Java/C3/Calling-methods-of-the-superclass/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | Calling methods of the super class ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:07 | ইয়াতে আমি শিকিম: super keyword ব্যবহাৰ কৰাৰ সময়। |
| 00:13 | super class ইয়াৰ মেথড কল কৰা। |
| 00:17 | super class ইয়াৰ constructor খোলা। |
| 00:22 | ইয়াতে আমি ব্যবহাৰ কৰিছো: উবুন্টু সংস্কৰণ 12.04, JDK 1.7,Eclipse 4.3.1 |
| 00:32 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
| 00:39 | java ত subclassing আৰু method overriding সম্পর্কেও জানিব লাগিব। |
| 00:45 | নহলে, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক। |
| 00:51 | Subclassএ super কীওয়ার্ড দ্বাৰা superclass ডেটা বা method ব্যবহাৰ কৰিব পাৰে। |
| 00:58 | super কীওয়ার্ড: parent ক্লাসৰ instance ভ্যাৰিয়েবল বোঝায়। parent class constructor আৰম্ভ কৰাত ব্যবহৃত হয়। parent class method আৰম্ভ কৰাত ব্যবহৃত হয়। |
| 01:13 | এতিয়া, IDE আৰু projectত যাও যাক আমি আগতে বনাইছো। |
| 01:19 | Manager ক্লাসত যাওক। |
| 01:22 | এতিয়া getDetails () মেথডত আহক। |
| 01:26 | return স্টেটমেন্টত, Name আৰু Email অতৰাওক। |
| 01:32 | এতিয়া, Employee ক্লাসত আহক। |
| 01:36 | এইটো parent ক্লাস বা super ক্লাস। |
| 01:41 | আমাৰ উচৰত ইতিমধ্যে getDetails() আছে। |
| 01:46 | এই মেথডে name আৰু email উভতাই দিয়ে। |
| 01:51 | আমি এই getDetails() মেথডৰ ব্যবহাৰ Manager ক্লাসত কৰিব পাৰো। |
| 01:57 | Manager ক্লাসত, Employee ক্লাসৰ পৰা getDetails () মেথডক কল কৰিম। |
| 02:04 | manager ক্লাসত getDetails () মেথডত আহক। |
| 02:10 | return স্টেটমেন্টত লিখক : super dot getDetails() plus slash n Manager of getDepartment(). |
| 02:22 | এতিয়া, প্ৰোগ্ৰাম ৰান কৰক। |
| 02:25 | আমি দেখো যে আমি Manager ইয়াৰ বিবৰণ পাও। এইভাবে subclass ইয়াৰ ভিতৰত superclass মেথডক কল কৰিব পাৰি। |
| 02:36 | এতিয়া Employee ক্লাসত আহক। |
| 02:41 | ইয়াতে constructor অন্তর্ভুক্ত কৰক। |
| 02:44 | Employee ক্লাসত লিখক: public space Employee বন্ধনীত String name, String email_address |
| 02:59 | কাৰ্লী বন্ধনীত লিখক: this dot name is equal to name semicolon this dot email_address is equal to email_address |
| 03:17 | এতিয়া, setter আৰু getter মেথডক কমেন্ট কৰো। |
| 03:23 | getDetails() মেথডত- getName ইয়াৰ সলনি name আৰু getEmail ইয়াৰ সলনি email_address লিখক। |
| 03:37 | Subclassএ parent ক্লাসৰ পৰা সকলো মেথডক আৰু ভ্যাৰিয়েবলক ইনহেৰিট কৰে। |
| 03:44 | উল্লেখ্য যে এইটোৱে constructorক ইনহেৰিট নকৰে। |
| 03:49 | কিন্তু, constructorএ তাৰ superclass ইয়াৰ non-private constructorক কল কৰিব পাৰে। |
| 03:55 | আমি child class constructor পৰা super কীওয়ার্ড দ্বাৰা এইটোক কৰো। |
| 04:01 | এতিয়া আমি সেইটোক দেখো। |
| 04:04 | সেয়ে Manager ক্লাসত আহক। আমি ইয়াতে constructor অন্তর্ভুক্ত কৰিম। |
| 04:10 | লিখক: public space Manager বন্ধনীত String স্পেস name কমা String স্পেস email underscore address কমা String স্পেস dept. |
| 04:30 | তাৰপিছত, কাৰ্লী বন্ধনীত লিখক: super বন্ধনীত name, email underscore address সেমিকোলন। |
| 04:44 | তাৰপিছত লিখক: department is equal to dept semicolon. |
| 04:51 | ইয়াতে আমি setter আৰু getter মেথডক কমেন্ট কৰিম। |
| 04:56 | তাৰপিছত, getDetails() মেথডত: getDepartmentত department লিখক। |
| 05:05 | এতিয়া TestEmployee ক্লাসত আহক। |
| 05:09 | setter মেথডক কমেন্ট কৰক। |
| 05:15 | এতিয়া, Manager constructorত লিখক: বন্ধনীত Nikkita Dinesh, abc@gmail.com, Accounts ***** |
| 05:32 | এতিয়া, প্ৰোগ্ৰাম ৰান কৰক। |
| 05:35 | আমি প্ৰদর্শিত আউটপুট দেখো। আমি Manager বিবৰণ পাও। |
| 05:40 | এইভাবে, আমি super ক্লাসৰ constructorক কল কৰিব পাৰি। |
| 05:45 | ইয়াতে আমি শিকিছো: super keyword, super ক্লাসৰ মেথডক কল কৰা, super ক্লাসৰ constructor ক invoke কৰা। |
| 05:56 | অনুশীলনী হিসাবে আগৰ অনুশীলনী খুলক। Bike ক্লাসত Vehicle class run method কল কৰক। |
| 06:04 | আউটপুট হোৱা উচিত: The Vehicle is running. The Bike is running safely. |
| 06:10 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প সম্পর্কে অধিক জানিবলৈ, এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 06:17 | এইটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰিও চাব পাৰে। |
| 06:26 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। এই বিষয়ত বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
| 06:42 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ। |
| 06:46 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
| 06:54 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য: http://spoken-tutorial.org/NMEICT-Intro |
| 07:05 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। অংশগ্ৰহনৰ বাবে ধন্যবাদ। |