Koha-Library-Management-System/C2/Close-a-Budget/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | How to close a Budget স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি Budget বন্ধ কৰোতে অন্তৰ্ভুক্ত হোৱা পৰ্যায়সমূহ শিকিম |
| 00:14 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
| 00:28 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
| 00:34 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
| 00:40 | আৰু, আপোনাৰ Koha ত Admin এক্সেচ থাকিব লাগিব |
| 00:44 | অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
| 00:51 | আহক শিকো Budget কেনেকৈ বন্ধ কৰা হয় |
| 00:55 | আৰম্ভ কৰাৰ আগতে, অনুগ্ৰহ কৰি মন কৰিব: Budget বন্ধ কৰা হয় গ্ৰহণ নকৰা অৰ্দাৰক আতৰাবলৈ আৰু |
| 01:04 | প্ৰয়োজনিয় খৰচ নকৰা ফান্দ |
| 01:07 | পুৰণা বাজেতৰ পৰা নতুন বাজেতলৈ |
| 01:11 | আগৰ বাজেতৰ পৰা যিহৈছে
Spoken Tutorial Library 2016-2017 Phase I |
| 01:20 | নতুন বাজেতলৈ যিহৈছে
Spoken Tutorial Library 2017-2018 Phase II |
| 01:29 | অনুগ্ৰহ কৰি মন কৰিব-
বাজেত বন্ধ কৰাৰ আগতে, আগৰ বৰ্ষৰ বাজেতক দুপ্লিকেত কৰিবলৈ উপদেশ দিয়া হয় |
| 01:38 | তাক কৰিবলৈ, আগৰ বাজেতৰ ফান্দৰ গাঠণিটো নতুন বাজেতটো উপলদ্ধ হ’ব লাগিব |
| 01:46 | Budget বন্ধ কৰিবলৈ, তলৰ দৰে কৰক:
Superlibrarian ত ইউজাৰনেম আৰু পাচৱৰ্দৰে ল’গিন কৰক |
| 01:56 | 'Koha' Home page ত Acquisitions ত ক্লিক কৰক |
| 02:01 | বাওঁফালে অপচনৰ পৰা, Budgets ত ক্লিক কৰক |
| 02:07 | Budgets administration পৃষ্ঠাটোত, Active Budgets টেবৰ ভিতৰত, উক্ত বাজেতলৈ যাওঁক |
| 02:16 | মোৰ ক্ষেত্ৰত, Spoken Tutorial Library 2016-2017 Phase I |
| 02:24 | Actions টেবত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা, 'Close' অপচনটো বাচক |
| 02:32 | যেতিয়া 'Close' বচা হয়, নতুন পৃষ্ঠা এটা খোলখায় |
| 02:37 | ই কয় - The unreceived orders from the following funds will be moved |
| 02:44 | একেটা পৃষ্ঠাত, আমাৰ Select a Budget আছে |
| 02:49 | দ্ৰপ-দাউনৰ পৰা, Budget বাচক যাতে আপুনি unreceived orders ক মোভ কৰিব পাৰে |
| 02:57 | মই Spoken Tutorial Library 2017-2018 Phase II বাচিম । দুপ্লিকেত বাজেতত একেটা Fund details বনাব লাগিব |
| 03:11 | ই আমাক খৰচ নকৰা Budget ক তালৈ মোভ কৰিবলৈ দিব |
| 03:17 | পাছৰটো হৈছে 'Move remaining unspent funds' |
| 03:22 | ইয়াত ক্লিক কৰিলে খৰচ নকৰা ৰাশি নতুন Budget লৈ মোভ হ’ব |
| 03:28 | ইয়াক কৰক যদি আপুনি আগৰ বৰ্ষৰ খৰচ নকৰা ৰাশিক নতুন Budget ত যোগ কৰিব বিচাৰে ।
মই এই বক্সটো খালি ৰাখিম |
| 03:40 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Move unreceived orders বুটামত ক্লিক কৰক |
| 03:49 | নিম্ন বাৰ্তাৰ সৈতে দাইল’গ-বক্স এটা আহিছে: |
| 03:53 | You have chosen to move all unreceived orders from 'Spoken Tutorial Library 2016-2017 Phase I' to 'Spoken Tutorial Library 2017-2018, Phase II' |
| 04:11 | This action cannot be reversed. Do you wish to continue? |
| 04:17 | এইটো মনত ৰখা দৰকাৰ যে এবাৰ সম্পূৰ্ণ হ’লে, আপুনি এই প্ৰক্ৰিয়াক undo কৰিব নোৱাৰে |
| 04:24 | দাইল’গ-বক্সত OK ত ক্লিক কৰক |
| 04:30 | নতুন পৃষ্ঠা এটা আহিছে ।
Report after moving unreceived orders from Budget Spoken Tutorial Library 2016-2017 Phase I (01/04/2016 - 31/03/2017) to Spoken Tutorial Library 2017-2018 Phase II (01/04/2017 - 31/03/2018) |
| 04:49 | এই পৃষ্ঠাটোৱে মোভ কৰা সবিশেষৰ সৈতে Order numbers দৰ্শিত কৰিব |
| 04:55 | ইয়াৰ সৈতে, আমি বিত্তীয় বৰ্ষৰ বাজেতক বন্ধ কৰিলো |
| 05:00 | আৰু, আমি এতিয়া আহিবলগীয়া বৰ্ষৰ বাজেত বনাবলৈ আগবাহিব পাৰো |
| 05:06 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 05:10 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Budget বন্ধ কৰোতে অন্তৰ্ভুক্ত হোৱা পৰ্যায়সমূহ শিকিলো |
| 05:19 | অনুশিলনী হিচাবে-
আগৰ টিউট’ৰিয়েলৰ অনুশিলনী এটাত, আপুনি 50 লাখ টকাৰ নতুন Budget এটা যোগ কৰিছিলে । অনুশিলনী হিচাবে, সেই Budget ক বন্ধ কৰক |
| 05:33 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 05:41 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে |
| 05:47 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 05:51 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 05:56 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 06:08 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |