Koha-Library-Management-System/C2/Receive-Serials/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | How to Receive Serials স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Serials কেনেকৈ ৰিচিভ কৰা হয়,
লেত Serials ক্লেইম কৰিবলৈ, Serials expiration চেক কৰিবলৈ, Serials ৰিনিউ কৰিবলৈ আৰু Serials চাৰ্চ কৰিবলৈ |
| 00:23 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :Ubuntu Linux Operating System 16.04 আৰু Koha ভাৰ্চন 16.05 |
| 00:36 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
| 00:41 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
| 00:47 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
| 00:51 | অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
| 00:58 | Serials ৰিচিভ কৰিবলৈ, আহক Koha ৰ Superlibrarian ত Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰো |
| 01:06 | homepage ত, Serials ত ক্লিক কৰক |
| 01:11 | নতুন পৃষ্ঠাটোৰ ওপৰত, Title ৰ বাবে ফিল্দ বিচাৰক |
| 01:17 | প্ৰথম বা যিকোনো শব্দ লিখক journal ৰ টাইটলৰ পৰা । যেনে, মই লিখিম Indian |
| 01:25 | ফিল্দৰ সোফালে Submit বুটামত ক্লিক কৰক |
| 01:30 | এটা নতুন পৃষ্ঠা Serials subscriptions আহিছে |
| 01:34 | এই পৃষ্ঠাটোৱে সবিশেষ দেখুৱাইছে: ISSN ,Title, Notes, Library, Location, Call number, Expiration date, Actions |
| 01:55 | টেবুলৰ সোফালে Actions টেবত ক্লিক কৰক |
| 02:00 | দ্ৰপ-দাউনৰ পৰা, Serial receive বাচক |
| 02:05 | আন এটা পৃষ্ঠা Serial edition Indian Journal of Microbiology টেবুলৰ সৈতে আহিছে |
| 02:12 | এই টেবুলত, Status চেকচনৰ ভিতৰত, দ্ৰপ-দাউনত ক্লিক কৰক আৰু Arrived বাচক |
| 02:20 | পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক |
| 02:25 | আন এটা পৃষ্ঠা আহিছে হেদিং: Serial collection information for Indian Journal of Microbiology ৰ সৈতে । ইয়াত, আমি Subscription summary দেখিছো |
| 02:37 | এনেদৰে, আমি Serials ৰিচিভ কৰিব পাৰো |
| 02:41 | এতিয়া, আহক লেত Serials ক্লেইম কৰিবলৈ শিকো |
| 02:46 | Koha ই Serials vendors লৈ email বাৰ্তা পঠাব পাৰে যদি কোনো লেত ইছুচ আছে |
| 02:53 | উদাহৰণস্বৰূপে: চাৰিটা চিৰিয়েল ইছুৰ ভিতৰত, লাইব্ৰেৰীয়ে মাত্ৰ ইছু নাম্বাৰ 1, 2 আৰু 4 পাইছে । আৰু ইছু নং 3 পোৱা নাই |
| 03:08 | তেনেক্ষেত্ৰত, ক্লেইম এটা পঠাব পাৰি ইছু নং 3 ৰ বাবে যি এতিয়ালৈকে পাবলৈ আছে |
| 03:15 | মেইন Serials পৃষ্ঠাৰ বাওঁফালে, 'Claims’ নামৰ অপচন এটা আছে |
| 03:21 | Claims ত ক্লিক কৰক |
| 03:24 | এটা নতুন পৃষ্ঠা দাইল’গ বক্স এটাৰ সৈতে আহিছে:
No claims notice defined. Please define one । Please define one ত ক্লিক কৰক |
| 03:35 | এটা নতুন পৃষ্ঠা Notices and Slips আহিছে |
| 03:39 | Notices and Slips ৰ ভিতৰত, Select a library: টেবটো বিচাৰক ।
দ্ৰপ-দাউনৰ পৰা, আপোনাৰ লাইব্ৰেৰী নামটো বাচক |
| 03:49 | মই Spoken Tutorial Library বাচিম |
| 03:53 | Select a library: টেবৰ ভিতৰত, New notice টেবত ক্লিক কৰক |
| 04:00 | নতুন পৃষ্ঠা এটা আহিছে হেদিং Add notice ৰ সৈতে |
| 04:05 | একেটা পৃষ্ঠাত, লাইব্ৰেৰী চেকচনৰ বাবে, Koha ই দিফল্টভাবে, লাইব্ৰেৰী নামটো বাচে |
| 04:12 | মোৰ ক্ষেত্ৰত, ই বাচিব Spoken Tutorial Library |
| 04:17 | Koha module ৰ বাবে: দ্ৰপ-দাউনৰ পৰা, Claim Serial issue বাচক |
| 04:24 | মন কৰিব যেতিয়ালৈকে দ্ৰপ-দাউনৰ পৰা Claim serial issue নিৰ্বাচিত হয়, Koha ই লাইব্ৰেৰীৰ বাবে ফিল্দ All libraries হিচাবে স্ব-নিৰ্বাচিত কৰে |
| 04:38 | গতিকে, পুনৰ লাইব্ৰেৰী টেবলৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা Spoken Tutorial Library বাচক |
| 04:47 | আহক আগবাহো |
| 04:49 | Code ৰ বাবে ফিল্দত, লিখক: Claim |
| 04:53 | Name ৰ বাবে ফিল্দত, লিখক: Unsupplied Issues |
| 04:59 | পাছত, Email চেকচনত ক্লিক কৰক |
| 05:04 | Message subject: ৰ বাবে ফিল্দত, লিখক: Unsupplied Issues |
| 05:11 | Message body: চেকচনৰ ভিতৰত বিক্ৰেতালৈ email টো লিখক |
| 05:17 | মোৰ ক্ষেত্ৰত, বিক্ৰেতা হৈছে Mumbai Journal Supplier |
| 05:22 | মই মোৰ বিক্ৰেতালৈ এটা চুটী email লিখিলো । আপুনি ভিদিঅটো ৰখাই আপোনাৰ লাইব্ৰেৰীৰ বিক্ৰেতালৈ এটা email লিখিব পাৰে |
| 05:31 | পাছত, যদি প্ৰয়োজন হয় আপুনি সবিশেষ ভৰাব পাৰে Phone, Print আৰু SMS ৰ বাবে । মই তাক খালি ৰাখিম |
| 05:43 | পাছত, পৃষ্ঠাটোৰ তলত Submit বুটামত ক্লিক কৰক |
| 05:48 | এটা নতুন পৃষ্ঠা Notices and Slips আহিছে |
| 05:52 | Notices and Slips ৰ ভিতৰত, Select a library টেবটো বিচাৰক |
| 05:58 | Koha ই Spoken Tutorial Library স্ব-নিৰ্বাচিত কৰিছে |
| 06:03 | আপুনি প্ৰয়োজন অনুসৰি দ্ৰপ-দাউনৰ পৰা নিজৰ লাইব্ৰেৰী বাচিব পাৰে |
| 06:08 | একেটা পৃষ্ঠাত, ভৰ্ত্তি কৰা সবিশেষৰ সৈতে টেবুল এখন আছে নিম্ন টেবচৰ ভিতৰত:
Library, Module, Code, Name, Copy notice আৰু Actions |
| 06:28 | পাছত, Koha হ’মপেজলৈ যাওঁক । তাক কৰিবলৈ, বাওঁফালে চুকলৈ যাওঁক আৰু Home ত ক্লিক কৰক |
| 06:39 | Koha homepage ত, Serials ত ক্লিক কৰক |
| 06:44 | নতুনকৈ অহা পৃষ্ঠাটোত, বাওঁফালে যাওঁক আৰু Claims ত ক্লিক কৰক |
| 06:51 | নতুন পৃষ্ঠাটোত, Vendor ৰ বাবে ফিল্দত, দ্ৰপ-দাউনৰ পৰা প্ৰয়োজনীয় বিক্ৰেতাক বাচক |
| 06:58 | যিহেতু মোৰ Journals ৰ বাবে মাত্ৰ এজন বিক্ৰেতা আছে, মই বিক্ৰেতা- Mumbai Journal Supplier ৰ সৈতে আগবাহিম |
| 07:06 | পাছত, ফিল্দৰ সোফালে OK ত ক্লিক কৰক |
| 07:12 | এটা নতুন পৃষ্ঠা আহিছে টাইটল Missing issues ৰ সৈতে |
| 07:17 | নতুন পৃষ্ঠাটোত, চেক-বক্সত ক্লিক কৰক বাওঁফালে Mumbai Journal Supplier ৰ বাবে |
| 07:25 | আপুনি নিজৰ বিক্ৰেতা অনুসৰি চেক-বক্সত ক্লিক কৰিব পাৰে |
| 07:29 | পাছত, পৃষ্ঠাটোৰ তলত Send notification বুটামত ক্লিক কৰক |
| 07:36 | একেটা পৃষ্ঠা পুনৰ আহে আৰু ইয়াৰ সৈতে বিক্ৰেতালৈ email এটা পঠোৱা হয় |
| 07:42 | মন কৰিব email টো Koha server ৰ পৰা উক্ত বিক্ৰেতালৈ পঠোৱা হয় |
| 07:48 | আমি এতিয়া Check expiration ৰ বিষয়ে শিকিম |
| 07:52 | Check expiration চেক কৰিবলৈ ব্যৱ্হাৰ কৰা হয় যেতিয়া subscriptions এক্সপায়াৰ হ’বলৈ ধৰে |
| 07:59 | একেটা পৃষ্ঠাত, বাওঁফালে যাওঁক আৰু Check expiration ত ক্লিক কৰক |
| 08:06 | Check expiration পৃষ্ঠা আহিছে |
| 08:10 | এতিয়া, Filter results চেকচনৰ ভিতৰত, Library: লৈ যাওঁক আৰু দ্ৰপ-দাউনৰ পৰা, Spoken Tutorial Library বাচক । আপুনি ইয়াত নিজৰ লাইব্ৰেৰী বাচিব পাৰে |
| 08:26 | পাছত, Expiring before উল্লেখ কৰক |
| 08:30 | ই সকলো জাৰ্নেলৰ এখন সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰে যি সেই বিশেষ তাৰিখৰ আগতে এক্সপায়াৰ হ’ব |
| 08:38 | Expiring before: ৰ বাবে মই লিখিম 01/01/2019 |
| 08:47 | এতিয়া পৃষ্ঠাটোৰ তলত Search বুটামত ক্লিক কৰক |
| 08:52 | একেটা পৃষ্ঠাত, জাৰ্নেলৰ এখন তালিকা যি 01/01/2019 ত এক্সপায়াৰ হ’ব লাগে, এখন টেবুলাৰ ফৰ্মত আহে |
| 09:04 | আমি লগতে নিম্ন সবিশেষ চাব পাৰো-
ISSN, ,Title, ,Library, , OPAC note, , Nonpublic note, , Expiration date আৰু Actions |
| 09:23 | এতিয়া, Actions টেবৰ ভিতৰত, Renew বুটামত ক্লিক কৰক |
| 09:29 | এখন নতুন উইন্দ’ আহিছে হেদিং Subscription renewal for Indian Journal of Microbiology ৰ সৈতে |
| 09:37 | এই পৃষ্ঠাটোত, নিম্নখিনি ভৰাওঁক:
Start Date ৰ বাবে আপোনাৰ প্ৰয়োজন অনুসৰি তাৰিখটো ভৰাওঁক । মই ভৰাম 01/01/2018 |
| 09:51 | পাছৰটো হৈছে Subscription length |
| 09:54 | ইয়াত তিনিটা ফিল্দৰ ভিতৰত এটাক ভৰাবলৈ পৰামৰ্শ দিয়া হয়, অৰ্থাৎ-
Number of num যি বুজায় ইছুচ, Number of weeks আৰু Number of months |
| 10:09 | যিহেতু মোৰ Journal তিনিমহীয়া প্ৰকাশন হয়, Koha ই দিফল্টভাবে Number of num হিচাবে 4 নিৰ্বাচিত কৰিছে |
| 10:18 | আপুনি নিজৰ প্ৰয়োজন অনুসৰি ভৰাব পাৰে |
| 10:22 | Note for the librarian that will manage your renewal request ফিল্দক খালি ৰাখক |
| 10:30 | পাছত, পৃষ্ঠাটোৰ তলত Submit বুটামত ক্লিক কৰক |
| 10:35 | উইন্দ’ এখন আহিছে বাৰ্তা Subscription renewed ৰ সৈতে |
| 10:40 | উইন্দ’খন বন্ধ কৰিবলৈ, ওপৰত বাওঁফালে চুকলৈ যাওঁক আৰু ক্ৰচ চিহ্নত ক্লিক কৰক |
| 10:47 | পুনৰ, আন এটা প’প-আপ বাৰ্তা আহিছে: |
| 10:51 | To display this page, Firefox must send information that will repeat any action (such as a search or order confirmation) that was performed earlier |
| 11:03 | এই বাৰ্তাত থকা দুটা অপচন Cancel আৰু Resend ৰ ভিতৰত,
Resend ত ক্লিক কৰক |
| 11:11 | আমাক অনা হ’ল Check expiration পৃষ্ঠাটোলৈ |
| 11:15 | ইয়াত, Filter results চেকচনৰ ভিতৰত, Expiring before 01/12/2019 হিচাবে বাচক । মাত্ৰ Expiring date উল্লেখ কৰিবলৈ মনত ৰাখিব |
| 11:32 | ই সকলো জাৰ্নেলৰ এখন সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰে যি সেই বিশেষ তাৰিখৰ আগতে এক্সপায়াৰ হ’ব |
| 11:39 | এতিয়া, Filter results চেকচনৰ তলত Search বুটামত ক্লিক কৰক |
| 11:45 | একেটা পৃষ্ঠাত, জাৰ্নেলৰ এখন তালিকা যি 01/12/2019 ৰ আগতে এক্সপায়াৰ হ’ব লাগে, এখন টেবুলাৰ ফৰ্মত আহে |
| 11:56 | আমি লগতে নিম্ন সবিশেষ চাব পাৰো-
ISSN, , Title, ,Library, ,OPAC note, ,Nonpublic note, ,Expiration date আৰু Actions |
| 12:15 | এনেদৰেই আমি Serials ৰ বাবে schedule বনাব পাৰো আৰু Volume and issues আগমন অনুসৰি তাক ৰিচিভ কৰিব পাৰো |
| 12:25 | আপুনি এতিয়া Koha Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰিব পাৰে |
| 12:30 | Koha interface ৰ ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা, Log out বাচক |
| 12:42 | ইয়াৰ সৈতে আমি টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 12:46 | আহক মূলভাব চাওঁ : এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
Serials কেনেকৈ ৰিচিভ কৰা হয়, লেত Serials ক্লেইম কৰিবলৈ, Serials expiration চেক কৰিবলৈ, Serials ৰিনিউ কৰিবলৈ আৰু Serials চাৰ্চ কৰিবলৈ |
| 13:04 | আগৰ টিউট’ৰিয়েল এটাত, Journal of Molecular Biology ৰ বাবে নতুন চাবস্ক্ৰিপচন এটা যোগ কৰা হৈছিল |
| 13:11 | অনুশিলনী হিচাবে, সেই চাবস্ক্ৰিপচনটো ৰিনিউ কৰক |
| 13:15 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
| 13:19 | অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 13:22 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 13:31 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 13:35 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 13:46 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |