Linux-AWK/C2/Basics-of-awk/Assamese
From Script | Spoken-Tutorial
Revision as of 06:39, 23 March 2018 by Nancyvarkey (Talk | contribs)
| Time | Narration |
| 00:01 | awk ক’মান্দৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:05 | এই টিউট’ৰিয়েলটোত আমি awk ক’মান্দ শিকিম |
| 00:09 | আমি ইয়াক কিছু উদাহৰণৰ সহায়ত কৰিম |
| 00:12 | এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:
উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS GNU বেচ (BASH) ভাৰ্চন 4.2.24 |
| 00:23 | মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব |
| 00:29 | আহক আমি awkৰ এটা পৰিচয়ৰে আৰম্ভ কৰো |
| 00:33 | awk ক’মান্দটো এটা অতি শক্তিশালী টেকস্ত মেনিপুলেচন তোল |
| 00:38 | ইয়াক ৰচোতাৰ নাম দিয়া হৈছে যি Aho, Weinberger আৰু Kernighan হয় |
| 00:44 | ই বহুতো ফাংচনচ প্ৰদৰ্শন কৰিব পাৰে |
| 00:46 | ই ৰেকৰ্দ এটাৰ ফিল্দ লেভেলত প্ৰয়োগ হয় |
| 00:51 | গতিকে, ই সহজে প্ৰবেশ কৰিব পাৰে আৰু ৰেকৰ্দটোৰ স্বতন্ত্ৰ ফিল্দক এদিত কৰে |
| 00:56 | আহক আমি কিছু উদাহৰণ চাওঁ |
| 00:59 | বৰ্ণনাৰ উদ্দেশ্যে, আমি awkdemo.txt ফাইলটো ব্যৱ্হাৰ কৰো |
| 01:04 | আহক আমি awkdemo.txt ফাইলটোৰ উপাদান চাওঁ |
| 01:09 | এতিয়া টাৰ্মিনেল (terminal) ওইন্দ’ খুলিবলৈ আপোনাৰ কীবৰ্দত Ctrl + Alt আৰু T কীজ একেলগে টিপক |
| 01:17 | আহক awk ক’মান্দ ব্যৱ্হাৰ কৰি প্ৰিন্ত কৰিবলৈ চাওঁ |
| 01:22 | লিখক: awk স্পেচ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত) (ফ্ৰন্ত শ্লাচ) '/Pass (ফ্ৰন্ত শ্লাচ)/(আৰম্ভণী মাজু বন্ধনী) {print (সামৰণী মাজু বন্ধনী)} (উৰ্দ্ধক’মাৰ পাছত) স্পেচ (space) awkdemo.txt |
| 01:38 | এন্টাৰ (Enter) টিপক |
| 01:40 | ইয়াত, পাচ (Pass) হৈছে নিৰ্বাচন নিৰ্ণায়ক |
| 01:44 | awkdemoৰ সকলো শাৰী য’ত পাচ (Pass) আছে সি প্ৰিন্ত হৈছে |
| 01:49 | ইয়াত একচনটো হৈছে প্ৰিন্ত |
| 01:52 | আমি লগতে awkত ৰেগুলাৰ এক্সপ্ৰেচনচ (regular expressions) ব্যৱ্হাৰ কৰিব পাৰো |
| 01:56 | ধৰক, আমি মিৰা ("Mira") নামৰ ষ্টুদেন্তৰ ৰেকৰ্দক প্ৰিন্ত কৰিব বিচাৰো |
| 02:01 | আমি লিখিম:
awk স্পেচ (space) '/M (আৰম্ভণী বৰ বন্ধনী) [ ei (সামৰণী বৰ বন্ধনী) ]*ra */{print}' স্পেচ (space) awkdemo.txt |
| 02:27 | এন্টাৰ (Enter) টিপক |
| 02:29 | "*" এ আগৰ কেৰেক্তাৰৰ এটা বা অধিক ফলন দিব |
| 02:33 | তেনেদৰে, i, e আৰু aৰ বাবে এটাতকৈ অধিক ফলনৰ এনত্ৰিচ তালিকাভুক্ত হ’ব |
| 02:40 | উদাহৰণস্বৰূপে, |
| 02:42 | মিৰা M I R A ৰ সৈতে |
| 02:45 | মিৰা M double E R A ৰ সৈতে |
| 02:47 | আৰু মিৰা M double E R double A ৰ সৈতে |
| 02:52 | awkকে extended regular expressions (ERE) সমৰ্থন কৰে |
| 02:58 | যি বুজায় আমি বহুতো পেতাৰ্নচ মিলাব পাৰো এটা পাইপৰে (PIPE) পৃথক কৰি |
| 03:03 | মই প্ৰমপ্তটো খালী কৰো |
| 03:05 | electrical(ফ্ৰন্ত শ্লাচ) স্পেচ (space) (আৰম্ভণী মাজু বন্ধনী)/{print}(সামৰণী মাজু বন্ধনী) উৰ্দ্ধক’মাৰ পাছত স্পেচ (space)awkdemo.txt |
| 03:23 | এন্টাৰ (Enter) টিপক |
| 03:26 | এতিয়া চিভিল ("civil") আৰু ইলেকট্ৰিকেল ("electrical") দুয়োটাৰ বাবে এনত্ৰিচ দিছে |
| 03:31 | আহক আমাৰ শ্লাইদচলৈ ঘূৰি যাওঁ |
| 03:34 | পাৰামিতাৰচ: awkৰ কিছু বিশেষ পাৰামিতাৰচ আছে শাৰী এটাৰ স্বতন্ত্ৰ ফিল্দচ চিনাক্ত কৰিবলৈ |
| 03:41 | $1(ড্লাৰ 1) এ প্ৰথম ফিল্দটো সূচাই |
| 03:45 | একেদৰে ফিল্দচৰ বাবে আমাৰ $2, $3 আৰু এনেদৰে থাকিব পাৰে |
| 03:53 | $0 এ গোটেই শাৰীটোক বুজায় |
| 03:56 | আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক |
| 03:59 | মন কৰিব যে awkdemo.txt ফাইলটোত প্ৰতিটো শব্দ পাইপৰে (PIPE) পৃথক হৈছে |
| 04:05 | এই ক্ষেত্ৰত পাইপক (PIPE) কোৱা হয় এটা দিলিমিটাৰ (delimiter) |
| 04:09 | এটা দিলিমিটাৰে (delimiter) এটাৰ পৰা আনটো শব্দক পৃথক কৰে |
| 04:13 | এটা দিলিমিটাৰ (delimiter) লগতে হ’ব পাৰে এটা একক হোৱাইত স্পেচ (white space) |
| 04:16 | দিলিমিটাৰ (delimiter) এটা সূচীত কৰিবলৈ, আমি - capital F flag এটা দিলিমিটাৰৰ (delimiter) সৈতে দিব লাগিব |
| 04:24 | আহক চাওঁ । লিখক: awk স্পেছ (space) মাইনাচ (minus) কেপিতেল (capital) F স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত PIPE স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ফ্ৰন্ত-শ্লাচ civil PIPE electrical ফ্ৰন্ত-শ্লাচ আৰম্ভণী মাজু বন্ধনী print স্পেছ (space) ডলাৰ0 সামৰণী মাজু বন্ধনী উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) awkdemo.txt |
| 04:51 | এন্টাৰ (Enter) টিপক |
| 04:53 | ই গোটেই শাৰীটো প্ৰিন্ত কৰিব যিহেতু আমি $0 ব্যৱ্হাৰ কৰিছো |
| 04:58 | মন কৰিব যে নেমচ (names) আৰু stream of students হৈছে দ্বিতীয় আৰু তৃতীয় ফিল্দ |
| 05:04 | ধৰক আমি মাত্ৰ দুটা শাৰী প্ৰিন্ত কৰিব বিচাৰো |
| 05:08 | আমি $0ক ওপৰৰ ক’মান্দত $2 আৰু $3ৰে সলনি কৰিম |
| 05:15 | এন্টাৰ (Enter) টিপক |
| 05:18 | মাত্ৰ দুটা ফিল্দ দেখাইছে |
| 05:21 | ই শুদ্ধ ফলাফল দিয়ে যদিও, দিচপ্লেটো অসমতল আৰু অবিন্যস্ত |
| 05:26 | আমি বিন্যস্ত আউতপুত দিব পাৰো C ষ্টাইলৰ printf ষ্টেতমেন্ত ব্যৱ্হাৰ কৰি |
| 05:32 | আমি লগতে এটা চিৰিয়েল নাম্বাৰ দিব পাৰো এটা বুইল্ত-ইন ভেৰিয়েবল NR ব্যৱ্হাৰ কৰি |
| 05:40 | আমি বুইল্ত-ইন ভেৰিয়েবলৰ বিষয়ে অধিক পাছত চাম |
| 05:44 | এতিয়া লিখক awk স্পেছ (space) মাইনাচ (minus) কেপিতেল (capital) F দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত (Pipe) দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) 'ফ্ৰন্ত-শ্লাচ Pass ফ্ৰন্ত-শ্লাচ আৰম্ভণী মাজু বন্ধনী printf (দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত) "পাৰচেন্তেজ চিহ্ন 4d স্পেছ (space) পাৰচেন্তেজ চিহ্ন -25s স্পেছ (space) পাৰচেন্তেজ চিহ্ন মাইনাচ (minus) 15s স্পেছ (space) backslash n”, দ্বৈত উৰ্দ্ধক’মাৰ পাছত NR, $2, $3 সামৰণী মাজু বন্ধনী ' একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) awkdemo.txt |
| 06:33 | আমি পাৰ্থক্যটো দেখিছো |
| 06:37 | ইয়াত, NR হৈছে ৰেকৰ্দচৰ সংখ্যাৰ বাবে |
| 06:41 | ৰেকৰ্দচ হৈছে ইন্তিজাৰচ (integers), সেইবাবে আমি লিখিছো %d |
| 06:45 | নেম (Name) আৰু ষ্ট্ৰিম (Stream) হৈছে ষ্ট্ৰিংগচ (strings) । গতিকে আমি %s ব্যৱ্হাৰ কৰিছো |
| 06:50 | ইয়াত 25s এ 25 স্পেছেচ (spaces) ৰিজাৰ্ভ কৰিব নেম (Name) ফিল্দৰ বাবে |
| 06:55 | 15s এ 15 স্পেছেচ (spaces) ৰিজাৰ্ভ কৰিব ষ্ট্ৰিম (Stream) ফিল্দৰ বাবে |
| 07:01 | আউতপুতটো সমৰ্থন কৰিবলৈ মাইনাচ চাইনটো (minus sign) ব্যৱ্হাৰ কৰা হৈছে |
| 07:05 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 07:08 | আহক আমাৰ শ্লাইদচলৈ ঘূৰি যাওঁ |
| 07:10 | এই টিউট’ৰিয়েলটোত আমি শিকিলো: * awk ব্যৱ্হাৰ কৰি প্ৰিন্ত কৰিবলৈ |
| 07:16 | awkত ৰেগুলাৰ এক্সপ্ৰেচন * এটা নিৰ্দিষ্ট ষ্ট্ৰিমৰ বাবে এনত্ৰিচ তালিকাভুক্ত কৰিবলৈ |
| 07:21 | মাত্ৰ দ্বিতীয় আৰু তৃতীয় ফিল্দ তালিকাভুক্ত কৰিবলৈ |
| 07:24 | এটা বিন্যস্ত আউতপুত দিচপ্লে কৰিবলৈ |
| 07:28 | এটা এচাইনমেন্ত হিচাবে, অঙ্কিত চাৰফৰ roll no., stream আৰু marks দিচপ্লে কৰক |
| 07:34 | তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক |
| 07:37 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
| 07:40 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে |
| 07:45 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 07:48 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 07:52 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক |
| 07:58 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
| 08:01 | ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
| 08:07 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ: [1] |
| 08:12 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |