Koha-Library-Management-System/C2/How-to-create-a-library/Assamese

From Script | Spoken-Tutorial
Revision as of 19:18, 15 February 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 How to create a Library in Koha স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম কেনেকৈ এটা library আৰু এটা Group বনোৱা হয়
00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux Operating System 16.04
00:24 আৰু Koha ভাৰ্চন 16.05
00:29 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:35 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:41 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:46 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:53 আহক আৰম্ভ কৰো । মই ইতিমধ্যে মোৰ চিষ্টেমত Koha ইনষ্টল কৰিলো
00:59 মই Koha interface লৈ যাম
01:03 ইনষ্টলেচনৰ সময়ত দিয়া ইউজাৰনেম আৰু পাচৱৰ্দ দি Koha ত ল’গিন কৰক
01:10 মোৰ চিষ্টেমত, মই ইউজাৰনেম koha underscore library হিচাবে দিছো
01:17 এতিয়া, conf.xml ফাইলটোৰ পৰা লিখি ৰখা পাচৱৰ্দটো লিখক
01:25 Koha মূল পৃষ্ঠাটো খুলিছে
01:27 মন কৰিব Koha সজাওঁতে -, আমি প্ৰতিটো Branch library ৰ সবিশেষ যোগ কৰিব লাগিব যাক আমি Koha ত বনাম
01:38 এই দাতা পাছত Koha ৰ বিভিন্ন ক্ষেত্ৰত ব্যৱ্হাৰ হ’ব
01:43 এতিয়া, আহক এটা নতুন library যোগ কৰো
01:47 Koha ইন্তাৰফেচলৈ ঘূৰি যাওঁক
01:50 Home লৈ যাওঁক আৰু Koha Administration ত ক্লিক কৰক
01:56 Basic parameters চেকচনটো বিচাৰক
02:00 Libraries and groups ত ক্লিক কৰক
02:04 নতুন লাইব্ৰেৰী এটা যোগ কৰিবলৈ, '+ New Library' টেবত ক্লিক কৰক
02:10 আমি এতিয়াৰ বাবে groups চেকচনটো বাদ দিম
02:15 এই পৃষ্ঠাটোত, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা সকলো ফিল্দ বাধ্যতামূলক
02:21 আপোনাৰ লাইব্ৰেৰীৰ বাবে Library code আৰু Name ফিল্দত লিখক, মই ইয়াত কৰাৰ দৰে
02:29 মন কৰিব লগীয়া কিছু গুৰুত্বপূৰ্ণ কথা হৈছে- Library code ত স্পেচ দিব নোৱাৰিব
02:36 আৰু ই দহটা আখৰতকৈ কম হ’ব লাগিব
02:40 এই ক’দটো দাতাবেচত এটা বেলেগ চিহ্নিতকাৰক হিচাবে ব্যৱ্হাৰ হ’ব
02:46 পাছৰ চেকচনটোত আমি আমাৰ লাইব্ৰেৰীৰ সম্পৰ্ক সবিশেষ ভৰাব লাগিব যেনে-

ঠিকনা, ফোন নাম্বাৰ ইত্যাদি

02:58 মই ইয়াত দেখুৱা ধৰণে সবিশেষ ভৰালো
03:01 যদি ইয়াৰ যিকোনো ফিল্দৰ বাবে আপোনাৰ তথ্য নাই, তেন্তে তাক খালী ৰাখক
03:08 এনেদৰেই, এই পৃষ্ঠাটোত আপোনাৰ লাইব্ৰেৰীৰ সবিশেষ ভৰাওঁক
03:13 ঠিকনা আৰু ফোন নাম্বাৰৰ সবিশেষ পাছত আপোনাৰ লাইব্ৰেৰীৰ বাবে কাষ্টম ন’তিচ বনাবলৈ ব্যৱ্হাৰ কৰিব পাৰি
03:20 এই সবিশেষ লগতে মেম্বাৰসকলে লাইব্ৰেৰীলৈ সম্পৰ্ক কৰিবলৈ ব্যৱ্হাৰ কৰিব পাৰে
03:26 Email id ফিল্দটো বাধ্যতামূলক নহয়, যি আপুনি দেখিছে
03:31 কিন্তু, আপুনি বনোৱা লাইব্ৰেৰীৰ বাবে email id এটা থকাটো অতিশয় দৰকাৰ
03:38 এই email id টোৰ পৰাই মেম্বাৰসকললৈ ন’তিচ যায় আৰু আহে
03:45 Gmail id উন্নত হয় কাৰণ ইয়াক মেইল পঠাবলৈ বা পাবলৈ সহজে কনফিগাৰ কৰিব পাৰি
03:54 Email id ফিল্দৰ তলত, আমাৰ Reply-To আৰু Return-Path ফিল্দচ আছে
04:01 Reply-To- যদি আপুনি ন’তিচৰ সকলো উত্তৰৰ বাবে আনএটা দিফল্ট email address সূচীত কৰিব বিচাৰে, আপুনি তাক ইয়াত কৰিব পাৰে
04:11 মই Reply-To email id stlibreoffice@gmail.com হিচাবে যোগ কৰিম
04:20 যদি ইয়াক খালী ৰখা হয়, তেন্তে সকলো উত্তৰ ওপৰত দিয়া Email id টোলৈ যাব
04:27 Return-Path- লৈ আহো, এই email address লৈ সকলো বাউঞ্চ বাৰ্তা যাব
04:34 যদি ইয়াক খালী ৰখা হয়, তেন্তে সকলো বাউঞ্চ বাৰ্তা ওপৰত দিয়া Email id টোলৈ যাব
04:42 গতিকে, মূলত তিনিটা বেলেগ বেলেগ email id ব্যৱ্হাৰ কৰিব পাৰি
04:48 Email id,
04:50 Reply-To আৰু
04:52 Return-Path
04:55 তথাপি, যদি মাত্ৰ এটা email id দিয়া হয় তেন্তে দিফল্টভাবে, Koha এ ইয়াক সকলো তিনিটা ফিল্দৰ বাবে ব্যৱ্হাৰ কৰিব
05:04 পাছত, ফিল্দত আপোনাৰ লাইব্ৰেৰীৰ URL দিয়ক, মই ইয়াত দিয়াৰ দৰে
05:10 URL field ভৰালে, বিশেষ লাইব্ৰেৰীৰ নাম OPACholdings table ত জোৰ খাব
05:18 ইয়াৰ পাছত, আমি OPAC info ভৰাব লাগিব
05:23 ইয়াত আপুনি লাইব্ৰেৰীৰ বিষয়ে তথ্য ৰাখিব লাগিব
05:28 মই ইয়াত মোৰ লাইব্ৰেৰীৰ বিষয়ে কিছু তথ্য দিছো
05:33 এই তথ্য OPAC ত দৰ্শিত হ’ব, যেতিয়া আমি কাৰ্চৰ দাল holdings table ত লাইব্ৰেৰী নামৰ ওপৰত থওঁ
05:41 যদি কোনো বিশেষ branch লাইব্ৰেৰীৰ বাবে URL এই ফিল্দত থোৱা হয় তেন্তে OPAC এ আমাক branch লাইব্ৰেৰীটো ক’ব য’ত কিতাপখন উপলদ্ধ
05:52 hyper-link ঠিকনাৰ তথ্য পাবলৈ, মাউচটো লিংকত ঘূৰাওঁক
05:58 ই নিৰ্দিষ্ট branch লাইব্ৰেৰীটোৰ ঠিকনা দিব য’ৰ পৰা কিতাপখন ইছু কৰিব পাৰি
06:05 আহক Koha interface লৈ ঘূৰি যাওঁ
06:09 পাছত আমাৰ IP address আছে
06:12 যদি আপুনি Koha admin access ক এটা নিৰ্দিষ্ট IP address লৈ প্ৰতিবন্ধিত কৰিব বিচাৰে তেন্তে আপুনি ইয়াত IP সূচীত কৰিব পাৰে
06:22 অন্যথা, আপুনি ইয়াক খালি ৰাখিব পাৰে
06:25 মই ইয়াক খালি ৰাখিম
06:28 শেষত, আমাৰ Notes field আছে
06:32 ইয়াত আপুনি ভবিষ্যতৰ বাবে যিকোনো ন’ত ভৰাব পাৰে
06:37 OPAC ত দৰ্শিত নহ’ব
06:40 সকলো সবিশেষ ভৰাই, Submit বুটামত ক্লিক কৰক
06:46 নতুনকৈ যোগ কৰা লাইব্ৰেৰীৰ নামটো Libraries পৃষ্ঠাত দৰ্শিত হয়
06:51 আমাৰ ক্ষেত্ৰত, Spoken Tutorial Library
06:55 আহক এতিয়া চাওঁ Group Library অপচনটো কেতিয়া ব্যৱহাৰ কৰা হয়
07:00 যদি আপুনি এটা নতুন group যোগ কৰিব বিচাৰে, '+ New Group' টেবত ক্লিক কৰক
07:07 ধৰক আপোনাৰ ওচৰত কিছু branch লাইব্ৰেৰী আছে উদাহৰণস্বৰূপে - কেমিষ্ট্ৰি লাইব্ৰেৰী, ফিজিকচ লাইব্ৰেৰী আৰু বায়’ল’জি লাইব্ৰেৰী আৰু আপুনি সিহতক group কৰিব বিচাৰে
07:19 এনেকুৱা পৰিস্থিতিত Group Library অপচন ব্যৱ্হাৰ কৰক
07:24 এই গ্ৰোপক Science library হিচাবে নাম দিয়ক যি মূল লাইব্ৰেৰীৰ অন্তৰ্গত হয়
07:31 গ্ৰোপিং সমানতা বা একে বিশেষত্ব আদিৰ ওপৰত ভিত্তি কৰি কৰিব পাৰি
07:40 Database administrative user হিচাবে আপোনাৰ বৰ্তমান চেচনৰ পৰা ল’গ আউত কৰক
07:45 তাক কৰিবলৈ, ওপৰত সফালে চুকলৈ যাওঁক আৰু No Library Set ত ক্লিক কৰক
07:52 দ্ৰপ-দাউনৰ পৰা, Logout ত ক্লিক কৰক
07:57 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
08:01 আহক মূলভাব চাওঁ
08:03 এই টিউট’ৰিয়েলটোত, আমি শিকিলো - লাইব্ৰেৰী এটা আৰু নতুন গ্ৰোপ এটা বনাবলৈ
08:11 অনুশিলনী হিচাবে - নতুন লাইব্ৰেৰী এটা আৰু নতুন গ্ৰোপ এটা বনাওঁক
08:17 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:25 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:35 বিশিষ্ট প্ৰশ্নৰ বাবে ফ’ৰাম :

আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?

08:42 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে
08:49 আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক
08:51 আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
08:55 বিশিষ্ট প্ৰশ্নৰ বাবে ফ’ৰাম :
08:58 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম (Spoken Tutorial forum) হৈছে এই টিউট’ৰিয়েলটোৰ বিশিষ্ট প্ৰশ্নৰ বাবে
09:03 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
09:08 ইয়াৰ দ্বাৰা অব্যৱ্স্থা কমোৱাত সহায় হ’ব
09:11 কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষণ সামগ্ৰীৰ ৰূপত ব্যৱ্হাৰ কৰিব পাৰিম
09:17 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
09:23 এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:28 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9