৰৰে ইঙ্গিত দিয়ে যে Animal interface ক implementation প্ৰদান কৰা উচিত। |
04:15 | চাওক এই এৰৰৰক কিভাবে সংশোধন কৰা যায়। |
04:19 | এতিয়া talk(), see() আৰু move() মেথডক সংজ্ঞায়িত কৰো। |
04:23 | লিখক: public void talk( ) কা্ৰলী বন্ধনীত লিখক System.out.println উদ্ধৃতিত I am a human and I belong to. |
04:37 | এতিয়া Animal ইন্টাৰফেসত ঘোষিত static, final variable type1 ইয়াৰ ভ্যালু ব্যবহাৰ কৰিব পাৰো। |
04:45 | লিখক: + Animal.type1+ উদ্ধৃতিত family সেমিকোলন। |
04:54 | এতিয়া see() মেথড প্ৰয়োগ কৰো। |
04:57 | লিখক: public void see( ) কাৰ্লী বন্ধনীত লিখক System.out.println উদ্ধৃতিত I can see all colors সেমিকোলন। |
05:11 | আমি move() মেথডও নির্ধাৰণ কৰা উচিত। |
05:14 | লিখক: public void move( ) কাৰ্লী বন্ধনীত লিখক System.out.println উদ্ধৃতিত I move by walking সেমিকোলন। |
05:29 | এবাৰ সকলো মেথড প্ৰয়োগ হলে এৰৰ অদৃশ্য হৈ যায়। |
05:34 | ইয়াৰপিছত আমি শিকিম Snake ক্লাস নির্ধাৰণ কৰা। |
05:38 | আমি এইটো ইতিমধ্যে আমাৰ প্ৰোজেক্টত বনাইছো। |
05:42 | আপনাৰ প্ৰোজেক্টত snake ক্লাস বনাওক আৰু স্ক্ৰীনত প্ৰদর্শিত নিম্ন কোড লিখক। |
05:49 | এতিয়া কোডটো চাওক। |
05:52 | আমি দেখো যে Animal interface ইয়াৰ সকলো মেথড talk(), see() আৰু move() এই ক্লাসত প্ৰয়োগ হয়। |
06:01 | ইয়াতে, talk() মেথডে I am a snake and I belong to প্ৰিন্ট কৰে। |
06:07 | তাৰপিছত Animal.type2 ইয়াৰ ভ্যালু প্ৰিন্ট হয় আৰু তাৰপিছত family ইয়াৰ। |
06:13 | ইয়াতে see() মেথডে I can see only in black and white প্ৰিন্ট কৰে। |
06:19 | move() মেথডে I move by crawling প্ৰিন্ট কৰে। |
06:23 | Human ক্লাসৰ talk(), see() আৰু move() মেথডৰ নিজৰ বাস্তবায়ন আছে। |
06:31 | Snake ক্লাসৰ talk(), see() আৰু move() মেথডৰ নিজৰ বাস্তবায়ন আছে। |
06:39 | এতিয়া, default packageত সো ক্লিক কৰক,new > classত ক্লিক কৰক আৰু তাৰপিছত Demo নাম লিখক। |
06:47 | এই ক্লাসত, আমাৰ main মেথড আছে। |
06:51 | লিখক main আৰু তাৰপিছত main মেথড বনাবলৈ ctrl+space টিপক। |
06:58 | স্ক্ৰীনত প্ৰদর্শিত নিম্ন কোড লিখক। |
07:01 | এই লাইনত, Animal ইন্টাৰফেস দ্বাৰা Human ক্লাসক দৃষ্টান্ত কৰো। |
07:07 | এইটোক Animal h equals new Human() হিসাবে দেখায়। |
07:14 | এতিয়া এই object ক h.talk(); h.see(); h.move() হিসাবে ব্যবহাৰ কৰি বিভিন্ন মেথডক প্ৰয়োগ কৰিব পাৰি। |
07:26 | ইয়াৰপিছত Animal ইন্টাৰফেস দ্বাৰা Snake ক্লাস দৃষ্টান্ত কৰো। |
07:31 | এই object দ্বাৰা বিভিন্ন মেথডক প্ৰয়োগ কৰিব পাৰি যেনেকৈ দেখোৱাইছে। |
07:38 | এতিয়া, এই ডেমো প্ৰোগ্ৰামটোক ৰান কৰো। |
07:41 | Demo ক্লাসত সো ক্লিক কৰক আৰু তাৰপিছত Run as > Java Application চয়ন কৰক। |
07:48 | আমি আউটপুট দেখো। |
07:52 | এইটো human class object h দ্বাৰা talk(), see() আৰু move() মেথড প্ৰয়োগ কৰি প্ৰিন্ট হৈছে। |
08:00 | এইটো Snake class object s দ্বাৰা talk(), see() আৰু move() মেথড প্ৰয়োগ কৰি প্ৰিন্ট হৈছে। |
08:08 | এতিয়া, interface আৰু abstract ক্লাসৰ মাজৰ পার্থক্য চাও। |
08:14 | ইন্টাৰফেসত সকলো মেথড abstract হোৱা উচিত। |
08:18 | ইন্টাৰফেসত কোনো constructors, concrete মেথড, |
08:23 | static মেথড আৰু main মেথড থাকা উচিত নহয়। |
08:28 | কিন্তু abstract ক্লাসত এইবোৰ থাকিব পাৰে। |
08:32 | ইন্টাৰফেসত ভ্যাৰিয়েবল static আৰু final হোৱা উচিত। |
08:38 | ইয়াতে abstract ক্লাসৰ বাবে এনে কোনো বিধিনিষেধ নাই। |
08:43 | ইয়াৰ সৈতেই টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে, |
08:48 | ইয়াতে আমি শিকিছো: ইন্টাৰফেস বনোৱা। |
08:53 | implementation ক্লাস বনোৱা আৰু |
08:56 | ইন্টাৰফেসৰ ব্যবহাৰ। |
08:59 | অনুশীলনী হিসাবে, Vehicle ইন্টাৰফেস বনাওক, যাতে brake() আৰু run() মেথড থাকে। |
09:07 | Fuel নামৰ ইন্টাৰফেস বনাওক যাতে fill(String type,int quantity), pay(int quantity,int price) থাকে। |
09:19 | সাবক্লাস Car বনাওক যিয়ে Vehicle আৰু Fuel উভয় ইন্টাৰফেসক প্ৰয়োগ কৰে। |
09:26 | brake মেথডে Car Applies Power brake প্ৰিন্ট কৰা উচিত। |
09:30 | run মেথডে Car is running on 4 wheels প্ৰিন্ট কৰা উচিত। |
09:35 | একেইভাবে fill() মেথডে fuel ফীল্ডৰ টাইপ আৰু কোয়ালিটি প্ৰিন্ট কৰে। |
09:41 | উদাহৰণস্বৰুপে: 10 Litres of petrol. |
09:44 | pay() মেথদ, দিয়া মূল্যক প্ৰিন্ট কৰিবলৈ ব্যবহাৰ কৰা হয়। উদাহৰণস্বৰুপে: Pay Rs. 640.*** |
09:53 | আৰু এটা Bike বনাওক যাতে আকৌ এবাৰ উভয় ইন্টাৰফেস Vehicle আৰু Fuel প্ৰয়োগ কৰে। |
10:00 | brake মেথডে Bike Applies hand brake প্ৰিন্ট কৰিব পাৰে। |
10:05 | run মেথডে Bike is running on 2 wheels প্ৰিন্ট কৰিব পাৰে। |
10:10 | আগতে ব্যাখ্যা কৰা fill() আৰু pay() মেথড প্ৰয়োগ কৰক। |
10:15 | অবশেষত ফলাফল চেক কৰিবলৈ Demo ক্লাস বনাওক যাতে main মেথড থাকে। |
10:21 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
10:29 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। |
10:38 | অধিক জানোবলৈ আমালৈ লিখক। |
10:41 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
10:48 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro |
10:52 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। |
11:01 | অংশগ্ৰহনৰ বাবে ধন্যবাদ। |