LaTeX/C2/Mathematical-Typesetting/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 লেতেকত (LaTeX) মেথেমেতিকেল টাইপচেতিংগৰ (Mathematical Typesetting) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এটা মনত ৰাখিবলগীয়া: আমি ইয়াক লেতেক (LaTeX) কোৱা উচিত আৰু লেতেক্স (latex) নহয়
00:15 এই টিউট’ৰিয়েলটোত, আমি লেতেকত কেনেকৈ গাণিতিক চিহ্ন বনোৱা হয় শিকিম
00:20 নিৰ্দিষ্টকৈ, গাণিতিক মোদটোৰ পৰা কেনেকৈ সোমোৱা আৰু ওলোৱা হয় । স্পেছৰ (space) ৰোলটো আৰু সিহতক বনোৱা,
00:29 গাণিতিক চিহ্ন
00:31 শেষত, A M S math package আৰু মেত্ৰিচেচ (matrices) বনাওঁতে ইয়াৰ ব্যৱ্হাৰ
00:37 মই এই টিউট’ৰিয়েলটো 10,000 টকাতকৈ কম দামৰ লেপতপত বনাইছো
00:43 মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu), টেকওৱৰ্কচ (TeXworks) আৰু লেতেক (LaTeX)
00:47 পূৰ্বে আবশ্যকীয় হৈছে- লেতেকৰ মূল স্প’কেন টিউট’ৰিয়েলচ,
00:53 চাইদ-বাই-চাইদ (side-by-side ) টিউট’ৰিয়েললৈ পৰিচয়
00:56 সকলো আমাৰ ওৱেবচাইতত উপলদ্ধ
01:00 মই 'maths.tex' ফাইলটো ব্যৱ্হাৰ কৰিম
01:04 ই এটা ক’ড ফাইল হিচাবে উপলদ্ধ আমাৰ ওৱেব পৃষ্ঠাটোত য’ত আপুনি এই টিউট’ৰিয়েলটো পাইছে
01:11 একেটা স্থানত, আপুনি TeX user group, Indiaৰ পৰা এই 'pdf' ফাইলটো পাব
01:17 আমি ইয়াক ব্যৱ্হাৰ কৰিব লাগিব যেতিয়া আমি এচাইনমেন্তচ কৰিম
01:20 মই টেকওৱৰ্কচ (‘TeXworks’) উইন্দ’লৈ যাওঁ
01:24 মই ইতিমধ্যে 'maths.tex' ফাইলটো খুলিলো
01:27 অনুগ্ৰহ কৰি এই ফাইলটো দাউনল’দ কৰক আৰু মোৰ সৈতে অভ্যাস কৰক
01:32 আমি ইতিমধ্যে কমান্দচ দেখিছো যি এই ফাইলটোৰ ওপৰত আছে
01:36 এই কমান্দটোৱে paragraph indentটো আতৰ কৰে
01:42 আমি এই ষ্টেতমেন্তটোৰ প্ৰভাবক এটা এচাইনমেন্তৰ দ্বাৰা অধ্যয়ণ কৰিম
01:47 আহক আমি গ্ৰীক চিহ্নৰ সৈতে আৰম্ভ কৰো যি গণিতত ব্যৱহৃত হয়
01:52 আমি লেতেকত গাণিতিক মোদত যাবলৈ ডলাৰ (dollar) চিহ্ন ব্যৱহাৰ কৰো
01:57 আহক আমি আলফাৰ (alpha) সৈতে আৰম্ভ কৰো । আমি লিখো dollar back slash alpha dollar
02:06 আহক আমি কম্পাইল কৰো আৰু চাওঁক যে আমি গ্ৰীক আখৰ আলফা (alpha) 'pdf' ত পাইছো
02:15 প্ৰথম ডলাৰে কয় যে আমি গাণিতিক মোদত সোমাইছো
02:20 দ্বিতীয় ডলাৰে কয় যে আমি এই মোদটো এৰিছো
02:24 এতিয়াৰ পৰা, মই ডলাৰ বা বেক শ্লাচক বিতংকৈ উল্লেখ নকৰো
02:30 কিন্তু আপুনি পৰ্দাত যি দেখে তাকে কৰিব লাগিব
02:34 একেদৰে আমি beta, gamma আৰু delta লিখো । আহক কম্পাইল কৰো
02:50 মই 'tex' ফাইলটো ছেভ নকৰিলো, যিহেতু TeXworks এ ইয়াক স্বয়ংক্ৰিয়ভাবে কৰে
02:56 আহক এইবোৰ দিলিত কৰো
03:00 আমি পাছত গাণিতিক সমীকৰণত স্পেছ (space)ৰ ধাৰণাটো ল’ম
03:05 আমি কেনেকৈ alpha a উৎপন্ন কৰিম, যি হৈছে, alpha আৰু 'a' ৰ প্ৰদাক্ত ?
03:12 আহক আমি 'alpha a' চেষ্টা কৰো
03:17 মই কম্পাইল কৰো
03:21 লেতেকে কমপ্লেইন কৰে যে 'alpha a' হৈছে এটা অসূচীত কনট্ৰ’ল চিকোৱেঞ্চ
03:27 ই কয় যে ই এই কমান্দটো নুবুজে । মই ইয়াক বন্ধ কৰো
03:34 লেতেকে ইয়াক প্ৰতিটো কমান্দৰ পাছত এটা স্পেছ (space) ৰ দ্বাৰা হেন্দল কৰে
03:39 আহক 'alpha' ৰ পাছত স্পেছ (space) এটা দিওঁ
03:44 আহক কম্পাইলেচনটো এব’ৰ্ত কৰো । আহক ৰিকম্পাইল কৰো; ই সমস্যাটো সমাধান কৰিলে
03:52 যিহেতু ই কমান্দ এটা বন্ধ কৰিবলৈ ব্যৱহৃত হয়, স্পেছ (space) টো 'pdf' ত নোলায়
03:57 আমি কি কৰিম যদি আমি আউতপুতটোত স্পেছ (space) ক পৰিচয় কৰাব বিচাৰো ?
04:03 আমি লেতেকক বিতংকৈ ক’ব লাগিব, আমি এতিয়া কৰাৰ দৰে
04:07 আহক লেতেকক নতুন শাৰী এটা আৰম্ভ কৰিবলৈ কওঁ
04:11 আহক লিখো alpha backslash space a
04:17 ইয়াক কম্পাইল কৰক
04:20 ই এটা স্পেছ (space) বনালে
04:23 যদি আপুনি অধিক স্পেছ (space) বিচাৰে, 'quad' ব্যৱহাৰ কৰক, আমি এতিয়া কৰাৰ দৰে
04:31 ইয়াক কম্পাইল কৰক
04:34 আপুনি দেখিছে যে 'quad' এ এটা ডাঙৰ স্পেছ (space) দিছে
04:40 আমি এতিয়া অন্য এটা ট’পিকলৈ যাম
04:43 আহক শেষৰ দুটা শাৰী দিলিত কৰো । আহক কম্পাইল কৰো
04:50 ফন্ট টোৰ কি হয় যেতিয়া আমি টেকস্তৰ পৰা গাণিতিক মোদলৈ যাওঁ ?
04:56 ইয়াক বুজিবলৈ, আহক লিখো “Product of $\alpha and a is”
05:04 কম্পাইল
05:07 আপুনি দেখিছে যে এই দুটা 'a' ৰ ফন্ট বেলেগ
05:14 ইয়াক সমাধান কৰা হয় এই 'a' টোকো ডলাৰ (dollar) চিহ্নৰ মাজত লিখি
05:25 মই কম্পাইল কৰো
05:27 এতিয়া এই দুটা 'a' ৰ ফন্ট একে
05:32 ভেৰিয়েবলচৰ ফন্ট একে নৰখাটো এটা কমন ভুল
05:37 আহক ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ
05:40 কম্পাইল কৰো
05:43 আহক এতিয়া বিয়োগ চিহ্ন বনাবৰ বাবে নিয়ম এটাৰ আলোচনা কৰো
05:48 ধৰক যে আমি মাইনাচ আলফা (minus alpha) বনাব বিচাৰো আৰু কম্পাইল
05:58 আহক কম্পাইল কৰো
06:01 মন কৰিব যে ইয়াত মাইনাচ চিহ্নটো এদাল সৰু দেচ হিচাবে আহিছে
06:07 আহক লগতে মাইনাচ চিহ্নটোৰ সৈতে কপি কৰো, ডলাৰ চিহ্নৰ ভিতৰত
06:15 আহক পুনৰ এবাৰ কম্পাইল কৰো
06:18 এতিয়া মাইনাচ চিহ্নটোত পাৰ্থক্যটো চাওঁক । দ্বিতীয়টো হৈছে যি আমাক লাগে, দেচটো ব্যৱ্হাৰ কৰিব নালাগে
06:27 ডলাৰৰ ভিতৰত মাইনাচ চিহ্নটো নোথোৱাটো হৈছে নবাগতই কৰা এটা কমন ভুল
06:33 আহক এইবোৰ সকলো দিলিত কৰো
06:36 পাছত আমি 'frac' কমান্ড আলোচনা কৰিম যি ভগ্নাংশ বনাবলৈ ব্যবহৃত হয়
06:43 'frac a b' । আহক কম্পাইল কৰো
06:50 ই 'a' by 'b' জেনেৰেত কৰে । 'frac' কমান্দটো স্পেছ (space) এটাৰ দ্বাৰা বন্ধ কৰা হয় । ই দুটা আৰগুমেন্ত (argument) বিচাৰে
07:00 প্ৰথম কেৰেক্তাৰ 'a' ক প্ৰথম আৰগুমেন্ত (argument) হিচাবে লোৱা হয় । ই নিউমেৰেতৰ হয়
07:07 দ্বিতীয় কেৰেক্তাৰ 'b' ক দ্বিতীয় আৰগুমেন্ত (argument) হিচাবে লোৱা হয় ; ই দিন’মিনেতৰ হয়
07:13 মন কৰিব যে 'a' আৰু 'b' ৰ আকাৰ স্বয়ংক্ৰিয়ভাবে কমি যায়
07:20 আমি কি কৰিম যদি আমাৰ দীঘলীয়া কেৰেক্তাৰ থাকে ?
07:24 কি হ’ব যদি আমি 'ab' by 'cd' বনাব বিচাৰো ? মই আপুনি ইয়াক চেষ্টা কৰাটো বিচাৰো
07:31 লেতেকত, এটা কেৰেক্তাৰতকৈ দীঘল আৰগুমেন্তক (argument) বন্ধনীৰ ভিতৰত ৰখা হয়
07:37 উদাহৰণস্বৰূপে, আহক ইয়াত বন্ধনী দিওঁ
07:41 যেতিয়া আমি ইয়াক কম্পাইল কৰো, আমি প্ৰয়োজনীয় আউতপুতটো পাওঁ
07:47 বন্ধনীৰ ভিতৰত থকা সকলো এনত্ৰিক এটা একক আৰগুমেন্ত (argument) হিচাবে লোৱা হয়
07:52 ফলাফল হিচাবে, কোনোৱে যিকোনো জটিল সমীকৰণ বন্ধনীৰ ভিতৰত এন্টাৰ কৰিব পাৰে । আহক এই সকলোবোৰ দিলিত কৰো
08:01 এতিয়া আমি চাবস্ক্ৰিপ্টচ আৰু চুপাৰস্ক্ৰিপ্টচ চাম
08:05 x আন্দাৰস্ক’ৰ (underscore) ax sub a বনায়
08:14 'a' ৰ আকাৰ সয়ংক্ৰিয়ভাবে সঠিক অনুপাতত সৰু হৈ যায়
08:19 কি হ’ব যদি আমি 'ab' ক চাবস্ক্ৰিপ্ত হিচাবে থ’ব বিচাৰো? আপুনি বন্ধনী ব্যৱ্হাৰ কৰিব লাগিব । ইয়াক নিজে চেষ্টা কৰক
08:28 চুপাৰস্ক্ৰিপ্ট ক্যাৰট (caret) বা আপ এৰ’ (up arrow) চিহ্নৰ দ্বাৰা বনোৱা হয়
08:33 উদাহৰণস্বৰূপে, যদি আপুনি 'x' তু দ পাৱাৰ 3 বনাব বিচাৰে, আপুনি লিখিব: x up arrow 3
08:43 আমি লগতে চাবস্ক্ৰিপ্টচ আৰু চুপাৰস্ক্ৰিপ্টচ ক্ৰমাগতভাবে থ’ব পাৰো
08:48 আহক থও x sub a চুপাৰস্ক্ৰিপ্ট (superscript) b; আহক কম্পাইল কৰো
08:58 পুনৰ এবাৰ, বন্ধনী ব্যৱ্হাৰ কৰি, আমি জটিল চাবস্ক্ৰিপ্টচ আৰু চুপাৰস্ক্ৰিপ্টচ উৎপন্ন কৰিব পাৰো । মই ইয়াক দিলিত কৰো
09:08 ঠিক আছে...পাছত আমি মেত্ৰিক্সলৈ (matrix) যাম
09:12 a m s math পেকেজটোত কিছু মেত্ৰিক্স দেফিনেচনচ আছে যি মই ভাল পাওঁ
09:19 আহক ইয়াক ইউজপেকেজ ('usepackage') কমান্দৰ দ্বাৰা অন্তৰ্ভুক্ত কৰো
09:26 এম্পাৰচেন্দ (ampersand), যি হৈছে, এন্দ ('and') চিহ্ন ক’লমনচ পৃথক কৰিবলৈ ব্যৱহৃত হয়
09:31 আহক এতিয়া মেত্ৰিক্স এটা বনাওঁ
09:34 আমি লিখো 'begin matrix' 'a' আৰু 'b', 'end matrix' । ডলাৰ চিহ্নক নাপাহৰিব
09:44 কম্পাইল আৰু মেত্ৰিক্সটো চাওঁক, আশা কৰা ধৰণে
09:49 এতিয়া ধৰক, আমি এটা দ্বিতীয় ৰৌ ইয়াত যোগ কৰিব বিচাৰো, আমি দুটা বেক শ্লাচ (back slash) দিম, অৰ্থাৎ, পাছৰ শাৰীটোলৈ যাওঁক
09:59 ধৰক যে আমি দ্বিতীয় ৰৌটোত তিনিটা এনত্ৰি বিচাৰো, ধৰক, 'c, d, e' । ইয়াক কম্পাইল কৰক আৰু চাওঁক এতিয়া লগতে দ্বিতীয় ৰৌটো অন্তৰ্ভুক্ত হ’ল
10:11 ধৰক আমি মেত্ৰিক্সক 'pmatrix' লৈ সলাওঁ, আৰম্ভণীত আৰু শেষত
10:17 কম্পাইল আৰু ইয়াক পাওঁক
10:21 এতিয়া আপোনাৰ বাবে সময় হৈছে বিচাৰিবলৈ আৰম্ভ কৰাৰ । আহক এতিয়া শ্লাইদচলৈ যাওঁ
10:28 আহক মূলভাব চাওঁ যি আমি এই টিউট’ৰিয়েলটোত শিকিলো-
10:31 গাণিতিক মোদত সোমোৱা বা ওলোৱা স্পেছ (space) ব্যৱ্হাৰ কৰি আৰু সিহতক বনোৱা
10:37 ভগ্নাংশ, চাবস্ক্ৰিপ্তচ আৰু চুপাৰস্ক্ৰিপ্তচ বন্ধনীত থকা আৰগুমেন্ত (argument) এটাক সূচীত কৰা
10:44 'amsmath' পেকেজ মেত্ৰিক্স বনাবলৈ
10:48 আহক মই কিছু এচাইনমেন্তচ দিওঁ
10:51 এই এচাইনমেন্তটো হৈছে স্পেচৰ (space) ওপৰত - ডাঙৰ আৰু সৰু, অনুগ্ৰহ কৰি ভিদিঅ’টো ৰখাওঁক, শ্লাইদখন পঢ়ক আৰু এচাইনমেন্তটো কৰক
11:01 এই এচাইনমেন্তটো হৈছে বন্ধনী ব্যৱহৃত ভগ্নাংশৰ
11:06 এই এচাইনমেন্তটো হৈছে চাবস্ক্ৰিপ্তচ আৰু চুপাৰস্ক্ৰিপ্তচৰ ওপৰত
11:11 এই এচাইনমেন্তটোৰ দ্বাৰা, আমি মেত্ৰিক্স বনোৱাৰ কিছু অধিক পদ্ধতি শিকিম
11:17 এই এচাইনমেন্তটো হৈছে অধিক গাণিতিক চিহ্ন বনোৱাৰ ওপৰত
11:21 ই হৈছে TUG India LaTeX গাইদৰ ওপৰত ভিত্তি কৰি । আহক এতিয়া সেই দকোমেন্তটো চাওঁ
11:29 মই ইতিমধ্যে আপোনাক এই দকোমেন্তটো দাউনল’দ কৰিবলৈ কৈছিলো আমাৰ ওৱেব পৃষ্ঠাৰ পৰা
11:34 আপুনি এই দকোমেন্তটোত দিয়া কিছু চিহ্নক পুনৰ উৎপন্ন কৰিব
11:39 আপুনি পাছৰ এচাইনমেন্তটোত অধিক চিহ্ন চেষ্টা কৰিব
11:43 এই এচাইনমেন্তটোওঁ লগতে TUG India দকোমেন্তটোৰ ওপৰত ভিত্তি কৰি
11:48 আপুনি এই এচাইনমেন্তটোত থকা পাৰাগ্ৰাফটোৰ সৈতে প্ৰমাণ কৰিব
11:53 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:56 এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায়
12:00 আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
12:04 আমি স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতো । প্ৰমাণপত্ৰ দিওঁ । অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰক
12:11 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক, মিনিট আৰু চেকেন্দ বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে
12:20 আপোনাৰ প্ৰশ্নটো বিতংকৈ বৰ্ণনা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
12:27 স্প’কেন টিউট’ৰিয়েল ফৰাম হৈছে এই টিউট’ৰিয়েলৰ নিৰ্দিষ্ট প্ৰশ্নৰ বাবে । অনুগ্ৰহ কৰি সংগতি নথকা আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
12:36 ই বিশৃঙ্খলতা কমোৱাত সহায় কৰিব । কম বিশৃঙ্খলতাৰ সৈতে, আমি এই আলোচনাক নিৰ্দেসাত্মক উপাদান হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
12:44 স্প’কেন টিউট’ৰিয়েলচত নাসামৰা ট’পিকচৰ বাবে, এই এদ্ৰেচত ষ্টাক এক্সচেঞ্জ (stack exchange) চাওঁক
12:50 ই হৈছে লেতেকৰ ওপৰত উত্তৰ পাবলৈ এটা উত্তম ঠাই
12:53 আপোনাৰ লগতে আমাৰ কৰ্মশালা, প্ৰমাণপত্ৰ, ইত্যাদিৰ ওপৰত প্ৰশ্ন থাকিব পাৰে । ইয়াৰ বাবে, আমাৰ সৈতে যোগাযোগ কৰক এই ইমেইল এদ্ৰেচটোত
13:03 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
13:09 সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায়

Contributors and Content Editors

Mausamh9