Gedit-Text-Editor/C3/Third-party-plugins-in-gedit/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | gedit Text editor ত Third party Plugins এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত মই third party plugins সংস্থাপিত কৰা আৰু ইয়াৰ ব্যবহাৰ কৰা শিকিম। |
00:15 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই Ubuntu Linux 14.04 অপাৰেটিং সিস্টেম, gedit Text editor 3.10 ব্যবহাৰ কৰিছো। |
00:25 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জ্ঞান থাকিব লাগিব। |
00:32 | এতিয়া মই third party plugins সম্পর্কে শিকিম। |
00:36 | Plugins অন্যান্য প্ৰোগ্ৰামাৰ দ্বাৰাও বনোৱা হয়। |
00:40 | এইটোক third party plugins বোলে। |
00:44 | এইটোৱে আপোনাক অতিৰিক্ত ফাংশন দিয়ে যি ডিফল্ট gedit plugins ত উপলব্ধ নহয়। |
00:51 | third-party plugin সংস্থাপন কৰিবলৈ: নিম্ন লিঙ্কৰ পৰা plugin ডাউনলোড কৰক. https://wiki.gnome.org/Apps/Gedit |
00:58 | plugin ফাইলবোৰ সঠিক ডিৰেক্টৰিত ৰাখা। |
01:02 | plugin সক্ৰিয় কৰা। |
01:05 | Plugins ডাউনলোড কৰিবলৈ gedit ওয়েবসাইটত যাওক। |
01:10 | উপৰত সো কোণাত plugins লিঙ্কত ক্লিক কৰক। |
01:14 | Lists of gedit plugins ত ক্লিক কৰক। |
01:18 | মই gedit Text editor এৰ বিভিন্ন সংস্কৰণৰ বাবে third-party plugins এৰ অনেক লিঙ্ক চাব পাৰো। |
01:25 | যিহেতু মোৰ gedit সংস্কৰণটো 3.10 হয়, মই 3.8 আৰু 3.10 সংস্কৰণৰ বাবে ক্লিক কৰিম। |
01:34 | আপোনি gedit সংস্কৰণৰ উপৰত নির্ভৰ কৰি লিঙ্ক চয়ন কৰিব লাগিব। |
01:39 | বিভিন্ন third party plugins চাবলৈ তলত স্ক্ৰোল কৰক। |
01:44 | Intelligent Text completion এৰ বৈশিষ্ট্যবোৰ অন্বেষণ কৰক। |
01:49 | অটো ক্লোস ব্ৰেকেট আৰু উদ্ধৃতি। |
01:52 | অটো-কমপ্লিট html ট্যাগস। |
01:55 | ফাংশন বা লিস্টৰ পিছত অটো ইন্ডেন্ট। |
01:59 | মই Intelligent Text Completion কিভাবে সংস্থাপিত আৰু ব্যবহাৰ কৰে, তাক দেখোৱাম। |
02:06 | gedit ওয়েবসাইটত যাওক। |
02:09 | ডাউনলোড লিঙ্কত ক্লিক কৰক। |
02:11 | মই Intelligent Text Completion এৰ বাবে বৈশিষ্ট্য আৰু সংস্থাপন বিবৰণ চাব পাৰো। |
02:18 | নিজস্ব বোঝাৰ বাবে তথ্যবোৰ ভালমতে চাওক। |
02:22 | উপৰত সো কোণাত Clone or download ড্ৰপ ডাউন বাক্সত ক্লিক কৰক। |
02:29 | তাৰপিছত Download Zip ত ক্লিক কৰক। |
02:32 | Save file চয়ন কৰি Ok ত ক্লিক কৰক। |
02:36 | ফাইল Downloads ফোল্ডাৰত সংৰক্ষিত হয়। |
02:40 | ফাইলবোৰ এক্সট্র্যাক্ট কৰক। উপলব্ধ ফাইলবোৰ চাবলৈ ফোল্ডাৰটো খুলক। |
02:47 | মই gedit3-8 ফোল্ডাৰটো কপি কৰিম, কাৰণ মোৰ gedit সংস্কৰণ এৰ তুলনাত ই উচ্চ হয়। |
02:55 | আমি এই ফোল্ডাৰক Home ডাইৰেক্টৰীত dot local/share/gedit/plugins ত কপি কৰিব লাগিব। |
03:05 | Home ডাইৰেক্টৰী চয়ন কৰক। |
03:08 | মেনু বাৰত View মেনুত ক্লিক কৰক আৰু Show Hidden Files চয়ন কৰক। |
03:15 | .local share ফোল্ডাৰত যাওক।***** |
03:20 | gedit সাবডাইৰেক্টৰী বনাওক যদি এইটো ইয়াত নাই। |
03:26 | gedit ডাইৰেক্টৰীত, আৰু এটা plugins নামৰ সাবডাইৰেক্টৰী বনাও। |
03:33 | ফোল্ডাৰক পেস্ট কৰক বা ফোল্ডাৰ পৰা ফাইলবোৰক plugins এৰ ভিতৰত কপি কৰক। |
03:39 | Third party plugin ফাইলবোৰ সঠিক ডাইৰেক্টৰীত কপি হোৱা উচিত। |
03:45 | এতিয়া আমাৰ plugin ব্যবহাৰ কৰিবলৈ প্ৰস্তুত। |
03:49 | gedit Text editor খুলক। |
03:52 | মেন মেনুৰ পৰা Edit আৰু Preferences ত ক্লিক কৰক। |
03:56 | Plugins ট্যাবৰ তলত, আমাৰ third party plugin জুড়িত হয় কি নহয়, তাক চাবলৈ তলত স্ক্ৰোল কৰক। |
04:03 | আমি চাব পাৰো যে Intelligent Text completion plugin আমাৰ তালিকাত জুড়িছে। |
04:09 | বাক্স চেক কৰক। Close ত ক্লিক কৰক। |
04:13 | চাওক যে Intelligent Text completionএ আমাৰ html প্ৰোগ্ৰামক লিখিবলৈ কিভাবে সাহায্য কৰে। |
04:19 | মই ইয়াতে দেখোৱা ট্যাগবোৰ লিখিম। |
04:23 | লেস দেন চিহ্নৰ পিছত, ব্যাকস্ল্যাশ টিপক। |
04:27 | এইটোৱে নিজেই title ক্লোসিং ট্যাগ সন্নিবেশ কৰিব। |
04:32 | পিছৰ লাইনত, লেস দেন ব্যাকস্ল্যাশ লিখক। আপোনি দেখে যে head ক্লোসিং ট্যাগ প্ৰবিষ্ট হৈছে। |
04:41 | আকৌ এবাৰ লেস দেন ব্যাকস্ল্যাশ লিখক। html ক্লোজিং ট্যাগও প্ৰবিষ্ট কৰা হয়। |
04:48 | সেয়ে এইটোৱে নিজেই html ট্যাগবোৰ সনাক্ত কৰে আৰু তাক বনায়। |
04:54 | সোর্স কোড লেখাৰ সময়ত এইটোৱে আমাৰ কাম সহজ কৰি তোলে। |
04:59 | মই চাব পাৰো সিনট্যাক্স হাইলাইট off mode ত আছে। |
05:02 | যেতিয়ালৈকে আপোনি ডকুমেন্টক gedit Text editor ত সংৰক্ষণ নকৰে, সিনট্যাক্স হাইলাইট off থাকে। |
05:10 | আপোনি এইটোক View আৰু Highlight Mode মেনুত ক্লিক কৰি ON কৰিব পাৰে। |
05:16 | আপোনি সোর্স কোড অনুযায়ী মোড চয়ন কৰিব পাৰে। |
05:20 | যিহেতু আমাৰ প্ৰোগ্ৰাম হল HTML, মই তালিকাৰ পৰা HTML বিকল্প চয়ন কৰিম। |
05:28 | মই চাব পাৰো যে, HTML কোড সিনট্যাক্স সহ লক্ষণীয় হৈছে। |
05:33 | ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।সংক্ষেপে: |
05:38 | ইয়াতে মই third party plugins এৰ সংস্থাপন আৰু ব্যবহাৰ সম্পর্কে শিকিছো। |
05:45 | ইয়াতে এটা অনুশীলনী আছে। gedit Text editor এৰ বাবে Advanced find/replace plugin নামৰ plugin ডাউনলোড আৰু সংস্থাপন কৰক। |
05:56 | এইটোক সক্ৰিয় কৰক আৰু তাৰ ফাংশন চাওক। |
06:00 | নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
06:07 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে সার্টিফিকেট দিয়ে। অধিক তথ্যৰ বাবে, আমালৈ লিখক। |
06:16 | এই ফোৰামত আপোনাৰ টাইমড ক্যোয়াৰী পোস্ট কৰক। |
06:21 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ। |
06:33 | আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ। |