Koha-Library-Management-System/C3/Import-MARC-to-Koha/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Import MARC file into Koha স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি KOHA ত MARC file এটা import কৰিবলৈ আৰু OPAC ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিম |
00:15 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
Ubuntu Linux OS 16.04 |
00:22 | Koha ভাৰ্চন 16.05 আৰু Firefox Web browser |
00:29 | আপুনি নিজৰ পচন্দৰ অন্য যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:33 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল Library Science ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:39 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
00:48 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:56 | Koha ত ৰেকৰ্ডচ ইম্প’ৰ্ত কৰাক দুটা ষ্টেপত কৰা হয়:
Stage MARC records for import আৰু Manage staged records |
01:06 | আৰম্ভ কৰিবলৈ, আহক আমাৰ Superlibrarian এক্সেচৰ সৈতে Koha ত ল’গিন কৰো |
01:13 | Home page ত, Tools ত ক্লিক কৰক |
01:17 | নতুন পৃষ্ঠা এটা আহিছে । Catalog চেকচনৰ ভিতৰত, Stage MARC records for import ত ক্লিক কৰক |
01:27 | Stage MARC records for import টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে |
01:33 | Stage records into the reservoir চেকচনলৈ যাওঁক |
01:38 | ইয়াত, Select the file to stage ৰ ওচৰত Browse... ত ক্লিক কৰক |
01:46 | পাছত Downloads ফ’ল্দাৰলৈ যাওঁক । File Upload উইন্দ’ এখন আহিছে |
01:52 | ইয়াত, TestData.mrc নামৰ ফাইলটো বিচাৰক |
01:58 | মনত ৰাখিব, আমি আগৰ টিউট’ৰিয়েল এটাত TestData.mrc ফাইল বনাইছিলো |
02:05 | TestData.mrc ফাইলটো বাচক, যদি ইতিমধ্যে নিৰ্বাচিত হোৱা নাই । আৰু পৃষ্ঠাটোৰ তলত Open বুটামত ক্লিক কৰক |
02:17 | একেটা পৃষ্ঠাত, আপুনি Browse টেবৰ ওচৰত, TestData.mrc নামৰ ফাইলটো দেখিব |
02:28 | এতিয়া, পৃষ্ঠাটোৰ তলত Upload file বুটামত ক্লিক কৰক |
02:33 | আমি Upload progress bar ব্ৰাউন ৰঙত দেখিম |
02:38 | আপল’দ 100% লৈকে সম্পূৰ্ণ হোৱাৰ পাছত, আমাক কিছু সবিশেষ ভৰাবলৈ কোৱা হয় |
02:45 | প্ৰথমে, Comments about this file ৰ বাবে ফিল্দটো ভৰাওঁক |
02:50 | ই আপল’দ কৰা ফাইলটো KOHA ত চিনাক্ত কৰিবলৈ উপযোগী হয় |
02:55 | মই Book Data ভৰাম |
02:58 | পাছৰটো হৈছে Record type । ইয়াত, Koha ই দিফল্টভাবে, Bibliographic বাচে |
03:04 | একেদৰে, Character encoding ৰ বাবে, Koha ই দিফল্টভাবে UTF-8 (Default) বাচে |
03:13 | পাছত, Look for existing records in catalog? চেকচনলৈ আহক |
03:18 | এই চেকচনৰ ভিতৰত, Record matching rule: লৈ যাওঁক । Koha ই দিফল্টভাবে, Do not look for matching records বাচে |
03:27 | যদি আপুনি উপলদ্ধ ৰেকৰ্ডচ মিলাব বিচাৰে, দ্ৰপ-দাউনৰ পৰা আন এটা অপচন বাচক যি হৈছে ISBN/ISSN number |
03:40 | এতিয়া আমি Action if matching record found লৈ আহো |
03:45 | Koha ই দিফল্টভাবে, Replace existing record with incoming record বাচে |
03:51 | পাছত Action if no match is found আহে । Koha ই দিফল্টভাবে, Add incoming record বাচে |
03:59 | পাছত, আমি Check for embedded item record data? চেকচনলৈ আহো । ইয়াত দুটা অপচন আছে, Yes আৰু No |
04:09 | Koha ই দিফল্টভাবে, Yes বাচে |
04:13 | How to process items ৰ বাবে, Koha ই দিফল্টভাবে, Always add items বাচে |
04:21 | তাত লগতে অন্য অপচনো আছে । আপুনি নিজৰ প্ৰয়োজন অনুসৰি ইয়াৰ যিকোনো অপচন বাচিব পাৰে |
04:28 | পৃষ্ঠাটোৰ তলত Stage for import বুটামত ক্লিক কৰক । আপুনি নীলা ৰঙৰ বাৰত “Job progress” দেখিব |
04:37 | যেতিয়া প্ৰগ্ৰেচ 100% লৈকে সম্পূৰ্ণ হয়, Stage MARC records for import হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা আহে |
04:47 | মন কৰিব যে এতিয়া আমি সফলভাবে দাতাটো ইম্প’ৰ্ত কৰিলো যি আমাৰ Excel sheet ত আছিলে |
04:56 | ইয়াত নিম্ন সবিশেষ আছে |
04:59 | মন কৰিব যে আপোনাৰ .mrc দাতা অনুসৰি Koha interface ত এটা বেলেগ মান দেখিব |
05:07 | একেটা পৃষ্ঠাত, টাইটলৰ ওপৰত, আপুনি দুটা অপচন দেখিব:
Stage MARC records আৰু Manage staged records |
05:18 | মন কৰিব যে মই Stage MARC records ত ক্লিক নকৰো যিহেতু মই ইতিমধ্যে Excel ফাইলটো ইম্প’ৰ্ত কৰিলো যি হৈছে TestData |
05:28 | যদি আপুনি অন্য যিকোনো ফাইল ইম্প’ৰ্ত কৰিব লাগে তেন্তে Stage MARC records ত ক্লিক কৰক আৰু আগতে উল্লেখ কৰা দৰে ষ্টেপসমূহ অনুসৰণ কৰক |
05:38 | পাছত, আমি KOHA Catalog ত ইম্প’ৰ্ত কৰা ৰেকৰ্ডচ মেনেজ কৰিব লাগিব । গতিকে, Manage staged records ত ক্লিক কৰক |
05:49 | নতুন উইন্দ’ এখন আহিছে Manage staged MARC records › Batch 6 |
05:56 | এই পৃষ্ঠাত, Koha ই ইয়াত দৰ্শিত মানৰ সৈতে তলৰ fields ভৰায় |
06:03 | আৰু তলৰ fields ৰ বাবে, Koha ই দিফল্টভাবে, দ্ৰপ-দাউনৰ পৰা এই এনত্ৰিসমূহ বাচে |
06:10 | কিন্তু, নিজৰ প্ৰয়োজন অনুসৰি আপুনি এই এনত্ৰিসমূহ সিহতৰ দ্ৰপ-দাউনৰ পৰা সলাব পাৰে |
06:17 | পাছত Apply different matching rules নামৰ বুটাম আছে |
06:23 | আপুনি দাতাবেচত ৰেকৰ্ডচৰ দুপ্লিকেচনক ত্যাগ কৰিবলৈ এই বুটামত ক্লিক কৰিব পাৰে । মই এই বুটামটো এৰিম আৰু আগবাহিম |
06:32 | এতিয়া, Add new bibliographic records into this framework বিচাৰক । আৰু দ্ৰপ-দাউনৰ পৰা, মই BOOKS বাচিম |
06:43 | পুনৰ, আপুনি নিজৰ প্ৰয়োজন অনুসৰি বাচিব পাৰে |
06:47 | এতিয়া, section Manage staged MARC records Batch 6 লৈ আহক । মই তলত Import this batch into the catalog টেবত ক্লিক কৰিম |
07:01 | তথাপি, ক্লিক কৰাৰ আগতে আমি Citation চেকচনৰ দ্বাৰা যাম |
07:06 | অনুগ্ৰহ কৰি বিশেষ সংখ্যাসমূহক মন কৰিব । আপুনি আমি Excel ৰ পৰা ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে বেলেগ সংখ্যা এটা দেখিব |
07:17 | এতিয়া, আমি তলত Import this batch into the catalog নামৰ বুটামত ক্লিক কৰিম |
07:25 | যেতিয়া আমি তাক কৰো, Job progress bar আহে |
07:29 | যেতিয়া প্ৰগ্ৰেচ 100% লৈকে সম্পূৰ্ণ হয়, নতুন পৃষ্ঠা এটা আহে |
07:35 | Manage staged MARC records › Batch 6 হেদিং আৰু নিম্ন সবিশেষৰ সৈতে যাক আগতে ভৰোৱা হৈছিল |
07:46 | আপোনাৰ import ক undo কৰাটো সম্ভৱ । যদিহে ইম্প’ৰ্ত কৰা দাতাত আপুনি ভুল এটা পায়, ইয়াক শুধৰাবলৈ নিম্ন ধৰণে কৰক |
07:56 | চেকচনটোৰ তলত Undo import into catalog টেবত ক্লিক কৰক |
08:02 | মই ইয়াত ক্লিক নকৰো |
08:05 | পাছৰটো হৈছে Completed import of records |
08:09 | ইয়াত, আপুনি records added, updated এনেদৰে সবিশেষ দেখিব |
08:15 | পাছত আপুনি ইম্প’ৰ্ত কৰা সবিশেষৰ সৈতে Citation চেকচনটো দেখিব |
08:22 | এবাৰ ইম্প’ৰ্তটো সম্পূৰ্ণ হ’লে, নতুন ৰেকৰ্ডলৈ লিংক এটা আহিব |
08:29 | ই ইম্প’ৰ্ত হোৱা প্ৰতিটো Citation ৰ সোফালে দৰ্শিত হয় |
08:35 | এতিয়া, আমি Catalog ত টাইটলসমূহ যোগ হ’ল নে নাই তাক সুনিশ্বিত কৰিম |
08:40 | তাক কৰিবলৈ, একেটা পৃষ্ঠাৰ ওপৰত, Search the catalog ৰ বাবে ফিল্দ বিচাৰক |
08:48 | মই এতিয়া Koha ত ৰেকৰ্ডচৰ ইম্প’ৰ্তক সুনিশ্বিত কৰিবলৈ সৰু পৰীক্ষা এটা কৰিম |
08:55 | গতিকে, মই Citation চেকচনত ইম্প’ৰ্ত কৰা ৰেকৰ্ডৰ পৰা এটা টাইটল লিখিম |
09:02 | পাছত, field ৰ সোফালে Submit বুটামত ক্লিক কৰক |
09:07 | এটা নতুন পৃষ্ঠা আহিছে- Inorganic chemistry Housecroft, Catherine E |
09:15 | Koha ই চাৰ্চ কৰা Title ৰ ফলাফল দেখুৱাই, যি প্ৰমাণ কৰে যে records সঠিকভাবে ইম্প’ৰ্ত হৈছে |
09:22 | ইয়াৰ সৈতে, আমি Koha লৈ MARC ইম্প’ৰ্ত কৰি সম্পূৰ্ণ কৰিলো |
09:28 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি KOHA ত MARC file এটা import কৰিবলৈ আৰু OPAC ত ইম্প’ৰ্ত কৰা দাতা চাৰ্চ কৰিবলৈ শিকিলো |
09:41 | অনুশিলনীৰ বাবে- MARC ৰ 10 records ব্যৱ্হাৰ কৰক যাক আগৰ টিউট’ৰিয়েল এটাত পৰিবৰ্তন কৰা হৈছিল আৰু সিহতক KOHA ত ইম্প’ৰ্ত কৰক |
09:51 | সংকেত: অনুগ্ৰহ কৰি Conversion of Excel data to Marc 21 format টিউট’ৰিয়েলটো চাওঁক |
09:59 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
10:05 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
10:13 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
10:18 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
10:29 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |