Gedit-Text-Editor/C3/Snippets-in-gedit/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 gedit Text editor ত Snippets এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত, অামি ডিফল্ট Snippets এৰ ব্যবহাৰ।
00:13 নতুন snippets জোড়া।
00:15 snippets মোছা।
00:17 Highlight matching bracket আৰু Document Statistics সম্পর্কে শিকিম।
00:22 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই উবুন্টু লিনাক্স 14.04 অপাৰেটিং সিস্টেম, gedit 3.10 ব্যবহাৰ কৰিছো।
00:33 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জানিব লাগিব।
00:39 Snippets কি?
00:41 Snippets হৈছে টেক্সট বা সোর্স কোডৰ লাইন যাৰ ব্যবহাৰ প্ৰোগ্ৰাম লেখাৰ সময়ত বেছিকৈ হয়।
00:49 এইটোৱে ইউসাৰক পুনৰাবৃত্তিমূলক টাইপিং এড়িবলৈ অনুমতি দিয়ে।
00:54 Snippets হৈছে gedit Text editor ত এটা ডিফল্ট plugins.
00:59 এতিয়া চাও যে Snippets ইয়াক কিভাবে বনাও বা ব্যবহাৰ কৰিব পাৰি।
01:04 gedit Text editor খুলক।
01:08 প্ৰথমে Snippet pluginক সক্ষম কৰিবলৈ লাগিব।
01:12 মেন মেনু পৰা Edit আৰু Preferences ত ক্লিক কৰক।
01:17 Plugin ট্যাবত, তললৈ স্ক্ৰোল কৰক আৰু Snippets বাক্স চেক কৰক।
01:23 Close ত ক্লিক কৰক।
01:25 প্ৰদত্ত সংখ্যা ধনাত্মক নে ঋণাত্মক তাক ছেক কৰিবলৈ এটা C প্ৰোগ্ৰাম লিখো।
01:32 প্ৰথমে ফাইলটোক NumCheck.c হিসাবে সংৰক্ষণ কৰো।
01:39 টিউটোৰিয়েলটো ৰখাওক আৰু এই কোডটো gedit Text editor ত লিখক।
01:44 লেখা শেষ হলে, কার্সাৰটৌ পৰবর্তী লাইনত ৰাখক।
01:49 এতিয়া If শব্দটো লিখক আৰু Tab কী টিপক।
01:54 আপোনি ইয়াতে নিজেই সন্নিবেশ কৰা If স্টেটমেন্টৰ গঠন দেখিব পাৰিছেনে?
02:00 লক্ষ্য কৰক, কার্সাৰ ডিফল্টৰুপে condition শব্দত আছে।
02:05 num==0 লিখক।
02:09 Condition শব্দটো ওভাৰৰাইট হৈছে।
02:12 আপোনি নিজেই আহা ওপেন কাৰ্লী বন্ধনী আৰু এন্ড বন্ধনী দেখিব পাৰে।
02:18 ইয়াৰ কাৰণ মই পূর্বৰ টিউটোৰিয়েলত Intelligent text completion নামৰ plugin যুক্ত কৰিছিলো।
02:26 লিখক printf open brackets double quotes.
02:31 লক্ষ্য কৰক এন্ড ডাবল উদ্ধৃতিবোৰ নিজেই আহিছে।
02:36 মনত ৰাখিব যে Intelligent Text Completion এৰ এটা বৈশিষ্ট্য হল Auto close brackets and quotes.
02:44 ইয়াতে যি দেখাইছে তাক লিখক।
02:48 এতিয়া, মেন মেনু পৰা Tools আৰু Manage Snippets চয়ন কৰক।
02:54 Manage Snippets ডায়লগ বাক্স দেখায়।
02:56 বাও ফালৰ প্যানেলত, তলত স্ক্ৰোল কৰি C চয়ন কৰক।
03:02 এইটোৰ কাষত থকা ত্ৰিভুজীয় চিহ্নত টিপক।
03:06 C এৰ বাবে সকলো Snippets এৰ তালিকা ইয়াতে তালিকাভুক্ত আছে।
03:11 If snippet ত ক্লিক কৰক।
03:14 উপৰৰ সো প্যানেলত, আপোনি C ল্যাঙ্গুয়েজত If স্টেটমেন্টৰ সম্পূর্ণ সিনট্যাক্স দেখিব পাৰে।
03:21 তলত সোফালে Tab Trigger ফীল্ডত চাওক। এইটোক ডিফল্টৰুপে If দেখাইছে।
03:30 If লিখি আৰু ট্যাব কী টিপি, সম্পূর্ণ If স্টেটমেন্ট সোমাই আহে।
03:38 আৰু এটা else if নামৰ snippet দেখো।
03:42 বাও ফালে, C এৰ তলত else if snippet ত ক্লিক কৰক।
03:48 আপোনি ইয়াৰ বাবে সিনট্যাক্স উপৰৰ সোফালৰ প্যানেলত দেখিব পাৰে।
03:53 Tab trigger ত elif আছে।
03:56 Close ত ক্লিক কৰক।
04:00 এতিয়া চাও প্ৰোগ্ৰামত এই snippet কিভাবে ব্যবহাৰ কৰে।
04:04 elif লিখক আৰু ট্যাব টিপক।
04:09 আপোনি দেখে যে else if এৰ বাবে সিনট্যাক্স লেখা হৈছে।
04:14 ইয়াতে দেখোৱা প্ৰোগ্ৰাম কোড লিখক।
04:19 Snippets এৰ সাহায্যে, মই সোর্স কোডত পুনৰাবৃত্তিমূলক টাইপিং নকৰিলেও হব।
04:26 এতিয়া দেখো যে নিজৰ Snippet কিভাবে বনায়।
04:30 এতিয়া, মেন মেনু পৰা, Tools আৰু Manage snippets ত ক্লিক কৰক।
04:38 Manage Snippets ডায়লগ বাক্সত C চয়ন কৰক।
04:42 উইন্ডোৰ তলত বাওফালে, নতুন snippet বনাবলৈ প্লাস আইকনত ক্লিক কৰক।
04:49 HelloWorld লিখক আৰু এন্টাৰ টিপক।
04:53 Edit প্যানেলত ক্লিক কৰক।
04:56 নিম্নলিখিত কোড লিখক। এইটো C ত এটা সাধাৰণ মৌলিক প্ৰোগ্ৰাম।
05:02 Tab trigger ফীল্ডত, hello লিখক। এইটো এডিটৰত ব্যবহৃত শর্টকাট কীওয়ার্ড।
05:10 Close ত ক্লিক কৰক।
05:13 gedit Text editor ত নতুন ডকুমেন্ট খুলক।
05:18 ফাইলটো helloworld.c হিসাবে সংৰক্ষণ কৰক।
05:22 আপোনি ফাইলটো .c এক্সটেনশনেৰে সংৰক্ষণ নকৰিলে snippets কাম নকৰে।
05:29 এইটোৱে ফাইলটোক টেক্সট ফাইল হিসাবে বিবেচনা কৰিব, নাকি এটা c প্ৰোগ্ৰাম ফাইল।
05:35 hello লিখক আৰু ট্যাব কী টিপক।
05:39 যি টেক্সট মই HelloWorld snippet ত লিখিছিলো, ইয়াতে সেইবোৰ লেখা হৈছে।
05:45 এইভাবে যি custom snippetক বনায় আৰু ব্যবহাৰ কৰে।
05:50 ইয়াৰ পিছত, snippet মুছি পেলোৱা সম্পর্কে শিকো।
05:54 মেন মেনু পৰা Tools আৰু Manage Snippets ত ক্লিক কৰক।
05:59 Snippet তালিকাত C ত ক্লিক কৰক।
06:02 HelloWorld snippet ত ক্লিক কৰক, যাক আমি আগেই বনাইছিলো।
06:07 উইন্ডোৰ তলত বাওফালে, snippet মূছি পেলাবলৈ মাইনাস আইকনত ক্লিক কৰক।
06:13 Snippet মুছি গৈছে।
06:16 এতিয়া তালিকাৰ পৰা While loop snippet বিছাৰক আৰু মুছিবলৈ এইটোক চয়ন কৰক।
06:23 ইয়াতে দেখিব পাৰো যে ডিলিট আইকনটো অক্ষম আছে।
06:28 ইয়াৰ মানে মই আমাৰ দ্বাৰা নির্মিত snippets মুছিব পাৰো আৰু ডিফল্ট বোৰক নোৱাৰো।
06:35 Close ত ক্লিক কৰক।
06:37 NumCheck.c ট্যাবত উভতি যাওক।
06:42 C প্ৰোগ্ৰামত আপোনি বিভিন্ন ধৰনৰ বন্ধনী দেখিব পাৰে।
06:47 মাঝে মাঝে, মই ক্লোজিং বন্ধনীৰ ট্র্যাক হেৰাব পাৰো যি ওপেনিং বন্ধনীৰ সৈতে মিলে।
06:54 এতিয়া চাও যে ম্যাচিং বন্ধনী কিভাবে লক্ষণীয় কৰে।
06:58 মেন মেনু পৰা Edit আৰু Preferences ত ক্লিক কৰক।
07:03 View ট্যাবত, Highlight matching brackets বাক্স চেক কৰক।
07:07 Close ত ক্লিক কৰক।
07:09 এতিয়া, কার্সাৰটো প্ৰোগ্ৰামৰ আৰম্ভত ওপেন কাৰ্লী বন্ধনীত ৰাখক।
07:15 লক্ষ্য কৰক যে অন্তিম ক্লোস কাৰ্লী বন্ধনী অবিলম্বে লক্ষণীয় হয়।
07:22 কার্সাৰ দ্বিতীয় ওপেন কাৰ্লী বন্ধনীত ৰাখক।
07:27 লক্ষ্য কৰক যে দ্বিতীয় অন্তিম ক্লোস কাৰ্লী বন্ধনী ধূসৰ ৰঙত লক্ষণীয় হৈছে।
07:33 প্ৰোগ্ৰামত বন্ধনীক ট্র্যাক কৰাৰ এইটোৱে ভাল উপায়।
07:38 এইটোৱে নিশ্চিত কৰিবলৈ সহায়জ্য্ কৰে যে সকলো ওপেন বন্ধনীৰ অনুৰুপ ক্লোসিং বন্ধনী আছে।
07:44 এতিয়া Document Statistics বৈশিষ্ট্য সম্পর্কে শিকিম।
07:49 Document Statistics plugin বর্তমান ডকুমেন্ট সম্পর্কিত বিভিন্ন পৰিসংখ্যান দেখায়।
07:56 এইটোৱে তথ্য যেনে: Number of words ,Number of lines ,Number of characters ,Number of non-space characters ,Size of the file in bytes দেখায়।
08:10 gedit Text editor ত উভতি আহক।
08:14 মেন মেনু পৰা Edit আৰু Preferences ত ক্লিক কৰক।
08:19 Plugins ট্যাবত ক্লিক কৰক।
08:22 Document Statistics বিকল্প দেখিবলৈ তলত স্ক্ৰোল কৰক।
08:26 Document Statistics plugin সক্ষম নহলে এইটোক চেক কৰক।
08:32 Close ত ক্লিক কৰক।
08:34 মেন মেনু পৰা, Tools আৰু Document Statistics চয়ন কৰক।
08:39 Document Statistics ডায়লগ বাক্স খোলে।
08:43 ই NumCheck.c ডকুমেন্টত lines, words, characters আৰু bytes সহ পৰিসংখ্যান প্ৰদর্শন কৰে।
08:53 NumCheck.c ফাইলত, শব্দবোৰ সলাওক যেনেকৈ ইয়াতে দেখাইছে।
09:01 Document Statistics ডায়লগ বাক্সত, Update ত ক্লিক কৰক।
09:07 লক্ষ্য কৰক যে তথ্যবোৰ আমাৰ দ্বাৰা পৰিবর্তন কৰাত আপডেট কৰা হৈছে।
09:12 Close ত ক্লিক কৰক।
09:15 এই বৈশিষ্ট্য খুবেই কার্যকৰ হয় যেতিয়া এটা ডকুমেন্টত নির্দিষ্ট সংখ্যা শব্দৰ প্ৰয়োজন হয়।
09:22 ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
09:25 সংক্ষিপ্তকৰণ কৰো।
09:27 ইয়াতে মই ডিফল্ট snippets এৰ ব্যবহাৰ।
09:32 নতুন snippets জোড়া।
09:34 মূছি পেলোৱা।
09:36 Highlight matching brackets আৰু Document Statistics সম্পর্কে শিকিছো।
09:41 ইয়াতে এটা অনুশীলনী আছে।
09:44 company header নামৰ এটা নতুন কাস্টম snippet বনাওক।
09:49 এডিট প্যানেলত কম্পানিৰ সম্পূর্ণ ঠিকনা লিখক।
09:53 Tab trigger ফীল্ডত, company হিচাবে শর্টকাট কী ৰাখক।
09:58 নতুন ডুকমেন্ট খুলক আৰু snippet ব্যবহাৰ কৰক।
10:02 নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
10:10 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে সার্টিফিকেট দিয়ে।
10:19 অধিক তথ্যৰ বাবে, আমালৈ লিখক।
10:22 এই ফোৰামত আপোনাৰ টাইমড ক্যোয়াৰী পোস্ট কৰক।
10:26 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰু তথ্য এই লিঙ্কত উপলব্ধ।
10:39 আইআইটি বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi