Avogadro/C2/Hydrogen-Bonding/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ! Hydrogen bonding in molecules টিউটোৰিয়েলটোত স্বাগতম। |
| 00:07 | এই টিউটোৰিয়েলত, আমি শিকিম, Avogadro কনফিগাৰ কৰা |
| 00:11 | অণুত হাইড্ৰোজেন বন্ড দেখোৱা |
| 00:14 | হাইড্ৰোজেন বন্ড-এৰ দৈৰ্ঘ্য পৰিমাপ |
| 00:16 | ফোৰ্স প্ৰকাৰ(Force display) প্ৰদৰ্শন কৰা আৰু অণুবোৰত dipole moments দেখোৱা। |
| 00:22 | ইয়াতে মই ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমৰ সংস্কৰণ 14.04 |
| 00:27 | Avogadro সংস্কৰণ 1.1.1। আৰু কাৰ্যকৰী ইন্টাৰনেট সংযোগ। |
| 00:34 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Avogadro ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত । |
| 00:40 | যদি নাই তেনেহলে, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইট চাওক। |
| 00:45 | এই টিউটোৰিয়েলত ব্যবহৃত গঠন আপোনাৰ ৰেফাৰেন্সৰ বাবে কোড ফাইল হিসাবে প্ৰদান কৰা হৈছে। |
| 00:52 | মই এটা নতুন Avogadro উইন্ডো খুলিছো। |
| 00:56 | ড্ৰ 'টুল আইকনত ক্লিক কৰক, প্যানেল ত ক্লিক কৰক। |
| 01:01 | প্যানেলতমিথেন আঁকা হৈছে। |
| 01:04 | এতিয়া মই Avogadro কনফিগাৰ কৰা শিকিম। |
| 01:08 | সেটিংস মেনুত যাওক আৰু Configure Avogadro ক্লিক কৰক। |
| 01:13 | সেটিংস ডায়লগ বাক্স প্ৰদৰ্শিত হয় । |
| 01:16 | ডায়ালগ বাক্সত তিনটা মেনু আইটেম সহ এটা সাই্দ মেনু আছে-
General Plugins Project tree |
| 01:24 | ডিফল্টভাবে General মেনু নিৰ্বাচন কৰা থাকে । |
| 01:28 | 'General মেনুত দু'টা স্লাইডাৰ আছে:Quality আৰু Fog। |
| 01:34 | আপোনি স্লাইডাৰটো Low পৰা High ত টানি আনিলে ৰেন্ডাৰিংৰ গুণমান বাড়ে । |
| 01:41 | Qualityস্লাইডাৰটোক Low ত টানি আনক আৰু Apply বোতামটোত ক্লিক কৰক। |
| 01:47 | লক্ষ্য কৰক যে গঠনটো সঠিকভাবে অনুষ্ঠিত নহয় । |
| 01:51 | Quality 'স্লাইডাৰটক High ত টানি আনক আৰু Apply বোতামটত ক্লিক কৰক। |
| 01:56 | লক্ষ্য কৰক যে অণু উচ্চ মানৰ ৰেন্ডাৰিংৰ সৈতে উজ্জ্বলভাবে প্ৰদৰ্শিত হৈছে । |
| 02:02 | উচ্চ মানৰ ৰেন্ডাৰিং, ছবিৰ মুদ্ৰণ আৰু প্ৰকাশৰ বাবে সেট কৰা হয় |
| 02:07 | এইটোৱে বেছি CPU শক্তি ব্যবহাৰ কৰে। |
| 02:11 | Quality স্লাইডাৰক Mediumত টানি আনক আৰু Apply ক্লিক কৰক। |
| 02:16 | মধ্যয় মানৰ সেটিংবোৰ সাধাৰণভাবে দেখোৱাত ভালভাবে কাম কৰে। |
| 02:21 | এতিয়া Fog স্লাইডাৰ |
| 02:24 | Fog স্লাইডাৰটোক Lots ত টানি আনক আৰু Apply বোতামটোত ক্লিক কৰক। |
| 02:28 | লক্ষ্য কৰক যে গঠনটো অস্পষ্ট হৈ গৈছে । |
| 02:32 | 'Fog স্লাইডাৰটোক Some ত টানি আনক আৰু Apply বোতামটোত ক্লিক কৰক।। গঠনটো পৰিষ্কাৰভাবে প্ৰদৰ্শিত হয় । |
| 02:40 | ইয়াৰ পিছত Plugins মেনু |
| 02:43 | Display Types ড্ৰপ ডাউনবোৰ প্ৰদৰ্শিত হয় । |
| 02:46 | লক্ষ্য কৰক যে সমস্ত' Display Types' চেক বাক্সবোৰ সক্ৰিয় আছে। |
| 02:51 | Axes ত ক্লিক কৰক। Details টেক্সট বাক্সত Axes Display Type সম্পৰ্কে বিস্তাৰিত বিবৰণ' প্ৰদৰ্শিত হয়। |
| 02:59 | একেইভাবে আপোনি অন্যান্য Display Types বিস্তাৰিতভাবে চাব পাৰে। |
| 03:04 | মই সকলো চেক বাক্সবোৰ অনিৰ্বাচিত কৰিম আৰু Apply বোতামটোত ক্লিক কৰিম। |
| 03:11 | Ball and Stick চেক বক্সটো কেবল Display Types মেনুত দেখা যায়। |
| 03:16 | Ball and Stick Display Type চেকবক্সক আনছেক কৰক । |
| 03:20 | যদি Ball and Stick 'অক্ষম থাকে, তেনেহলে অণু প্যানেল ৰ পৰা অদৃশ্য হৈ যায়। |
| 03:26 | ডিসপ্লে সক্ৰিয় কৰিবলৈ Ball and Stick 'চেক বক্সত ক্লিক কৰক। |
| 03:30 | সমস্ত Display Types সক্ষম কৰিবলৈ Pluginsত যাওক । |
| 03:33 | Display Types ড্ৰপ ডাউন এৰ সকলো চেক বক্সবোৰত ক্লিক কৰক। |
| 03:39 | Apply বোতামটোত ক্লিক কৰক। |
| 03:41 | Display Types ড্ৰপ ডাউনত সকলো Display Types প্ৰদৰ্শিত হয়। |
| 03:46 | সেটিংস ডায়ালগ বাক্সটো বন্ধ কৰিবলৈ OK ক্লিক কৰক। |
| 03:50 | যদি Display Types মেনুত কোনো এটা Display Types' সক্ৰিয় নহয়, তেনেহলে Add বোতামত ক্লিক কৰক। |
| 03:58 | Add Display Type' ডায়লগ বাক্স প্ৰদৰ্শিত হৈছে । |
| 04:02 | Types ড্ৰপ ডাউনত ক্লিক কৰক আৰু প্ৰয়োজনমতে Display Type নিৰ্বাচন কৰক । |
| 04:07 | মই হাইড্ৰোজেন বন্ড নিৰ্বাচন কৰিম আৰু ওকে ক্লিক কৰিম। |
| 04:11 | Display Types মেনুত Hydrogen Bond Display Type প্ৰদৰ্শিত হৈছে । |
| 04:16 | এতিয়া মই polar methanol অণুত হাইড্ৰোজেন বন্ধন প্ৰদৰ্শন কৰিম। |
| 04:22 | আমাৰ প্যানেলত ইতিমধ্যেই এটা মিথেন অণু আছে। |
| 04:26 | প্ৰদৰ্শনৰ বাবে আমাক মিথেন অণুৰ এটা গ্ৰুপ প্ৰয়োজন। |
| 04:31 | মিথেন অণু 'আঁকিবলৈ এটা সহজ পদ্ধতি হল Draw tool ব্যবহাৰ কৰা । |
| 04:36 | 'ডিফল্টৰূপে, 'ড্ৰপ সেটিংস' 'মেনুত,এলিমেন্ট কাৰ্বন হিচাবে আছে আৰু বন্ড অৰ্ডাৰ Single হিচাবে আছে। |
| 04:43 | প্যানেল ত ক্লিক কৰক। |
| 04:46 | অক্সিজেন নিৰ্বাচন কৰক |
| 04:50 | তাৰপিছত মিথেন অণুৰ হাইড্ৰোজেনবোৰৰ যিকোনো এটাত ক্লিক কৰক। |
| 04:56 | এতিয়া আমাৰ প্যানেলত Methanol অণুৰ এটা গ্ৰুপ আছে। |
| 05:00 | Display Types ত হাইড্ৰোজেন বন্ড চেক বক্সত ক্লিক কৰক । |
| 05:04 | সঠিক অভিযোজনৰ বাবে অণুক অপ্টিমাইজ কৰা যাওক। |
| 05:08 | টুলবাৰত অটো অপ্টিমাইজেশান টুল ত ক্লিক কৰক। |
| 05:12 | বাও ফালে অটো অপ্টিমাইজেশান সেটিংস মেনু প্ৰদৰ্শিত হৈছে |
| 05:17 | ফোৰ্স ফিল্ড 'ড্ৰপ ডাউনত MMFF94 নিৰ্বাচন কৰক। |
| 05:22 | optimize কৰিবলৈ Start বোতামত ক্লিক কৰক। |
| 05:26 | আপোনি হালধীয়া ড্যাশ লাইন হিসাবে হাইড্ৰোজেন বন্ড গঠন চাব পাৰিব। |
| 05:31 | এই লাইনবোৰ, এটা অণুৰ হাইড্ৰোজেন আৰু অন্যান্য অণুৰ অক্সিজেনৰ মাজত গঠিত হয়। |
| 05:38 | অটো অপ্টিমাইজেশান বন্ধ কৰিবলৈ স্টপ ত ক্লিক কৰক । |
| 05:42 | এতিয়া মই ortho-nitrophenolত অন্তঃআণৱিক হাইড্ৰোজেন বন্ড প্ৰদৰ্শন কৰিম । |
| 05:48 | ইয়াৰ বাবে মই Chemical structure database পৰা অণু আনিম । |
| 05:54 | সমস্ত আগতেই খোলা উইন্ডো-বোৰক বন্ধ কৰক আৰু এটা নতুন উইন্ডো খুলক। |
| 05:59 | ফাইল মেনুত ক্লিক কৰি Importত যাওক । Fetch by Chemical nameত ক্লিক কৰক। |
| 06:06 | Chemical Name টেক্সট বাক্স প্ৰদৰ্শিত হয় । |
| 06:09 | সৰু হাতৰ অাখৰত ortho-nitrophenol লিখক আৰু ওকে বাটনত ক্লিক কৰক। |
| 06:15 | Ortho-nitrophenol অণুটো প্যানেলত প্ৰদৰ্শিত হয় । |
| 06:19 | হাইড্ৰোজেন বন্ডিং দেখাবলৈ, আপোনাৰ প্যানেলত Ortho-nitrophenol 'অণুৰ এটা গ্ৰুপৰ প্ৰয়োজন। |
| 06:26 | মই প্যানেলত অনু কপি কৰি পেস্ট কৰিছো। |
| 06:30 | নিৰ্বাচন টুল ব্যবহাৰ কৰি অণু নিৰ্বাচন কৰক। |
| 06:34 | কপি কৰাৰ বাবে CTRL + C আৰু পেস্ট কৰিবলৈ CTRL + V টিপক। |
| 06:39 | হাইড্ৰোজেন বন্ড চেক বক্সত ক্লিক কৰক। |
| 06:42 | প্ৰয়োজন হলে সঠিক অবস্থানৰ বাবে অনু-বোৰ optimize কৰক । |
| 06:46 | অপটিমাইজেশন প্ৰক্ৰিয়াৰ সময়ত, অণুত Intra molecular Hydrogen bond গঠিত হয়। |
| 06:54 | নাইট্ৰো গ্ৰুপ-এৰ অক্সিজেন আৰু হাইড্ৰক্সি গ্ৰুপৰ হাইড্ৰোজেন এৰ মাজত হাইড্ৰোজেন বন্ড গঠিত হয় । |
| 07:02 | এতিয়া হাইড্ৰোজেন বন্ডৰ দৈৰ্ঘ্য পৰিমাপ কৰা যাওক। |
| 07:06 | টুলবাৰত Click to Measure আইকনত ক্লিক কৰক। |
| 07:10 | হাইড্ৰোজেন পৰমাণু আৰু অক্সিজেন পৰমাণুত ক্লিক কৰক। |
| 07:14 | প্যানেলৰ তলত হাইড্ৰোজেন বন্ড দৈৰ্ঘ্য প্ৰদৰ্শিত হয়। |
| 07:19 | এই স্লাইডটোৱে হাইড্ৰোজেন বন্ড-এৰ গুৰুত্ব দেখায়। |
| 07:23 | হাইড্ৰোজেন বন্ড - পানীৰ অদ্বিতীয় দ্ৰবন ক্ষমতা নিৰ্ধাৰণ কৰে আৰু বৰফ-এৰ স্ফটিক গঠন স্থিৰ কৰে। |
| 07:32 | ডিএনএ- ৰ পৰিপূৰক সূত্ৰবোৰ একেসৈতে ৰাখে |
| 07:36 | প্ৰোটিন আৰু নিউক্লিক এসিডৰ গঠনক নিৰ্ধাৰণ কৰে আৰু স্থিৰ ৰাখে । |
| 07:41 | এনজাইম অনুঘটন-এৰ পদ্ধতিত যোগদান কৰে । |
| 07:46 | এটা অনুশীলনী হিসাবে, হাইড্ৰোজেন বন্ডিং প্ৰদৰ্শন কৰক,
1. Para-hydroxybenzoic acid. 2. Nucleobases- adenine আৰু uracil ত |
| 07:56 | এইবোৰ নিম্নৰূপে হোৱা উচিত। |
| 08:00 | Para-hydroxybenzoic acid অণুত আন্তঃ আণবিক হাইড্ৰোজেন বন্ডিং পৰ্যবেক্ষণ কৰক।
আৰু লগতে adenine আৰু uracil অণুতোও |
| 08:10 | অণুবোৰৰ বাবে বল প্ৰদৰ্শন কৰিবলৈ আমাৰ Display Typesত বিকল্প আছে। |
| 08:15 | মই অলপ পানীৰ অণু সৈতে এটা নতুন উইন্ডো খুলিম। |
| 08:19 | Display Typesতফোৰ্স চেক বক্সত ক্লিক কৰক |
| 08:23 | হাইড্ৰোজেন বন্ড চেক বক্সত ক্লিক কৰক। |
| 08:26 | টুলবাৰত অটো অপ্টিমাইজেশান টুল আইকনত ক্লিক কৰক। |
| 08:30 | MMFF94 Force Field নিৰ্বাচন কৰক । ` 'স্টাৰ্ট বোতামত ক্লিক কৰক। |
| 08:36 | অপ্টিমাইজেশান প্ৰক্ৰিয়াৰ সময়ত:ফোৰ্স ডিসপ্লে টাইপ, প্ৰতিটো পৰমাণুৰ উপৰত প্ৰযুক্ত বলক, সেউজিয়া তীৰ দি দেখায় । |
| 08:45 | তীৰবোৰে, দিশ আৰু বলৰ পৰিমাণ দেখায় । |
| 08:49 | যেতিয়া এটা অণু অপ্টিমাইজেশনৰ কাষত থাকে, তীৰবোৰ সৰু হৈ যায় আৰু অদৃশ্য হৈ যায়। |
| 08:55 | এতিয়া অনুৰ dipole moment |
| 08:59 | dipole moment পোলাৰ অনুত চাৰ্জ পৃথকীকৰণ-এৰ বাবে হয় । |
| 09:04 | Dipole moment(μ) = charge(Q) times distance of separation(r) |
| 09:09 | Dipole moment, Debye এককৰ মাধ্যমত প্ৰকাশ কৰা হয়। |
| 09:13 | এতিয়া মই হাইড্ৰোজেন সাইনাইডত (এইচ সি এন) আৰু জলৰ অণুত dipole moment দেখোৱাম । |
| 09:20 | এটা নতুন উইন্ডো খুলক
ড্ৰ টুল ব্যবহাৰ কৰি, প্যানেলত হাইড্ৰোজেন সাইনাইড (এইচ সি এন) অণু আঁকক। |
| 09:27 | হাইড্ৰোজেন নিৰ্বাচন কৰক আৰু কাৰ্বন পৰ্যন্ত এটা বন্ড আঁকক। |
| 09:31 | নাইট্ৰোজেন নিৰ্বাচন কৰক, বন্ড অৰ্ডাৰ হিসাবে triple নিৰ্বাচন কৰক আৰু দেখোৱাৰ দৰে এটা বন্ড আঁকক । |
| 09:38 | MMFF94 Force Field ব্যবহাৰ কৰি গঠনটো অপ্টিমাইজ কৰক। |
| 09:44 | dipole moment দেখোৱাবলৈ, Display Typesত Dipole চেক বাক্সত ক্লিক কৰক' '। |
| 09:50 | এটা ৰঙা ৰঙৰ তীৰ ব্যবহাৰ কৰি Dipole দেখোৱা হয়। |
| 09:54 | আনুমানিক dipole moment চাবলৈ, View মেনুত যাওক। |
| 09:57 | Properties ত নেভিগেট কৰক আৰু Molecule Properties নিৰ্বাচন কৰক ।
Molecule Properties উইন্ডো খুলা গৈছে । |
| 10:05 | উইন্ডো-ত হাইড্ৰোজেন সাইনাইডৰ আনুমানিক dipole moment হিসাবে 0.396D দেখাইছে |
| 10:13 | একেইভাবে পানীৰ আনুমানিক dipole moment হল 0.245D। |
| 10:21 | সংক্ষিপ্ত বিবৰণ |
| 10:23 | এই টিউটোৰিয়েলত মই শিকিছো-
Avogadro কনফিগাৰ কৰা |
| 10:27 | Methanol-ত ইন্টাৰমলিউকুলাৰ হাইড্ৰোজেন বন্ড দেখাওক |
| 10:31 | ortho-nitrophenol -ত ইন্ট্ৰামলিউকুলাৰ হাইড্ৰোজেন বন্ড দেখাওক |
| 10:35 | হাইড্ৰোজেন বন্ড-এৰ দৈৰ্ঘ্য পৰিমাপ |
| 10:38 | পানীৰ অণুত Force display type প্ৰদৰ্শন কৰা |
| 10:42 | HCN আৰু পানীৰ অণুত dipole moment দেখাওক। |
| 10:48 | এটা অনুশীলনী হিসাবে,
1. কাৰ্বন ডাই অক্সাইড আৰু মিথাইল ক্লোৰাইড অণুৰ dipole moment দেখাওক। 2. এমোনিয়া অণুবোৰৰ Force Display Type দেখান। |
| 10:59 | এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়। আপোনাৰ উচৰত যদি ভাল ব্যান্ডউইথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে । |
| 11:06 | আমি টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি ওয়াৰ্কশপ পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিয়ো । আমাৰ সৈতে যোগাযোগ কৰক. |
| 11:12 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়। |
| 11:18 | অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।
যোগদান কৰাৰ বাবে ধন্যবাদ। |