Avogadro/C2/Hydrogen-Bonding/Assamese

From Script | Spoken-Tutorial
Revision as of 10:54, 3 April 2019 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ! Hydrogen bonding in molecules টিউটোৰিয়েলটোত স্বাগতম।
00:07 এই টিউটোৰিয়েলত, আমি শিকিম, Avogadro কনফিগাৰ কৰা
00:11 অণুত হাইড্ৰোজেন বন্ড দেখোৱা
00:14 হাইড্ৰোজেন বন্ড-এৰ দৈৰ্ঘ্য পৰিমাপ
00:16 ফোৰ্স প্ৰকাৰ(Force display) প্ৰদৰ্শন কৰা আৰু অণুবোৰত dipole moments দেখোৱা।
00:22 ইয়াতে মই ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 14.04
00:27 Avogadro সংস্কৰণ 1.1.1। আৰু কাৰ্যকৰী ইন্টাৰনেট সংযোগ।
00:34 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Avogadro ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত ।
00:40 যদি নাই তেনেহলে, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইট চাওক।
00:45 এই টিউটোৰিয়েলত ব্যবহৃত গঠন আপোনাৰ ৰেফাৰেন্সৰ বাবে কোড ফাইল হিসাবে প্ৰদান কৰা হৈছে।
00:52 মই এটা নতুন Avogadro উইন্ডো খুলিছো।
00:56 ড্ৰ 'টুল আইকনত ক্লিক কৰক, প্যানেল ত ক্লিক কৰক।
01:01 প্যানেলমিথেন আঁকা হৈছে।
01:04 এতিয়া মই Avogadro কনফিগাৰ কৰা শিকিম।
01:08 সেটিংস মেনুত যাওক আৰু Configure Avogadro ক্লিক কৰক।
01:13 সেটিংস ডায়লগ বাক্স প্ৰদৰ্শিত হয় ।
01:16 ডায়ালগ বাক্সত তিনটা মেনু আইটেম সহ এটা সাই্দ মেনু আছে-

General

Plugins

Project tree

01:24 ডিফল্টভাবে General মেনু নিৰ্বাচন কৰা থাকে ।
01:28 'General মেনুত দু'টা স্লাইডাৰ আছে:Quality আৰু Fog
01:34 আপোনি স্লাইডাৰটো Low পৰা High ত টানি আনিলে ৰেন্ডাৰিংৰ গুণমান বাড়ে ।
01:41 Qualityস্লাইডাৰটোক Low ত টানি আনক আৰু Apply বোতামটোত ক্লিক কৰক।
01:47 লক্ষ্য কৰক যে গঠনটো সঠিকভাবে অনুষ্ঠিত নহয় ।
01:51 Quality 'স্লাইডাৰটক High ত টানি আনক আৰু Apply বোতামটত ক্লিক কৰক।
01:56 লক্ষ্য কৰক যে অণু উচ্চ মানৰ ৰেন্ডাৰিংৰ সৈতে উজ্জ্বলভাবে প্ৰদৰ্শিত হৈছে ।
02:02 উচ্চ মানৰ ৰেন্ডাৰিং, ছবিৰ মুদ্ৰণ আৰু প্ৰকাশৰ বাবে সেট কৰা হয়
02:07 এইটোৱে বেছি CPU শক্তি ব্যবহাৰ কৰে।
02:11 Quality স্লাইডাৰক Mediumত টানি আনক আৰু Apply ক্লিক কৰক।
02:16 মধ্যয় মানৰ সেটিংবোৰ সাধাৰণভাবে দেখোৱাত ভালভাবে কাম কৰে।
02:21 এতিয়া Fog স্লাইডাৰ
02:24 Fog স্লাইডাৰটোক Lots ত টানি আনক আৰু Apply বোতামটোত ক্লিক কৰক।
02:28 লক্ষ্য কৰক যে গঠনটো অস্পষ্ট হৈ গৈছে ।
02:32 'Fog স্লাইডাৰটোক Some ত টানি আনক আৰু Apply বোতামটোত ক্লিক কৰক।। গঠনটো পৰিষ্কাৰভাবে প্ৰদৰ্শিত হয় ।
02:40 ইয়াৰ পিছত Plugins মেনু
02:43 Display Types ড্ৰপ ডাউনবোৰ প্ৰদৰ্শিত হয় ।
02:46 লক্ষ্য কৰক যে সমস্ত' Display Types' চেক বাক্সবোৰ সক্ৰিয় আছে।
02:51 Axes ত ক্লিক কৰক। Details টেক্সট বাক্সত Axes Display Type সম্পৰ্কে বিস্তাৰিত বিবৰণ' প্ৰদৰ্শিত হয়।
02:59 একেইভাবে আপোনি অন্যান্য Display Types বিস্তাৰিতভাবে চাব পাৰে।
03:04 মই সকলো চেক বাক্সবোৰ অনিৰ্বাচিত কৰিম আৰু Apply বোতামটোত ক্লিক কৰিম।
03:11 Ball and Stick চেক বক্সটো কেবল Display Types মেনুত দেখা যায়।
03:16 Ball and Stick Display Type চেকবক্সক আনছেক কৰক ।
03:20 যদি Ball and Stick 'অক্ষম থাকে, তেনেহলে অণু প্যানেল ৰ পৰা অদৃশ্য হৈ যায়।
03:26 ডিসপ্লে সক্ৰিয় কৰিবলৈ Ball and Stick 'চেক বক্সত ক্লিক কৰক।
03:30 সমস্ত Display Types সক্ষম কৰিবলৈ Pluginsত যাওক ।
03:33 Display Types ড্ৰপ ডাউন এৰ সকলো চেক বক্সবোৰত ক্লিক কৰক।
03:39 Apply বোতামটোত ক্লিক কৰক।
03:41 Display Types ড্ৰপ ডাউনত সকলো Display Types প্ৰদৰ্শিত হয়।
03:46 সেটিংস ডায়ালগ বাক্সটো বন্ধ কৰিবলৈ OK ক্লিক কৰক।
03:50 যদি Display Types মেনুত কোনো এটা Display Types' সক্ৰিয় নহয়, তেনেহলে Add বোতামত ক্লিক কৰক।
03:58 Add Display Type' ডায়লগ বাক্স প্ৰদৰ্শিত হৈছে ।
04:02 Types ড্ৰপ ডাউনত ক্লিক কৰক আৰু প্ৰয়োজনমতে Display Type নিৰ্বাচন কৰক ।
04:07 মই হাইড্ৰোজেন বন্ড নিৰ্বাচন কৰিম আৰু ওকে ক্লিক কৰিম।
04:11 Display Types মেনুত Hydrogen Bond Display Type প্ৰদৰ্শিত হৈছে ।
04:16 এতিয়া মই polar methanol অণুত হাইড্ৰোজেন বন্ধন প্ৰদৰ্শন কৰিম।
04:22 আমাৰ প্যানেলত ইতিমধ্যেই এটা মিথেন অণু আছে।
04:26 প্ৰদৰ্শনৰ বাবে আমাক মিথেন অণুৰ এটা গ্ৰুপ প্ৰয়োজন।
04:31 মিথেন অণু 'আঁকিবলৈ এটা সহজ পদ্ধতি হল Draw tool ব্যবহাৰ কৰা ।
04:36 'ডিফল্টৰূপে, 'ড্ৰপ সেটিংস' 'মেনুত,এলিমেন্ট কাৰ্বন হিচাবে  আছে আৰু বন্ড অৰ্ডাৰ Single  হিচাবে আছে।
04:43 প্যানেল ত ক্লিক কৰক।
04:46 অক্সিজেন নিৰ্বাচন কৰক
04:50 তাৰপিছত মিথেন অণুৰ হাইড্ৰোজেনবোৰৰ যিকোনো এটাত ক্লিক কৰক।
04:56 এতিয়া আমাৰ প্যানেলMethanol অণুৰ এটা গ্ৰুপ আছে।
05:00 Display Typesহাইড্ৰোজেন বন্ড চেক বক্সত ক্লিক কৰক ।
05:04 সঠিক অভিযোজনৰ বাবে অণুক অপ্টিমাইজ কৰা যাওক।
05:08 টুলবাৰত অটো অপ্টিমাইজেশান টুল ত ক্লিক কৰক।
05:12 বাও ফালে অটো অপ্টিমাইজেশান সেটিংস মেনু প্ৰদৰ্শিত হৈছে
05:17 ফোৰ্স ফিল্ড 'ড্ৰপ ডাউনত MMFF94 নিৰ্বাচন কৰক।
05:22 optimize কৰিবলৈ Start বোতামত ক্লিক কৰক।
05:26 আপোনি হালধীয়া ড্যাশ লাইন হিসাবে হাইড্ৰোজেন বন্ড গঠন চাব পাৰিব।
05:31 এই লাইনবোৰ, এটা অণুৰ হাইড্ৰোজেন আৰু অন্যান্য অণুৰ অক্সিজেনৰ মাজত গঠিত হয়।
05:38 অটো অপ্টিমাইজেশান বন্ধ কৰিবলৈ স্টপ ত ক্লিক কৰক ।
05:42 এতিয়া মই ortho-nitrophenolত অন্তঃআণৱিক হাইড্ৰোজেন বন্ড প্ৰদৰ্শন কৰিম ।
05:48 ইয়াৰ বাবে মই Chemical structure database পৰা অণু আনিম ।
05:54 সমস্ত আগতেই খোলা উইন্ডো-বোৰক বন্ধ কৰক আৰু এটা নতুন উইন্ডো খুলক।
05:59 ফাইল মেনুত ক্লিক কৰি Importত যাওক । Fetch by Chemical nameত ক্লিক কৰক।
06:06 Chemical Name টেক্সট বাক্স প্ৰদৰ্শিত হয় ।
06:09 সৰু হাতৰ অাখৰত ortho-nitrophenol লিখক আৰু ওকে বাটনত ক্লিক কৰক।
06:15 Ortho-nitrophenol অণুটো প্যানেলত প্ৰদৰ্শিত হয় ।
06:19 হাইড্ৰোজেন বন্ডিং দেখাবলৈ, আপোনাৰ প্যানেলOrtho-nitrophenol 'অণুৰ এটা গ্ৰুপৰ প্ৰয়োজন।
06:26 মই প্যানেলত অনু কপি কৰি পেস্ট কৰিছো।
06:30 নিৰ্বাচন টুল ব্যবহাৰ কৰি অণু নিৰ্বাচন কৰক।
06:34 কপি কৰাৰ বাবে CTRL + C আৰু পেস্ট কৰিবলৈ CTRL + V টিপক।
06:39 হাইড্ৰোজেন বন্ড চেক বক্সত ক্লিক কৰক।
06:42 প্ৰয়োজন হলে সঠিক অবস্থানৰ বাবে অনু-বোৰ optimize কৰক ।
06:46 অপটিমাইজেশন প্ৰক্ৰিয়াৰ সময়ত, অণুত Intra molecular Hydrogen bond গঠিত হয়।
06:54 নাইট্ৰো গ্ৰুপ-এৰ অক্সিজেন আৰু হাইড্ৰক্সি গ্ৰুপৰ হাইড্ৰোজেন এৰ মাজত হাইড্ৰোজেন বন্ড গঠিত হয় ।
07:02 এতিয়া হাইড্ৰোজেন বন্ডৰ দৈৰ্ঘ্য পৰিমাপ কৰা যাওক।
07:06 টুলবাৰত Click to Measure আইকনত ক্লিক কৰক।
07:10 হাইড্ৰোজেন পৰমাণু আৰু অক্সিজেন পৰমাণুত ক্লিক কৰক।
07:14 প্যানেলৰ তলত হাইড্ৰোজেন বন্ড দৈৰ্ঘ্য প্ৰদৰ্শিত হয়।
07:19 এই স্লাইডটোৱে হাইড্ৰোজেন বন্ড-এৰ গুৰুত্ব দেখায়।
07:23 হাইড্ৰোজেন বন্ড - পানীৰ অদ্বিতীয় দ্ৰবন ক্ষমতা নিৰ্ধাৰণ কৰে আৰু বৰফ-এৰ স্ফটিক গঠন স্থিৰ কৰে।
07:32 ডিএনএ- ৰ পৰিপূৰক সূত্ৰবোৰ একেসৈতে ৰাখে
07:36 প্ৰোটিন আৰু নিউক্লিক এসিডৰ গঠনক নিৰ্ধাৰণ কৰে আৰু স্থিৰ ৰাখে ।
07:41 এনজাইম অনুঘটন-এৰ পদ্ধতিত যোগদান কৰে ।
07:46 এটা অনুশীলনী হিসাবে, হাইড্ৰোজেন বন্ডিং প্ৰদৰ্শন কৰক,

1. Para-hydroxybenzoic acid.

2. Nucleobases- adenine আৰু uracil ত

07:56 এইবোৰ নিম্নৰূপে হোৱা উচিত।
08:00 Para-hydroxybenzoic acid অণুত আন্তঃ আণবিক হাইড্ৰোজেন বন্ডিং পৰ্যবেক্ষণ কৰক।

আৰু লগতে  adenine আৰু uracil অণুতোও

08:10 অণুবোৰৰ বাবে বল প্ৰদৰ্শন কৰিবলৈ আমাৰ Display Typesত বিকল্প আছে।
08:15 মই অলপ পানীৰ অণু সৈতে এটা নতুন উইন্ডো খুলিম।
08:19 Display Typesফোৰ্স চেক বক্সত ক্লিক কৰক
08:23 হাইড্ৰোজেন বন্ড চেক বক্সত ক্লিক কৰক।
08:26 টুলবাৰত অটো অপ্টিমাইজেশান টুল আইকনত ক্লিক কৰক।
08:30 MMFF94 Force Field নিৰ্বাচন কৰক । ` 'স্টাৰ্ট বোতামত ক্লিক কৰক।
08:36 অপ্টিমাইজেশান প্ৰক্ৰিয়াৰ সময়ত:ফোৰ্স ডিসপ্লে টাইপ, প্ৰতিটো পৰমাণুৰ উপৰত প্ৰযুক্ত বলক, সেউজিয়া তীৰ দি দেখায় ।
08:45 তীৰবোৰে, দিশ আৰু বলৰ পৰিমাণ দেখায় ।
08:49 যেতিয়া এটা অণু অপ্টিমাইজেশনৰ কাষত থাকে, তীৰবোৰ সৰু হৈ যায় আৰু অদৃশ্য হৈ যায়।
08:55 এতিয়া অনুৰ dipole moment
08:59 dipole moment পোলাৰ অনুত চাৰ্জ পৃথকীকৰণ-এৰ বাবে হয় ।
09:04 Dipole moment(μ) = charge(Q) times distance of separation(r)
09:09 Dipole moment, Debye এককৰ মাধ্যমত প্ৰকাশ কৰা হয়।
09:13 এতিয়া মই হাইড্ৰোজেন সাইনাইডত (এইচ সি এন) আৰু জলৰ অণুত dipole moment দেখোৱাম ।
09:20 এটা নতুন উইন্ডো খুলক

ড্ৰ টুল ব্যবহাৰ কৰি, প্যানেলত হাইড্ৰোজেন সাইনাইড (এইচ সি এন) অণু আঁকক।

09:27 হাইড্ৰোজেন নিৰ্বাচন কৰক আৰু কাৰ্বন পৰ্যন্ত এটা বন্ড আঁকক।
09:31 নাইট্ৰোজেন নিৰ্বাচন কৰক, বন্ড অৰ্ডাৰ হিসাবে triple নিৰ্বাচন কৰক আৰু দেখোৱাৰ দৰে এটা বন্ড আঁকক ।
09:38 MMFF94 Force Field ব্যবহাৰ কৰি গঠনটো অপ্টিমাইজ কৰক।
09:44 dipole moment দেখোৱাবলৈ, Display TypesDipole চেক বাক্সত ক্লিক কৰক' '।
09:50 এটা ৰঙা ৰঙৰ তীৰ ব্যবহাৰ কৰি Dipole দেখোৱা হয়।
09:54 আনুমানিক dipole moment চাবলৈ, View মেনুত যাওক।
09:57 Properties ত নেভিগেট কৰক আৰু Molecule Properties নিৰ্বাচন কৰক ।

Molecule Properties উইন্ডো খুলা গৈছে ।

10:05 উইন্ডো-ত হাইড্ৰোজেন সাইনাইডৰ আনুমানিক dipole moment হিসাবে 0.396D দেখাইছে
10:13 একেইভাবে পানীৰ আনুমানিক dipole moment হল 0.245D
10:21 সংক্ষিপ্ত বিবৰণ
10:23 এই টিউটোৰিয়েলত মই শিকিছো-

Avogadro কনফিগাৰ কৰা

10:27 Methanol-ত ইন্টাৰমলিউকুলাৰ হাইড্ৰোজেন বন্ড দেখাওক
10:31 ortho-nitrophenol -ত ইন্ট্ৰামলিউকুলাৰ হাইড্ৰোজেন বন্ড দেখাওক
10:35 হাইড্ৰোজেন বন্ড-এৰ দৈৰ্ঘ্য পৰিমাপ
10:38 পানীৰ অণুত Force display type প্ৰদৰ্শন কৰা
10:42 HCN আৰু পানীৰ অণুত dipole moment দেখাওক।
10:48 এটা অনুশীলনী হিসাবে,

1. কাৰ্বন ডাই অক্সাইড আৰু মিথাইল ক্লোৰাইড অণুৰ dipole moment দেখাওক। 2. এমোনিয়া অণুবোৰৰ Force Display Type দেখান।

10:59 এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়। আপোনাৰ উচৰত যদি ভাল ব্যান্ডউইথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে ।
11:06 আমি টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি ওয়াৰ্কশপ পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিয়ো । আমাৰ সৈতে যোগাযোগ কৰক.
11:12 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়।
11:18 অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।

যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi