Linux-AWK/C2/Basics-of-awk/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 awk ক’মান্দৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত আমি awk ক’মান্দ শিকিম
00:09 আমি ইয়াক কিছু উদাহৰণৰ সহায়ত কৰিম
00:12 এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো:

উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS GNU বেচ (BASH) ভাৰ্চন 4.2.24

00:23 মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব
00:29 আহক আমি awkৰ এটা পৰিচয়ৰে আৰম্ভ কৰো
00:33 awk ক’মান্দটো এটা অতি শক্তিশালী টেকস্ত মেনিপুলেচন তোল
00:38 ইয়াক ৰচোতাৰ নাম দিয়া হৈছে যি Aho, Weinberger আৰু Kernighan হয়
00:44 ই বহুতো ফাংচনচ প্ৰদৰ্শন কৰিব পাৰে
00:46 ই ৰেকৰ্দ এটাৰ ফিল্দ লেভেলত প্ৰয়োগ হয়
00:51 গতিকে, ই সহজে প্ৰবেশ কৰিব পাৰে আৰু ৰেকৰ্দটোৰ স্বতন্ত্ৰ ফিল্দক এদিত কৰে
00:56 আহক আমি কিছু উদাহৰণ চাওঁ
00:59 বৰ্ণনাৰ উদ্দেশ্যে, আমি awkdemo.txt ফাইলটো ব্যৱ্হাৰ কৰো
01:04 আহক আমি awkdemo.txt ফাইলটোৰ উপাদান চাওঁ
01:09 এতিয়া টাৰ্মিনেল (terminal) ওইন্দ’ খুলিবলৈ আপোনাৰ কীবৰ্দত Ctrl + Alt আৰু T কীজ একেলগে টিপক
01:17 আহক awk ক’মান্দ ব্যৱ্হাৰ কৰি প্ৰিন্ত কৰিবলৈ চাওঁ
01:22 লিখক: awk স্পেচ (space) (একক উৰ্দ্ধক’মাৰ ভিতৰত) (ফ্ৰন্ত শ্লাচ) '/Pass (ফ্ৰন্ত শ্লাচ)/(আৰম্ভণী মাজু বন্ধনী) {print (সামৰণী মাজু বন্ধনী)} (উৰ্দ্ধক’মাৰ পাছত) স্পেচ (space) awkdemo.txt
01:38 এন্টাৰ (Enter) টিপক
01:40 ইয়াত, পাচ (Pass) হৈছে নিৰ্বাচন নিৰ্ণায়ক
01:44 awkdemoৰ সকলো শাৰী য’ত পাচ (Pass) আছে সি প্ৰিন্ত হৈছে
01:49 ইয়াত একচনটো হৈছে প্ৰিন্ত
01:52 আমি লগতে awkত ৰেগুলাৰ এক্সপ্ৰেচনচ (regular expressions) ব্যৱ্হাৰ কৰিব পাৰো
01:56 ধৰক, আমি মিৰা ("Mira") নামৰ ষ্টুদেন্তৰ ৰেকৰ্দক প্ৰিন্ত কৰিব বিচাৰো
02:01 আমি লিখিম:

awk স্পেচ (space) '/M (আৰম্ভণী বৰ বন্ধনী) [ ei (সামৰণী বৰ বন্ধনী) ]*ra */{print}' স্পেচ (space) awkdemo.txt

02:27 এন্টাৰ (Enter) টিপক
02:29 "*" এ আগৰ কেৰেক্তাৰৰ এটা বা অধিক ফলন দিব
02:33 তেনেদৰে, i, e আৰু aৰ বাবে এটাতকৈ অধিক ফলনৰ এনত্ৰিচ তালিকাভুক্ত হ’ব
02:40 উদাহৰণস্বৰূপে,
02:42 মিৰা M I R A ৰ সৈতে
02:45 মিৰা M double E R A ৰ সৈতে
02:47 আৰু মিৰা M double E R double A ৰ সৈতে
02:52 awkকে extended regular expressions (ERE) সমৰ্থন কৰে
02:58 যি বুজায় আমি বহুতো পেতাৰ্নচ মিলাব পাৰো এটা পাইপৰে (PIPE) পৃথক কৰি
03:03 মই প্ৰমপ্তটো খালী কৰো
03:05 electrical(ফ্ৰন্ত শ্লাচ) স্পেচ (space) (আৰম্ভণী মাজু বন্ধনী)/{print}(সামৰণী মাজু বন্ধনী) উৰ্দ্ধক’মাৰ পাছত স্পেচ (space)awkdemo.txt
03:23 এন্টাৰ (Enter) টিপক
03:26 এতিয়া চিভিল ("civil") আৰু ইলেকট্ৰিকেল ("electrical") দুয়োটাৰ বাবে এনত্ৰিচ দিছে
03:31 আহক আমাৰ শ্লাইদচলৈ ঘূৰি যাওঁ
03:34 পাৰামিতাৰচ: awkৰ কিছু বিশেষ পাৰামিতাৰচ আছে শাৰী এটাৰ স্বতন্ত্ৰ ফিল্দচ চিনাক্ত কৰিবলৈ
03:41 $1(ড্লাৰ 1) এ প্ৰথম ফিল্দটো সূচাই
03:45 একেদৰে ফিল্দচৰ বাবে আমাৰ $2, $3 আৰু এনেদৰে থাকিব পাৰে
03:53 $0 এ গোটেই শাৰীটোক বুজায়
03:56 আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক
03:59 মন কৰিব যে awkdemo.txt ফাইলটোত প্ৰতিটো শব্দ পাইপৰে (PIPE) পৃথক হৈছে
04:05 এই ক্ষেত্ৰত পাইপক (PIPE) কোৱা হয় এটা দিলিমিটাৰ (delimiter)
04:09 এটা দিলিমিটাৰে (delimiter) এটাৰ পৰা আনটো শব্দক পৃথক কৰে
04:13 এটা দিলিমিটাৰ (delimiter) লগতে হ’ব পাৰে এটা একক হোৱাইত স্পেচ (white space)
04:16 দিলিমিটাৰ (delimiter) এটা সূচীত কৰিবলৈ, আমি - capital F flag এটা দিলিমিটাৰৰ (delimiter) সৈতে দিব লাগিব
04:24 আহক চাওঁ । লিখক: awk স্পেছ (space) মাইনাচ (minus) কেপিতেল (capital) F স্পেছ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত PIPE স্পেছ (space) একক উৰ্দ্ধক’মাৰ ভিতৰত ফ্ৰন্ত-শ্লাচ civil PIPE electrical ফ্ৰন্ত-শ্লাচ আৰম্ভণী মাজু বন্ধনী print স্পেছ (space) ডলাৰ0 সামৰণী মাজু বন্ধনী উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) awkdemo.txt
04:51 এন্টাৰ (Enter) টিপক
04:53 ই গোটেই শাৰীটো প্ৰিন্ত কৰিব যিহেতু আমি $0 ব্যৱ্হাৰ কৰিছো
04:58 মন কৰিব যে নেমচ (names) আৰু stream of students হৈছে দ্বিতীয় আৰু তৃতীয় ফিল্দ
05:04 ধৰক আমি মাত্ৰ দুটা শাৰী প্ৰিন্ত কৰিব বিচাৰো
05:08 আমি $0ক ওপৰৰ ক’মান্দত $2 আৰু $3ৰে সলনি কৰিম
05:15 এন্টাৰ (Enter) টিপক
05:18 মাত্ৰ দুটা ফিল্দ দেখাইছে
05:21 ই শুদ্ধ ফলাফল দিয়ে যদিও, দিচপ্লেটো অসমতল আৰু অবিন্যস্ত
05:26 আমি বিন্যস্ত আউতপুত দিব পাৰো C ষ্টাইলৰ printf ষ্টেতমেন্ত ব্যৱ্হাৰ কৰি
05:32 আমি লগতে এটা চিৰিয়েল নাম্বাৰ দিব পাৰো এটা বুইল্ত-ইন ভেৰিয়েবল NR ব্যৱ্হাৰ কৰি
05:40 আমি বুইল্ত-ইন ভেৰিয়েবলৰ বিষয়ে অধিক পাছত চাম
05:44 এতিয়া লিখক awk স্পেছ (space) মাইনাচ (minus) কেপিতেল (capital) F দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত (Pipe) দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) 'ফ্ৰন্ত-শ্লাচ Pass ফ্ৰন্ত-শ্লাচ আৰম্ভণী মাজু বন্ধনী printf (দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত) "পাৰচেন্তেজ চিহ্ন 4d স্পেছ (space) পাৰচেন্তেজ চিহ্ন -25s স্পেছ (space) পাৰচেন্তেজ চিহ্ন মাইনাচ (minus) 15s স্পেছ (space) backslash n”, দ্বৈত উৰ্দ্ধক’মাৰ পাছত NR, $2, $3 সামৰণী মাজু বন্ধনী ' একক উৰ্দ্ধক’মাৰ পাছত স্পেছ (space) awkdemo.txt
06:33 আমি পাৰ্থক্যটো দেখিছো
06:37 ইয়াত, NR হৈছে ৰেকৰ্দচৰ সংখ্যাৰ বাবে
06:41 ৰেকৰ্দচ হৈছে ইন্তিজাৰচ (integers), সেইবাবে আমি লিখিছো %d
06:45 নেম (Name) আৰু ষ্ট্ৰিম (Stream) হৈছে ষ্ট্ৰিংগচ (strings) । গতিকে আমি %s ব্যৱ্হাৰ কৰিছো
06:50 ইয়াত 25s এ 25 স্পেছেচ (spaces) ৰিজাৰ্ভ কৰিব নেম (Name) ফিল্দৰ বাবে
06:55 15s এ 15 স্পেছেচ (spaces) ৰিজাৰ্ভ কৰিব ষ্ট্ৰিম (Stream) ফিল্দৰ বাবে
07:01 আউতপুতটো সমৰ্থন কৰিবলৈ মাইনাচ চাইনটো (minus sign) ব্যৱ্হাৰ কৰা হৈছে
07:05 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
07:08 আহক আমাৰ শ্লাইদচলৈ ঘূৰি যাওঁ
07:10 এই টিউট’ৰিয়েলটোত আমি শিকিলো: * awk ব্যৱ্হাৰ কৰি প্ৰিন্ত কৰিবলৈ
07:16 awkত ৰেগুলাৰ এক্সপ্ৰেচন * এটা নিৰ্দিষ্ট ষ্ট্ৰিমৰ বাবে এনত্ৰিচ তালিকাভুক্ত কৰিবলৈ
07:21 মাত্ৰ দ্বিতীয় আৰু তৃতীয় ফিল্দ তালিকাভুক্ত কৰিবলৈ
07:24 এটা বিন্যস্ত আউতপুত দিচপ্লে কৰিবলৈ
07:28 এটা এচাইনমেন্ত হিচাবে, অঙ্কিত চাৰফৰ roll no., stream আৰু marks দিচপ্লে কৰক
07:34 তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক
07:37 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
07:40 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে
07:45 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:48 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:52 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক
07:58 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
08:01 ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
08:07 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ: [1]
08:12 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Nancyvarkey