Avogadro/C2/Edit-molecules/Assamese
From Script | Spoken-Tutorial
Time | Narration | |
00: 01 | নমস্কাৰ । Edit molecules টিউটোৰিয়েলটোত সকলোকে স্বাগতম। | |
00:08 | এই টিউটোৰিয়েলত,আমি শিকিম- পৰমাণু যোগ কৰা আৰু মুছি পেলোৱা | |
00:14 | বন্ড যোগ আৰু মুছি পেলোৱা | |
00:16 | বন্ড ঘোৰোৱা | |
00:18 | বন্ডৰ দৈৰ্ঘ্য পৰিবৰ্তন | |
00:20 | হাইড্ৰোজেনক মিথাইল গ্ৰুপ-ত পৰিবৰ্তন কৰা | |
00:23 | গঠনক কপি, পেস্ট আৰু একেসৈতে যোগ দিয়া। | |
00: 27 | ইয়াতে মই ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স OS সংস্কৰণ।14.04 Avogadro সংস্কৰণ 1.1.1 | |
00:37 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ : Avogadro ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত। | |
00:43 | যদি নাই, তেনেহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটটো চাওক। | |
00:49 | ইয়াতে মই টাৰ্মিনাল ব্যবহাৰ কৰি Avogadroক কীভাবে খুলিব পাৰে তাক চাম। | |
00:55 | টাৰ্মিনালটো খুলিবলৈ 'CTRL, ALT' 'আৰু' T কীবোৰ একেসৈতে টিপক । | |
01:03 | প্ৰম্পটত Avogadro টাইপ কৰক আৰু এন্টাৰ টিপক। | |
01:08 | Avogadro এপ্লিকেশন উইন্ডো খুলিছে । | |
01:12 | প্ৰদৰ্শনেৰ বাবে, মই ফ্ৰ্যাগমেন্ট লাইব্ৰেৰি পৰা n-butaneএৰ অণু দেখোৱাম। | |
01:19 | বিল্ড মেনুত ক্লিক কৰক। Insert->Fragmentত নেভিগেট কৰক | |
01:25 | Insert fragment ডায়ালগ বক্স প্ৰদৰ্শিত হৈছে । | |
01:29 | ফ্ৰাগমেন্ট-বোৰৰ তালিকাৰ পৰা, খুলিবলৈ alkanesফোল্ডাৰত ডবল ক্লিক কৰক। | |
01:35 | প্ৰদৰ্শিত ড্ৰপ ডাউন পৰা butane.cml নিৰ্বাচন কৰক। | |
01:41 | Insert বোতামটো ক্লিক কৰক। এক্স ত ক্লিক কৰি Insert Fragment ডায়লগ বাক্সটো বন্ধ কৰক। | |
01:49 | প্যানেলত, Butane 'অণুটো নীলা ৰঙত হাইলাইট কৰা হৈছে। | |
01:54 | হাইলাইটটো মুছি পেলাবলৈ, একেসৈতে Ctrl, Shift আৰু A কী টিপক। | |
02:02 | সঠিক alignment পাবলৈ ন্যাভিগেশন টুল ব্যবহাৰ কৰি গঠনটো ঘোৰাওক। | |
02: 09 | মই এতিয়া অণুত পৰমাণুবোৰ কীভাবে যোগ কৰা যায়, তাক শিকিম। | |
02:14 | টুল বাৰত ড্ৰ টুল আইকনত ক্লিক কৰক। | |
02:18 | কাৰ্বন এটম-ত ক্লিক কৰক আৰু প্যানেল-ত টানক। | |
02:23 | প্ৰয়োজনীয় হাইড্ৰোজেনবোৰ দি এটা কাৰ্বন পৰমাণু যোগ হৈছে। | |
02:27 | মই এতিয়া এই প্যানেলত pentane এৰ এটা অণু পাইছো। | |
02:32 | * একেইভাবে, আপোনি alkanes-এৰ এটা সাৰি তৈয়াৰ কৰিবলৈ ড্ৰ টুল ব্যবহাৰ কৰি পৰমাণু যোগ কৰিব পাৰে। | |
02:39 | এটা নতুন উইন্ডো খুলক । ড্ৰ 'টুল ব্যবহাৰ কৰি প্ৰোপেন আঁকক । | |
02:45 | ইথেন এৰ এটা অণু পাবলৈ হাইড্ৰোজেন দি শেষ কাৰ্বন পৰমাণু মুছি পেলাওক।.. | |
02:52 | পৰমাণুবোৰ মুছি পেলাবলৈ, টুল বাৰৰ Selection Tool আইকনত ক্লিক কৰক। | |
02:57 | নিৰ্বাচনৰ বাবে শেষ কাৰ্বন পৰমাণুত ক্লিক কৰক আৰু টানক। | |
03:02 | নিৰ্বাচিত পৰমাণুটো নীলা ৰঙত দেখা গৈছে । | |
03:06 | মুছি পেলাবৰ বাবে ব্যাকস্পেস টিপক । বিকল্পভাবে আপোনি Edit মেনুৰ clear বিকল্প ব্যবহাৰ কৰিব পাৰে। | |
03:14 | পুনৰায় কৰিবলৈ Ctrl আৰু Z কী একেসৈতে টিপক। | |
03:20 | মই এটা অণুৰ মধ্যে বন্ড যোগ আৰু মুছি দিয়া প্ৰদৰ্শন কৰিম। | |
03:26 | বন্ডবোৰ যোগ কৰিব টুলবাৰত ড্ৰ টুল আইকন নিৰ্বাচন কৰক। | |
03:31 | Draw Settings মেনু বাও ফালে খুলিছে । | |
03:35 | ডিফল্টভাবে এলিমেন্ট ড্ৰপ ডাউন তালিকাত 'কাৰ্বন নিৰ্বাচিত থাকে । | |
03:40 | এটা ডাবল বন্ড আনিবলৈ বন্ড অৰ্ডাৰ ড্ৰপ ডাউন পৰা ডাবল নিৰ্বাচন কৰক। | |
03:46 | C-1 আৰু C-2 এৰ মধ্যে বন্ধনটো-ত ক্লিক কৰি ডাবল বন্ডত ৰূপান্তৰ কৰক। | |
03:52 | এটা ডবল বন্ড-ক ট্ৰিপল বন্ডত ৰূপান্তৰ কৰিবলৈ, বন্ড অৰ্ডাৰ পৰা ট্ৰিপল নিৰ্বাচন কৰক।
বন্ডত ক্লিক কৰক | |
03:59 | বন্ড মুছি পেলাবৰ বাবে, সো মাউস বোতামটো ধৰি ৰাখক আৰু বন্ডবোৰত ক্লিক কৰক। | |
04:04 | ইয়াৰ ফলে দুটা ভিন্ন অণু তৈয়াৰ হয় | |
04:08 | আহক অণুবোৰ পুনৰায় যোগ দিয়া যাওক | |
04:11 | এক অণুৰ কাৰ্বনত ক্লিক কৰক, টানক আৰু অন্যান্য অণুৰ কাৰ্বন ক্লিক কৰক। | |
04:18 | মই বন্ড সেন্ট্ৰিক ম্যানিপুলেশন টুল ব্যবহাৰ কৰি বন্ডবোৰ ঘোৰোৱা আৰু বন্ডৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰিব পাৰো। | |
04:24 | টুল বাৰৰ বন্ড সেন্ট্ৰিক ম্যানিপুলেশন টুলত ক্লিক কৰক। | |
04:29 | বন্ড সেন্ট্ৰিক ম্যানিপুলট সেটিংস মেনু বাওফালে খোলে। | |
04:34 | ডিফল্টৰূপে, Show Angles আৰু Snap-to Bonds চেক কৰা হয়। | |
04:39 | স্ন্যাপ-টু থ্ৰেশহোল্ড '10 0' </ sup> (10 ডিগ্ৰি) ত সেট কৰা থাকে । | |
04:43 | ব্যবহাৰকাৰীৰ প্ৰয়োজন অনুযায়ী পছন্দমতে সেটিংস কৰিব পাৰে। | |
04:49 | কোণ প্ৰদৰ্শন কৰিবলৈ, দুটা পৰমাণুৰ মধ্যেৰ বন্ডৰ উপৰত ক্লিক কৰক। | |
04:55 | আমি বন্ডৰ ঘূৰ্ণনৰ প্লেনক স্থিৰ কৰা প্ৰয়োজন। | |
04: 59 | আপোনি বিচৰা প্লেনক ঠিক কৰাৰ বাবে, বন্ডটোত ক্লিক কৰক আৰু উপৰত বা তলৰ ফালে পদক্ষেপ কৰাওক | |
05:05 | পৰমাণুৰ মধ্যেৰে সমতলটো নীলা বা হালধীয়া ৰঙত প্ৰদৰ্শিত হয়। | |
05:11 | ঘোৰোৱাৰ বাবে, এটা পৰমাণুত ক্লিক কৰক আৰু পদক্ষেপ কৰাওক। | |
05:16 | পৰমাণু সৈতে সংযুক্ত বন্ডবোৰ এটা নিৰ্দিষ্ট সমতলত ঘোৰে । | |
05:21 | বন্ড-এৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰিবলৈ সো মাউস বোতামটো ধৰি ৰাখক আৰু টানক। | |
05:27 | এতিয়া মই দেখাম কিভাবে হাইড্ৰোজেনবোৰ-ক মিথাইল গ্ৰুপবোৰত পৰিবৰ্তন কৰা যায়। | |
05:32 | বিল্ড মেনুত ক্লিক কৰক আৰু Change H To Methyl ক্লিক কৰক। | |
05:38 | সকলো হাইড্ৰোজেন এতিয়া মিথাইল গ্ৰুপ দ্বাৰা প্ৰতিস্থাপিত হৈ গৈছে । | |
05:43 | পৰিবৰ্তনবোৰ পৰা পূৰ্বাবস্থানত উভতিবলৈ একেসৈতে CTRL আৰু Z কী টিপক। | |
05: 49 | মই এটা বিশেষ হাইড্ৰোজেন পৰমাণুও নিৰ্বাচন কৰিব পাৰো আৰু সেটোক মিথাইল গ্ৰুপত পৰিবৰ্তন কৰিব পাৰি। | |
05: 55 | টুল বাৰত সিলেকশন টুল আইকনত ক্লিক কৰক | |
05:59 | নিৰ্বাচন কৰাৰ বাবে শেষ কাৰ্বন পৰমাণুৰ সৈতে যুক্ত hydrogenত ক্লিক কৰক । | |
06:04 | বিল্ড মেনুত যাওক আৰু Change H to Methylত ক্লিক কৰক । | |
06:10 | নিৰ্বাচিত হাইড্ৰোজেন মিথাইল' গ্ৰুপ দ্বাৰা প্ৰতিস্থাপিত হয়। | |
06:15 | নিৰ্বাচন অতৰাবলৈ , Ctrl, Shift আৰু A কীবোৰ একেসৈতে টিপক | |
06:22` | আহক চাও কিভাবে কোনো গঠনক কপি, পেস্ট আৰু যোগ কৰিব পাৰি। | |
06:28 | এটা নতুন উইন্ডো খুলিবলৈ ফাইল -> New ত ক্লিক কৰক। | |
06:33 | মই মল্টোজ অণু তৈয়াৰ কৰিবলৈ শিকিম। | |
06:37 | মল্টোজ দুটা গ্লুকোজ অণু দি তৈয়াৰ হয় । | |
06:41 | গ্লুকোজ অণুক যোগ কৰাৰ বাবে, বিল্ড মেনুত ক্লিক কৰক। | |
06:46 | তলত স্ক্ৰল কৰক আৰু Insert -> Fragment ত ক্লিক কৰক | |
06:51 | Insert -> Fragment ডায়ালগ বক্স প্ৰদৰ্শিত হৈছে । | |
06:55 | তালিকাটো তলত স্ক্ৰল কৰক আৰু' Cyclic sugar' ফোল্ডাৰবোৰত ক্লিক কৰক। | |
07:01 | এটা চাব মেনু প্ৰদৰ্শিত হয় । | |
07:04 | তলতৰ ফালে যাওক আৰু beta-d-glucopyranose.cml নিৰ্বাচন কৰক। | |
07:10 | Insert বোতামত ক্লিক কৰক। ডায়ালগ বাক্সটো বন্ধ কৰক। | |
07:16 | beta-D-glucopyranose.cml নীলা ৰঙত হাইলাইট হৈ প্যানেলত প্ৰদৰ্শিত হয়। | |
07:24 | এটা হাত টুল ব্যবহাৰ কৰি এইটোক কেন্দ্ৰলৈ আনক । | |
07:28 | আহক আৰু এটা গ্লুকোজ অণুক কপি আৰু পেস্ট কৰা যাওক । | |
07:33 | মেনু বাৰত Edit মেনুত ক্লিক কৰক। | |
07:36 | আৰু Copy ত ক্লিক কৰক। আকৌ এবাৰ edit মেনুটো তলত স্ক্ৰোল কৰক আৰু তাৰপিছত পেস্ট ' ত ক্লিক কৰক। | |
07:44 | মনত ৰাখিব, কপি, পেস্ট অপাৰেশনৰ সময়ত, এক মুহূৰ্ত-এৰ বাবে উইন্ডো অস্পষ্ট হৈ যায় আৰু তাৰপিছত পুনৰাবস্থাত উভতি আহে । | |
07:51 | নতুন অণুটো কপি হৈ,প্যানেলৰ বিদ্যমান অণুৰ উপৰতেই পেস্ট হৈ যায় । | |
07:58 | কাৰ্সাৰ এটা হাত টুলত পৰিবৰ্তন হৈ যায় । | |
08:01 | মূল অণুটোৰ পৰা কপি কৰা অণুটোক পদক্ষেপ কৰাওক। | |
08:06 | এতিয়া প্যানেলত আমাৰ দুটা পৃথক অণু আছে | |
08:10 | নিৰ্বাচন কৰিবলৈ, Ctrl + Shift আৰু A তিনটা একেসৈতে টিপক। | |
08:17 | আহক মই অণুবোৰক লেবেল কৰো। লেবেল কৰাত সমস্ত পৰমাণুৰ অবস্থানবোৰ চিহ্নিত কৰিবলৈ সাহায্য কৰে। | |
08:25 | লেবেল কৰিবলৈ, Display Types ড্ৰপ ডাউন' পৰা লেবেল চেক বক্সত ক্লিক কৰক। | |
08:32 | মল্টোজ পাবলৈ আমি পানী অণু মুছি পেলাব লাগিব। | |
08:37 | প্ৰথম অনুৰ C-1-এৰ OH গ্ৰুপ আৰু দ্বিতীয় অণুৰ C -9 এৰ হাইড্ৰোজেন মুছক। | |
08:46 | ড্ৰ টুল সেটিংসত কাৰ্বন নিৰ্বাচন কৰক। | |
08:50 | বন্ড অৰ্ডাৰ হিসাবে Single নিৰ্বাচন কৰক | |
08:54 | Adjust Hydrogens চেক বাক্স অনিৰ্বাচন কৰক । | |
08:58 | 'অক্সিজেন পৰমাণুৰ` মাধ্যমে, প্ৰথম অণুৰ C-1 আৰু দ্বিতীয় অণুৰ C-9 যোগ কৰাৰ বাবে ক্লিক কৰক আৰু টানি আনক। | |
09:07 | আমাৰ জ্যামিতিক অপ্টিমাইজ কৰা প্ৰয়োজন। | |
09:11 | অটো অপ্টিমাইজেশান টুল নিৰ্বাচন কৰক | |
09:15 | অটো অপ্টিমাইজেশান সেটিংস মেনু বাও ফালে প্ৰদৰ্শিত হয় । | |
09:20 | MMFF94 ফোৰ্স ফিল্ড নিৰ্বাচন কৰক আৰু স্টাৰ্ট ত ক্লিক কৰক। | |
09:27 | অপ্টিমাইজেশান সম্পূৰ্ণ কৰিবলৈ কিছু সেকেন্ড লাগিব পাৰে। আপোনি এতিয়া লেবেলবোৰ অতৰাব পাৰে | |
09:35 | আমাৰ এতিয়া প্যানেলত মল্টোজ এৰ এটা অপটোমাইজড গঠন আছে। | |
09:40 | আহক সংক্ষিপ্ত বিবৰণ দেখা যাওক । এই টিউটোৰিয়েলত আমি শিকিছো:: পৰমাণু যোগ আৰু মুছি পেলোৱা | |
09:47 | বন্ড যোগ আৰু মুছি পেলোৱা | |
09:50 | বন্ড ঘোৰোৱা | |
09:52 | বন্ডৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰা | |
09:54 | হাইড্ৰোজেনক মিথাইল গ্ৰূপত পৰিবৰ্তন কৰা | |
09:56 | গঠনক কপি, পেস্ট আৰু সংযুক্ত কৰা । | |
10:00 | এটা অনুশীলনী হিসাবে, ড্ৰ টুল ব্যবহাৰ কৰি এটা বুটেন অণু তৈয়াৰ কৰক | |
10:06 | সেইটোক 2,3 dimethyl Butaneত ৰূপান্তৰ কৰক | |
10:10 | বন্ডবোৰ ঘোৰাওক আৰু বন্ড-এৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰক । | |
10:14 | এটা সেলুলোজ অনু তৈয়াৰ কৰক (ইঙ্গিত: ডি-গ্লুকোজ মোনোমাৰ fragment library ত উপলব্ধ থাকে ) | |
10:22 | UFF force field ব্যবহাৰ কৰি জ্যামিতি optimize কৰক । | |
10:27 | এই ভিডিওটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়, যদি আপোনাৰ ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাওক। | |
10:36 | আমি স্পোকেন টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিও । আমাৰ সৈতে যোগাযোগ কৰক । | |
10:44 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়। | |
10:52 | অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।
যোগদান কৰাৰ বাবে ধন্যবাদ। |