Koha-Library-Management-System/C2/Set-Currency/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Set Currency স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি KohaCurrency চেত কৰিবলৈ শিকিম
00:13 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux Operating System 16.04 আৰু Koha ভাৰ্চন 16.05

00:26 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:33 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:42 অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:49 আৰম্ভ কৰিবলৈ Superlibrarian ত ইউজাৰনেম Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক
00:58 পাছত Koha Administration ত ক্লিক কৰক
01:03 এটা নতুন পৃষ্ঠা খুলিছে
01:06 Acquisition parameters চেকচনৰ ভিতৰত, Currencies and exchange rates ত ক্লিক কৰক
01:15 মন কৰিব যে এই দাতা স্বয়ংক্ৰিয়ভাবে আপদেত নহয়
01:20 সেইবাবে, দাতা আপদেত কৰাটো দৰকাৰ । ই লগতে সঠিক accounting সবিশেষ ৰখাত সহায় কৰিব
01:30 এতিয়া, plus New currency ত ক্লিক কৰক
01:35 খোল খোৱা নতুন পৃষ্ঠাটোত, বাধ্যতামূলক সবিশেষ ভৰাওঁক যেনে -

Currency:, Rate: আৰু Symbol:

01:47 যিহেতু মোৰ লাইব্ৰেৰীটো ভাৰতত আছে, মই মুদ্ৰাৰ বাবে Rupee ভৰাম,

Rate ৰ বাবে 1 আৰু

Rupee (₹) ৰ চিহ্ন

02:00 পাছত, INR হিচাবে ISO code: ভৰাওঁক
02:05 মুদ্ৰাক সক্ৰিয় কৰিবলৈ, চেক-বক্সত ক্লিক কৰক । Last updated এ মুদ্ৰা চেতাপৰ তাৰিখটো দেখুৱায়
02:14 পৃষ্ঠাটোৰ তলত Submit বুটামত ক্লিক কৰক
02:20 খোল খোৱা নতুন পৃষ্ঠাটোত, Currency টেবৰ ভিতৰত, Rupee ৰ সবিশেষ দৰ্শিত হৈছে
02:27 প্ৰয়োজন হ’লে, ইয়াকো এদিত কৰিব পাৰি
02:32 অনুশিলনীৰ বাবে: নিজৰ প্ৰয়োজন অনুসৰি যিকোনো মুদ্ৰাক চেত কৰক কিন্তু ইয়াক সক্ৰিয় নকৰিব
02:41 আহক Koha interface লৈ ঘূৰি যাওঁ
02:45 একেটা পৃষ্ঠাত, Column visibility টেবত ক্লিক কৰক
02:50 অপচনচৰ পৰা, ISO code টেবত ক্লিক কৰক
02:55 Rupee ৰ বাবে ISO ক’লম টেবলত দৰ্শিত হৈছে
03:00 মনত ৰাখিব যে ভৰোৱা ISO code ব্যৱহৃত হ’ব যেতিয়া staging টোলচৰ দ্বাৰা MARC files ইম্প’ৰ্ত কৰা হ’ব
03:09 tool টোৱে বৰ্তমান সক্ৰিয় মুদ্ৰাৰ দামক বিচাৰিব আৰু ব্যৱ্হাৰ কৰিবলৈ চেষ্টা কৰিব
03:16 Currency ক এদিত কৰিবলৈ, সেই বিশেষ Currency ৰ বাবে Edit অপচনত ক্লিক কৰক । মই USD মুদ্ৰাৰ বাবে Edit ত ক্লিক কৰিম
03:29 Modify currency পৃষ্ঠা খুলিছে
03:32 আপুনি Rate আৰু Symbol ৰ মান সলাব পাৰে । মই ইয়াক তেনেকেই এৰিম
03:40 মন কৰিব যে মই ‘Active’ ফিল্দৰ বাবে চেক-বক্সত ক্লিক নকৰো
03:46 লাইব্ৰেৰীত ব্যৱ্হাৰ কৰিবলৈ active currency এটা মুখ্য মুদ্ৰা হয়
03:51 যিহেতু মোৰ লাইব্ৰেৰী ভাৰতত আছে, active currency হিচাবে Rupee ব্যৱহৃত হ’ব
03:57 পাছত, পৃষ্ঠাটোৰ তলত Submit ত ক্লিক কৰক
04:02 একেটা পৃষ্ঠা Currencies and exchange rates পুনৰ খুলিছে
04:08 আপুনি এতিয়া KohaSuperlibrarian একাউন্টৰ পৰা ল’গ আউত কৰক
04:13 তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক
04:21 পাছত দ্ৰপ-দাউনৰ পৰা, Log out বাচক
04:26 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
04:30 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি Currency চেত কৰিবলৈ শিকিলো
04:36 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
04:44 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
04:54 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
04:58 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
05:05 এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
05:10 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9