Koha-Library-Management-System/C2/Close-a-Budget/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 How to close a Budget স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি Budget বন্ধ কৰোতে অন্তৰ্ভুক্ত হোৱা পৰ্যায়সমূহ শিকিম
00:14 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05

00:28 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:34 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:40 আৰু, আপোনাৰ KohaAdmin এক্সেচ থাকিব লাগিব
00:44 অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:51 আহক শিকো Budget কেনেকৈ বন্ধ কৰা হয়
00:55 আৰম্ভ কৰাৰ আগতে, অনুগ্ৰহ কৰি মন কৰিব: Budget বন্ধ কৰা হয় গ্ৰহণ নকৰা অৰ্দাৰক আতৰাবলৈ আৰু
01:04 প্ৰয়োজনিয় খৰচ নকৰা ফান্দ
01:07 পুৰণা বাজেতৰ পৰা নতুন বাজেতলৈ
01:11 আগৰ বাজেতৰ পৰা যিহৈছে

Spoken Tutorial Library 2016-2017 Phase I

01:20 নতুন বাজেতলৈ যিহৈছে

Spoken Tutorial Library 2017-2018 Phase II

01:29 অনুগ্ৰহ কৰি মন কৰিব-

বাজেত বন্ধ কৰাৰ আগতে, আগৰ বৰ্ষৰ বাজেতক দুপ্লিকেত কৰিবলৈ উপদেশ দিয়া হয়

01:38 তাক কৰিবলৈ, আগৰ বাজেতৰ ফান্দৰ গাঠণিটো নতুন বাজেতটো উপলদ্ধ হ’ব লাগিব
01:46 Budget বন্ধ কৰিবলৈ, তলৰ দৰে কৰক:

Superlibrarian ত ইউজাৰনেম আৰু পাচৱৰ্দৰে ল’গিন কৰক

01:56 'Koha' Home pageAcquisitions ত ক্লিক কৰক
02:01 বাওঁফালে অপচনৰ পৰা, Budgets ত ক্লিক কৰক
02:07 Budgets administration পৃষ্ঠাটোত, Active Budgets টেবৰ ভিতৰত, উক্ত বাজেতলৈ যাওঁক
02:16 মোৰ ক্ষেত্ৰত, Spoken Tutorial Library 2016-2017 Phase I
02:24 Actions টেবত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা, 'Close' অপচনটো বাচক
02:32 যেতিয়া 'Close' বচা হয়, নতুন পৃষ্ঠা এটা খোলখায়
02:37 ই কয় - The unreceived orders from the following funds will be moved
02:44 একেটা পৃষ্ঠাত, আমাৰ Select a Budget আছে
02:49 দ্ৰপ-দাউনৰ পৰা, Budget বাচক যাতে আপুনি unreceived orders ক মোভ কৰিব পাৰে
02:57 মই Spoken Tutorial Library 2017-2018 Phase II বাচিম । দুপ্লিকেত বাজেতত একেটা Fund details বনাব লাগিব
03:11 ই আমাক খৰচ নকৰা Budget ক তালৈ মোভ কৰিবলৈ দিব
03:17 পাছৰটো হৈছে 'Move remaining unspent funds'
03:22 ইয়াত ক্লিক কৰিলে খৰচ নকৰা ৰাশি নতুন Budget লৈ মোভ হ’ব
03:28 ইয়াক কৰক যদি আপুনি আগৰ বৰ্ষৰ খৰচ নকৰা ৰাশিক নতুন Budget ত যোগ কৰিব বিচাৰে ।

মই এই বক্সটো খালি ৰাখিম

03:40 সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Move unreceived orders বুটামত ক্লিক কৰক
03:49 নিম্ন বাৰ্তাৰ সৈতে দাইল’গ-বক্স এটা আহিছে:
03:53 You have chosen to move all unreceived orders from 'Spoken Tutorial Library 2016-2017 Phase I' to 'Spoken Tutorial Library 2017-2018, Phase II'
04:11 This action cannot be reversed. Do you wish to continue?
04:17 এইটো মনত ৰখা দৰকাৰ যে এবাৰ সম্পূৰ্ণ হ’লে, আপুনি এই প্ৰক্ৰিয়াক undo কৰিব নোৱাৰে
04:24 দাইল’গ-বক্সত OK ত ক্লিক কৰক
04:30 নতুন পৃষ্ঠা এটা আহিছে ।

Report after moving unreceived orders from Budget Spoken Tutorial Library 2016-2017 Phase I (01/04/2016 - 31/03/2017) to Spoken Tutorial Library 2017-2018 Phase II (01/04/2017 - 31/03/2018)

04:49 এই পৃষ্ঠাটোৱে মোভ কৰা সবিশেষৰ সৈতে Order numbers দৰ্শিত কৰিব
04:55 ইয়াৰ সৈতে, আমি বিত্তীয় বৰ্ষৰ বাজেতক বন্ধ কৰিলো
05:00 আৰু, আমি এতিয়া আহিবলগীয়া বৰ্ষৰ বাজেত বনাবলৈ আগবাহিব পাৰো
05:06 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
05:10 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Budget বন্ধ কৰোতে অন্তৰ্ভুক্ত হোৱা পৰ্যায়সমূহ শিকিলো
05:19 অনুশিলনী হিচাবে-

আগৰ টিউট’ৰিয়েলৰ অনুশিলনী এটাত, আপুনি 50 লাখ টকাৰ নতুন Budget এটা যোগ কৰিছিলে । অনুশিলনী হিচাবে, সেই Budget ক বন্ধ কৰক

05:33 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
05:41 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে
05:47 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
05:51 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক

http://spoken-tutorial.org/NMEICT-Intro

05:56 এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
06:08 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9