Scilab/C4/Calling-User-Defined-Functions-in-XCOS/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Xcosত ইউজাৰ-দিফাইন্দ ফাংচনচ কল কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: |
00:09 | চাইলেবত (Scilab) স্কোৱাৰিং ফাংচন এটা লিখিবলৈ |
00:12 | Xcos ত চাইফাংক (scifunc) ব্ল’কটো ব্যৱ্হাৰ কৰিবলৈ |
00:15 | মাক্স (MUX) ব্ল’ক ব্যৱ্হাৰ কৰি বহুতো প্ল’তচ আকিবলৈ |
00:19 | বহুতো ইনপুত আৰু আউতপুত থকা ফাংচনক কল কৰিবলৈ |
00:24 | উবুন্তো 12.04 হৈছে ব্যৱহৃত অপাৰেতিং চিষ্টেমটো ইনস্ত’ল হৈ থকা চাইলেব ভাৰ্চন 5.3.3 ৰ সৈতে |
00:32 | আপোনাৰ চাইলেবৰ (Scilab) মুল জ্ঞান থাকিব লাগিব, |
00:35 | Xcosৰ মুল জ্ঞান থাকিব লাগিব |
00:38 | যদি নাই, সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি spoken hyphen tutorial dot org চাওঁক |
00:44 | আপোনাৰ কম্পিউতাৰত চাইলেব (Scilab) আৰম্ভ কৰক |
00:47 | চাইলেব (Scilab) কনচ’লত, লিখক এদিতৰ (editor) আৰু এন্টাৰ (Enter) টিপক |
00:53 | তেতিয়া তলৰ ক’ড লিখক: |
00:55 | ফাংচন স্পেচ y সমান স্কোৱাৰইত আৰম্ভণী বন্ধনী a সামৰণী বন্ধনী |
01:07 | এন্টাৰ (Enter) কী টিপক আৰু লিখক: |
01:10 | y সমান a ৰেইজ তু 2 |
01:14 | শেষত চেমিক’লন এটা দিয়ক |
01:17 | ফাংচনটোৰ এটা ইনপুত ভেৰিয়েবল a আৰু এটা আউতপুত ভেৰিয়েবল y আছে |
01:24 | ফাংচনটোৰ নামটো হৈছে স্কোৱাৰইত (squareit) |
01:27 | এই ফাংচনটোৱে a ভেৰিয়েবলটোক স্কোৱাৰ কৰাৰ কামটো কৰিব |
01:31 | ই ফলাফলটো yত জমা কৰিব |
01:34 | আহক আমি এই ফাইলটো আকাঙ্ক্ষিত দাইৰেক্তৰীটোত ছেভ কৰো |
01:38 | মই এই ফাইলটো স্কোৱাৰইত (squareit) ফাইলনেমৰ আৰু .sci এক্সতেনচনৰ সৈতে ছেভ কৰিম |
01:44 | ইয়াত আমি .sci ফৰ্মেতত ফাংচনচ ছেভ কৰাৰ কনভেনচনক অনুসৰণ কৰিছো |
01:50 | চাইলেব (Scilab) কনচ’ললৈ যাওঁক |
01:53 | এতিয়া, Xcos লিখক আৰু এন্টাৰ (Enter) টিপক |
01:57 | দুখন উইন্দ’ খুলিব, |
01:59 | এটা পেলেত ব্ৰাউজাৰ (Palette browser) আৰু এখন আনটাইটলদ (Untitled) Xcos উইন্দ’ |
02:04 | এতিয়া আমি Xcos দায়েগ্ৰামটো বনাম |
02:06 | ই এইমাত্ৰ বনোৱা স্কোৱাৰইত (squareit) ফাংচনটোক এক্সেচ কৰিব |
02:10 | ইয়াক কৰিব পাৰি চাইফাংক (scifunc) ব্ল’ক ব্যৱ্হাৰ কৰি |
02:14 | পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’লৈ যাওঁক |
02:17 | পেলেত ব্ৰাউজাৰত ইউজাৰ-দিফাইন্দ (User-Defined) ফাংচনটোত ক্লিক কৰক |
02:21 | এই চেকচনত scifunc_block_m ব্ল’কটোক বিচাৰক |
02:27 | ইয়াক আনটাইটলদ (Untitled) Xcos উইন্দ’ত দ্ৰাগ আৰু দ্ৰপ কৰক |
02:32 | মই উন্নত দৰ্শনৰ বাবে আনটাইটলদ (Untitled) Xcos উইন্দ’ক জোম কৰিম |
02:36 | মই জোম বুটামটো ব্যৱ্হাৰ কৰিম আপুনি দেখাৰ দৰে |
02:40 | এতিয়া চাইফাংক (scifunc) ব্ল’কত দুবাৰ ক্লিক কৰক কনফিগাৰ কৰিবলৈ |
02:44 | চাইলেব মাল্টিপল ভেলুচ ৰিকোৱেষ্ট (Scilab Multiple Values Request) নামৰ উইন্দ’ এখন খুলিব |
02:49 | এই উইন্দ’খনে আপোনাক চাইফাংক (scifunc) ব্ল’কটোৰ ইনপুত আৰু আউতপুত প’ৰ্তৰ সংখ্যাক সলাবলৈ অনুমতি দিব |
02:56 | আমাৰ স্কোৱাৰইত (squareit) ফাংচনটোৰ মাত্ৰ এটা ইনপুত আৰু আউতপুত ভেৰিয়েবল আছে |
03:00 | গতিকে, আমি চেতিংচ নসলাওঁ |
03:03 | OK ত টিপক |
03:05 | এখন নতুন চাইলেব ইনপুত ভেলু ৰিকোৱেষ্ট (Scilab Input Value Request) উইন্দ’ খুলিব |
03:09 | টেকস্ত বক্সটোত, ফাংচন নামটো লিখক ইনপুত আৰু আউতপুত ভেৰিয়েবলৰ সৈতে |
03:14 | চাইফাংক (scifunc) ব্ল’কটোৱে এই ফাংচটো মাতিব |
03:18 | উপলদ্ধ টেকস্ত বক্সটোত, |
03:20 | দিফল্ট ফাংচন নামটো এদিত কৰক |
03:22 | লিখক y1 সমান স্কোৱাৰইত (squareit) আৰম্ভণী বন্ধনী u1 সামৰণী বন্ধনী |
03:31 | মন কৰিব যে ইয়াত ইনপুত আৰু আউতপুত ভেৰিয়েবল হৈছে u1 আৰু y1 |
03:37 | ইহ্ত যথাযথভাবে u আৰু y ফৰ্মত থাকিব লাগিব আৰু প্ৰকৃত ফাংচনত ব্যৱহৃত ভেৰিয়েবল নামৰ মতে নহয় |
03:45 | OK ত টিপক |
03:47 | আনএখন চাইলেব ইনপুত ভেলু ৰিকোৱেষ্ট (Scilab Input Value Request) উইন্দ’ খুলিব |
03:51 | OK ত টিপি থাকিব পৰবৰ্তী তিনিখন উইন্দ’ত যি আহিব |
03:56 | চাইফাংক (scifunc) ব্ল’কটো এতিয়া কনফিগাৰ হ’ল |
04:00 | পাছত আমি এটা sinusoid জেনেৰেতৰ ব্ল’ক সংলগ্ন কৰিম |
04:04 | পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’ত, চৌৰ্চেচ (Sources) চেকচনত টিপক |
04:08 | আনটাইটলদ (Untitled) Xcos উইন্দ’ত Sinusoid জেনেৰেতৰ ব্ল’কটো দ্ৰাগ আৰু দ্ৰপ কৰক |
04:14 | ব্ল’কটো চাইফাংক (scifunc) ব্ল’কটোৰ বাওঁফালে থওঁক, সুবিধাৰ বাবে |
04:20 | এতিয়া আউতপুত ভেৰিয়েবলটো প্ল’ত কৰিবলৈ আমাক এটা ব্ল’ক লাগিব |
04:23 | পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’ত, চিংকচ (Sinks) চেকচনত টিপক |
04:29 | আনটাইটলদ (Untitled) Xcos উইন্দ’ত CScope ব্ল’কটো দ্ৰাগ আৰু দ্ৰপ কৰক |
04:34 | ব্ল’কটো চাইফাংক (scifunc) ব্ল’কটোৰ সোফালে থওঁক |
04:38 | ইয়াক চাইফাংক (scifunc) ব্ল’কটোৰ পৰা আতৰত থওঁক, সুবিধাৰ বাবে |
04:43 | মন কৰিব যে CScope ব্ল’কটোৰ এটা ৰঙা ইনপুত প’ৰ্ত আছে |
04:47 | এইটো হৈছে এটা ইভেন্ত ইনপুত |
04:49 | আমাক এটা ইভেন্ত জেনেৰেতৰ ব্ল’ক লাগিব |
04:52 | পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’ত, চৌৰ্চেচ (Sources) চেকচনত টিপক |
04:57 | আনটাইটলদ (Untitled) Xcos উইন্দ’ত CLOCK আন্দাৰস্ক’ৰ c ব্ল’কটো দ্ৰাগ আৰু দ্ৰপ কৰক |
05:05 | ইয়াক CScope ব্ল’কটোৰ ওপৰত থওঁক |
05:08 | মন কৰিব যে CScope ব্ল’কটোৰ মাত্ৰ এটা ইনপুত প’ৰ্ত আছে |
05:13 | কিন্তু আমি ইনপুত আৰু আউতপুত ভেৰিয়েবল দুয়োটাকে এটা একক প্ল’ত ঊইন্দ’ত প্ল’ত কৰিব বিচাৰো |
05:18 | গতিকে, আমাক এটা multiplexer ব্ল’ক লাগিব |
05:22 | এই ব্ল’কটোৱে দুটা ইনপুত মাল্টিপ্লেক্স কৰিব আৰু এটা আউতপুত প’ৰ্তত আউতপুত জেনেৰেত কৰিব |
05:28 | পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’ত, চিগনেল ৰাউতিং (Signal Routing) চেকচনত টিপক |
05:33 | আনটাইটলদ (Untitled) Xcos উইন্দ’ত মাক্স (MUX) ব্ল’কটো দ্ৰাগ আৰু দ্ৰপ কৰক |
05:39 | চাইফাংক (scifunc) ব্ল’ক আৰু CScope ব্ল’কৰ মাজত ব্ল’কটো থওঁক |
05:43 | মই মাক্স (MUX) ব্ল’কটো ৰিচাইজ আৰু ৰিএলাইন কৰো |
05:47 | এতিয়া, আহক আমি ব্ল’কচক একেলগে সংযোগ কৰো |
05:51 | Sinusoid জেনেৰেতৰ ব্ল’কৰ আউতপুত প’ৰ্তটো চাইফাংক (scifunc) ব্ল’কৰ ইনপুত প’ৰ্তলৈ সংযোগ কৰক |
05:57 | এতিয়া চাইফাংক (scifunc) ব্ল’কৰ আউতপুত প’ৰ্তটো মাক্সৰ (MUX) তলৰ ইনপুত প’ৰ্তলৈ সংযোগ কৰক |
06:04 | মাক্স (MUX) ব্ল’কৰ আউতপুত প’ৰ্তটো CScope ব্ল’কৰ ইনপুত প’ৰ্তলৈ সংযোগ কৰক |
06:10 | CLOCK আন্দাৰস্ক’ৰ c ব্ল’কৰ আউতপুত প’ৰ্তটো CScope ব্ল’কৰ ইভেন্ত ইনপুত প’ৰ্তলৈ সংযোগ কৰক |
06:19 | আমি লগতে চাইন (sine) ইনপুতটো প্ল’ত কৰিব লাগিব |
06:22 | আমি Sinusoid জেনেৰেতৰ ব্ল’কটো মাক্সলৈ (MUX) সংযোগ কৰিব লাগিব |
06:26 | মাক্স (MUX) ব্ল’কৰ ওপৰৰ ইনপুত প’ৰ্তটোত টিপক |
06:30 | তেতিয়া এৰি নিদিয়াকৈ, আপোনাৰ মাউচৰ পইন্তাৰটো Sinusoid জেনেৰেতৰ ব্ল’ক আৰু চাইফাংক (scifunc) ব্ল’কৰ মাজৰ লিংকটোলৈ নিয়ক |
06:39 | লিংকটো বেকা কৰিবলৈ, মাউচ বুটামটো এৰি দিয়ক বা ঠাইসমূহত ক্লিক কৰক |
06:44 | যেতিয়া আপুনি পইন্তাৰটো লিংকটোলৈ আনে, লিংকটো সেউজীয়া হয় |
06:49 | মাউচ বুটামটো এৰি দিয়ক বা আৰু এবাৰ ক্লিক কৰক এই ব্ল’ক দুটাৰ মাজত লিংক এটা বনাবলৈ |
06:55 | এতিয়া আহক আমি অন্য ব্ল’কৰ কনফিগুৰেচন চাওঁ |
06:59 | আমি Sinusoid জেনেৰেতৰ ব্ল’কটোৰ ফ্ৰিকোৱেঞ্চি (frequency), মেগনিতিউদ (magnitude) আৰু ফেজ (phase) সলাব পাৰো |
07:04 | ইয়াক কৰিবলৈ, Sinusoid জেনেৰেতৰ ব্ল’কটোত দুবাৰ টিপক |
07:09 | কনফিগুৰেচন উইন্দ’ খুলিব |
07:11 | আমি মেগনিতিউদ (magnitude) আৰু ফ্ৰিকোৱেঞ্চি (frequency) 1 হিচাবে আৰু ফেজ (phase) 0 হিচাবে ৰাখিম |
07:18 | কনফিগুৰেচন উইন্দ’ক বন্ধ কৰিবলৈ OK ত টিপক |
07:21 | এতিয়া আহক আমি CScope ব্ল’কক কনফিগাৰ কৰো |
07:25 | CScope ব্ল’কত দুবাৰ টিপক ইয়াৰ কনফিগুৰেচন উইন্দ’ খুলিবলৈ |
07:30 | Ymin পাৰামিতাৰক মাইনাচ 2 লৈ আৰু Ymax পাৰামিতাৰক 2 লৈ সলাওঁক |
07:37 | ৰিফ্ৰেচ পিৰিয়্দ (Refresh period) মানটো 10 লৈ সলাওঁক |
07:41 | এই মানটো মনত ৰাখিব |
07:44 | বাফাৰ চাইজ (Buffer size) মানটো 2 লৈ সলাওঁক |
07:47 | OK ত টিপক |
07:50 | এতিয়া আহক আমি CLOCK_c ব্ল’কটো কনফিগাৰ কৰো |
07:54 | ব্ল’কটোত দুবাৰ টিপক ইয়াৰ কনফিগুৰেচন উইন্দ’ খুলিবলৈ |
07:58 | পিৰিয়্দৰ (Period) মানটো 0.1 হিচাবে ৰাখিব |
08:02 | ইনিচিয়েলাইজেচন টাইমটো (Initialisation Time) 0 লৈ সলাওঁক |
08:06 | OK ত টিপক |
08:08 | এতিয়া আহক আমি চিমোলেচন (Simulation) পাৰামিতাৰচ সলাওঁ |
08:12 | আনটাইটলদ (Untitled) Xcos উইন্দ’ৰ মেনু বাৰত চিমোলেচন (Simulation) টেবত টিপক |
08:17 | এতিয়া দ্ৰপ দাউন মেনুৰ পৰা চেতাপত (Setup) টিপক |
08:22 | ফাইনেল ইন্তিগ্ৰেচন টাইমক (Final Integration time) সলাওঁক CScope ব্ল’কৰ ৰিফ্ৰেচ পিৰিয়্দক (Refresh period) মিলাবলৈ |
08:28 | ৰিফ্ৰেচ পিৰিয়্দৰ (Refresh period) মানটো 10 আছিল |
08:32 | গতিকে, ফাইনেল ইন্তিগ্ৰেচন টাইমৰ (Final Integration time) মানটো 10 হিচাবে দিয়ক |
08:36 | OK ত টিপক |
08:38 | এতিয়া, Xcos দায়েগ্ৰামটো ছেভ কৰিবলৈ ফাইলত (File) আৰু তাৰপাছত ছেভত (Save) টিপক |
08:44 | Xcos দায়েগ্ৰামটো ছেভ কৰিবলৈ আকাঙ্ক্ষিত দাইৰেক্তৰী এটা বাচক |
08:48 | যিকিনহওঁক, ইয়াক ফ’ল্দাৰটোত ছেভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে য’ত আপুনি squareit.sci ফাইলটো ছেভ কৰিছিলে |
08:56 | OK ত টিপক |
08:58 | মন কৰিব যে চাইফাংক (scifunc) ব্ল’কটোৱে স্কোৱাৰইত (squareit) ফাংচনটো মাতিব |
09:02 | ই বুজাই যে আমি প্ৰথমে স্কোৱাৰইত (squareit) ফাংচনটো ল’দ কৰিব লাগিব Xcos দায়েগ্ৰামটো এক্সিকিউত কৰাৰ আগতে |
09:09 | চাইলেব এদিতৰ (Scilab editor) উইন্দ’লৈ যাওঁক, য’ত squareit.sci ফাইলটো খোলা আছে |
09:16 | এদিতৰৰ মেনু বাৰত উপলদ্ধ এক্সিকিউত (Execute) বুটামত টিপক |
09:21 | ই স্কোৱাৰইত (squareit) ফাংচনটো ল’দ কৰিব |
09:24 | এতিয়া আমি Xcos দায়েগ্ৰামটো এক্সিকিউত কৰিব পাৰো |
09:28 | Xcos দায়েগ্ৰাম ফাইলটো খোলক |
09:31 | Xcos উইন্দ’ৰ মেনু বাৰত উপলদ্ধ ষ্টাৰ্ত (Start) বুটামত টিপক |
09:37 | গ্ৰাফিক উইন্দ’ এখন আহিব |
09:39 | এই উইন্দ’ৰ দুটা প্ল’ত থাকিব |
09:42 | ইনপুত চাইন ওৱেভ (sine wave) ক’লা ৰঙত আৰু আউতপুত চাইন ওৱেভ (sine wave) সেউজীয়া ৰঙত |
09:47 | মন কৰিব যে স্কোৱাৰইত (squareit) ফাংচনত ইমপ্লিমেন্ত কৰা স্কোৱাৰিং ফাংচনে, ইনপুত চাইন ওৱেভক স্কোৱাৰ কৰিছে |
09:55 | সেইবাবে, আউতপুত চাইন (sine) ওৱেভ প’জিতিভ এক্সিচত চিফত হৈছে |
10:00 | প্ল’ত (plot) উইন্দ’ বন্ধ কৰক |
10:02 | এতিয়া, আহক আমি চাওঁ কেনেকৈ চাইফাংক (scifunc) ব্ল’কটোক এদিত কৰা হয় ফাংচন এটা কল (call) কৰিবলৈ যাৰ এটাতকৈ অধিক ইনপুত আৰু আউতপুত ভেৰিয়েবলচ আছে |
10:10 | চাইলেব (scilab) এদিতৰ উইন্দ’লৈ যাওঁক |
10:13 | স্কোৱাৰইত (squareit) ফাংচনটো এদিত কৰক দুটা ইনপুত আৰু আউতপুত ভেৰিয়েবলচ থাকিবলৈ |
10:19 | আউতপুত ভেৰিয়েবলটো এদিত কৰক আৰম্ভণী বৰ বন্ধনী y ক’মা z সামৰণী বৰ বন্ধনী হিচাবে |
10:28 | ইনপুত ভেৰিয়েবলটো এদিত কৰক আৰম্ভণী বন্ধনী a ক’মা b সামৰণী বন্ধনী হিচাবে |
10:36 | আমি ফাংচনটো সলাম স্কোৱাৰ কৰা আউত্পুতটো 1 ইউনিতৰ দ্বাৰা চিফত কৰিবলৈ |
10:41 | মেইন ফাংচন শাৰীটো এদিত কৰক: |
10:44 | y সমান b প্লাচ a ৰেইজ তু তু শেষত চেমিক’লন এটা দিয়ক |
10:51 | লগতে আউতপুত এটা জেনেৰেত কৰক যাৰ এমপ্লিতিউদ ইনপুতটোৰ আধা হ’ব |
10:56 | পাছৰ শাৰীটোলৈ যাওঁক এন্টাৰ (Enter) কী টিপি আৰু লিখক: |
11:01 | z সমান 0.5 পুৰণ a শেষত চেমিক’লন এটা দিয়ক |
11:10 | এতিয়া ফাইলটো ছেভ কৰক |
11:12 | Xcos উইন্দ’লৈ যাওঁক |
11:15 | চাইফাংক (scifunc) ব্ল’কত দুবাৰ ক্লিক কৰক কনফিগাৰ কৰিবলৈ |
11:19 | ইনপুত প’ৰ্ত চাইজ (input port size) ফিল্দত, 1 ক’মা 1 ৰ পাছত চেমিক’লন এটা দিয়ক আৰু পুনৰ এবাৰ 1 ক’মা 1 লিখক |
11:27 | একেদৰে, আউতপুত প’ৰ্ত চাইজ (output port size) ফিল্দত, 1 ক’মা 1 ৰ পাছত চেমিক’লন এটা দিয়ক আৰু পুনৰ এবাৰ 1 ক’মা 1 লিখক |
11:36 | OK ত টিপক |
11:38 | এখন নতুন চাইলেব ইনপুত ভেলু ৰিকোৱেষ্ট (Scilab Input Value Request) উইন্দ’ খুলিব |
11:41 | টেকস্ত বক্সত, |
11:43 | y1ৰ পাছত ক’মা এটা দিয়ক আৰু y2 লিখক, |
11:48 | y1 আৰু y2 ক বৰ বন্ধনীত ৰাখক, |
11:52 | এতিয়া u1 ৰ পাছত ক’মা এটা দিয়ক আৰু u2 লিখক |
11:57 | OK ত টিপক |
11:59 | আন এখন চাইলেব ইনপুত ভেলু ৰিকোৱেষ্ট (Scilab Input Value Request) উইন্দ’ খুলিব |
12:03 | OK ত টিপি থাকিব পৰবৰ্তী তিনিখন উইন্দ’ত যি আহিব |
12:08 | চাইফাংক (scifunc) ব্ল’কটো এতিয়া কনফিগাৰ হ’ল |
12:11 | মই চাইফাংক (scifunc) ব্ল’কটো ৰিএলাইন কৰো |
12:14 | পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’লৈ যাওঁক |
12:17 | চৌৰ্চেচ (Sources) চেকচনত, কনচতেন্ত আন্দাৰস্ক’ৰ m ব্ল’কক Xcos উইন্দ’ত দ্ৰাগ আৰু দ্ৰপ কৰক |
12:24 | ইয়াক Sinusoid জেনেৰেতৰ ব্ল’কটোৰ তলত থওঁক |
12:28 | কনচতেন্ত আন্দাৰস্ক’ৰ m ব্ল’কক চাইফাংক (scifunc) ব্ল’কৰ তলৰ ইনপুতলৈ সংযোগ কৰক |
12:36 | এই ব্ল’কটোৰ দিফল্ট মানটো হৈছে 1 |
12:39 | ইয়াক সলনি নকৰিব |
12:41 | মাক্স (MUX) ব্ল’কটোত দুবাৰ টিপক |
12:44 | ইনপুত প’ৰ্ত চাইজক (input port size) 3 লৈ সলাওঁক |
12:47 | OK ত টিপক |
12:48 | মই মাক্স (MUX) ব্ল’কটো ৰিচাইজ কৰিম আৰু মাক্স (MUX) আৰু CSCOPE ব্ল’কক সঠিকভাবে সংযোগ কৰিম |
12:59 | চাইফাংক (scifunc) ব্ল’কৰ তলৰ আউতপুত প’ৰ্তক মাক্স (MUX) ব্ল’কৰ তলৰ ইনপুত প’ৰ্তলৈ সংযোগ কৰক |
13:07 | ফাইলত (File) টিপক আৰু xcos ফাইলটো ছেভ কৰিবলৈ ছেভক (Save) বাচক |
13:12 | চাইলেব এদিতৰটোলৈ (Scilab editor) যাওঁক য’ত squareit.sci ফাইলটো খোলা আছে |
13:18 | এদিতৰটোৰ মেনু বাৰত উপলদ্ধ এক্সিকিউত (Execute) বুটামত টিপক |
13:23 | ই স্কোৱাৰইত (squareit) ফাংচনটো ল’দ কৰিব |
13:26 | এতিয়া আমি Xcos দায়েগ্ৰামটো এক্সিকিউত কৰিব পাৰো |
13:30 | Xcos উইন্দ’ৰ মেনু বাৰত উপলদ্ধ ষ্টাৰ্ত (Start) বুটামত টিপক |
13:35 | গ্ৰাফিক উইন্দ’ এখন আহিব |
13:38 | এই উইন্দ’ত তিনিটা প্ল’ত থাকিব |
13:40 | ইনপুত চাইন ওৱেভ (sine wave) ক’লা ৰঙত, |
13:43 | আউতপুত চাইন ওৱেভ (sine wave) সেউজীয়া ৰঙত আৰু |
13:45 | এমপ্লিতিউদ স্কেলদ ইনপুত ৰঙা ৰঙত |
13:49 | মন কৰিব যে ফাংচনটোৱে ইনপুত চাইন ওৱেভক (sine wave) স্কোৱাৰ কৰিছে আৰু লগতে ইয়াক 1 ইউনিতৰ দ্বাৰা চিফত কৰিছে, যি আশাকৰা ধৰণে হৈছে |
13:59 | আমি লগতে ইনপুত চাইন ওৱেভৰ (sine wave) এমপ্লিতিউদ স্কেলদ পাইছো, আশাকৰা ধৰণে |
14:05 | প্ল’ত উইন্দ’ বন্ধ কৰক |
14:08 | এতিয়া আহক আমি মূলভাব চাওঁ |
14:10 | এই টিউট’ৰিয়েলটোত আমি শিকিলো: |
14:12 | * চাইলেবত (Scilab) স্কোৱাৰিং ফাংচন এটা লিখিবলৈ |
14:15 | * Xcos ত চাইফাংক (scifunc) ব্ল’কটো ব্যৱ্হাৰ কৰিবলৈ |
14:19 | * মাক্স (MUX) ব্ল’ক ব্যৱ্হাৰ কৰি বহুতো প্ল’তচ আকিবলৈ |
14:22 | * বহুতো ইনপুত আৰু আউতপুত থকা ফাংচনক কল কৰিবলৈ |
14:26 | তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক |
14:29 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
14:33 | আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
14:37 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে : |
14:40 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
14:43 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
14:47 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
14:53 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয় |
14:57 | ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
15:05 | এই মিচনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ |
15:15 | আশা কৰো আপোনাৰ বাবে এই টিউট’ৰিয়েলটো উপকাৰী হৈছে |
15:19 | মই মৌচুম হাজৰিকা |