Java/C3/Calling-methods-of-the-superclass/Assamese

From Script | Spoken-Tutorial
Revision as of 12:10, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Calling methods of the super class ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 ইয়াতে আমি শিকিম: super keyword ব্যবহাৰ কৰাৰ সময়।
00:13 super class ইয়াৰ মেথড কল কৰা।
00:17 super class ইয়াৰ constructor খোলা।
00:22 ইয়াতে আমি ব্যবহাৰ কৰিছো: উবুন্টু সংস্কৰণ 12.04, JDK 1.7,Eclipse 4.3.1
00:32 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:39 java ত subclassing আৰু method overriding সম্পর্কেও জানিব লাগিব।
00:45 নহলে, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক।
00:51 Subclassএ super কীওয়ার্ড দ্বাৰা superclass ডেটা বা method ব্যবহাৰ কৰিব পাৰে।
00:58 super কীওয়ার্ড: parent ক্লাসৰ instance ভ্যাৰিয়েবল বোঝায়। parent class constructor আৰম্ভ কৰাত ব্যবহৃত হয়। parent class method আৰম্ভ কৰাত ব্যবহৃত হয়।
01:13 এতিয়া, IDE আৰু projectত যাও যাক আমি আগতে বনাইছো।
01:19 Manager ক্লাসত যাওক।
01:22 এতিয়া getDetails () মেথডত আহক।
01:26 return স্টেটমেন্টত, Name আৰু Email অতৰাওক।
01:32 এতিয়া, Employee ক্লাসত আহক।
01:36 এইটো parent ক্লাস বা super ক্লাস।
01:41 আমাৰ উচৰত ইতিমধ্যে getDetails() আছে।
01:46 এই মেথডে name আৰু email উভতাই দিয়ে।
01:51 আমি এই getDetails() মেথডৰ ব্যবহাৰ Manager ক্লাসত কৰিব পাৰো।
01:57 Manager ক্লাসত, Employee ক্লাসৰ পৰা getDetails () মেথডক কল কৰিম।
02:04 manager ক্লাসত getDetails () মেথডত আহক।
02:10 return স্টেটমেন্টত লিখক : super dot getDetails() plus slash n Manager of getDepartment().
02:22 এতিয়া, প্ৰোগ্ৰাম ৰান কৰক।
02:25 আমি দেখো যে আমি Manager ইয়াৰ বিবৰণ পাও। এইভাবে subclass ইয়াৰ ভিতৰত superclass মেথডক কল কৰিব পাৰি।
02:36 এতিয়া Employee ক্লাসত আহক।
02:41 ইয়াতে constructor অন্তর্ভুক্ত কৰক।
02:44 Employee ক্লাসত লিখক: public space Employee বন্ধনীত String name, String email_address
02:59 কাৰ্লী বন্ধনীত লিখক: this dot name is equal to name semicolon this dot email_address is equal to email_address
03:17 এতিয়া, setter আৰু getter মেথডক কমেন্ট কৰো।
03:23 getDetails() মেথডত- getName ইয়াৰ সলনি name আৰু getEmail ইয়াৰ সলনি email_address লিখক।
03:37 Subclassএ parent ক্লাসৰ পৰা সকলো মেথডক আৰু ভ্যাৰিয়েবলক ইনহেৰিট কৰে।
03:44 উল্লেখ্য যে এইটোৱে constructorক ইনহেৰিট নকৰে।
03:49 কিন্তু, constructorএ তাৰ superclass ইয়াৰ non-private constructorক কল কৰিব পাৰে।
03:55 আমি child class constructor পৰা super কীওয়ার্ড দ্বাৰা এইটোক কৰো।
04:01 এতিয়া আমি সেইটোক দেখো।
04:04 সেয়ে Manager ক্লাসত আহক। আমি ইয়াতে constructor অন্তর্ভুক্ত কৰিম।
04:10 লিখক: public space Manager বন্ধনীত String স্পেস name কমা String স্পেস email underscore address কমা String স্পেস dept.
04:30 তাৰপিছত, কাৰ্লী বন্ধনীত লিখক: super বন্ধনীত name, email underscore address সেমিকোলন।
04:44 তাৰপিছত লিখক: department is equal to dept semicolon.
04:51 ইয়াতে আমি setter আৰু getter মেথডক কমেন্ট কৰিম।
04:56 তাৰপিছত, getDetails() মেথডত: getDepartmentত department লিখক।
05:05 এতিয়া TestEmployee ক্লাসত আহক।
05:09 setter মেথডক কমেন্ট কৰক।
05:15 এতিয়া, Manager constructorত লিখক: বন্ধনীত Nikkita Dinesh, abc@gmail.com, Accounts  *****
05:32 এতিয়া, প্ৰোগ্ৰাম ৰান কৰক।
05:35 আমি প্ৰদর্শিত আউটপুট দেখো। আমি Manager বিবৰণ পাও।
05:40 এইভাবে, আমি super ক্লাসৰ constructorক কল কৰিব পাৰি।
05:45 ইয়াতে আমি শিকিছো: super keyword, super ক্লাসৰ মেথডক কল কৰা, super ক্লাসৰ constructor ক invoke কৰা।
05:56 অনুশীলনী হিসাবে আগৰ অনুশীলনী খুলক। Bike ক্লাসত Vehicle class run method কল কৰক।
06:04 আউটপুট হোৱা উচিত: The Vehicle is running. The Bike is running safely.
06:10 স্পোকেন টিউটোৰিয়েল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ, এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
06:17 এইটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰিও চাব পাৰে।
06:26 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। এই বিষয়ত বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
06:42 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ।
06:46 এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
06:54 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য: http://spoken-tutorial.org/NMEICT-Intro
07:05 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi