Scilab/C4/Calling-User-Defined-Functions-in-XCOS/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Xcosত ইউজাৰ-দিফাইন্দ ফাংচনচ কল কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:09 চাইলেবত (Scilab) স্কোৱাৰিং ফাংচন এটা লিখিবলৈ
00:12 Xcosচাইফাংক (scifunc) ব্ল’কটো ব্যৱ্হাৰ কৰিবলৈ
00:15 মাক্স (MUX) ব্ল’ক ব্যৱ্হাৰ কৰি বহুতো প্ল’তচ আকিবলৈ
00:19 বহুতো ইনপুত আৰু আউতপুত থকা ফাংচনক কল কৰিবলৈ
00:24 উবুন্তো 12.04 হৈছে ব্যৱহৃত অপাৰেতিং চিষ্টেমটো ইনস্ত’ল হৈ থকা চাইলেব ভাৰ্চন 5.3.3 ৰ সৈতে
00:32 আপোনাৰ চাইলেবৰ (Scilab) মুল জ্ঞান থাকিব লাগিব,
00:35 Xcosৰ মুল জ্ঞান থাকিব লাগিব
00:38 যদি নাই, সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি spoken hyphen tutorial dot org চাওঁক
00:44 আপোনাৰ কম্পিউতাৰত চাইলেব (Scilab) আৰম্ভ কৰক
00:47 চাইলেব (Scilab) কনচ’লত, লিখক এদিতৰ (editor) আৰু এন্টাৰ (Enter) টিপক
00:53 তেতিয়া তলৰ ক’ড লিখক:
00:55 ফাংচন স্পেচ y সমান স্কোৱাৰইত আৰম্ভণী বন্ধনী a সামৰণী বন্ধনী
01:07 এন্টাৰ (Enter) কী টিপক আৰু লিখক:
01:10 y সমান a ৰেইজ তু 2
01:14 শেষত চেমিক’লন এটা দিয়ক
01:17 ফাংচনটোৰ এটা ইনপুত ভেৰিয়েবল a আৰু এটা আউতপুত ভেৰিয়েবল y আছে
01:24 ফাংচনটোৰ নামটো হৈছে স্কোৱাৰইত (squareit)
01:27 এই ফাংচনটোৱে a ভেৰিয়েবলটোক স্কোৱাৰ কৰাৰ কামটো কৰিব
01:31 ই ফলাফলটো yত জমা কৰিব
01:34 আহক আমি এই ফাইলটো আকাঙ্ক্ষিত দাইৰেক্তৰীটোত ছেভ কৰো
01:38 মই এই ফাইলটো স্কোৱাৰইত (squareit) ফাইলনেমৰ আৰু .sci এক্সতেনচনৰ সৈতে ছেভ কৰিম
01:44 ইয়াত আমি .sci ফৰ্মেতত ফাংচনচ ছেভ কৰাৰ কনভেনচনক অনুসৰণ কৰিছো
01:50 চাইলেব (Scilab) কনচ’ললৈ যাওঁক
01:53 এতিয়া, Xcos লিখক আৰু এন্টাৰ (Enter) টিপক
01:57 দুখন উইন্দ’ খুলিব,
01:59 এটা পেলেত ব্ৰাউজাৰ (Palette browser) আৰু এখন আনটাইটলদ (Untitled) Xcos উইন্দ’
02:04 এতিয়া আমি Xcos দায়েগ্ৰামটো বনাম
02:06 ই এইমাত্ৰ বনোৱা স্কোৱাৰইত (squareit) ফাংচনটোক এক্সেচ কৰিব
02:10 ইয়াক কৰিব পাৰি চাইফাংক (scifunc) ব্ল’ক ব্যৱ্হাৰ কৰি
02:14 পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’লৈ যাওঁক
02:17 পেলেত ব্ৰাউজাৰত ইউজাৰ-দিফাইন্দ (User-Defined) ফাংচনটোত ক্লিক কৰক
02:21 এই চেকচনত scifunc_block_m ব্ল’কটোক বিচাৰক
02:27 ইয়াক আনটাইটলদ (Untitled) Xcos উইন্দ’ত দ্ৰাগ আৰু দ্ৰপ কৰক
02:32 মই উন্নত দৰ্শনৰ বাবে আনটাইটলদ (Untitled) Xcos উইন্দ’ক জোম কৰিম
02:36 মই জোম বুটামটো ব্যৱ্হাৰ কৰিম আপুনি দেখাৰ দৰে
02:40 এতিয়া চাইফাংক (scifunc) ব্ল’কত দুবাৰ ক্লিক কৰক কনফিগাৰ কৰিবলৈ
02:44 চাইলেব মাল্টিপল ভেলুচ ৰিকোৱেষ্ট (Scilab Multiple Values Request) নামৰ উইন্দ’ এখন খুলিব
02:49 এই উইন্দ’খনে আপোনাক চাইফাংক (scifunc) ব্ল’কটোৰ ইনপুত আৰু আউতপুত প’ৰ্তৰ সংখ্যাক সলাবলৈ অনুমতি দিব
02:56 আমাৰ স্কোৱাৰইত (squareit) ফাংচনটোৰ মাত্ৰ এটা ইনপুত আৰু আউতপুত ভেৰিয়েবল আছে
03:00 গতিকে, আমি চেতিংচ নসলাওঁ
03:03 OK ত টিপক
03:05 এখন নতুন চাইলেব ইনপুত ভেলু ৰিকোৱেষ্ট (Scilab Input Value Request) উইন্দ’ খুলিব
03:09 টেকস্ত বক্সটোত, ফাংচন নামটো লিখক ইনপুত আৰু আউতপুত ভেৰিয়েবলৰ সৈতে
03:14 চাইফাংক (scifunc) ব্ল’কটোৱে এই ফাংচটো মাতিব
03:18 উপলদ্ধ টেকস্ত বক্সটোত,
03:20 দিফল্ট ফাংচন নামটো এদিত কৰক
03:22 লিখক y1 সমান স্কোৱাৰইত (squareit) আৰম্ভণী বন্ধনী u1 সামৰণী বন্ধনী
03:31 মন কৰিব যে ইয়াত ইনপুত আৰু আউতপুত ভেৰিয়েবল হৈছে u1 আৰু y1
03:37 ইহ্ত যথাযথভাবে u আৰু y ফৰ্মত থাকিব লাগিব আৰু প্ৰকৃত ফাংচনত ব্যৱহৃত ভেৰিয়েবল নামৰ মতে নহয়
03:45 OK ত টিপক
03:47 আনএখন চাইলেব ইনপুত ভেলু ৰিকোৱেষ্ট (Scilab Input Value Request) উইন্দ’ খুলিব
03:51 OK ত টিপি থাকিব পৰবৰ্তী তিনিখন উইন্দ’ত যি আহিব
03:56 চাইফাংক (scifunc) ব্ল’কটো এতিয়া কনফিগাৰ হ’ল
04:00 পাছত আমি এটা sinusoid জেনেৰেতৰ ব্ল’ক সংলগ্ন কৰিম
04:04 পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’ত, চৌৰ্চেচ (Sources) চেকচনত টিপক
04:08 আনটাইটলদ (Untitled) Xcos উইন্দ’ত Sinusoid জেনেৰেতৰ ব্ল’কটো দ্ৰাগ আৰু দ্ৰপ কৰক
04:14 ব্ল’কটো চাইফাংক (scifunc) ব্ল’কটোৰ বাওঁফালে থওঁক, সুবিধাৰ বাবে
04:20 এতিয়া আউতপুত ভেৰিয়েবলটো প্ল’ত কৰিবলৈ আমাক এটা ব্ল’ক লাগিব
04:23 পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’ত, চিংকচ (Sinks) চেকচনত টিপক
04:29 আনটাইটলদ (Untitled) Xcos উইন্দ’ত CScope ব্ল’কটো দ্ৰাগ আৰু দ্ৰপ কৰক
04:34 ব্ল’কটো চাইফাংক (scifunc) ব্ল’কটোৰ সোফালে থওঁক
04:38 ইয়াক চাইফাংক (scifunc) ব্ল’কটোৰ পৰা আতৰত থওঁক, সুবিধাৰ বাবে
04:43 মন কৰিব যে CScope ব্ল’কটোৰ এটা ৰঙা ইনপুত প’ৰ্ত আছে
04:47 এইটো হৈছে এটা ইভেন্ত ইনপুত
04:49 আমাক এটা ইভেন্ত জেনেৰেতৰ ব্ল’ক লাগিব
04:52 পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’ত, চৌৰ্চেচ (Sources) চেকচনত টিপক
04:57 আনটাইটলদ (Untitled) Xcos উইন্দ’ত CLOCK আন্দাৰস্ক’ৰ c ব্ল’কটো দ্ৰাগ আৰু দ্ৰপ কৰক
05:05 ইয়াক CScope ব্ল’কটোৰ ওপৰত থওঁক
05:08 মন কৰিব যে CScope ব্ল’কটোৰ মাত্ৰ এটা ইনপুত প’ৰ্ত আছে
05:13 কিন্তু আমি ইনপুত আৰু আউতপুত ভেৰিয়েবল দুয়োটাকে এটা একক প্ল’ত ঊইন্দ’ত প্ল’ত কৰিব বিচাৰো
05:18 গতিকে, আমাক এটা multiplexer ব্ল’ক লাগিব
05:22 এই ব্ল’কটোৱে দুটা ইনপুত মাল্টিপ্লেক্স কৰিব আৰু এটা আউতপুত প’ৰ্তত আউতপুত জেনেৰেত কৰিব
05:28 পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’ত, চিগনেল ৰাউতিং (Signal Routing) চেকচনত টিপক
05:33 আনটাইটলদ (Untitled) Xcos উইন্দ’ত মাক্স (MUX) ব্ল’কটো দ্ৰাগ আৰু দ্ৰপ কৰক
05:39 চাইফাংক (scifunc) ব্ল’ক আৰু CScope ব্ল’কৰ মাজত ব্ল’কটো থওঁক
05:43 মই মাক্স (MUX) ব্ল’কটো ৰিচাইজ আৰু ৰিএলাইন কৰো
05:47 এতিয়া, আহক আমি ব্ল’কচক একেলগে সংযোগ কৰো
05:51 Sinusoid জেনেৰেতৰ ব্ল’কৰ আউতপুত প’ৰ্তটো চাইফাংক (scifunc) ব্ল’কৰ ইনপুত প’ৰ্তলৈ সংযোগ কৰক
05:57 এতিয়া চাইফাংক (scifunc) ব্ল’কৰ আউতপুত প’ৰ্তটো মাক্সৰ (MUX) তলৰ ইনপুত প’ৰ্তলৈ সংযোগ কৰক
06:04 মাক্স (MUX) ব্ল’কৰ আউতপুত প’ৰ্তটো CScope ব্ল’কৰ ইনপুত প’ৰ্তলৈ সংযোগ কৰক
06:10 CLOCK আন্দাৰস্ক’ৰ c ব্ল’কৰ আউতপুত প’ৰ্তটো CScope ব্ল’কৰ ইভেন্ত ইনপুত প’ৰ্তলৈ সংযোগ কৰক
06:19 আমি লগতে চাইন (sine) ইনপুতটো প্ল’ত কৰিব লাগিব
06:22 আমি Sinusoid জেনেৰেতৰ ব্ল’কটো মাক্সলৈ (MUX) সংযোগ কৰিব লাগিব
06:26 মাক্স (MUX) ব্ল’কৰ ওপৰৰ ইনপুত প’ৰ্তটোত টিপক
06:30 তেতিয়া এৰি নিদিয়াকৈ, আপোনাৰ মাউচৰ পইন্তাৰটো Sinusoid জেনেৰেতৰ ব্ল’ক আৰু চাইফাংক (scifunc) ব্ল’কৰ মাজৰ লিংকটোলৈ নিয়ক
06:39 লিংকটো বেকা কৰিবলৈ, মাউচ বুটামটো এৰি দিয়ক বা ঠাইসমূহত ক্লিক কৰক
06:44 যেতিয়া আপুনি পইন্তাৰটো লিংকটোলৈ আনে, লিংকটো সেউজীয়া হয়
06:49 মাউচ বুটামটো এৰি দিয়ক বা আৰু এবাৰ ক্লিক কৰক এই ব্ল’ক দুটাৰ মাজত লিংক এটা বনাবলৈ
06:55 এতিয়া আহক আমি অন্য ব্ল’কৰ কনফিগুৰেচন চাওঁ
06:59 আমি Sinusoid জেনেৰেতৰ ব্ল’কটোৰ ফ্ৰিকোৱেঞ্চি (frequency), মেগনিতিউদ (magnitude) আৰু ফেজ (phase) সলাব পাৰো
07:04 ইয়াক কৰিবলৈ, Sinusoid জেনেৰেতৰ ব্ল’কটোত দুবাৰ টিপক
07:09 কনফিগুৰেচন উইন্দ’ খুলিব
07:11 আমি মেগনিতিউদ (magnitude) আৰু ফ্ৰিকোৱেঞ্চি (frequency) 1 হিচাবে আৰু ফেজ (phase) 0 হিচাবে ৰাখিম
07:18 কনফিগুৰেচন উইন্দ’ক বন্ধ কৰিবলৈ OK ত টিপক
07:21 এতিয়া আহক আমি CScope ব্ল’কক কনফিগাৰ কৰো
07:25 CScope ব্ল’কত দুবাৰ টিপক ইয়াৰ কনফিগুৰেচন উইন্দ’ খুলিবলৈ
07:30 Ymin পাৰামিতাৰক মাইনাচ 2 লৈ আৰু Ymax পাৰামিতাৰক 2 লৈ সলাওঁক
07:37 ৰিফ্ৰেচ পিৰিয়্দ (Refresh period) মানটো 10 লৈ সলাওঁক
07:41 এই মানটো মনত ৰাখিব
07:44 বাফাৰ চাইজ (Buffer size) মানটো 2 লৈ সলাওঁক
07:47 OK ত টিপক
07:50 এতিয়া আহক আমি CLOCK_c ব্ল’কটো কনফিগাৰ কৰো
07:54 ব্ল’কটোত দুবাৰ টিপক ইয়াৰ কনফিগুৰেচন উইন্দ’ খুলিবলৈ
07:58 পিৰিয়্দৰ (Period) মানটো 0.1 হিচাবে ৰাখিব
08:02 ইনিচিয়েলাইজেচন টাইমটো (Initialisation Time) 0 লৈ সলাওঁক
08:06 OK ত টিপক
08:08 এতিয়া আহক আমি চিমোলেচন (Simulation) পাৰামিতাৰচ সলাওঁ
08:12 আনটাইটলদ (Untitled) Xcos উইন্দ’ৰ মেনু বাৰত চিমোলেচন (Simulation) টেবত টিপক
08:17 এতিয়া দ্ৰপ দাউন মেনুৰ পৰা চেতাপত (Setup) টিপক
08:22 ফাইনেল ইন্তিগ্ৰেচন টাইমক (Final Integration time) সলাওঁক CScope ব্ল’কৰ ৰিফ্ৰেচ পিৰিয়্দক (Refresh period) মিলাবলৈ
08:28 ৰিফ্ৰেচ পিৰিয়্দৰ (Refresh period) মানটো 10 আছিল
08:32 গতিকে, ফাইনেল ইন্তিগ্ৰেচন টাইমৰ (Final Integration time) মানটো 10 হিচাবে দিয়ক
08:36 OK ত টিপক
08:38 এতিয়া, Xcos দায়েগ্ৰামটো ছেভ কৰিবলৈ ফাইলত (File) আৰু তাৰপাছত ছেভত (Save) টিপক
08:44 Xcos দায়েগ্ৰামটো ছেভ কৰিবলৈ আকাঙ্ক্ষিত দাইৰেক্তৰী এটা বাচক
08:48 যিকিনহওঁক, ইয়াক ফ’ল্দাৰটোত ছেভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে য’ত আপুনি squareit.sci ফাইলটো ছেভ কৰিছিলে
08:56 OK ত টিপক
08:58 মন কৰিব যে চাইফাংক (scifunc) ব্ল’কটোৱে স্কোৱাৰইত (squareit) ফাংচনটো মাতিব
09:02 ই বুজাই যে আমি প্ৰথমে স্কোৱাৰইত (squareit) ফাংচনটো ল’দ কৰিব লাগিব Xcos দায়েগ্ৰামটো এক্সিকিউত কৰাৰ আগতে
09:09 চাইলেব এদিতৰ (Scilab editor) উইন্দ’লৈ যাওঁক, য’ত squareit.sci ফাইলটো খোলা আছে
09:16 এদিতৰৰ মেনু বাৰত উপলদ্ধ এক্সিকিউত (Execute) বুটামত টিপক
09:21 ই স্কোৱাৰইত (squareit) ফাংচনটো ল’দ কৰিব
09:24 এতিয়া আমি Xcos দায়েগ্ৰামটো এক্সিকিউত কৰিব পাৰো
09:28 Xcos দায়েগ্ৰাম ফাইলটো খোলক
09:31 Xcos উইন্দ’ৰ মেনু বাৰত উপলদ্ধ ষ্টাৰ্ত (Start) বুটামত টিপক
09:37 গ্ৰাফিক উইন্দ’ এখন আহিব
09:39 এই উইন্দ’ৰ দুটা প্ল’ত থাকিব
09:42 ইনপুত চাইন ওৱেভ (sine wave) ক’লা ৰঙত আৰু আউতপুত চাইন ওৱেভ (sine wave) সেউজীয়া ৰঙত
09:47 মন কৰিব যে স্কোৱাৰইত (squareit) ফাংচনত ইমপ্লিমেন্ত কৰা স্কোৱাৰিং ফাংচনে, ইনপুত চাইন ওৱেভক স্কোৱাৰ কৰিছে
09:55 সেইবাবে, আউতপুত চাইন (sine) ওৱেভ প’জিতিভ এক্সিচত চিফত হৈছে
10:00 প্ল’ত (plot) উইন্দ’ বন্ধ কৰক
10:02 এতিয়া, আহক আমি চাওঁ কেনেকৈ চাইফাংক (scifunc) ব্ল’কটোক এদিত কৰা হয় ফাংচন এটা কল (call) কৰিবলৈ যাৰ এটাতকৈ অধিক ইনপুত আৰু আউতপুত ভেৰিয়েবলচ আছে
10:10 চাইলেব (scilab) এদিতৰ উইন্দ’লৈ যাওঁক
10:13 স্কোৱাৰইত (squareit) ফাংচনটো এদিত কৰক দুটা ইনপুত আৰু আউতপুত ভেৰিয়েবলচ থাকিবলৈ
10:19 আউতপুত ভেৰিয়েবলটো এদিত কৰক আৰম্ভণী বৰ বন্ধনী y ক’মা z সামৰণী বৰ বন্ধনী হিচাবে
10:28 ইনপুত ভেৰিয়েবলটো এদিত কৰক আৰম্ভণী বন্ধনী a ক’মা b সামৰণী বন্ধনী হিচাবে
10:36 আমি ফাংচনটো সলাম স্কোৱাৰ কৰা আউত্পুতটো 1 ইউনিতৰ দ্বাৰা চিফত কৰিবলৈ
10:41 মেইন ফাংচন শাৰীটো এদিত কৰক:
10:44 y সমান b প্লাচ a ৰেইজ তু তু শেষত চেমিক’লন এটা দিয়ক
10:51 লগতে আউতপুত এটা জেনেৰেত কৰক যাৰ এমপ্লিতিউদ ইনপুতটোৰ আধা হ’ব
10:56 পাছৰ শাৰীটোলৈ যাওঁক এন্টাৰ (Enter) কী টিপি আৰু লিখক:
11:01 z সমান 0.5 পুৰণ a শেষত চেমিক’লন এটা দিয়ক
11:10 এতিয়া ফাইলটো ছেভ কৰক
11:12 Xcos উইন্দ’লৈ যাওঁক
11:15 চাইফাংক (scifunc) ব্ল’কত দুবাৰ ক্লিক কৰক কনফিগাৰ কৰিবলৈ
11:19 ইনপুত প’ৰ্ত চাইজ (input port size) ফিল্দত, 1 ক’মা 1 ৰ পাছত চেমিক’লন এটা দিয়ক আৰু পুনৰ এবাৰ 1 ক’মা 1 লিখক
11:27 একেদৰে, আউতপুত প’ৰ্ত চাইজ (output port size) ফিল্দত, 1 ক’মা 1 ৰ পাছত চেমিক’লন এটা দিয়ক আৰু পুনৰ এবাৰ 1 ক’মা 1 লিখক
11:36 OK ত টিপক
11:38 এখন নতুন চাইলেব ইনপুত ভেলু ৰিকোৱেষ্ট (Scilab Input Value Request) উইন্দ’ খুলিব
11:41 টেকস্ত বক্সত,
11:43 y1ৰ পাছত ক’মা এটা দিয়ক আৰু y2 লিখক,
11:48 y1 আৰু y2 ক বৰ বন্ধনীত ৰাখক,
11:52 এতিয়া u1 ৰ পাছত ক’মা এটা দিয়ক আৰু u2 লিখক
11:57 OK ত টিপক
11:59 আন এখন চাইলেব ইনপুত ভেলু ৰিকোৱেষ্ট (Scilab Input Value Request) উইন্দ’ খুলিব
12:03 OK ত টিপি থাকিব পৰবৰ্তী তিনিখন উইন্দ’ত যি আহিব
12:08 চাইফাংক (scifunc) ব্ল’কটো এতিয়া কনফিগাৰ হ’ল
12:11 মই চাইফাংক (scifunc) ব্ল’কটো ৰিএলাইন কৰো
12:14 পেলেত ব্ৰাউজাৰ (Palette browser) উইন্দ’লৈ যাওঁক
12:17 চৌৰ্চেচ (Sources) চেকচনত, কনচতেন্ত আন্দাৰস্ক’ৰ m ব্ল’কক Xcos উইন্দ’ত দ্ৰাগ আৰু দ্ৰপ কৰক
12:24 ইয়াক Sinusoid জেনেৰেতৰ ব্ল’কটোৰ তলত থওঁক
12:28 কনচতেন্ত আন্দাৰস্ক’ৰ m ব্ল’কক চাইফাংক (scifunc) ব্ল’কৰ তলৰ ইনপুতলৈ সংযোগ কৰক
12:36 এই ব্ল’কটোৰ দিফল্ট মানটো হৈছে 1
12:39 ইয়াক সলনি নকৰিব
12:41 মাক্স (MUX) ব্ল’কটোত দুবাৰ টিপক
12:44 ইনপুত প’ৰ্ত চাইজক (input port size) 3 লৈ সলাওঁক
12:47 OK ত টিপক
12:48 মই মাক্স (MUX) ব্ল’কটো ৰিচাইজ কৰিম আৰু মাক্স (MUX) আৰু CSCOPE ব্ল’কক সঠিকভাবে সংযোগ কৰিম
12:59 চাইফাংক (scifunc) ব্ল’কৰ তলৰ আউতপুত প’ৰ্তক মাক্স (MUX) ব্ল’কৰ তলৰ ইনপুত প’ৰ্তলৈ সংযোগ কৰক
13:07 ফাইলত (File) টিপক আৰু xcos ফাইলটো ছেভ কৰিবলৈ ছেভক (Save) বাচক
13:12 চাইলেব এদিতৰটোলৈ (Scilab editor) যাওঁক য’ত squareit.sci ফাইলটো খোলা আছে
13:18 এদিতৰটোৰ মেনু বাৰত উপলদ্ধ এক্সিকিউত (Execute) বুটামত টিপক
13:23 স্কোৱাৰইত (squareit) ফাংচনটো ল’দ কৰিব
13:26 এতিয়া আমি Xcos দায়েগ্ৰামটো এক্সিকিউত কৰিব পাৰো
13:30 Xcos উইন্দ’ৰ মেনু বাৰত উপলদ্ধ ষ্টাৰ্ত (Start) বুটামত টিপক
13:35 গ্ৰাফিক উইন্দ’ এখন আহিব
13:38 এই উইন্দ’ত তিনিটা প্ল’ত থাকিব
13:40 ইনপুত চাইন ওৱেভ (sine wave) ক’লা ৰঙত,
13:43 আউতপুত চাইন ওৱেভ (sine wave) সেউজীয়া ৰঙত আৰু
13:45 এমপ্লিতিউদ স্কেলদ ইনপুত ৰঙা ৰঙত
13:49 মন কৰিব যে ফাংচনটোৱে ইনপুত চাইন ওৱেভক (sine wave) স্কোৱাৰ কৰিছে আৰু লগতে ইয়াক 1 ইউনিতৰ দ্বাৰা চিফত কৰিছে, যি আশাকৰা ধৰণে হৈছে
13:59 আমি লগতে ইনপুত চাইন ওৱেভৰ (sine wave) এমপ্লিতিউদ স্কেলদ পাইছো, আশাকৰা ধৰণে
14:05 প্ল’ত উইন্দ’ বন্ধ কৰক
14:08 এতিয়া আহক আমি মূলভাব চাওঁ
14:10 এই টিউট’ৰিয়েলটোত আমি শিকিলো:
14:12 * চাইলেবত (Scilab) স্কোৱাৰিং ফাংচন এটা লিখিবলৈ
14:15 * Xcosচাইফাংক (scifunc) ব্ল’কটো ব্যৱ্হাৰ কৰিবলৈ
14:19 * মাক্স (MUX) ব্ল’ক ব্যৱ্হাৰ কৰি বহুতো প্ল’তচ আকিবলৈ
14:22 * বহুতো ইনপুত আৰু আউতপুত থকা ফাংচনক কল কৰিবলৈ
14:26 তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক
14:29 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
14:33 আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
14:37 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে :
14:40 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
14:43 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
14:47 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
14:53 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয়
14:57 ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
15:05 এই মিচনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ
15:15 আশা কৰো আপোনাৰ বাবে এই টিউট’ৰিয়েলটো উপকাৰী হৈছে
15:19 মই মৌচুম হাজৰিকা

Contributors and Content Editors

Mausamh9, Mousumi