Gedit-Text-Editor/C3/Third-party-plugins-in-gedit/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 gedit Text editor ত Third party Plugins এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত মই third party plugins সংস্থাপিত কৰা আৰু ইয়াৰ ব্যবহাৰ কৰা শিকিম।
00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, মই Ubuntu Linux 14.04 অপাৰেটিং সিস্টেম, gedit Text editor 3.10 ব্যবহাৰ কৰিছো।
00:25 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ যি কোনো এটা অপাৰেটিং সিস্টেমৰ সম্পর্কে জ্ঞান থাকিব লাগিব।
00:32 এতিয়া মই third party plugins সম্পর্কে শিকিম।
00:36 Plugins অন্যান্য প্ৰোগ্ৰামাৰ দ্বাৰাও বনোৱা হয়।
00:40 এইটোক third party plugins বোলে।
00:44 এইটোৱে আপোনাক অতিৰিক্ত ফাংশন দিয়ে যি ডিফল্ট gedit plugins ত উপলব্ধ নহয়।
00:51 third-party plugin সংস্থাপন কৰিবলৈ: নিম্ন লিঙ্কৰ পৰা plugin ডাউনলোড কৰক. https://wiki.gnome.org/Apps/Gedit
00:58 plugin ফাইলবোৰ সঠিক ডিৰেক্টৰিত ৰাখা।
01:02 plugin সক্ৰিয় কৰা।
01:05 Plugins ডাউনলোড কৰিবলৈ gedit ওয়েবসাইটত যাওক।
01:10 উপৰত সো কোণাত plugins লিঙ্কত ক্লিক কৰক।
01:14 Lists of gedit plugins ত ক্লিক কৰক।
01:18 মই gedit Text editor এৰ বিভিন্ন সংস্কৰণৰ বাবে third-party plugins এৰ অনেক লিঙ্ক চাব পাৰো।
01:25 যিহেতু মোৰ gedit সংস্কৰণটো 3.10 হয়, মই 3.8 আৰু 3.10 সংস্কৰণৰ বাবে ক্লিক কৰিম।
01:34 আপোনি gedit সংস্কৰণৰ উপৰত নির্ভৰ কৰি লিঙ্ক চয়ন কৰিব লাগিব।
01:39 বিভিন্ন third party plugins চাবলৈ তলত স্ক্ৰোল কৰক।
01:44 Intelligent Text completion এৰ বৈশিষ্ট্যবোৰ অন্বেষণ কৰক।
01:49 অটো ক্লোস ব্ৰেকেট আৰু উদ্ধৃতি।
01:52 অটো-কমপ্লিট html ট্যাগস।
01:55 ফাংশন বা লিস্টৰ পিছত অটো ইন্ডেন্ট।
01:59 মই Intelligent Text Completion কিভাবে সংস্থাপিত আৰু ব্যবহাৰ কৰে, তাক দেখোৱাম।
02:06 gedit ওয়েবসাইটত যাওক।
02:09 ডাউনলোড লিঙ্কত ক্লিক কৰক।
02:11 মই Intelligent Text Completion এৰ বাবে বৈশিষ্ট্য আৰু সংস্থাপন বিবৰণ চাব পাৰো।
02:18 নিজস্ব বোঝাৰ বাবে তথ্যবোৰ ভালমতে চাওক।
02:22 উপৰত সো কোণাত Clone or download ড্ৰপ ডাউন বাক্সত ক্লিক কৰক।
02:29 তাৰপিছত Download Zip ত ক্লিক কৰক।
02:32 Save file চয়ন কৰি Ok ত ক্লিক কৰক।
02:36 ফাইল Downloads ফোল্ডাৰত সংৰক্ষিত হয়।
02:40 ফাইলবোৰ এক্সট্র্যাক্ট কৰক। উপলব্ধ ফাইলবোৰ চাবলৈ ফোল্ডাৰটো খুলক।
02:47 মই gedit3-8 ফোল্ডাৰটো কপি কৰিম, কাৰণ মোৰ gedit সংস্কৰণ এৰ তুলনাত ই উচ্চ হয়।
02:55 আমি এই ফোল্ডাৰক Home ডাইৰেক্টৰীত dot local/share/gedit/plugins ত কপি কৰিব লাগিব।
03:05 Home ডাইৰেক্টৰী চয়ন কৰক।
03:08 মেনু বাৰত View মেনুত ক্লিক কৰক আৰু Show Hidden Files চয়ন কৰক।
03:15 .local share ফোল্ডাৰত যাওক।*****
03:20 gedit সাবডাইৰেক্টৰী বনাওক যদি এইটো ইয়াত নাই।
03:26 gedit ডাইৰেক্টৰীত, আৰু এটা plugins নামৰ সাবডাইৰেক্টৰী বনাও।
03:33 ফোল্ডাৰক পেস্ট কৰক বা ফোল্ডাৰ পৰা ফাইলবোৰক plugins এৰ ভিতৰত কপি কৰক।
03:39 Third party plugin ফাইলবোৰ সঠিক ডাইৰেক্টৰীত কপি হোৱা উচিত।
03:45 এতিয়া আমাৰ plugin ব্যবহাৰ কৰিবলৈ প্ৰস্তুত।
03:49 gedit Text editor খুলক।
03:52 মেন মেনুৰ পৰা Edit আৰু Preferences ত ক্লিক কৰক।
03:56 Plugins ট্যাবৰ তলত, আমাৰ third party plugin জুড়িত হয় কি নহয়, তাক চাবলৈ তলত স্ক্ৰোল কৰক।
04:03 আমি চাব পাৰো যে Intelligent Text completion plugin আমাৰ তালিকাত জুড়িছে।
04:09 বাক্স চেক কৰক। Close ত ক্লিক কৰক।
04:13 চাওক যে Intelligent Text completionএ আমাৰ html প্ৰোগ্ৰামক লিখিবলৈ কিভাবে সাহায্য কৰে।
04:19 মই ইয়াতে দেখোৱা ট্যাগবোৰ লিখিম।
04:23 লেস দেন চিহ্নৰ পিছত, ব্যাকস্ল্যাশ টিপক।
04:27 এইটোৱে নিজেই title ক্লোসিং ট্যাগ সন্নিবেশ কৰিব।
04:32 পিছৰ লাইনত, লেস দেন ব্যাকস্ল্যাশ লিখক। আপোনি দেখে যে head ক্লোসিং ট্যাগ প্ৰবিষ্ট হৈছে।
04:41 আকৌ এবাৰ লেস দেন ব্যাকস্ল্যাশ লিখক। html ক্লোজিং ট্যাগও প্ৰবিষ্ট কৰা হয়।
04:48 সেয়ে এইটোৱে নিজেই html ট্যাগবোৰ সনাক্ত কৰে আৰু তাক বনায়।
04:54 সোর্স কোড লেখাৰ সময়ত এইটোৱে আমাৰ কাম সহজ কৰি তোলে।
04:59 মই চাব পাৰো সিনট্যাক্স হাইলাইট off mode ত আছে।
05:02 যেতিয়ালৈকে আপোনি ডকুমেন্টক gedit Text editor ত সংৰক্ষণ নকৰে, সিনট্যাক্স হাইলাইট off থাকে।
05:10 আপোনি এইটোক View আৰু Highlight Mode মেনুত ক্লিক কৰি ON কৰিব পাৰে।
05:16 আপোনি সোর্স কোড অনুযায়ী মোড চয়ন কৰিব পাৰে।
05:20 যিহেতু আমাৰ প্ৰোগ্ৰাম হল HTML, মই তালিকাৰ পৰা HTML বিকল্প চয়ন কৰিম।
05:28 মই চাব পাৰো যে, HTML কোড সিনট্যাক্স সহ লক্ষণীয় হৈছে।
05:33 ইয়াৰ সৈতেই মই টিউটোৰিয়েলৰ শেষলৈ আহিছো।সংক্ষেপে:
05:38 ইয়াতে মই third party plugins এৰ সংস্থাপন আৰু ব্যবহাৰ সম্পর্কে শিকিছো।
05:45 ইয়াতে এটা অনুশীলনী আছে। gedit Text editor এৰ বাবে Advanced find/replace plugin নামৰ plugin ডাউনলোড আৰু সংস্থাপন কৰক।
05:56 এইটোক সক্ৰিয় কৰক আৰু তাৰ ফাংশন চাওক।
06:00 নিম্ন লিঙ্কত দিয়া ভিডিওটো প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
06:07 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে সার্টিফিকেট দিয়ে। অধিক তথ্যৰ বাবে, আমালৈ লিখক।
06:16 এই ফোৰামত আপোনাৰ টাইমড ক্যোয়াৰী পোস্ট কৰক।
06:21 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত। এই মিশন সম্পর্কে আৰো তথ্য এই লিঙ্কত উপলব্ধ।
06:33 আইআইটো বোম্বেৰ পৰা মই বিদায় লৈছো। অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi