Koha-Library-Management-System/C2/Create-a-SuperLibrarian/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | কেনেকৈ Superlibrarian এটা বনোৱা হয় তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - Patron category এটা যোগ কৰিবলৈ, |
00:11 | Patron এটা বনাবলৈ, |
00:14 | Superlibrarian এটা বনাবলৈ আৰু |
00:17 | এটা নিৰ্দিষ্ট ম’দিউলৰ বাবে Staff এটাক এক্সেচ দিবলৈ |
00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:34 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:40 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:46 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
00:51 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:58 | আহক Patron category এটা যোগ কৰিবলৈ শিকি আৰম্ভ কৰো |
01:03 | database administrator username আৰু password ব্যৱ্হাৰ কৰি Koha ত ল’গিন কৰক |
01:11 | Koha Administration ত ক্লিক কৰক |
01:15 | Patrons and circulation ৰ ভিতৰত, Patron categories ত ক্লিক কৰক |
01:21 | এটা নতুন পৃষ্ঠা Patron categories খুলিছে |
01:25 | New Category ত ক্লিক কৰক |
01:28 | এটা নতুন পৃষ্ঠা, New category খুলিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি |
01:35 | আগতে উল্লেখ কৰাৰ দৰে, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা ফিল্দসমূহ বাধ্যতামূলক |
01:41 | মই ইয়াত কিছু সবিশেষ ভৰাইছো । তেনেদৰে কৰক |
01:47 | Category type: ৰ বাবে দ্ৰপ-দাউন লিষ্টৰ পৰা Staff বাচক |
01:53 | Branches limitation: ৰ বাবে All Branches বাচক |
01:58 | পাছত, পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
02:03 | আমি ভৰোৱা category নামটো, Patron categories পৃষ্ঠাটোত দৰ্শিত হৈছে |
02:09 | মোৰ ক্ষেত্ৰত, ই কয় Library Staff |
02:13 | ইয়াৰ সৈতে, Patron Category এটা বনিলে |
02:17 | পাছত, আমি Patron এটা যোগ কৰিবলৈ শিকিম |
02:21 | ওপৰত বাওঁফালে চুকত Home ত ক্লিক কৰক |
02:25 | Koha homepage দাইল’গ বক্স এটাৰ সৈতে খুলিছে যি আমাক Create a Patron কয় |
02:32 | Patron এটা বনোৱাতো বাধ্যতামূলক । অন্যথা database administrator ৰোলত, Koha ৰ কিছু অংশই কাম নকৰিব |
02:42 | দাইল’গ- বক্সত সোধাৰ দৰে, Create Patron ত ক্লিক কৰক |
02:48 | বিকল্পভাবে, আপুনি Koha home page ত Patrons ত ক্লিক কৰিব পাৰে |
02:54 | মই Create Patron ত ক্লিক কৰিম |
02:58 | নতুন পৃষ্ঠা এটা খুলিছে । New Patron টেবত ক্লিক কৰক |
03:04 | দ্ৰপ-দাউনৰ পৰা, মই Library Staff বাচিম |
03:09 | এটা নতুন পৃষ্ঠা - Add patron (Library Staff), খুলিছে |
03:14 | এতিয়া, বিভিন্ন চেকচনৰ ভিতৰত দৰকাৰী সবিশেষ ভৰাওঁক যেনে:
Patron identity, Main address, Contact ইত্যাদি |
03:26 | মই ইয়াত দৰ্শিত ধৰণে কিছু সবিশেষ ভৰাইছো |
03:31 | যদি আপোনাৰ ইয়াৰ যিকোনো ফিল্দৰ তথ্য নাই, তেন্তে তাক খালি ৰাখক |
03:38 | ভিদিঅ’টো ৰখাওঁক আৰু সকলো সবিশেষ ভৰাই পুনৰ চলাওঁক |
03:44 | Library management চেকচনৰ ভিতৰত, Card Number ফিল্দটো বিচাৰক |
03:51 | মন কৰিব যে নাম্বাৰ 1 টো Koha ৰ দ্বাৰা স্ব-উৎপন্ন হৈছে |
03:56 | গতিকে, আপোনাৰ Koha interface ত এটা বেলেগ নাম্বাৰ দেখিব |
04:02 | পাছৰটো হৈছে Library |
04:05 | দ্ৰপ-দাউনৰ পৰা, মই Spoken Tutorial Library বাচিম |
04:10 | মনত ৰাখিব: Spoken Tutorial Library এই চিৰিজত আগতে বনোৱা হৈছিল |
04:17 | যদি আপুনি এটা বেলেগ নাম দিছে, তেন্তে ইয়াত সেই নামটো বাচক |
04:22 | Category ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা Library Staff বাচিম |
04:27 | OPAC/Staff login চেকচনৰ ভিতৰত, Username আৰু Password দিয়ক |
04:34 | প্ৰতিটো নতুন ইউজাৰে এটা নতুন Username আৰু Password বনোৱা উচিত |
04:40 | মই Username দিম Bella হিচাবে, |
04:43 | Password library হিচাবে |
04:46 | পুনৰ, Confirm password: ফিল্দত একেটা পাচৱৰ্দ দিয়ক |
04:52 | এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব |
04:56 | ই কিছু সময়ৰ পাছত Staff ক অধিকাৰ/অনুমতি দিবলৈ ব্যৱহৃত হ’ব |
05:02 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰলৈ গৈ Save ত ক্লিক কৰক |
05:09 | Patron আৰু card number নামৰ নতুন পৃষ্ঠা এটা খুলিছে |
05:15 | এই ক্ষেত্ৰত, আগতে ভৰোৱাৰ দৰে, পৃষ্ঠাটোত card number 1 ৰ সৈতে Ms Bella Tony হিচাবে Patron আছে |
05:24 | চেকচনসমূহ এদিত কৰিবলৈ, Edit টেবত ক্লিক কৰক, যি উক্ত চেকচনৰ তলত অৱস্থিত |
05:32 | এতিয়া আমি Patrons ক অনুমতি দিবলৈ শিকিম |
05:36 | একেটা পৃষ্ঠাত, More টেবটো বিচাৰক আৰু Set Permissions ত ক্লিক কৰক |
05:44 | Set permissions for Bella Tony টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
05:51 | (superlibrarian) Access to all librarian functions চেক-বক্সত ক্লিক কৰক |
05:58 | পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
06:03 | এতিয়া, Superlibrarian Ms Bella Tony এ সকলো library function ৰ এক্সেচ পালে |
06:12 | এই superlibrarian একাউন্টৰ সৈতে, আমি Staff ক অনুমতি দিব পাৰো |
06:19 | গতিকে, ই Koha Library Management System ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা হয় |
06:25 | এতিয়া আহক শিকো এটা বিশেষ module ৰ বাবে Staff ক কেনেকৈ এক্সেচ দিয়া হয় |
06:31 | আপোনাৰ বৰ্তমান চেচনৰ পৰা Database administrative user হিচাবে ল’গ-আউত কৰক |
06:36 | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু No Library Set ত ক্লিক কৰক |
06:43 | দ্ৰপ-দাউনৰ পৰা, Log out ত ক্লিক কৰক |
06:47 | এতিয়া, Superlibrarian account ৰে ল’গিন কৰক |
06:52 | Superlibrarian এ কোনো Staff ক অন্য কিবা module এক্সেচ কৰিবলৈ অধিকাৰ বা অনুমতি দিব পাৰে |
07:00 | উদাহৰণস্বৰূপে - Cataloging module, Circulation module, |
07:05 | Serial Control, Acquisition ইত্যাদি |
07:10 | আগতে দৰ্শোৱা ধৰণে Patron এটা বনাওঁক |
07:14 | New Patron টেবত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, Library Staff বাচক |
07:21 | Salutation ত Ms বাচক । Surname ত Samruddhi দিয়ক |
07:29 | Category ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Library Staff বাচক |
07:35 | অন্য কোনো অপচন নাবাচিব |
07:39 | OPAC/Staff login চেকচনৰ ভিতৰত |
07:43 | ইউজাৰনেমত Samruddhi আৰু পাচৱৰ্দত patron দিয়ক |
07:51 | পুনৰ, Confirm password ফিল্দত একেটা পাচৱৰ্দ দিয়ক |
07:57 | এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব যিহেতু staff হিচাবে পাছত ল’গিন কৰিবলৈ ই ব্যৱহৃত হ’ব |
08:05 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত Save ত ক্লিক কৰক |
08:12 | এতিয়া, এই বিশেষ Patron ক অনুমতি দিয়ক |
08:16 | More টেবলৈ যাওঁক আৰু Set Permissions ত ক্লিক কৰক |
08:22 | Set permissions for Samruddhi টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
08:28 | এইটো হৈছে আমি বনোৱা Patron টোৰ নাম |
08:32 | (circulate) Check out and check in items চেক-বক্সটোত ক্লিক কৰক |
08:38 | পাছত (catalogue) Required for staff login চেক-বক্সটোত ক্লিক কৰক |
08:46 | লগতে (borrowers) Add, modify and view patron information তো ক্লিক কৰক |
08:52 | পাছত, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক |
08:56 | reserveforothers Place and modify holds for patrons ত ক্লিক কৰক |
09:03 | পাছত, Edit catalog টেবটোলৈ আহক |
09:07 | প্লাচ চিহ্নত ক্লিক কৰক আৰু (editcatalogue) Edit catalog (Modify bibliographic/holdings data) ত ক্লিক কৰক |
09:17 | পাছত, Acquisition টেবটোলৈ আহক । প্লাচ চিহ্নত ক্লিক কৰক আৰু (acquisition) Acquisition and/or suggestion management ত ক্লিক কৰক |
09:30 | পাছত, tool টেবৰ বাবে, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক |
09:36 | আৰু (batch_upload_patron_images) Upload patron images in a batch or one at a time ত ক্লিক কৰক |
09:47 | পাছত, (edit_patrons) Perform batch modification of patrons ত ক্লিক কৰক |
09:55 | লগতে, (import_patrons) Import patron data বাচক |
10:01 | পাছত, লগতে Edit authorities ত ক্লিক কৰক |
10:07 | পাছত, (reports), Allow access to the reports module টেবটোলৈ আহক |
10:14 | প্লাচ চিহ্নত ক্লিক কৰক আৰু (execute _reports) Execute SQL reports বাচক |
10:23 | পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
10:28 | ইয়াৰ সৈতে আমি Ms. Samruddhi নামৰ Library Staff ক সকলো দৰকাৰী অধিকাৰ দিলো |
10:37 | এতিয়া, superlibrarian একাউন্টৰ পৰা ল’গ-আউত কৰক |
10:42 | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক । spoken tutorial library ত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা Log out ত ক্লিক কৰক |
10:54 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
10:58 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো : |
11:03 | Patron category এটা যোগ কৰিবলৈ,
Patron এটা বনাবলৈ, |
11:08 | Superlibrarian এটা বনাবলৈ, বিশিষ্ট module এটাৰ বাবে Staff ক এক্সেচ দিবলৈ |
11:16 | অনুশিলনীৰ বাবে - এটা নতুন Patron Category- 'Research Scholar’ যোগ কৰক |
11:23 | Superlibrarian ৰ বাবে অনুশিলনী: তলৰ ভুমিকাৰ বাবে নতুন Staff এটা যোগ কৰক- |
11:30 | সকলো Cataloging rights অন্তৰ্ভুক্ত কৰক,
আৰু সকলো Acquisition rights যোগ কৰক |
11:37 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
11:45 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:56 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
12:00 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
12:12 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |