LaTeX/C2/Mathematical-Typesetting/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | লেতেকত (LaTeX) মেথেমেতিকেল টাইপচেতিংগৰ (Mathematical Typesetting) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এটা মনত ৰাখিবলগীয়া: আমি ইয়াক লেতেক (LaTeX) কোৱা উচিত আৰু লেতেক্স (latex) নহয় |
00:15 | এই টিউট’ৰিয়েলটোত, আমি লেতেকত কেনেকৈ গাণিতিক চিহ্ন বনোৱা হয় শিকিম |
00:20 | নিৰ্দিষ্টকৈ, গাণিতিক মোদটোৰ পৰা কেনেকৈ সোমোৱা আৰু ওলোৱা হয় । স্পেছৰ (space) ৰোলটো আৰু সিহতক বনোৱা, |
00:29 | গাণিতিক চিহ্ন |
00:31 | শেষত, A M S math package আৰু মেত্ৰিচেচ (matrices) বনাওঁতে ইয়াৰ ব্যৱ্হাৰ |
00:37 | মই এই টিউট’ৰিয়েলটো 10,000 টকাতকৈ কম দামৰ লেপতপত বনাইছো |
00:43 | মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu), টেকওৱৰ্কচ (TeXworks) আৰু লেতেক (LaTeX) |
00:47 | পূৰ্বে আবশ্যকীয় হৈছে- লেতেকৰ মূল স্প’কেন টিউট’ৰিয়েলচ, |
00:53 | চাইদ-বাই-চাইদ (side-by-side ) টিউট’ৰিয়েললৈ পৰিচয় |
00:56 | সকলো আমাৰ ওৱেবচাইতত উপলদ্ধ |
01:00 | মই 'maths.tex' ফাইলটো ব্যৱ্হাৰ কৰিম |
01:04 | ই এটা ক’ড ফাইল হিচাবে উপলদ্ধ আমাৰ ওৱেব পৃষ্ঠাটোত য’ত আপুনি এই টিউট’ৰিয়েলটো পাইছে |
01:11 | একেটা স্থানত, আপুনি TeX user group, Indiaৰ পৰা এই 'pdf' ফাইলটো পাব |
01:17 | আমি ইয়াক ব্যৱ্হাৰ কৰিব লাগিব যেতিয়া আমি এচাইনমেন্তচ কৰিম |
01:20 | মই টেকওৱৰ্কচ (‘TeXworks’) উইন্দ’লৈ যাওঁ |
01:24 | মই ইতিমধ্যে 'maths.tex' ফাইলটো খুলিলো |
01:27 | অনুগ্ৰহ কৰি এই ফাইলটো দাউনল’দ কৰক আৰু মোৰ সৈতে অভ্যাস কৰক |
01:32 | আমি ইতিমধ্যে কমান্দচ দেখিছো যি এই ফাইলটোৰ ওপৰত আছে |
01:36 | এই কমান্দটোৱে paragraph indentটো আতৰ কৰে |
01:42 | আমি এই ষ্টেতমেন্তটোৰ প্ৰভাবক এটা এচাইনমেন্তৰ দ্বাৰা অধ্যয়ণ কৰিম |
01:47 | আহক আমি গ্ৰীক চিহ্নৰ সৈতে আৰম্ভ কৰো যি গণিতত ব্যৱহৃত হয় |
01:52 | আমি লেতেকত গাণিতিক মোদত যাবলৈ ডলাৰ (dollar) চিহ্ন ব্যৱহাৰ কৰো |
01:57 | আহক আমি আলফাৰ (alpha) সৈতে আৰম্ভ কৰো । আমি লিখো dollar back slash alpha dollar |
02:06 | আহক আমি কম্পাইল কৰো আৰু চাওঁক যে আমি গ্ৰীক আখৰ আলফা (alpha) 'pdf' ত পাইছো |
02:15 | প্ৰথম ডলাৰে কয় যে আমি গাণিতিক মোদত সোমাইছো |
02:20 | দ্বিতীয় ডলাৰে কয় যে আমি এই মোদটো এৰিছো |
02:24 | এতিয়াৰ পৰা, মই ডলাৰ বা বেক শ্লাচক বিতংকৈ উল্লেখ নকৰো |
02:30 | কিন্তু আপুনি পৰ্দাত যি দেখে তাকে কৰিব লাগিব |
02:34 | একেদৰে আমি beta, gamma আৰু delta লিখো । আহক কম্পাইল কৰো |
02:50 | মই 'tex' ফাইলটো ছেভ নকৰিলো, যিহেতু TeXworks এ ইয়াক স্বয়ংক্ৰিয়ভাবে কৰে |
02:56 | আহক এইবোৰ দিলিত কৰো |
03:00 | আমি পাছত গাণিতিক সমীকৰণত স্পেছ (space)ৰ ধাৰণাটো ল’ম |
03:05 | আমি কেনেকৈ alpha a উৎপন্ন কৰিম, যি হৈছে, alpha আৰু 'a' ৰ প্ৰদাক্ত ? |
03:12 | আহক আমি 'alpha a' চেষ্টা কৰো |
03:17 | মই কম্পাইল কৰো |
03:21 | লেতেকে কমপ্লেইন কৰে যে 'alpha a' হৈছে এটা অসূচীত কনট্ৰ’ল চিকোৱেঞ্চ |
03:27 | ই কয় যে ই এই কমান্দটো নুবুজে । মই ইয়াক বন্ধ কৰো |
03:34 | লেতেকে ইয়াক প্ৰতিটো কমান্দৰ পাছত এটা স্পেছ (space) ৰ দ্বাৰা হেন্দল কৰে |
03:39 | আহক 'alpha' ৰ পাছত স্পেছ (space) এটা দিওঁ |
03:44 | আহক কম্পাইলেচনটো এব’ৰ্ত কৰো । আহক ৰিকম্পাইল কৰো; ই সমস্যাটো সমাধান কৰিলে |
03:52 | যিহেতু ই কমান্দ এটা বন্ধ কৰিবলৈ ব্যৱহৃত হয়, স্পেছ (space) টো 'pdf' ত নোলায় |
03:57 | আমি কি কৰিম যদি আমি আউতপুতটোত স্পেছ (space) ক পৰিচয় কৰাব বিচাৰো ? |
04:03 | আমি লেতেকক বিতংকৈ ক’ব লাগিব, আমি এতিয়া কৰাৰ দৰে |
04:07 | আহক লেতেকক নতুন শাৰী এটা আৰম্ভ কৰিবলৈ কওঁ |
04:11 | আহক লিখো alpha backslash space a |
04:17 | ইয়াক কম্পাইল কৰক |
04:20 | ই এটা স্পেছ (space) বনালে |
04:23 | যদি আপুনি অধিক স্পেছ (space) বিচাৰে, 'quad' ব্যৱহাৰ কৰক, আমি এতিয়া কৰাৰ দৰে |
04:31 | ইয়াক কম্পাইল কৰক |
04:34 | আপুনি দেখিছে যে 'quad' এ এটা ডাঙৰ স্পেছ (space) দিছে |
04:40 | আমি এতিয়া অন্য এটা ট’পিকলৈ যাম |
04:43 | আহক শেষৰ দুটা শাৰী দিলিত কৰো । আহক কম্পাইল কৰো |
04:50 | ফন্ট টোৰ কি হয় যেতিয়া আমি টেকস্তৰ পৰা গাণিতিক মোদলৈ যাওঁ ? |
04:56 | ইয়াক বুজিবলৈ, আহক লিখো “Product of $\alpha and a is” |
05:04 | কম্পাইল |
05:07 | আপুনি দেখিছে যে এই দুটা 'a' ৰ ফন্ট বেলেগ |
05:14 | ইয়াক সমাধান কৰা হয় এই 'a' টোকো ডলাৰ (dollar) চিহ্নৰ মাজত লিখি |
05:25 | মই কম্পাইল কৰো |
05:27 | এতিয়া এই দুটা 'a' ৰ ফন্ট একে |
05:32 | ভেৰিয়েবলচৰ ফন্ট একে নৰখাটো এটা কমন ভুল |
05:37 | আহক ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ |
05:40 | কম্পাইল কৰো |
05:43 | আহক এতিয়া বিয়োগ চিহ্ন বনাবৰ বাবে নিয়ম এটাৰ আলোচনা কৰো |
05:48 | ধৰক যে আমি মাইনাচ আলফা (minus alpha) বনাব বিচাৰো আৰু কম্পাইল |
05:58 | আহক কম্পাইল কৰো |
06:01 | মন কৰিব যে ইয়াত মাইনাচ চিহ্নটো এদাল সৰু দেচ হিচাবে আহিছে |
06:07 | আহক লগতে মাইনাচ চিহ্নটোৰ সৈতে কপি কৰো, ডলাৰ চিহ্নৰ ভিতৰত |
06:15 | আহক পুনৰ এবাৰ কম্পাইল কৰো |
06:18 | এতিয়া মাইনাচ চিহ্নটোত পাৰ্থক্যটো চাওঁক । দ্বিতীয়টো হৈছে যি আমাক লাগে, দেচটো ব্যৱ্হাৰ কৰিব নালাগে |
06:27 | ডলাৰৰ ভিতৰত মাইনাচ চিহ্নটো নোথোৱাটো হৈছে নবাগতই কৰা এটা কমন ভুল |
06:33 | আহক এইবোৰ সকলো দিলিত কৰো |
06:36 | পাছত আমি 'frac' কমান্ড আলোচনা কৰিম যি ভগ্নাংশ বনাবলৈ ব্যবহৃত হয় |
06:43 | 'frac a b' । আহক কম্পাইল কৰো |
06:50 | ই 'a' by 'b' জেনেৰেত কৰে । 'frac' কমান্দটো স্পেছ (space) এটাৰ দ্বাৰা বন্ধ কৰা হয় । ই দুটা আৰগুমেন্ত (argument) বিচাৰে |
07:00 | প্ৰথম কেৰেক্তাৰ 'a' ক প্ৰথম আৰগুমেন্ত (argument) হিচাবে লোৱা হয় । ই নিউমেৰেতৰ হয় |
07:07 | দ্বিতীয় কেৰেক্তাৰ 'b' ক দ্বিতীয় আৰগুমেন্ত (argument) হিচাবে লোৱা হয় ; ই দিন’মিনেতৰ হয় |
07:13 | মন কৰিব যে 'a' আৰু 'b' ৰ আকাৰ স্বয়ংক্ৰিয়ভাবে কমি যায় |
07:20 | আমি কি কৰিম যদি আমাৰ দীঘলীয়া কেৰেক্তাৰ থাকে ? |
07:24 | কি হ’ব যদি আমি 'ab' by 'cd' বনাব বিচাৰো ? মই আপুনি ইয়াক চেষ্টা কৰাটো বিচাৰো |
07:31 | লেতেকত, এটা কেৰেক্তাৰতকৈ দীঘল আৰগুমেন্তক (argument) বন্ধনীৰ ভিতৰত ৰখা হয় |
07:37 | উদাহৰণস্বৰূপে, আহক ইয়াত বন্ধনী দিওঁ |
07:41 | যেতিয়া আমি ইয়াক কম্পাইল কৰো, আমি প্ৰয়োজনীয় আউতপুতটো পাওঁ |
07:47 | বন্ধনীৰ ভিতৰত থকা সকলো এনত্ৰিক এটা একক আৰগুমেন্ত (argument) হিচাবে লোৱা হয় |
07:52 | ফলাফল হিচাবে, কোনোৱে যিকোনো জটিল সমীকৰণ বন্ধনীৰ ভিতৰত এন্টাৰ কৰিব পাৰে । আহক এই সকলোবোৰ দিলিত কৰো |
08:01 | এতিয়া আমি চাবস্ক্ৰিপ্টচ আৰু চুপাৰস্ক্ৰিপ্টচ চাম |
08:05 | x আন্দাৰস্ক’ৰ (underscore) a এ x sub a বনায় |
08:14 | 'a' ৰ আকাৰ সয়ংক্ৰিয়ভাবে সঠিক অনুপাতত সৰু হৈ যায় |
08:19 | কি হ’ব যদি আমি 'ab' ক চাবস্ক্ৰিপ্ত হিচাবে থ’ব বিচাৰো? আপুনি বন্ধনী ব্যৱ্হাৰ কৰিব লাগিব । ইয়াক নিজে চেষ্টা কৰক |
08:28 | চুপাৰস্ক্ৰিপ্ট ক্যাৰট (caret) বা আপ এৰ’ (up arrow) চিহ্নৰ দ্বাৰা বনোৱা হয় |
08:33 | উদাহৰণস্বৰূপে, যদি আপুনি 'x' তু দ পাৱাৰ 3 বনাব বিচাৰে, আপুনি লিখিব: x up arrow 3 |
08:43 | আমি লগতে চাবস্ক্ৰিপ্টচ আৰু চুপাৰস্ক্ৰিপ্টচ ক্ৰমাগতভাবে থ’ব পাৰো |
08:48 | আহক থও x sub a চুপাৰস্ক্ৰিপ্ট (superscript) b; আহক কম্পাইল কৰো |
08:58 | পুনৰ এবাৰ, বন্ধনী ব্যৱ্হাৰ কৰি, আমি জটিল চাবস্ক্ৰিপ্টচ আৰু চুপাৰস্ক্ৰিপ্টচ উৎপন্ন কৰিব পাৰো । মই ইয়াক দিলিত কৰো |
09:08 | ঠিক আছে...পাছত আমি মেত্ৰিক্সলৈ (matrix) যাম |
09:12 | a m s math পেকেজটোত কিছু মেত্ৰিক্স দেফিনেচনচ আছে যি মই ভাল পাওঁ |
09:19 | আহক ইয়াক ইউজপেকেজ ('usepackage') কমান্দৰ দ্বাৰা অন্তৰ্ভুক্ত কৰো |
09:26 | এম্পাৰচেন্দ (ampersand), যি হৈছে, এন্দ ('and') চিহ্ন ক’লমনচ পৃথক কৰিবলৈ ব্যৱহৃত হয় |
09:31 | আহক এতিয়া মেত্ৰিক্স এটা বনাওঁ |
09:34 | আমি লিখো 'begin matrix' 'a' আৰু 'b', 'end matrix' । ডলাৰ চিহ্নক নাপাহৰিব |
09:44 | কম্পাইল আৰু মেত্ৰিক্সটো চাওঁক, আশা কৰা ধৰণে |
09:49 | এতিয়া ধৰক, আমি এটা দ্বিতীয় ৰৌ ইয়াত যোগ কৰিব বিচাৰো, আমি দুটা বেক শ্লাচ (back slash) দিম, অৰ্থাৎ, পাছৰ শাৰীটোলৈ যাওঁক |
09:59 | ধৰক যে আমি দ্বিতীয় ৰৌটোত তিনিটা এনত্ৰি বিচাৰো, ধৰক, 'c, d, e' । ইয়াক কম্পাইল কৰক আৰু চাওঁক এতিয়া লগতে দ্বিতীয় ৰৌটো অন্তৰ্ভুক্ত হ’ল |
10:11 | ধৰক আমি মেত্ৰিক্সক 'pmatrix' লৈ সলাওঁ, আৰম্ভণীত আৰু শেষত |
10:17 | কম্পাইল আৰু ইয়াক পাওঁক |
10:21 | এতিয়া আপোনাৰ বাবে সময় হৈছে বিচাৰিবলৈ আৰম্ভ কৰাৰ । আহক এতিয়া শ্লাইদচলৈ যাওঁ |
10:28 | আহক মূলভাব চাওঁ যি আমি এই টিউট’ৰিয়েলটোত শিকিলো- |
10:31 | গাণিতিক মোদত সোমোৱা বা ওলোৱা স্পেছ (space) ব্যৱ্হাৰ কৰি আৰু সিহতক বনোৱা |
10:37 | ভগ্নাংশ, চাবস্ক্ৰিপ্তচ আৰু চুপাৰস্ক্ৰিপ্তচ বন্ধনীত থকা আৰগুমেন্ত (argument) এটাক সূচীত কৰা |
10:44 | 'amsmath' পেকেজ মেত্ৰিক্স বনাবলৈ |
10:48 | আহক মই কিছু এচাইনমেন্তচ দিওঁ |
10:51 | এই এচাইনমেন্তটো হৈছে স্পেচৰ (space) ওপৰত - ডাঙৰ আৰু সৰু, অনুগ্ৰহ কৰি ভিদিঅ’টো ৰখাওঁক, শ্লাইদখন পঢ়ক আৰু এচাইনমেন্তটো কৰক |
11:01 | এই এচাইনমেন্তটো হৈছে বন্ধনী ব্যৱহৃত ভগ্নাংশৰ |
11:06 | এই এচাইনমেন্তটো হৈছে চাবস্ক্ৰিপ্তচ আৰু চুপাৰস্ক্ৰিপ্তচৰ ওপৰত |
11:11 | এই এচাইনমেন্তটোৰ দ্বাৰা, আমি মেত্ৰিক্স বনোৱাৰ কিছু অধিক পদ্ধতি শিকিম |
11:17 | এই এচাইনমেন্তটো হৈছে অধিক গাণিতিক চিহ্ন বনোৱাৰ ওপৰত |
11:21 | ই হৈছে TUG India LaTeX গাইদৰ ওপৰত ভিত্তি কৰি । আহক এতিয়া সেই দকোমেন্তটো চাওঁ |
11:29 | মই ইতিমধ্যে আপোনাক এই দকোমেন্তটো দাউনল’দ কৰিবলৈ কৈছিলো আমাৰ ওৱেব পৃষ্ঠাৰ পৰা |
11:34 | আপুনি এই দকোমেন্তটোত দিয়া কিছু চিহ্নক পুনৰ উৎপন্ন কৰিব |
11:39 | আপুনি পাছৰ এচাইনমেন্তটোত অধিক চিহ্ন চেষ্টা কৰিব |
11:43 | এই এচাইনমেন্তটোওঁ লগতে TUG India দকোমেন্তটোৰ ওপৰত ভিত্তি কৰি |
11:48 | আপুনি এই এচাইনমেন্তটোত থকা পাৰাগ্ৰাফটোৰ সৈতে প্ৰমাণ কৰিব |
11:53 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
11:56 | এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় |
12:00 | আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
12:04 | আমি স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতো । প্ৰমাণপত্ৰ দিওঁ । অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰক |
12:11 | আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক, মিনিট আৰু চেকেন্দ বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে |
12:20 | আপোনাৰ প্ৰশ্নটো বিতংকৈ বৰ্ণনা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
12:27 | স্প’কেন টিউট’ৰিয়েল ফৰাম হৈছে এই টিউট’ৰিয়েলৰ নিৰ্দিষ্ট প্ৰশ্নৰ বাবে । অনুগ্ৰহ কৰি সংগতি নথকা আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
12:36 | ই বিশৃঙ্খলতা কমোৱাত সহায় কৰিব । কম বিশৃঙ্খলতাৰ সৈতে, আমি এই আলোচনাক নিৰ্দেসাত্মক উপাদান হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম |
12:44 | স্প’কেন টিউট’ৰিয়েলচত নাসামৰা ট’পিকচৰ বাবে, এই এদ্ৰেচত ষ্টাক এক্সচেঞ্জ (stack exchange) চাওঁক |
12:50 | ই হৈছে লেতেকৰ ওপৰত উত্তৰ পাবলৈ এটা উত্তম ঠাই |
12:53 | আপোনাৰ লগতে আমাৰ কৰ্মশালা, প্ৰমাণপত্ৰ, ইত্যাদিৰ ওপৰত প্ৰশ্ন থাকিব পাৰে । ইয়াৰ বাবে, আমাৰ সৈতে যোগাযোগ কৰক এই ইমেইল এদ্ৰেচটোত |
13:03 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
13:09 | সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায় |