Koha-Library-Management-System/C2/Set-Currency/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Set Currency স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি Koha ত Currency চেত কৰিবলৈ শিকিম |
00:13 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux Operating System 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:26 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:33 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
00:42 | অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:49 | আৰম্ভ কৰিবলৈ Superlibrarian ত ইউজাৰনেম Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক |
00:58 | পাছত Koha Administration ত ক্লিক কৰক |
01:03 | এটা নতুন পৃষ্ঠা খুলিছে |
01:06 | Acquisition parameters চেকচনৰ ভিতৰত, Currencies and exchange rates ত ক্লিক কৰক |
01:15 | মন কৰিব যে এই দাতা স্বয়ংক্ৰিয়ভাবে আপদেত নহয় |
01:20 | সেইবাবে, দাতা আপদেত কৰাটো দৰকাৰ । ই লগতে সঠিক accounting সবিশেষ ৰখাত সহায় কৰিব |
01:30 | এতিয়া, plus New currency ত ক্লিক কৰক |
01:35 | খোল খোৱা নতুন পৃষ্ঠাটোত, বাধ্যতামূলক সবিশেষ ভৰাওঁক যেনে -
Currency:, Rate: আৰু Symbol: |
01:47 | যিহেতু মোৰ লাইব্ৰেৰীটো ভাৰতত আছে, মই মুদ্ৰাৰ বাবে Rupee ভৰাম,
Rate ৰ বাবে 1 আৰু Rupee (₹) ৰ চিহ্ন |
02:00 | পাছত, INR হিচাবে ISO code: ভৰাওঁক |
02:05 | মুদ্ৰাক সক্ৰিয় কৰিবলৈ, চেক-বক্সত ক্লিক কৰক । Last updated এ মুদ্ৰা চেতাপৰ তাৰিখটো দেখুৱায় |
02:14 | পৃষ্ঠাটোৰ তলত Submit বুটামত ক্লিক কৰক |
02:20 | খোল খোৱা নতুন পৃষ্ঠাটোত, Currency টেবৰ ভিতৰত, Rupee ৰ সবিশেষ দৰ্শিত হৈছে |
02:27 | প্ৰয়োজন হ’লে, ইয়াকো এদিত কৰিব পাৰি |
02:32 | অনুশিলনীৰ বাবে: নিজৰ প্ৰয়োজন অনুসৰি যিকোনো মুদ্ৰাক চেত কৰক কিন্তু ইয়াক সক্ৰিয় নকৰিব |
02:41 | আহক Koha interface লৈ ঘূৰি যাওঁ |
02:45 | একেটা পৃষ্ঠাত, Column visibility টেবত ক্লিক কৰক |
02:50 | অপচনচৰ পৰা, ISO code টেবত ক্লিক কৰক |
02:55 | Rupee ৰ বাবে ISO ক’লম টেবলত দৰ্শিত হৈছে |
03:00 | মনত ৰাখিব যে ভৰোৱা ISO code ব্যৱহৃত হ’ব যেতিয়া staging টোলচৰ দ্বাৰা MARC files ইম্প’ৰ্ত কৰা হ’ব |
03:09 | tool টোৱে বৰ্তমান সক্ৰিয় মুদ্ৰাৰ দামক বিচাৰিব আৰু ব্যৱ্হাৰ কৰিবলৈ চেষ্টা কৰিব |
03:16 | Currency ক এদিত কৰিবলৈ, সেই বিশেষ Currency ৰ বাবে Edit অপচনত ক্লিক কৰক । মই USD মুদ্ৰাৰ বাবে Edit ত ক্লিক কৰিম |
03:29 | Modify currency পৃষ্ঠা খুলিছে |
03:32 | আপুনি Rate আৰু Symbol ৰ মান সলাব পাৰে । মই ইয়াক তেনেকেই এৰিম |
03:40 | মন কৰিব যে মই ‘Active’ ফিল্দৰ বাবে চেক-বক্সত ক্লিক নকৰো |
03:46 | লাইব্ৰেৰীত ব্যৱ্হাৰ কৰিবলৈ active currency এটা মুখ্য মুদ্ৰা হয় |
03:51 | যিহেতু মোৰ লাইব্ৰেৰী ভাৰতত আছে, active currency হিচাবে Rupee ব্যৱহৃত হ’ব |
03:57 | পাছত, পৃষ্ঠাটোৰ তলত Submit ত ক্লিক কৰক |
04:02 | একেটা পৃষ্ঠা Currencies and exchange rates পুনৰ খুলিছে |
04:08 | আপুনি এতিয়া Koha ৰ Superlibrarian একাউন্টৰ পৰা ল’গ আউত কৰক |
04:13 | তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক |
04:21 | পাছত দ্ৰপ-দাউনৰ পৰা, Log out বাচক |
04:26 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
04:30 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Currency চেত কৰিবলৈ শিকিলো |
04:36 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
04:44 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
04:54 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
04:58 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
05:05 | এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
05:10 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |