Koha-Library-Management-System/C2/Receive-Serials/Assamese

From Script | Spoken-Tutorial
Revision as of 21:20, 1 March 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 How to Receive Serials স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Serials কেনেকৈ ৰিচিভ কৰা হয়,

লেত Serials ক্লেইম কৰিবলৈ,

Serials expiration চেক কৰিবলৈ,

Serials ৰিনিউ কৰিবলৈ আৰু

Serials চাৰ্চ কৰিবলৈ

00:23 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :Ubuntu Linux Operating System 16.04 আৰু Koha ভাৰ্চন 16.05
00:36 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:41 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:47 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:51 অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:58 Serials ৰিচিভ কৰিবলৈ, আহক KohaSuperlibrarianBella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰো
01:06 homepage ত, Serials ত ক্লিক কৰক
01:11 নতুন পৃষ্ঠাটোৰ ওপৰত, Title ৰ বাবে ফিল্দ বিচাৰক
01:17 প্ৰথম বা যিকোনো শব্দ লিখক journal ৰ টাইটলৰ পৰা । যেনে, মই লিখিম Indian
01:25 ফিল্দৰ সোফালে Submit বুটামত ক্লিক কৰক
01:30 এটা নতুন পৃষ্ঠা Serials subscriptions আহিছে
01:34 এই পৃষ্ঠাটোৱে সবিশেষ দেখুৱাইছে: ISSN ,Title, Notes, Library, Location, Call number, Expiration date, Actions
01:55 টেবুলৰ সোফালে Actions টেবত ক্লিক কৰক
02:00 দ্ৰপ-দাউনৰ পৰা, Serial receive বাচক
02:05 আন এটা পৃষ্ঠা Serial edition Indian Journal of Microbiology টেবুলৰ সৈতে আহিছে
02:12 এই টেবুলত, Status চেকচনৰ ভিতৰত, দ্ৰপ-দাউনত ক্লিক কৰক আৰু Arrived বাচক
02:20 পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক
02:25 আন এটা পৃষ্ঠা আহিছে হেদিং: Serial collection information for Indian Journal of Microbiology ৰ সৈতে । ইয়াত, আমি Subscription summary দেখিছো
02:37 এনেদৰে, আমি Serials ৰিচিভ কৰিব পাৰো
02:41 এতিয়া, আহক লেত Serials ক্লেইম কৰিবলৈ শিকো
02:46 KohaSerials vendors লৈ email বাৰ্তা পঠাব পাৰে যদি কোনো লেত ইছুচ আছে
02:53 উদাহৰণস্বৰূপে: চাৰিটা চিৰিয়েল ইছুৰ ভিতৰত, লাইব্ৰেৰীয়ে মাত্ৰ ইছু নাম্বাৰ 1, 2 আৰু 4 পাইছে । আৰু ইছু নং 3 পোৱা নাই
03:08 তেনেক্ষেত্ৰত, ক্লেইম এটা পঠাব পাৰি ইছু নং 3 ৰ বাবে যি এতিয়ালৈকে পাবলৈ আছে
03:15 মেইন Serials পৃষ্ঠাৰ বাওঁফালে, 'Claims’ নামৰ অপচন এটা আছে
03:21 Claims ত ক্লিক কৰক
03:24 এটা নতুন পৃষ্ঠা দাইল’গ বক্স এটাৰ সৈতে আহিছে:

No claims notice defined. Please define onePlease define one ত ক্লিক কৰক

03:35 এটা নতুন পৃষ্ঠা Notices and Slips আহিছে
03:39 Notices and Slips ৰ ভিতৰত, Select a library: টেবটো বিচাৰক ।

দ্ৰপ-দাউনৰ পৰা, আপোনাৰ লাইব্ৰেৰী নামটো বাচক

03:49 মই Spoken Tutorial Library বাচিম
03:53 Select a library: টেবৰ ভিতৰত, New notice টেবত ক্লিক কৰক
04:00 নতুন পৃষ্ঠা এটা আহিছে হেদিং Add notice ৰ সৈতে
04:05 একেটা পৃষ্ঠাত, লাইব্ৰেৰী চেকচনৰ বাবে, Koha ই দিফল্টভাবে, লাইব্ৰেৰী নামটো বাচে
04:12 মোৰ ক্ষেত্ৰত, ই বাচিব Spoken Tutorial Library
04:17 Koha module ৰ বাবে: দ্ৰপ-দাউনৰ পৰা, Claim Serial issue বাচক
04:24 মন কৰিব যেতিয়ালৈকে দ্ৰপ-দাউনৰ পৰা Claim serial issue নিৰ্বাচিত হয়, Koha ই লাইব্ৰেৰীৰ বাবে ফিল্দ All libraries হিচাবে স্ব-নিৰ্বাচিত কৰে
04:38 গতিকে, পুনৰ লাইব্ৰেৰী টেবলৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Spoken Tutorial Library বাচক
04:47 আহক আগবাহো
04:49 Code ৰ বাবে ফিল্দত, লিখক: Claim
04:53 Name ৰ বাবে ফিল্দত, লিখক: Unsupplied Issues
04:59 পাছত, Email চেকচনত ক্লিক কৰক
05:04 Message subject: ৰ বাবে ফিল্দত, লিখক: Unsupplied Issues
05:11 Message body: চেকচনৰ ভিতৰত বিক্ৰেতালৈ email টো লিখক
05:17 মোৰ ক্ষেত্ৰত, বিক্ৰেতা হৈছে Mumbai Journal Supplier
05:22 মই মোৰ বিক্ৰেতালৈ এটা চুটী email লিখিলো । আপুনি ভিদিঅটো ৰখাই আপোনাৰ লাইব্ৰেৰীৰ বিক্ৰেতালৈ এটা email লিখিব পাৰে
05:31 পাছত, যদি প্ৰয়োজন হয় আপুনি সবিশেষ ভৰাব পাৰে Phone, Print আৰু SMS ৰ বাবে । মই তাক খালি ৰাখিম
05:43 পাছত, পৃষ্ঠাটোৰ তলত Submit বুটামত ক্লিক কৰক
05:48 এটা নতুন পৃষ্ঠা Notices and Slips আহিছে
05:52 Notices and Slips ৰ ভিতৰত, Select a library টেবটো বিচাৰক
05:58 KohaSpoken Tutorial Library স্ব-নিৰ্বাচিত কৰিছে
06:03 আপুনি প্ৰয়োজন অনুসৰি দ্ৰপ-দাউনৰ পৰা নিজৰ লাইব্ৰেৰী বাচিব পাৰে
06:08 একেটা পৃষ্ঠাত, ভৰ্ত্তি কৰা সবিশেষৰ সৈতে টেবুল এখন আছে নিম্ন টেবচৰ ভিতৰত:

Library, Module, Code, Name, Copy notice আৰু Actions

06:28 পাছত, Koha হ’মপেজলৈ যাওঁক । তাক কৰিবলৈ, বাওঁফালে চুকলৈ যাওঁক আৰু Home ত ক্লিক কৰক
06:39 Koha homepage ত, Serials ত ক্লিক কৰক
06:44 নতুনকৈ অহা পৃষ্ঠাটোত, বাওঁফালে যাওঁক আৰু Claims ত ক্লিক কৰক
06:51 নতুন পৃষ্ঠাটোত, Vendor ৰ বাবে ফিল্দত, দ্ৰপ-দাউনৰ পৰা প্ৰয়োজনীয় বিক্ৰেতাক বাচক
06:58 যিহেতু মোৰ Journals ৰ বাবে মাত্ৰ এজন বিক্ৰেতা আছে, মই বিক্ৰেতা- Mumbai Journal Supplier ৰ সৈতে আগবাহিম
07:06 পাছত, ফিল্দৰ সোফালে OK ত ক্লিক কৰক
07:12 এটা নতুন পৃষ্ঠা আহিছে টাইটল Missing issues ৰ সৈতে
07:17 নতুন পৃষ্ঠাটোত, চেক-বক্সত ক্লিক কৰক বাওঁফালে Mumbai Journal Supplier ৰ বাবে
07:25 আপুনি নিজৰ বিক্ৰেতা অনুসৰি চেক-বক্সত ক্লিক কৰিব পাৰে
07:29 পাছত, পৃষ্ঠাটোৰ তলত Send notification বুটামত ক্লিক কৰক
07:36 একেটা পৃষ্ঠা পুনৰ আহে আৰু ইয়াৰ সৈতে বিক্ৰেতালৈ email এটা পঠোৱা হয়
07:42 মন কৰিব email টো Koha server ৰ পৰা উক্ত বিক্ৰেতালৈ পঠোৱা হয়
07:48 আমি এতিয়া Check expiration ৰ বিষয়ে শিকিম
07:52 Check expiration চেক কৰিবলৈ ব্যৱ্হাৰ কৰা হয় যেতিয়া subscriptions এক্সপায়াৰ হ’বলৈ ধৰে
07:59 একেটা পৃষ্ঠাত, বাওঁফালে যাওঁক আৰু Check expiration ত ক্লিক কৰক
08:06 Check expiration পৃষ্ঠা আহিছে
08:10 এতিয়া, Filter results চেকচনৰ ভিতৰত, Library: লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা, Spoken Tutorial Library বাচক । আপুনি ইয়াত নিজৰ লাইব্ৰেৰী বাচিব পাৰে
08:26 পাছত, Expiring before উল্লেখ কৰক
08:30 ই সকলো জাৰ্নেলৰ এখন সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰে যি সেই বিশেষ তাৰিখৰ আগতে এক্সপায়াৰ হ’ব
08:38 Expiring before: ৰ বাবে মই লিখিম 01/01/2019
08:47 এতিয়া পৃষ্ঠাটোৰ তলত Search বুটামত ক্লিক কৰক
08:52 একেটা পৃষ্ঠাত, জাৰ্নেলৰ এখন তালিকা যি 01/01/2019 ত এক্সপায়াৰ হ’ব লাগে, এখন টেবুলাৰ ফৰ্মত আহে
09:04 আমি লগতে নিম্ন সবিশেষ চাব পাৰো-

ISSN, ,Title, ,Library, , OPAC note, , Nonpublic note, , Expiration date আৰু Actions

09:23 এতিয়া, Actions টেবৰ ভিতৰত, Renew বুটামত ক্লিক কৰক
09:29 এখন নতুন উইন্দ’ আহিছে হেদিং Subscription renewal for Indian Journal of Microbiology ৰ সৈতে
09:37 এই পৃষ্ঠাটোত, নিম্নখিনি ভৰাওঁক:

Start Date ৰ বাবে আপোনাৰ প্ৰয়োজন অনুসৰি তাৰিখটো ভৰাওঁক । মই ভৰাম 01/01/2018

09:51 পাছৰটো হৈছে Subscription length
09:54 ইয়াত তিনিটা ফিল্দৰ ভিতৰত এটাক ভৰাবলৈ পৰামৰ্শ দিয়া হয়, অৰ্থাৎ-

Number of num যি বুজায় ইছুচ, Number of weeks আৰু Number of months

10:09 যিহেতু মোৰ Journal তিনিমহীয়া প্ৰকাশন হয়, Koha ই দিফল্টভাবে Number of num হিচাবে 4 নিৰ্বাচিত কৰিছে
10:18 আপুনি নিজৰ প্ৰয়োজন অনুসৰি ভৰাব পাৰে
10:22 Note for the librarian that will manage your renewal request ফিল্দক খালি ৰাখক
10:30 পাছত, পৃষ্ঠাটোৰ তলত Submit বুটামত ক্লিক কৰক
10:35 উইন্দ’ এখন আহিছে বাৰ্তা Subscription renewed ৰ সৈতে
10:40 উইন্দ’খন বন্ধ কৰিবলৈ, ওপৰত বাওঁফালে চুকলৈ যাওঁক আৰু ক্ৰচ চিহ্নত ক্লিক কৰক
10:47 পুনৰ, আন এটা প’প-আপ বাৰ্তা আহিছে:
10:51 To display this page, Firefox must send information that will repeat any action (such as a search or order confirmation) that was performed earlier
11:03 এই বাৰ্তাত থকা দুটা অপচন Cancel আৰু Resend ৰ ভিতৰত,

Resend ত ক্লিক কৰক

11:11 আমাক অনা হ’ল Check expiration পৃষ্ঠাটোলৈ
11:15 ইয়াত, Filter results চেকচনৰ ভিতৰত, Expiring before 01/12/2019 হিচাবে বাচক । মাত্ৰ Expiring date উল্লেখ কৰিবলৈ মনত ৰাখিব
11:32 ই সকলো জাৰ্নেলৰ এখন সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰে যি সেই বিশেষ তাৰিখৰ আগতে এক্সপায়াৰ হ’ব
11:39 এতিয়া, Filter results চেকচনৰ তলত Search বুটামত ক্লিক কৰক
11:45 একেটা পৃষ্ঠাত, জাৰ্নেলৰ এখন তালিকা যি 01/12/2019 ৰ আগতে এক্সপায়াৰ হ’ব লাগে, এখন টেবুলাৰ ফৰ্মত আহে
11:56 আমি লগতে নিম্ন সবিশেষ চাব পাৰো-

ISSN, , Title, ,Library, ,OPAC note, ,Nonpublic note, ,Expiration date আৰু Actions

12:15 এনেদৰেই আমি Serials ৰ বাবে schedule বনাব পাৰো আৰু Volume and issues আগমন অনুসৰি তাক ৰিচিভ কৰিব পাৰো
12:25 আপুনি এতিয়া Koha Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰিব পাৰে
12:30 Koha interface ৰ ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা, Log out বাচক
12:42 ইয়াৰ সৈতে আমি টিউট’ৰিয়েলটোৰ শেষ পালোহি
12:46 আহক মূলভাব চাওঁ  : এই টিউট’ৰিয়েলটোত, আমি শিকিলো:

Serials কেনেকৈ ৰিচিভ কৰা হয়, লেত Serials ক্লেইম কৰিবলৈ, Serials expiration চেক কৰিবলৈ, Serials ৰিনিউ কৰিবলৈ আৰু Serials চাৰ্চ কৰিবলৈ

13:04 আগৰ টিউট’ৰিয়েল এটাত, Journal of Molecular Biology ৰ বাবে নতুন চাবস্ক্ৰিপচন এটা যোগ কৰা হৈছিল
13:11 অনুশিলনী হিচাবে, সেই চাবস্ক্ৰিপচনটো ৰিনিউ কৰক
13:15 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
13:19 অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
13:22 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
13:31 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
13:35 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
13:46 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9