Koha-Library-Management-System/C2/Cataloging/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Cataloging স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি KohaCataloging কৰিবলৈ শিকিম
00:12 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux Operating System 16.04 আৰু
00:20 Koha ভাৰ্চন 16.05
00:24 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:29 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:35 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:40 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:46 আহক আৰম্ভ কৰো । মই Koha ইন্তাৰফেচলৈ যাওঁ
00:51 Library Staff username Samruddhi ৰে ল’গিন কৰক
00:56 মনত ৰাখিব, আমি তেওঁক আগৰ টিউট’ৰিয়েল এটাত Cataloging rights দিছিলো
01:02 এইটোওঁ মনত ৰাখিব, আমাৰ আগৰ টিউট’ৰিয়েল এটাত লাইব্ৰেৰীত কিতাপ এখন আৰু Serial এটা যোগ কৰাৰ অনুশিলনী এটা আছিলে
01:12 আমি এতিয়া Koha ইন্তাৰফেচৰ ভিতৰত Library Staff: Samruddhi হিচাবে আছো
01:18 Home page ত, Cataloging ত ক্লিক কৰক
01:23 নতুন পৃষ্ঠা এটা আহিছে
01:26 নতুন ৰেকৰ্ড এটা আৰম্ভ কৰিবলৈ, plus New record টেবত ক্লিক কৰক
01:32 দ্ৰপ-দাউনৰ পৰা, মই BOOKS বাচিম
01:36 নিৰ্বাচনটো আগৰ টিউট’ৰিয়েল এটাত বনোৱা ITEM type ৰ ওপৰত নিৰ্ভৰ কৰে
01:42 তথাপি, আপুনি নিজে বনোৱা Item Type অনুসৰি বাচিব পাৰে
01:48 নতুন পৃষ্ঠা এটা Add MARC record টাইটলৰ সৈতে আহিছে
01:53 মন কৰিব যে এই পৃষ্ঠাটোত ৰঙা ৰঙৰ ষ্টাৰৰে চিহ্নিত ফিল্দসমূহ ভৰ্ত্তি কৰাটো বাধ্যতামূলক
02:01 আমোদজনকভাবে, Koha ই কিছু বাধ্যতামূলক ফিল্দৰ বাবে মান স্ব-উৎপন্ন কৰে
02:07 0 to 9 টেবৰ ৰেঞ্জৰ পৰা, আমি টেব zero ৰ পৰা আৰম্ভ কৰিম
02:15 000, LEADER ফিল্দৰ ভিতৰত ক্লিক কৰক
02:21 দিফল্টভাবে, Koha ই এই মানটো দেখুৱায়
02:25 মই 001 CONTROL NUMBER ৰ বাবে ফিল্দটো খালি এৰিম
02:32 যেতিয়া 003 CONTROL NUMBER IDENTIFIER ত ক্লিক কৰা হয়, Koha ই এই মানটো স্ব-উৎপন্ন কৰে
02:41 পাছত, 005 DATE AND TIME OF LATEST TRANSACTION ফিল্দৰ ভিতৰত ক্লিক কৰক
02:49 Koha ই মোৰ মেচিনৰ বাবে এই মানটো স্ব-উৎপন্ন কৰে
02:54 আপুনি নিজৰ মেচিনত এটা বেলেগ মান দেখিব
02:58 মই 006 আৰু 007 ৰ বাবে ফিল্দ খালি এৰিম
03:05 এতিয়া 008 FIXED-LENGTH DATA ELEMENTS GENERAL INFORMATION ক্লিক কৰক
03:12 Koha ই এই মানটো স্ব-উৎপন্ন কৰে
03:15 মই এই demo ৰ বাবে বাকী ফিল্দসমূহ এৰিম
03:19 আপুনি নিজৰ লাইব্ৰেৰীৰ প্ৰয়োজন অনুসৰি এই ফিল্দসমূহ ভৰাব পাৰে
03:25 পাছত, 020 INTERNATIONAL STANDARD BOOK NUMBER টেবলৈ যাওঁক
03:31 020 ৰ কাষত দুটা খালি বক্স বিচাৰক
03:36 মন কৰিব যে যদি আপুনি ? (question mark) ত ক্লিক কৰে তেন্তে উক্ত টেগৰ বাবে সম্পূৰ্ণ MARC 21 Bibliographic format আহে
03:47 ইয়াত, দুয়োটা indicator অসূচীত
03:51 গতিকে, মই দুয়োটা খালি বক্সক তেনেদৰে এৰিম
03:55 চাব-ফিল্দ ‘a’ INTERNATIONAL STANDARD BOOK NUMBER বিচাৰক
04:01 এতিয়া, ইয়াত 13-দিজিতৰ সংখ্যা এটা দিয়ক
04:05 আপুনি ইয়াত কিতাপৰ ISBN number টো ভৰাব পাৰে
04:10 গতিকে, কি হ’ব যদি এটাতকৈ বেছি ISBN number যোগ কৰিব লাগে?
04:15 সৰু বুটাম- Repeat this Tag বিচাৰক, International Standard Book Number ৰ সোফালে
04:24 পাছত, ইয়াত ক্লিক কৰক
04:27 দুপ্লিকেত ফিল্দ এটা নিৰ্মাণ হ’ব দ্বিতীয় ISBN number টো যোগ কৰিবলৈ
04:33 এতিয়া, দুপ্লিকেত ফিল্দত 10-দিজিত ISBN নাম্বাৰটো ভৰাওঁক । মই এইটো ভৰাম
04:42 আপুনি নিজৰ কিতাপৰ ISBN ভৰাব পাৰে
04:46 পাছত, টেবটোলৈ আহক 040 CATALOGING SOURCE
04:52 চাব-ফিল্দ ‘c’ Transcribing agency ত এটা ৰঙা ষ্টাৰ আছে
04:58 সেইবাবে, এই ফিল্দ ভৰোৱাটো বাধ্যতামূলক
05:02 ইয়াত নামটো লিখক Institute/University বা Department
05:07 মই লিখিম IIT Bombay
05:10 এতিয়া টেবটোলৈ আহক 082 DEWEY DECIMAL CLASSIFICATION NUMBER
05:17 চাব-ফিল্দ ‘a’ Classification number ত, 660.62 ভৰাওঁক
05:25 পাছত, পৃষ্ঠাটোৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 1 ত ক্লিক কৰক
05:32 নতুনকৈ অহা পৃষ্ঠাটোত, টেব 100 MAIN ENTRY--PERSONAL NAME লৈ যাওঁক
05:40 খালি বক্স দুটা বিচাৰক 100 ? (question mark) ৰ ওচৰত
05:46 আগতে উল্লেখ কৰাৰ দৰে, যদি আপুনি ? (question mark) ত ক্লিক কৰে তেন্তে উক্ত টেগৰ বাবে সম্পূৰ্ণ MARC 21 Bibliographic format আহে
05:57 আহক আমি Koha interface লৈ ঘূৰি যাওঁ
06:01 এতিয়া, প্ৰথম খালি বক্সত 1 লিখক
06:05 মন কৰিব 1 প্ৰথম সূচক হয় টেগ 100 ৰ আৰু ই Surname ক প্ৰদৰ্শিত কৰে চাব-ফিল্দ ‘a’ ৰ বাবে
06:16 দ্বিতীয় সূচকক MARC 21 এ অসূচীত কৰে । গতিকে, আমি ইয়াক খালি ৰাখিম
06:23 চাব-ফিল্দ ‘a' Personal name ত, লেখকৰ নাম লিখক
06:29 মই লিখিম Patel, Arvind H
06:34 মন কৰিব যদি আপুনি প্ৰথম সূচকৰ মান 1 হিচাবে দিয়ে তেন্তে প্ৰথমে মাত্ৰ চাৰনেমটো আহিব
06:41 গতিকে, সূচকৰ মানৰ ওপৰত ভিত্তি কৰি, চাৰনেম বা ফৌৰনেম ভৰাব লাগে
06:48 পাছত, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 2 ত ক্লিক কৰক
06:57 টেব 245 TITLE STATEMENT: লৈ যাওঁক
07:02 খালি বক্স দুটা বিচাৰক 245 ? ৰ ওচৰত
07:08 প্ৰথম খালি বক্সত 1 লিখক । মন কৰিব 1 হৈছে সূচক Added Entry ৰ বাবে
07:16 দ্বিতীয় খালি বক্সত 0 লিখক
07:20 দ্বিতীয় সূচকে এটা ন’ন-ফিলিং কেৰেক্তাৰ দৰ্শাই
07:25 মই 0 ভৰালো, যিহেতু এই TITLE ৰ ভিতৰত, কোনো ন’ন-ফিলিং কেৰেক্তাৰ নাই
07:32 চাব-ফিল্দ ‘a’ Title ত লিখক :Industrial Microbiology
07:39 চাব-ফিল্দ ‘c’ Statement of responsibility, etc ত লিখক: Arvind H Patel
07:48 পাছত, 250 EDITION STATEMENT টেবটো বিচাৰক
07:53 খালি বক্স দুটা বিচাৰক 250 question mark ৰ ওচৰত
07:59 250 ৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম
08:08 চাব-ফিল্দ ‘a’ ৰ বাবে নিম্ন সবিশেষ ভৰাওঁক
08:13 Edition statement:, লিখক 12th ed
08:20 এতিয়া, 260 PUBLICATION, DISTRIBUTION, ETC লৈ যাওঁক
08:28 খালি বক্স দুটা বিচাৰক 260 question mark ৰ ওচৰত
08:34 ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম
08:42 নিম্ন সবিশেষ ভৰাওঁক চাব-ফিল্দ ‘a’ Place of publication, distribution etc ৰ বাবে, লিখক New Delhi
08:53 চাব-ফিল্দ ‘b’ Name of publisher, distributor etc ৰ বাবে, লিখক Pearson
09:02 চাব-ফিল্দ ‘c’ Date of publication, distribution etc ৰ বাবে, লিখক 2014
09:12 এতিয়া, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, টেব 3 ত ক্লিক কৰক
09:21 300 PHYSICAL DESCRIPTION লৈ যাওঁক
09:27 খালি বক্স দুটা বিচাৰক 300 question mark ৰ ওচৰত
09:32 ইয়াৰ বাবে দুয়োটা সূচক অসূচীত । গতিকে, মই খালি বক্স দুটাক তেনেদৰে এৰিম
09:41 নিম্ন সবিশেষ ভৰাওঁক চাব-ফিল্দ ‘a’ Extent ৰ বাবে, লিখক 960 pages
09:51 চাব-ফিল্দ ‘b’ Other physical details ৰ বাবে, লিখক Illustration
09:58 চাব-ফিল্দ ‘c’, Dimensions ৰ বাবে, লিখক 25 cm
10:06 পাছত, পুনৰ ওপৰলৈ যাওঁক আৰু 0 to 9 টেবৰ পৰা, 6 ত ক্লিক কৰক
10:13 এতিয়া, টেব 650 SUBJECT ADDED ENTRY--TOPICAL TERM লৈ যাওঁক
10:20 খালি বক্স দুটা বিচাৰক 650 question mark ৰ ওচৰত
10:26 1 লিখক প্ৰথম খালি বক্সত
10:29 মন কৰিব 1 হৈছে সূচক Primary (Level of subject) ৰ বাবে
10:34 0 লিখক দ্বিতীয় খালি বক্সত
10:38 মন কৰিব 0 হৈছে সূচক Library of Congress Subject Headings (Thesaurus) ৰ বাবে
10:46 চাব-ফিল্দ ‘a’ Topical term or geographic name entry element, ত চাবজেক্ত হেদিং লিখক
10:55 মই লিখিম: Industrial Microbiology
10:59 যদি এটাতকৈ বেছি keyword যোগ কৰিব লাগে তেন্তে, আগতে দৰ্শোৱা ধৰণে, সৰু বুটাম Repeat this Tag ত ক্লিক কৰক
11:09 এটা দুপ্লিকেত ফিল্দ 650 আহিছে
11:14 2 লিখক প্ৰথম খালি বক্সত
11:18 মন কৰিব 2 হৈছে সূচক Secondary (Level of subject) ৰ বাবে
11:24 0 ক দ্বিতীয় খালি বক্সত তেনেদৰেই ৰাখক
11:28 মন কৰিব 0 হৈছে সূচক Library of Congress Subject Headings (Thesaurus) ৰ বাবে
11:36 চাব-ফিল্দ ‘a’ Topical term or geographic name entry element ত, keyword Bacteria হিচাবে লিখক
11:46 শেষত, ওপৰলৈ যাওঁক, 0 to 9 টেবৰ পৰা, টেব 9 ত ক্লিক কৰক
11:54 টেগ 942 ADDED ENTRY ELEMENTS (KOHA) লৈ যাওঁক
12:01 চাব-ফিল্দ ‘c’: Koha [default] item type ত, দ্ৰপ-দাউনৰ পৰা Book বাচক
12:10 মন কৰিব আপুনি দ্ৰপ-দাউনৰ পৰা Book নিৰ্বাচিত কৰিব পাৰিব যদিহে আপুনি এই টিউট’ৰিয়েলটোত আগতে উল্লেখ কৰা দৰে অনুশিলনীটো সম্পূৰ্ণ কৰিছে
12:21 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ চুকত Save ত ক্লিক কৰক
12:28 নতুন পৃষ্ঠা এটা আহে টাইটল Items for Industrial Microbiology by Patel, Arvind H ৰ সৈতে
12:37 চেকচন Add item ৰ ভিতৰত ইয়াত, আমাক সবিশেষ ভৰাবলৈ কোৱা হৈছে যেনে- Date acquired,
12:46 Source of acquisition,
12:49 Cost, normal purchase price,
12:53 Bar-code as accession number ,
12:56 আৰু Cost, replacement price etc
13:00 তাৰিখ স্ব-নিৰ্বাচিত কৰিবলৈ Date acquired ফিল্দৰ ভিতৰত ক্লিক কৰক
13:07 তথাপি, মন কৰিব তাৰিখ সলাব পাৰি
13:11 মই সবিশেষ ভৰালো মোৰ লাইব্ৰেৰীৰ অনুসৰি
13:15 আপুনি ভিদিঅটো ৰখাই আপোনাৰ লাইব্ৰেৰীৰ অনুসৰি সবিশেষ ভৰাব পাৰে
13:20 যদি আপোনাৰ এটা বিশেষ ফিল্দৰ বাবে তথ্য নাই, তেন্তে তাক খালি ৰাখক
13:26 মনত ৰাখিব দিফল্টভাবে, Koha ই সবিশেষ ভৰ্ত্তি কৰে Permanent location,
13:33 Current location,
13:35 Full call number আৰু Koha item type
13:41 মন কৰিব যদি প্ৰয়োজন হয়, আপুনি নিম্ন টেবত ক্লিক কৰিব পাৰে- Add & Duplicate,
13:48 Add multiple copies of this item
13:52 সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Add item টেবত ক্লিক কৰক
14:00 আনএটা পৃষ্ঠা আহিছে টাইটল Items for Industrial Microbiology by Patel, Arvind H ৰ সৈতে
14:09 এতিয়া, Koha interface ৰ পৰা ল’গ আউত কৰক
14:13 তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক
14:17 Spoken Tutorial Library ত ক্লিক কৰক
14:21 দ্ৰপ-দাউনৰ পৰা, Log out বাচক
14:25 ইয়াৰ সৈতে আমি Cataloging সম্পূৰ্ণ কৰিলো
14:28 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি KohaCataloging কৰিবলৈ শিকিলো
14:36 অনুশিলনী হিচাবে- এটা নতুন ৰেকৰ্ড বনাওঁক Serials ৰ বাবে
14:42 Catalogue ৰেকৰ্ড এটা ইম্প’ৰ্ত কৰক 'z39.50 Search' ব্যৱ্হাৰ কৰি
14:49 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
14:56 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
15:06 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
15:10 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
15:21 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9