Koha-Library-Management-System/C2/Cataloging/Assamese
From Script | Spoken-Tutorial
| 00:01 | Cataloging স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:05 | এই টিউট’ৰিয়েলটোত, আমি Koha ত Cataloging কৰিবলৈ শিকিম |
| 00:12 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux Operating System 16.04 আৰু |
| 00:20 | Koha ভাৰ্চন 16.05 |
| 00:24 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
| 00:29 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
| 00:35 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
| 00:40 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
| 00:46 | আহক আৰম্ভ কৰো । মই Koha ইন্তাৰফেচলৈ যাওঁ |
| 00:51 | Library Staff username Samruddhi ৰে ল’গিন কৰক |
| 00:56 | মনত ৰাখিব, আমি তেওঁক আগৰ টিউট’ৰিয়েল এটাত Cataloging rights দিছিলো |
| 01:02 | এইটোওঁ মনত ৰাখিব, আমাৰ আগৰ টিউট’ৰিয়েল এটাত লাইব্ৰেৰীত কিতাপ এখন আৰু Serial এটা যোগ কৰাৰ অনুশিলনী এটা আছিলে |
| 01:12 | আমি এতিয়া Koha ইন্তাৰফেচৰ ভিতৰত Library Staff: Samruddhi হিচাবে আছো |
| 01:18 | Home page ত, Cataloging ত ক্লিক কৰক |
| 01:23 | নতুন পৃষ্ঠা এটা আহিছে |
| 01:26 | নতুন ৰেকৰ্ড এটা আৰম্ভ কৰিবলৈ, plus New record টেবত ক্লিক কৰক |
| 01:32 | দ্ৰপ-দাউনৰ পৰা, মই BOOKS বাচিম |
| 01:36 | নিৰ্বাচনটো আগৰ টিউট’ৰিয়েল এটাত বনোৱা ITEM type ৰ ওপৰত নিৰ্ভৰ কৰে |
| 01:42 | তথাপি, আপুনি নিজে বনোৱা Item Type অনুসৰি বাচিব পাৰে |
| 01:48 | নতুন পৃষ্ঠা এটা Add MARC record টাইটলৰ সৈতে আহিছে |
| 01:53 | মন কৰিব যে এই পৃষ্ঠাটোত ৰঙা ৰঙৰ ষ্টাৰৰে চিহ্নিত ফিল্দসমূহ ভৰ্ত্তি কৰাটো বাধ্যতামূলক |
| 02:01 | আমোদজনকভাবে, Koha ই কিছু বাধ্যতামূলক ফিল্দৰ বাবে মান স্ব-উৎপন্ন কৰে |
| 02:07 | 0 to 9 টেবৰ ৰেঞ্জৰ পৰা, আমি টেব zero ৰ পৰা আৰম্ভ কৰিম |
| 02:15 | 000, LEADER ফিল্দৰ ভিতৰত ক্লিক কৰক |
| 02:21 | দিফল্টভাবে, Koha ই এই মানটো দেখুৱায় |
| 02:25 | মই 001 CONTROL NUMBER ৰ বাবে ফিল্দটো খালি এৰিম |
| 02:32 | যেতিয়া 003 CONTROL NUMBER IDENTIFIER ত ক্লিক কৰা হয়, Koha ই এই মানটো স্ব-উৎপন্ন কৰে |
| 02:41 | পাছত, 005 DATE AND TIME OF LATEST TRANSACTION ফিল্দৰ ভিতৰত ক্লিক কৰক |
| 02:49 | Koha ই মোৰ মেচিনৰ বাবে এই মানটো স্ব-উৎপন্ন কৰে |
| 02:54 | আপুনি নিজৰ মেচিনত এটা বেলেগ মান দেখিব |
| 02:58 | মই 006 আৰু 007 ৰ বাবে ফিল্দ খালি এৰিম |
| 03:05 | এতিয়া 008 FIXED-LENGTH DATA ELEMENTS GENERAL INFORMATION ক্লিক কৰক |
| 03:12 | Koha ই এই মানটো স্ব-উৎপন্ন কৰে |
| 03:15 | মই এই demo ৰ বাবে বাকী ফিল্দসমূহ এৰিম |
| 03:19 | আপুনি নিজৰ লাইব্ৰেৰীৰ প্ৰয়োজন অনুসৰি এই ফিল্দসমূহ ভৰাব পাৰে |
| 03:25 | পাছত, 020 INTERNATIONAL STANDARD BOOK NUMBER টেবলৈ যাওঁক |
| 03:31 | 020 ৰ কাষত দুটা খালি বক্স বিচাৰক |
| 03:36 | মন কৰিব যে যদি আপুনি ? (question mark) ত ক্লিক কৰে তেন্তে উক্ত টেগৰ বাবে সম্পূৰ্ণ MARC 21 Bibliographic format আহে |
| 03:47 | ইয়াত, দুয়োটা indicator অসূচীত |
| 03:51 | গতিকে, মই দুয়োটা খালি বক্সক তেনেদৰে এৰিম |
| 03:55 | চাব-ফিল্দ ‘a’ INTERNATIONAL STANDARD BOOK NUMBER বিচাৰক |
| 04:01 | এতিয়া, ইয়াত 13-দিজিতৰ সংখ্যা এটা দিয়ক |
| 04:05 | আপুনি ইয়াত কিতাপৰ ISBN number টো ভৰাব পাৰে |
| 04:10 | গতিকে, কি হ’ব যদি এটাতকৈ বেছি ISBN number যোগ কৰিব লাগে? |
| 04:15 | সৰু বুটাম- Repeat this Tag বিচাৰক, International Standard Book Number ৰ সোফালে |
| 04:24 | পাছত, ইয়াত ক্লিক কৰক |
| 04:27 | দুপ্লিকেত ফিল্দ এটা নিৰ্মাণ হ’ব দ্বিতীয় ISBN number টো যোগ কৰিবলৈ |
| 04:33 | এতিয়া, দুপ্লিকেত ফিল্দত 10-দিজিত ISBN নাম্বাৰটো ভৰাওঁক । মই এইটো ভৰাম |
| 04:42 | আপুনি নিজৰ কিতাপৰ ISBN ভৰাব পাৰে |
| 04:46 | পাছত, টেবটোলৈ আহক 040 CATALOGING SOURCE |
| 04:52 | চাব-ফিল্দ ‘c’ Transcribing agency ত এটা ৰঙা ষ্টাৰ আছে |
| 04:58 | সেইবাবে, এই ফিল্দ ভৰোৱাটো বাধ্যতামূলক |
| 05:02 | ইয়াত নামটো লিখক Institute/University বা Department ৰ |
| 05:07 | মই লিখিম IIT Bombay |
| 05:10 | এতিয়া টেবটোলৈ আহক 082 DEWEY DECIMAL CLASSIFICATION NUMBER |
| 05:17 | চাব-ফিল্দ ‘a’ Classification number ত, 660.62 ভৰাওঁক |
| 05:25 | পাছত, পৃষ্ঠাটোৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 1 ত ক্লিক কৰক |
| 05:32 | নতুনকৈ অহা পৃষ্ঠাটোত, টেব 100 MAIN ENTRY--PERSONAL NAME লৈ যাওঁক |
| 05:40 | খালি বক্স দুটা বিচাৰক 100 ? (question mark) ৰ ওচৰত |
| 05:46 | আগতে উল্লেখ কৰাৰ দৰে, যদি আপুনি ? (question mark) ত ক্লিক কৰে তেন্তে উক্ত টেগৰ বাবে সম্পূৰ্ণ MARC 21 Bibliographic format আহে |
| 05:57 | আহক আমি Koha interface লৈ ঘূৰি যাওঁ |
| 06:01 | এতিয়া, প্ৰথম খালি বক্সত 1 লিখক |
| 06:05 | মন কৰিব 1 প্ৰথম সূচক হয় টেগ 100 ৰ আৰু ই Surname ক প্ৰদৰ্শিত কৰে চাব-ফিল্দ ‘a’ ৰ বাবে |
| 06:16 | দ্বিতীয় সূচকক MARC 21 এ অসূচীত কৰে । গতিকে, আমি ইয়াক খালি ৰাখিম |
| 06:23 | চাব-ফিল্দ ‘a' Personal name ত, লেখকৰ নাম লিখক |
| 06:29 | মই লিখিম Patel, Arvind H |
| 06:34 | মন কৰিব যদি আপুনি প্ৰথম সূচকৰ মান 1 হিচাবে দিয়ে তেন্তে প্ৰথমে মাত্ৰ চাৰনেমটো আহিব |
| 06:41 | গতিকে, সূচকৰ মানৰ ওপৰত ভিত্তি কৰি, চাৰনেম বা ফৌৰনেম ভৰাব লাগে |
| 06:48 | পাছত, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 2 ত ক্লিক কৰক |
| 06:57 | টেব 245 TITLE STATEMENT: লৈ যাওঁক |
| 07:02 | খালি বক্স দুটা বিচাৰক 245 ? ৰ ওচৰত |
| 07:08 | প্ৰথম খালি বক্সত 1 লিখক । মন কৰিব 1 হৈছে সূচক Added Entry ৰ বাবে |
| 07:16 | দ্বিতীয় খালি বক্সত 0 লিখক |
| 07:20 | দ্বিতীয় সূচকে এটা ন’ন-ফিলিং কেৰেক্তাৰ দৰ্শাই |
| 07:25 | মই 0 ভৰালো, যিহেতু এই TITLE ৰ ভিতৰত, কোনো ন’ন-ফিলিং কেৰেক্তাৰ নাই |
| 07:32 | চাব-ফিল্দ ‘a’ Title ত লিখক :Industrial Microbiology |
| 07:39 | চাব-ফিল্দ ‘c’ Statement of responsibility, etc ত লিখক: Arvind H Patel |
| 07:48 | পাছত, 250 EDITION STATEMENT টেবটো বিচাৰক |
| 07:53 | খালি বক্স দুটা বিচাৰক 250 question mark ৰ ওচৰত |
| 07:59 | 250 ৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম |
| 08:08 | চাব-ফিল্দ ‘a’ ৰ বাবে নিম্ন সবিশেষ ভৰাওঁক |
| 08:13 | Edition statement:, লিখক 12th ed |
| 08:20 | এতিয়া, 260 PUBLICATION, DISTRIBUTION, ETC লৈ যাওঁক |
| 08:28 | খালি বক্স দুটা বিচাৰক 260 question mark ৰ ওচৰত |
| 08:34 | ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম |
| 08:42 | নিম্ন সবিশেষ ভৰাওঁক চাব-ফিল্দ ‘a’ Place of publication, distribution etc ৰ বাবে, লিখক New Delhi |
| 08:53 | চাব-ফিল্দ ‘b’ Name of publisher, distributor etc ৰ বাবে, লিখক Pearson |
| 09:02 | চাব-ফিল্দ ‘c’ Date of publication, distribution etc ৰ বাবে, লিখক 2014 |
| 09:12 | এতিয়া, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 3 ত ক্লিক কৰক |
| 09:21 | 300 PHYSICAL DESCRIPTION লৈ যাওঁক |
| 09:27 | খালি বক্স দুটা বিচাৰক 300 question mark ৰ ওচৰত |
| 09:32 | ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম |
| 09:41 | নিম্ন সবিশেষ ভৰাওঁক চাব-ফিল্দ ‘a’ Extent ৰ বাবে, লিখক 960 pages |
| 09:51 | চাব-ফিল্দ ‘b’ Other physical details ৰ বাবে, লিখক Illustration |
| 09:58 | চাব-ফিল্দ ‘c’, Dimensions ৰ বাবে, লিখক 25 cm |
| 10:06 | পাছত, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, 6 ত ক্লিক কৰক |
| 10:13 | এতিয়া, টেব 650 SUBJECT ADDED ENTRY--TOPICAL TERM লৈ যাওঁক |
| 10:20 | খালি বক্স দুটা বিচাৰক 650 question mark ৰ ওচৰত |
| 10:26 | 1 লিখক প্ৰথম খালি বক্সত |
| 10:29 | মন কৰিব 1 হৈছে সূচক Primary (Level of subject) ৰ বাবে |
| 10:34 | 0 লিখক দ্বিতীয় খালি বক্সত |
| 10:38 | মন কৰিব 0 হৈছে সূচক Library of Congress Subject Headings (Thesaurus) ৰ বাবে |
| 10:46 | চাব-ফিল্দ ‘a’ Topical term or geographic name entry element, ত চাবজেক্ত হেদিং লিখক |
| 10:55 | মই লিখিম: Industrial Microbiology |
| 10:59 | যদি এটাতকৈ বেছি keyword যোগ কৰিব লাগে তেন্তে, আগতে দৰ্শোৱা ধৰণে, সৰু বুটাম Repeat this Tag ত ক্লিক কৰক |
| 11:09 | এটা দুপ্লিকেত ফিল্দ 650 আহিছে |
| 11:14 | 2 লিখক প্ৰথম খালি বক্সত |
| 11:18 | মন কৰিব 2 হৈছে সূচক Secondary (Level of subject) ৰ বাবে |
| 11:24 | 0 ক দ্বিতীয় খালি বক্সত তেনেদৰেই ৰাখক |
| 11:28 | মন কৰিব 0 হৈছে সূচক Library of Congress Subject Headings (Thesaurus) ৰ বাবে |
| 11:36 | চাব-ফিল্দ ‘a’ Topical term or geographic name entry element ত, keyword Bacteria হিচাবে লিখক |
| 11:46 | শেষত, ওপৰলৈ যাওঁক, 0 to 9 টেবৰ পৰা, টেব 9 ত ক্লিক কৰক |
| 11:54 | টেগ 942 ADDED ENTRY ELEMENTS (KOHA) লৈ যাওঁক |
| 12:01 | চাব-ফিল্দ ‘c’: Koha [default] item type ত, দ্ৰপ-দাউনৰ পৰা Book বাচক |
| 12:10 | মন কৰিব আপুনি দ্ৰপ-দাউনৰ পৰা Book নিৰ্বাচিত কৰিব পাৰিব যদিহে আপুনি এই টিউট’ৰিয়েলটোত আগতে উল্লেখ কৰা দৰে অনুশিলনীটো সম্পূৰ্ণ কৰিছে |
| 12:21 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ চুকত Save ত ক্লিক কৰক |
| 12:28 | নতুন পৃষ্ঠা এটা আহে টাইটল Items for Industrial Microbiology by Patel, Arvind H ৰ সৈতে |
| 12:37 | চেকচন Add item ৰ ভিতৰত ইয়াত, আমাক সবিশেষ ভৰাবলৈ কোৱা হৈছে যেনে- Date acquired, |
| 12:46 | Source of acquisition, |
| 12:49 | Cost, normal purchase price, |
| 12:53 | Bar-code as accession number , |
| 12:56 | আৰু Cost, replacement price etc |
| 13:00 | তাৰিখ স্ব-নিৰ্বাচিত কৰিবলৈ Date acquired ফিল্দৰ ভিতৰত ক্লিক কৰক |
| 13:07 | তথাপি, মন কৰিব তাৰিখ সলাব পাৰি |
| 13:11 | মই সবিশেষ ভৰালো মোৰ লাইব্ৰেৰীৰ অনুসৰি |
| 13:15 | আপুনি ভিদিঅটো ৰখাই আপোনাৰ লাইব্ৰেৰীৰ অনুসৰি সবিশেষ ভৰাব পাৰে |
| 13:20 | যদি আপোনাৰ এটা বিশেষ ফিল্দৰ বাবে তথ্য নাই, তেন্তে তাক খালি ৰাখক |
| 13:26 | মনত ৰাখিব দিফল্টভাবে, Koha ই সবিশেষ ভৰ্ত্তি কৰে Permanent location, |
| 13:33 | Current location, |
| 13:35 | Full call number আৰু Koha item type |
| 13:41 | মন কৰিব যদি প্ৰয়োজন হয়, আপুনি নিম্ন টেবত ক্লিক কৰিব পাৰে- Add & Duplicate, |
| 13:48 | Add multiple copies of this item |
| 13:52 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Add item টেবত ক্লিক কৰক |
| 14:00 | আনএটা পৃষ্ঠা আহিছে টাইটল Items for Industrial Microbiology by Patel, Arvind H ৰ সৈতে |
| 14:09 | এতিয়া, Koha interface ৰ পৰা ল’গ আউত কৰক |
| 14:13 | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক |
| 14:17 | Spoken Tutorial Library ত ক্লিক কৰক |
| 14:21 | দ্ৰপ-দাউনৰ পৰা, Log out বাচক |
| 14:25 | ইয়াৰ সৈতে আমি Cataloging সম্পূৰ্ণ কৰিলো |
| 14:28 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Koha ত Cataloging কৰিবলৈ শিকিলো |
| 14:36 | অনুশিলনী হিচাবে- এটা নতুন ৰেকৰ্ড বনাওঁক Serials ৰ বাবে |
| 14:42 | Catalogue ৰেকৰ্ড এটা ইম্প’ৰ্ত কৰক 'z39.50 Search' ব্যৱ্হাৰ কৰি |
| 14:49 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 14:56 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 15:06 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 15:10 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 15:21 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |