Avogadro/C2/Edit-molecules/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search



Time Narration
00: 01 নমস্কাৰ । Edit molecules টিউটোৰিয়েলটোত সকলোকে স্বাগতম।
00:08 এই টিউটোৰিয়েলত,আমি শিকিম- পৰমাণু যোগ কৰা আৰু মুছি পেলোৱা
00:14 বন্ড যোগ আৰু মুছি পেলোৱা
00:16 বন্ড ঘোৰোৱা
00:18 বন্ডৰ দৈৰ্ঘ্য পৰিবৰ্তন
00:20 হাইড্ৰোজেনক মিথাইল গ্ৰুপ-ত পৰিবৰ্তন কৰা
00:23 গঠনক কপি, পেস্ট আৰু একেসৈতে যোগ দিয়া।
00: 27 ইয়াতে মই ব্যবহাৰ কৰিছো

উবুন্টু লিনাক্স OS সংস্কৰণ।14.04 Avogadro সংস্কৰণ 1.1.1

00:37 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ : Avogadro ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত।
00:43 যদি নাই, তেনেহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটটো চাওক।
00:49 ইয়াতে মই টাৰ্মিনাল ব্যবহাৰ কৰি Avogadroক কীভাবে খুলিব পাৰে তাক চাম।
00:55 টাৰ্মিনালটো খুলিবলৈ 'CTRL, ALT' 'আৰু' T কীবোৰ একেসৈতে টিপক ।
01:03 প্ৰম্পটত Avogadro টাইপ কৰক আৰু এন্টাৰ টিপক।
01:08 Avogadro এপ্লিকেশন উইন্ডো খুলিছে ।
01:12 প্ৰদৰ্শনেৰ বাবে, মই ফ্ৰ্যাগমেন্ট লাইব্ৰেৰি পৰা n-butaneএৰ অণু দেখোৱাম।
01:19 বিল্ড মেনুত ক্লিক কৰক। Insert->Fragmentত নেভিগেট কৰক
01:25 Insert fragment ডায়ালগ বক্স প্ৰদৰ্শিত হৈছে ।
01:29 ফ্ৰাগমেন্ট-বোৰৰ তালিকাৰ পৰা, খুলিবলৈ alkanesফোল্ডাৰত ডবল ক্লিক কৰক।
01:35 প্ৰদৰ্শিত ড্ৰপ ডাউন পৰা butane.cml নিৰ্বাচন কৰক।
01:41 Insert বোতামটো ক্লিক কৰক। এক্স ত ক্লিক কৰি Insert Fragment ডায়লগ বাক্সটো বন্ধ কৰক।
01:49 প্যানেলত, Butane 'অণুটো নীলা ৰঙত হাইলাইট কৰা হৈছে।
01:54 হাইলাইটটো মুছি পেলাবলৈ, একেসৈতে Ctrl, Shift আৰু A কী টিপক।
02:02 সঠিক alignment পাবলৈ ন্যাভিগেশন টুল ব্যবহাৰ কৰি গঠনটো ঘোৰাওক।
02: 09 মই এতিয়া অণুত পৰমাণুবোৰ কীভাবে যোগ কৰা যায়, তাক শিকিম।
02:14 টুল বাৰত ড্ৰ টুল আইকনত ক্লিক কৰক।
02:18 কাৰ্বন এটম-ত ক্লিক কৰক আৰু প্যানেল-ত টানক।
02:23 প্ৰয়োজনীয় হাইড্ৰোজেনবোৰ দি এটা কাৰ্বন পৰমাণু যোগ হৈছে।
02:27 মই এতিয়া এই প্যানেলত pentane এৰ এটা অণু পাইছো।
02:32 * একেইভাবে, আপোনি alkanes-এৰ এটা সাৰি তৈয়াৰ কৰিবলৈ ড্ৰ টুল ব্যবহাৰ কৰি পৰমাণু যোগ কৰিব পাৰে।
02:39 এটা নতুন উইন্ডো খুলক । ড্ৰ 'টুল ব্যবহাৰ কৰি প্ৰোপেন আঁকক ।
02:45 ইথেন এৰ এটা অণু পাবলৈ হাইড্ৰোজেন দি শেষ কাৰ্বন পৰমাণু মুছি পেলাওক।..
02:52 পৰমাণুবোৰ মুছি পেলাবলৈ, টুল বাৰৰ Selection Tool আইকনত ক্লিক কৰক।
02:57 নিৰ্বাচনৰ বাবে শেষ কাৰ্বন পৰমাণুত ক্লিক কৰক আৰু টানক।
03:02 নিৰ্বাচিত পৰমাণুটো নীলা ৰঙত দেখা গৈছে ।
03:06 মুছি পেলাবৰ বাবে ব্যাকস্পেস টিপক । বিকল্পভাবে আপোনি Edit মেনুৰ clear বিকল্প ব্যবহাৰ কৰিব পাৰে।
03:14 পুনৰায় কৰিবলৈ Ctrl আৰু Z কী একেসৈতে টিপক।
03:20 মই এটা অণুৰ মধ্যে বন্ড যোগ আৰু মুছি দিয়া প্ৰদৰ্শন কৰিম।
03:26 বন্ডবোৰ যোগ কৰিব টুলবাৰত ড্ৰ টুল আইকন নিৰ্বাচন কৰক।
03:31 Draw Settings মেনু বাও ফালে খুলিছে ।
03:35 ডিফল্টভাবে এলিমেন্ট ড্ৰপ ডাউন তালিকাত 'কাৰ্বন নিৰ্বাচিত থাকে ।
03:40 এটা ডাবল বন্ড আনিবলৈ বন্ড অৰ্ডাৰ ড্ৰপ ডাউন পৰা ডাবল নিৰ্বাচন কৰক।
03:46 C-1 আৰু C-2 এৰ মধ্যে বন্ধনটো-ত ক্লিক কৰি ডাবল বন্ডত ৰূপান্তৰ কৰক।
03:52 এটা ডবল বন্ড-ক ট্ৰিপল বন্ডত ৰূপান্তৰ কৰিবলৈ, বন্ড অৰ্ডাৰ পৰা ট্ৰিপল নিৰ্বাচন কৰক।

বন্ডত ক্লিক কৰক

03:59 বন্ড মুছি পেলাবৰ বাবে, সো মাউস বোতামটো ধৰি ৰাখক আৰু বন্ডবোৰত ক্লিক কৰক।
04:04 ইয়াৰ ফলে দুটা ভিন্ন অণু তৈয়াৰ হয়
04:08 আহক অণুবোৰ পুনৰায় যোগ দিয়া যাওক
04:11 এক অণুৰ কাৰ্বনত ক্লিক কৰক, টানক আৰু অন্যান্য অণুৰ কাৰ্বন ক্লিক কৰক।
04:18 মই বন্ড সেন্ট্ৰিক ম্যানিপুলেশন টুল ব্যবহাৰ কৰি বন্ডবোৰ ঘোৰোৱা আৰু বন্ডৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰিব পাৰো।
04:24 টুল বাৰৰ বন্ড সেন্ট্ৰিক ম্যানিপুলেশন টুলত ক্লিক কৰক।
04:29 বন্ড সেন্ট্ৰিক ম্যানিপুলট সেটিংস মেনু বাওফালে খোলে।
04:34 ডিফল্টৰূপে, Show Angles আৰু Snap-to Bonds চেক কৰা হয়।
04:39 স্ন্যাপ-টু থ্ৰেশহোল্ড '10 0' </ sup> (10 ডিগ্ৰি) ত সেট কৰা থাকে ।
04:43 ব্যবহাৰকাৰীৰ প্ৰয়োজন অনুযায়ী পছন্দমতে সেটিংস কৰিব পাৰে।
04:49 কোণ প্ৰদৰ্শন কৰিবলৈ, দুটা পৰমাণুৰ মধ্যেৰ বন্ডৰ উপৰত ক্লিক কৰক।
04:55 আমি বন্ডৰ ঘূৰ্ণনৰ প্লেনক স্থিৰ কৰা প্ৰয়োজন।
04: 59 আপোনি বিচৰা প্লেনক ঠিক কৰাৰ বাবে, বন্ডটোত ক্লিক কৰক আৰু উপৰত বা তলৰ ফালে পদক্ষেপ কৰাওক
05:05 পৰমাণুৰ মধ্যেৰে সমতলটো নীলা বা হালধীয়া ৰঙত প্ৰদৰ্শিত হয়।
05:11 ঘোৰোৱাৰ বাবে, এটা পৰমাণুত ক্লিক কৰক আৰু পদক্ষেপ কৰাওক।
05:16 পৰমাণু সৈতে সংযুক্ত বন্ডবোৰ এটা নিৰ্দিষ্ট সমতলত ঘোৰে ।
05:21 বন্ড-এৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰিবলৈ সো মাউস বোতামটো ধৰি ৰাখক আৰু টানক।
05:27 এতিয়া মই দেখাম কিভাবে হাইড্ৰোজেনবোৰ-ক মিথাইল গ্ৰুপবোৰত পৰিবৰ্তন কৰা যায়।
05:32 বিল্ড মেনুত ক্লিক কৰক আৰু Change H To Methyl ক্লিক কৰক।
05:38 সকলো হাইড্ৰোজেন এতিয়া মিথাইল গ্ৰুপ দ্বাৰা প্ৰতিস্থাপিত হৈ গৈছে ।
05:43 পৰিবৰ্তনবোৰ পৰা পূৰ্বাবস্থানত উভতিবলৈ একেসৈতে CTRL আৰু Z কী টিপক।
05: 49 মই এটা বিশেষ হাইড্ৰোজেন পৰমাণুও নিৰ্বাচন কৰিব পাৰো আৰু সেটোক মিথাইল গ্ৰুপত পৰিবৰ্তন কৰিব পাৰি।
05: 55 টুল বাৰত সিলেকশন টুল আইকনত ক্লিক কৰক
05:59 নিৰ্বাচন কৰাৰ বাবে শেষ কাৰ্বন পৰমাণুৰ সৈতে যুক্ত hydrogenত ক্লিক কৰক ।
06:04 বিল্ড মেনুত যাওক আৰু Change H to Methylত ক্লিক কৰক ।
06:10 নিৰ্বাচিত হাইড্ৰোজেন মিথাইল' গ্ৰুপ দ্বাৰা প্ৰতিস্থাপিত হয়।
06:15 নিৰ্বাচন অতৰাবলৈ , Ctrl, Shift আৰু A কীবোৰ একেসৈতে টিপক
06:22` আহক চাও কিভাবে কোনো গঠনক কপি, পেস্ট আৰু যোগ কৰিব পাৰি।
06:28 এটা নতুন উইন্ডো খুলিবলৈ ফাইল -> New ত ক্লিক কৰক।
06:33 মই মল্টোজ অণু তৈয়াৰ কৰিবলৈ শিকিম।
06:37 মল্টোজ দুটা গ্লুকোজ অণু দি তৈয়াৰ হয় ।
06:41 গ্লুকোজ অণুক যোগ কৰাৰ বাবে, বিল্ড মেনুত ক্লিক কৰক।
06:46 তলত স্ক্ৰল কৰক আৰু Insert -> Fragment ত ক্লিক কৰক
06:51 Insert -> Fragment ডায়ালগ বক্স প্ৰদৰ্শিত হৈছে ।
06:55 তালিকাটো তলত স্ক্ৰল কৰক আৰু' Cyclic sugar' ফোল্ডাৰবোৰত ক্লিক কৰক।
07:01 এটা চাব মেনু প্ৰদৰ্শিত হয় ।
07:04 তলতৰ ফালে যাওক আৰু beta-d-glucopyranose.cml নিৰ্বাচন কৰক।
07:10 Insert বোতামত ক্লিক কৰক। ডায়ালগ বাক্সটো বন্ধ কৰক।
07:16 beta-D-glucopyranose.cml নীলা ৰঙত হাইলাইট হৈ প্যানেলত প্ৰদৰ্শিত হয়।
07:24 এটা হাত টুল ব্যবহাৰ কৰি এইটোক কেন্দ্ৰলৈ আনক ।
07:28 আহক আৰু এটা গ্লুকোজ অণুক কপি আৰু পেস্ট কৰা যাওক ।
07:33 মেনু বাৰত Edit মেনুত ক্লিক কৰক।
07:36 আৰু Copy ত ক্লিক কৰক। আকৌ এবাৰ edit মেনুটো তলত স্ক্ৰোল কৰক আৰু তাৰপিছত পেস্ট ' ত ক্লিক কৰক।
07:44 মনত ৰাখিব, কপি, পেস্ট অপাৰেশনৰ সময়ত, এক মুহূৰ্ত-এৰ বাবে উইন্ডো অস্পষ্ট হৈ যায় আৰু তাৰপিছত পুনৰাবস্থাত উভতি আহে ।
07:51 নতুন অণুটো কপি হৈ,প্যানেলৰ বিদ্যমান অণুৰ উপৰতেই পেস্ট হৈ যায় ।
07:58 কাৰ্সাৰ এটা হাত টুলত পৰিবৰ্তন হৈ যায় ।
08:01 মূল অণুটোৰ পৰা কপি কৰা অণুটোক পদক্ষেপ কৰাওক।
08:06 এতিয়া প্যানেলত আমাৰ দুটা পৃথক অণু আছে
08:10 নিৰ্বাচন কৰিবলৈ, Ctrl + Shift আৰু A তিনটা একেসৈতে টিপক।
08:17 আহক মই অণুবোৰক লেবেল কৰো। লেবেল কৰাত সমস্ত পৰমাণুৰ অবস্থানবোৰ চিহ্নিত কৰিবলৈ সাহায্য কৰে।
08:25 লেবেল কৰিবলৈ, Display Types ড্ৰপ ডাউন' পৰা লেবেল চেক বক্সত ক্লিক কৰক।
08:32 মল্টোজ পাবলৈ আমি পানী অণু মুছি পেলাব লাগিব।
08:37 প্ৰথম অনুৰ C-1-এৰ OH গ্ৰুপ আৰু দ্বিতীয় অণুৰ C -9 এৰ হাইড্ৰোজেন মুছক।
08:46 ড্ৰ টুল সেটিংসকাৰ্বন নিৰ্বাচন কৰক।
08:50 বন্ড অৰ্ডাৰ হিসাবে Single নিৰ্বাচন কৰক
08:54 Adjust Hydrogens চেক বাক্স অনিৰ্বাচন কৰক ।
08:58 'অক্সিজেন পৰমাণুৰ` মাধ্যমে, প্ৰথম অণুৰ C-1 আৰু দ্বিতীয় অণুৰ C-9 যোগ কৰাৰ বাবে ক্লিক কৰক আৰু টানি আনক।
09:07 আমাৰ জ্যামিতিক অপ্টিমাইজ কৰা প্ৰয়োজন।
09:11 অটো অপ্টিমাইজেশান টুল নিৰ্বাচন কৰক
09:15 অটো অপ্টিমাইজেশান সেটিংস মেনু বাও ফালে প্ৰদৰ্শিত হয় ।
09:20 MMFF94 ফোৰ্স ফিল্ড নিৰ্বাচন কৰক আৰু স্টাৰ্ট ত ক্লিক কৰক।
09:27 অপ্টিমাইজেশান সম্পূৰ্ণ কৰিবলৈ কিছু সেকেন্ড লাগিব পাৰে। আপোনি এতিয়া লেবেলবোৰ অতৰাব পাৰে
09:35 আমাৰ এতিয়া প্যানেলত মল্টোজ এৰ এটা অপটোমাইজড গঠন আছে।
09:40 আহক সংক্ষিপ্ত বিবৰণ দেখা যাওক । এই টিউটোৰিয়েলত আমি শিকিছো:: পৰমাণু যোগ আৰু মুছি পেলোৱা
09:47 বন্ড যোগ আৰু মুছি পেলোৱা
09:50 বন্ড ঘোৰোৱা
09:52 বন্ডৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰা
09:54 হাইড্ৰোজেনক মিথাইল গ্ৰূপত পৰিবৰ্তন কৰা
09:56 গঠনক কপি, পেস্ট আৰু সংযুক্ত কৰা ।
10:00 এটা অনুশীলনী হিসাবে, ড্ৰ টুল ব্যবহাৰ কৰি এটা বুটেন অণু তৈয়াৰ কৰক
10:06 সেইটোক 2,3 dimethyl Butaneত ৰূপান্তৰ কৰক
10:10 বন্ডবোৰ ঘোৰাওক আৰু বন্ড-এৰ দৈৰ্ঘ্য পৰিবৰ্তন কৰক ।
10:14 এটা সেলুলোজ অনু তৈয়াৰ কৰক (ইঙ্গিত: ডি-গ্লুকোজ মোনোমাৰ fragment library ত উপলব্ধ থাকে )
10:22 UFF force field ব্যবহাৰ কৰি জ্যামিতি optimize কৰক ।
10:27 এই ভিডিওটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়, যদি আপোনাৰ ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাওক।
10:36 আমি স্পোকেন টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিও । আমাৰ সৈতে যোগাযোগ কৰক ।
10:44 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়।
10:52 অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।

যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi