Gedit-Text-Editor/C3/Snippets-in-gedit/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | gedit Text editor ত Snippets এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:08 | এই টিউটোৰিয়েলত, অামি ডিফল্ট Snippets এৰ ব্যবহাৰ। |
| 00:13 | নতুন snippets জোড়া। |
| 00:15 | snippets মোছা। |
| 00:17 | Highlight matching bracket আৰু Document Statistics সম্পর্কে শিকিম। |
| 00:22 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো। |
| 00:33 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জানিব লাগিব। |
| 00:39 | Snippets কি? |
| 00:41 | Snippets হৈছে টেক্সট বা সোর্স কোডৰ লাইন যাৰ ব্যবহাৰ প্ৰোগ্ৰাম লেখাৰ সময়ত বেছিকৈ হয়। |
| 00:49 | এইটোৱে ইউসাৰক পুনৰাবৃত্তিমূলক টাইপিং এড়িবলৈ অনুমতি দিয়ে। |
| 00:54 | Snippets হৈছে gedit Text editor ত এটা ডিফল্ট plugins. |
| 00:59 | এতিয়া চাও যে Snippets ইয়াক কিভাবে বনাও বা ব্যবহাৰ কৰিব পাৰি। |
| 01:04 | gedit Text editor খুলক। |
| 01:08 | প্ৰথমে Snippet pluginক সক্ষম কৰিবলৈ লাগিব। |
| 01:12 | মেন মেনু পৰা Edit আৰু Preferences ত ক্লিক কৰক। |
| 01:17 | Plugin ট্যাবত, তললৈ স্ক্ৰোল কৰক আৰু Snippets বাক্স চেক কৰক। |
| 01:23 | Close ত ক্লিক কৰক। |
| 01:25 | প্ৰদত্ত সংখ্যা ধনাত্মক নে ঋণাত্মক তাক ছেক কৰিবলৈ এটা C প্ৰোগ্ৰাম লিখো। |
| 01:32 | প্ৰথমে ফাইলটোক NumCheck.c হিসাবে সংৰক্ষণ কৰো। |
| 01:39 | টিউটোৰিয়েলটো ৰখাওক আৰু এই কোডটো gedit Text editor ত লিখক। |
| 01:44 | লেখা শেষ হলে, কার্সাৰটৌ পৰবর্তী লাইনত ৰাখক। |
| 01:49 | এতিয়া If শব্দটো লিখক আৰু Tab কী টিপক। |
| 01:54 | আপোনি ইয়াতে নিজেই সন্নিবেশ কৰা If স্টেটমেন্টৰ গঠন দেখিব পাৰিছেনে? |
| 02:00 | লক্ষ্য কৰক, কার্সাৰ ডিফল্টৰুপে condition শব্দত আছে। |
| 02:05 | num==0 লিখক। |
| 02:09 | Condition শব্দটো ওভাৰৰাইট হৈছে। |
| 02:12 | আপোনি নিজেই আহা ওপেন কাৰ্লী বন্ধনী আৰু এন্ড বন্ধনী দেখিব পাৰে। |
| 02:18 | ইয়াৰ কাৰণ মই পূর্বৰ টিউটোৰিয়েলত Intelligent text completion নামৰ plugin যুক্ত কৰিছিলো। |
| 02:26 | লিখক printf open brackets double quotes. |
| 02:31 | লক্ষ্য কৰক এন্ড ডাবল উদ্ধৃতিবোৰ নিজেই আহিছে। |
| 02:36 | মনত ৰাখিব যে Intelligent Text Completion এৰ এটা বৈশিষ্ট্য হল Auto close brackets and quotes. |
| 02:44 | ইয়াতে যি দেখাইছে তাক লিখক। |
| 02:48 | এতিয়া, মেন মেনু পৰা Tools আৰু Manage Snippets চয়ন কৰক। |
| 02:54 | Manage Snippets ডায়লগ বাক্স দেখায়। |
| 02:56 | বাও ফালৰ প্যানেলত, তলত স্ক্ৰোল কৰি C চয়ন কৰক। |
| 03:02 | এইটোৰ কাষত থকা ত্ৰিভুজীয় চিহ্নত টিপক। |
| 03:06 | C এৰ বাবে সকলো Snippets এৰ তালিকা ইয়াতে তালিকাভুক্ত আছে। |
| 03:11 | If snippet ত ক্লিক কৰক। |
| 03:14 | উপৰৰ সো প্যানেলত, আপোনি C ল্যাঙ্গুয়েজত If স্টেটমেন্টৰ সম্পূর্ণ সিনট্যাক্স দেখিব পাৰে। |
| 03:21 | তলত সোফালে Tab Trigger ফীল্ডত চাওক। এইটোক ডিফল্টৰুপে If দেখাইছে। |
| 03:30 | If লিখি আৰু ট্যাব কী টিপি, সম্পূর্ণ If স্টেটমেন্ট সোমাই আহে। |
| 03:38 | আৰু এটা else if নামৰ snippet দেখো। |
| 03:42 | বাও ফালে, C এৰ তলত else if snippet ত ক্লিক কৰক। |
| 03:48 | আপোনি ইয়াৰ বাবে সিনট্যাক্স উপৰৰ সোফালৰ প্যানেলত দেখিব পাৰে। |
| 03:53 | Tab trigger ত elif আছে। |
| 03:56 | Close ত ক্লিক কৰক। |
| 04:00 | এতিয়া চাও প্ৰোগ্ৰামত এই snippet কিভাবে ব্যবহাৰ কৰে। |
| 04:04 | elif লিখক আৰু ট্যাব টিপক। |
| 04:09 | আপোনি দেখে যে else if এৰ বাবে সিনট্যাক্স লেখা হৈছে। |
| 04:14 | ইয়াতে দেখোৱা প্ৰোগ্ৰাম কোড লিখক। |
| 04:19 | Snippets এৰ সাহায্যে, মই সোর্স কোডত পুনৰাবৃত্তিমূলক টাইপিং নকৰিলেও হব। |
| 04:26 | এতিয়া দেখো যে নিজৰ Snippet কিভাবে বনায়। |
| 04:30 | এতিয়া, মেন মেনু পৰা, Tools আৰু Manage snippets ত ক্লিক কৰক। |
| 04:38 | Manage Snippets ডায়লগ বাক্সত C চয়ন কৰক। |
| 04:42 | উইন্ডোৰ তলত বাওফালে, নতুন snippet বনাবলৈ প্লাস আইকনত ক্লিক কৰক। |
| 04:49 | HelloWorld লিখক আৰু এন্টাৰ টিপক। |
| 04:53 | Edit প্যানেলত ক্লিক কৰক। |
| 04:56 | নিম্নলিখিত কোড লিখক। এইটো C ত এটা সাধাৰণ মৌলিক প্ৰোগ্ৰাম। |
| 05:02 | Tab trigger ফীল্ডত, hello লিখক। এইটো এডিটৰত ব্যবহৃত শর্টকাট কীওয়ার্ড। |
| 05:10 | Close ত ক্লিক কৰক। |
| 05:13 | gedit Text editor ত নতুন ডকুমেন্ট খুলক। |
| 05:18 | ফাইলটো helloworld.c হিসাবে সংৰক্ষণ কৰক। |
| 05:22 | আপোনি ফাইলটো .c এক্সটেনশনেৰে সংৰক্ষণ নকৰিলে snippets কাম নকৰে। |
| 05:29 | এইটোৱে ফাইলটোক টেক্সট ফাইল হিসাবে বিবেচনা কৰিব, নাকি এটা c প্ৰোগ্ৰাম ফাইল। |
| 05:35 | hello লিখক আৰু ট্যাব কী টিপক। |
| 05:39 | যি টেক্সট মই HelloWorld snippet ত লিখিছিলো, ইয়াতে সেইবোৰ লেখা হৈছে। |
| 05:45 | এইভাবে যি custom snippetক বনায় আৰু ব্যবহাৰ কৰে। |
| 05:50 | ইয়াৰ পিছত, snippet মুছি পেলোৱা সম্পর্কে শিকো। |
| 05:54 | মেন মেনু পৰা Tools আৰু Manage Snippets ত ক্লিক কৰক। |
| 05:59 | Snippet তালিকাত C ত ক্লিক কৰক। |
| 06:02 | HelloWorld snippet ত ক্লিক কৰক, যাক আমি আগেই বনাইছিলো। |
| 06:07 | উইন্ডোৰ তলত বাওফালে, snippet মূছি পেলাবলৈ মাইনাস আইকনত ক্লিক কৰক। |
| 06:13 | Snippet মুছি গৈছে। |
| 06:16 | এতিয়া তালিকাৰ পৰা While loop snippet বিছাৰক আৰু মুছিবলৈ এইটোক চয়ন কৰক। |
| 06:23 | ইয়াতে দেখিব পাৰো যে ডিলিট আইকনটো অক্ষম আছে। |
| 06:28 | ইয়াৰ মানে মই আমাৰ দ্বাৰা নির্মিত snippets মুছিব পাৰো আৰু ডিফল্ট বোৰক নোৱাৰো। |
| 06:35 | Close ত ক্লিক কৰক। |
| 06:37 | NumCheck.c ট্যাবত উভতি যাওক। |
| 06:42 | C প্ৰোগ্ৰামত আপোনি বিভিন্ন ধৰনৰ বন্ধনী দেখিব পাৰে। |
| 06:47 | মাঝে মাঝে, মই ক্লোজিং বন্ধনীৰ ট্র্যাক হেৰাব পাৰো যি ওপেনিং বন্ধনীৰ সৈতে মিলে। |
| 06:54 | এতিয়া চাও যে ম্যাচিং বন্ধনী কিভাবে লক্ষণীয় কৰে। |
| 06:58 | মেন মেনু পৰা Edit আৰু Preferences ত ক্লিক কৰক। |
| 07:03 | View ট্যাবত, Highlight matching brackets বাক্স চেক কৰক। |
| 07:07 | Close ত ক্লিক কৰক। |
| 07:09 | এতিয়া, কার্সাৰটো প্ৰোগ্ৰামৰ আৰম্ভত ওপেন কাৰ্লী বন্ধনীত ৰাখক। |
| 07:15 | লক্ষ্য কৰক যে অন্তিম ক্লোস কাৰ্লী বন্ধনী অবিলম্বে লক্ষণীয় হয়। |
| 07:22 | কার্সাৰ দ্বিতীয় ওপেন কাৰ্লী বন্ধনীত ৰাখক। |
| 07:27 | লক্ষ্য কৰক যে দ্বিতীয় অন্তিম ক্লোস কাৰ্লী বন্ধনী ধূসৰ ৰঙত লক্ষণীয় হৈছে। |
| 07:33 | প্ৰোগ্ৰামত বন্ধনীক ট্র্যাক কৰাৰ এইটোৱে ভাল উপায়। |
| 07:38 | এইটোৱে নিশ্চিত কৰিবলৈ সহায়জ্য্ কৰে যে সকলো ওপেন বন্ধনীৰ অনুৰুপ ক্লোসিং বন্ধনী আছে। |
| 07:44 | এতিয়া Document Statistics বৈশিষ্ট্য সম্পর্কে শিকিম। |
| 07:49 | Document Statistics plugin বর্তমান ডকুমেন্ট সম্পর্কিত বিভিন্ন পৰিসংখ্যান দেখায়। |
| 07:56 | এইটোৱে তথ্য যেনে: Number of words ,Number of lines ,Number of characters ,Number of non-space characters ,Size of the file in bytes দেখায়। |
| 08:10 | gedit Text editor ত উভতি আহক। |
| 08:14 | মেন মেনু পৰা Edit আৰু Preferences ত ক্লিক কৰক। |
| 08:19 | Plugins ট্যাবত ক্লিক কৰক। |
| 08:22 | Document Statistics বিকল্প দেখিবলৈ তলত স্ক্ৰোল কৰক। |
| 08:26 | Document Statistics plugin সক্ষম নহলে এইটোক চেক কৰক। |
| 08:32 | Close ত ক্লিক কৰক। |
| 08:34 | মেন মেনু পৰা, Tools আৰু Document Statistics চয়ন কৰক। |
| 08:39 | Document Statistics ডায়লগ বাক্স খোলে। |
| 08:43 | ই NumCheck.c ডকুমেন্টত lines, words, characters আৰু bytes সহ পৰিসংখ্যান প্ৰদর্শন কৰে। |
| 08:53 | NumCheck.c ফাইলত, শব্দবোৰ সলাওক যেনেকৈ ইয়াতে দেখাইছে। |
| 09:01 | Document Statistics ডায়লগ বাক্সত, Update ত ক্লিক কৰক। |
| 09:07 | লক্ষ্য কৰক যে তথ্যবোৰ আমাৰ দ্বাৰা পৰিবর্তন কৰাত আপডেট কৰা হৈছে। |
| 09:12 | Close ত ক্লিক কৰক। |
| 09:15 | এই বৈশিষ্ট্য খুবেই কার্যকৰ হয় যেতিয়া এটা ডকুমেন্টত নির্দিষ্ট সংখ্যা শব্দৰ প্ৰয়োজন হয়। |
| 09:22 | ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 09:25 | সংক্ষিপ্তকৰণ কৰো। |
| 09:27 | ইয়াতে মই ডিফল্ট snippets এৰ ব্যবহাৰ। |
| 09:32 | নতুন snippets জোড়া। |
| 09:34 | মূছি পেলোৱা। |
| 09:36 | Highlight matching brackets আৰু Document Statistics সম্পর্কে শিকিছো। |
| 09:41 | ইয়াতে এটা অনুশীলনী আছে। |
| 09:44 | company header নামৰ এটা নতুন কাস্টম snippet বনাওক। |
| 09:49 | এডিট প্যানেলত কম্পানিৰ সম্পূর্ণ ঠিকনা লিখক। |
| 09:53 | Tab trigger ফীল্ডত, company হিচাবে শর্টকাট কী ৰাখক। |
| 09:58 | নতুন ডুকমেন্ট খুলক আৰু snippet ব্যবহাৰ কৰক। |
| 10:02 | নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
| 10:10 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে সার্টিফিকেট দিয়ে। |
| 10:19 | অধিক তথ্যৰ বাবে, আমালৈ লিখক। |
| 10:22 | এই ফোৰামত আপোনাৰ টাইমড ক্যোয়াৰী পোস্ট কৰক। |
| 10:26 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰু তথ্য এই লিঙ্কত উপলব্ধ। |
| 10:39 | আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |