Scilab/C4/Digital-Signal-Processing/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল, “চাইলেব ব্যৱ্হাৰ কৰি চিগনেল প্ৰচেচিংৰ (Signal Processing using Scilab)” স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, চাইলেব ব্যৱ্হাৰ কৰি, মই আপোনাক দেখুৱাম কেনেকৈ বিভিন্ন প্ৰকাৰৰ চিগনেলচ জেনেৰেত কৰা হয়, আৰু চিগনেলচ এনালাইজ কৰিবলৈ বিভিন্ন অপাৰেচনচ প্ৰদৰ্শন কৰিম |
00:19 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো 11.04 অপাৰেতিং চিষ্টেম হিচাবে চাইলেব ভাৰ্চন 5.3.3 ৰ সৈতে |
00:30 | এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, লাৰনাৰ এজনৰ চাইলেবৰ মুল জ্ঞান থাকিব লাগিব |
00:35 | চাইলেবৰ মুল জানিবলৈ, অনুগ্ৰহ কৰি চাইলেবৰ বেচিক লেভেল চিৰিজৰ স্প’কেন টিউট’ৰিয়েলচ চাওঁক |
00:42 | যি আমাৰ ওৱেবচাইত www.spoken-tutorial.org ত উপলদ্ধ |
00:45 | এই টিউট’ৰিয়েলটোত, মই তিনিটা মূল চিগনেলৰ বিষয়ে বৰ্ণনা কৰিম । কন্তিনোৱাচ আৰু দিচক্ৰিত চাইন ওৱেভক প্ল’ত কৰিম । ষ্টেপ ফাংচন (step function) প্ল’ত কৰিম । ৰেম্প ফাংচন (ramp function) প্ল’ত কৰিম |
00:58 | মই “কন্তিনোৱাচ আৰু দিচক্ৰিত চাইন ওৱেভক” প্ল’ত কৰাৰ সৈতে আৰম্ভ কৰিম |
01:02 | আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ যাওঁ |
01:06 | ইয়াত লিখক: t সমান জিৰ’ ক’লন জিৰ’ পইন্ত ওৱান ক’লন তু পুৰণ পাৰ্চেন্তেজ pi চেমিক’লন |
01:17 | তেতিয়া x সমান চাইন অফ t চেমিক’লন তেতিয়া প্ল’ত 2D বন্ধনীত t ক’মা x আৰু আপোনাৰ কীবৰ্দত এন্টাৰ কী টিপক |
01:33 | এইটো এটা কন্তিনোৱাচ চাইন ওৱেভ (continous sine wave) |
01:36 | আহক আমি দিচক্ৰিত চাইন ওৱেভক (discrete sine wave) আলোচনা কৰো |
01:39 | কনচ’ল উইন্দ’ত লিখক: প্ল’ত তু d3 বন্ধনীত উৰ্দ্ধক’মা gnn ক’মা t ক’মা x আৰু এন্টাৰ টিপক |
01:54 | এইটো দিচক্ৰিত চাইন ওৱেভ (discrete sine wave) |
01:57 | এতিয়া আহক আমি ষ্টেপ ফাংচন (step function) আৰু ৰেম্প ফাংচন (ramp function) প্ল’ত কৰাৰ বিষয়ে আলোচনা কৰো |
02:04 | মই ইতিমধ্যে signals.sce নামৰ ফাইলটোত ষ্টেপ (step) আৰু ৰেম্প (ramp) চিগনেল জেনেৰেত কৰিবলৈ ক’ড লিখিলো |
02:14 | আহক আমি চাইলেব এদিতৰ (scilab editor) ব্যৱ্হাৰ কৰি এই signal.sce ফাইলটো খোলো । আহক আমি এই ক’ডক এক্সিকিউত কৰো । মেনু বাৰত এক্সিকিউত (“Execute”) বুটামত টিপক |
02:27 | ষ্টেপ (Step) আৰু ৰেম্প (Ramp) চিগনেল এই প্ল’তত দৰ্শিত হৈছে |
02:32 | এতিয়া আহক আমি শিকো কেনেকৈ চিগনেল এনালাইজ কৰিবলৈ বিভিন্ন অপাৰেচনচ প্ৰদৰ্শন কৰা হয় । আহক আমি চাওঁ কেনেকৈ দুটা চিগনেলৰ মাজত কনভ’লুচন (Convolution) প্ৰদৰ্শন কৰা হয় |
02:43 | আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ যাওঁ আৰু লিখক x সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা তু ক’মা থ্ৰি ক’মা ফৌৰ |
02:55 | তেতিয়া লিখক h সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা ওৱান ক’মা ওৱান |
03:04 | এতিয়া আহক আমি কনভ’লুচনটো (Convolution) প্ৰয়োগ কৰো লিখি কনভ’ল আৰম্ভণী বন্ধনী x ক’মা h সামৰণী বন্ধনী আৰু আপোনাৰ কীবৰ্দত এন্টাৰ টিপক |
03:17 | ইয়াত আউতপুত এটা চাব পাৰি |
03:20 | এতিয়া আহক আমি শিকো দিচক্ৰিত ক্ৰম এটাৰ বাবে দিচক্ৰিত ফৌৰিয়াৰ ট্ৰেনচফৰ্ম (Discrete fourier transform) ইনবুইল্ট কমান্দ dft() ব্যৱ্হাৰ কৰি |
03:30 | ইয়াত কনচ’ল উইন্দ’ত লিখক x সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা তু ক’মা থ্ৰি ক’মা ফৌৰ |
03:41 | তেতিয়া লিখক বৰ বন্ধনীৰ মাজত xf সমান dft বন্ধনীত x ক’মা মাইনাচ 1 য’ত x হৈছে ইনপুত ভেক্টৰটো আৰু DFTৰ বাবে ফ্লেগ মানটো হৈছে -1 |
03:59 | আহক আমি এন্টাৰ টিপো |
04:01 | আউতপুতটো এনেদৰে আহে 10. - 2. + 2.i - 2. - 9.797D-16i - 2. - 2.i |
04:05 | এতিয়া মই আপোনাক দেখুৱাম কেনেকৈ ইনভাৰ্চ দিচক্ৰিত ফৌৰিয়াৰ ট্ৰেনচফৰ্ম (fourier transform) গণনা কৰা হয় । ইয়াক একেটা ইনবুইল্ট কমান্দ dft() ব্যৱ্হাৰ কৰি কৰিব পাৰি |
04:15 | চাইলেব কনচ’ল উইন্দ’ত লিখক: বৰ বন্ধনী x সমান dft বন্ধনীৰ মাজত xf ক’মা 1 ইয়াত idftৰ বাবে ফ্লেগ মানটো (flag value) 1 |
04:31 | এইটো হৈছে আউতপুতটো + 5.551D-17i - 1.225D-16i - 5.551D-16i |
04:34 | আহক আমি fft() ব্যৱ্হাৰ কৰি দিচক্ৰিত ফৌৰিয়াৰ ট্ৰেনচফৰ্ম গণনা কৰো |
04:39 | কনচ’ল উইন্দ’ত, লিখক x= স্কোৱাৰ [1,2,3,4]x সমান বৰ বন্ধনী ওৱান ক’মা তু ক’মা থ্ৰি ক’মা ফৌৰ |
04:49 | এন্টাৰ টিপক আৰু লিখক y = fft(x,-1) y সমান fft বন্ধনীৰ মাজত x ক’মা মাইনাচ ওৱান |
04:59 | এন্টাৰ টিপক আৰু আপুনি আউতপুতটো এনেদৰে চাব পাৰে:-10. - 2. + 2.i - 2. - 2. - 2.i |
05:05 | আহক আমি এতিয়া চাওঁ কেনেকৈ ইনভাৰ্চ দিচক্ৰিত ফৌৰিয়াৰ ট্ৰেনচফৰ্ম fft() ব্যৱ্হাৰ কৰি গণনা কৰা হয় |
05:12 | চাইলেব কনচ’ল উইন্দ’ত লিখক y সমান বৰ বন্ধনীৰ মাজত তেন ক’মা মাইনাচ তু প্লাচ তু পুৰণ পাৰচেন্তেজ i ক’মা মাইনাচ তু ক’মা মাইনাচ তু মাইনাচ তু পুৰণ পাৰচেন্তেজ i |
05:33 | আৰু এন্টাৰ টিপক । লিখক x fft(y,1) x সমান fft বন্ধনীৰ মাজত y ক’মা 1 আৰু এন্টাৰ টিপক |
05:45 | আউতপুতটো দৰ্শিত হ’ব x =1. 2. 3. 4. হিচাবে |
05:49 | আহক আমি এতিয়া দুটা ভেক্তৰৰ মাজত ক’ৰিলেচনটো বিচাৰো |
05:53 | চাইলেব কনচ’ল উইন্দ’ত ইয়াক কৰিবলৈ, |
05:56 | লিখক x ওৱান সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা তু ক’মা থ্ৰি ক’মা ফৌৰ আৰু এন্টাৰ টিপক |
06:08 | লিখক x2 সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা থ্ৰি ক’মা ওৱান ক’মা ফাইভ আৰু এন্টাৰ টিপক |
06:20 | লিখক R x ওৱান x তু সমান corr বন্ধনীৰ মাজত x ওৱান ক’মা x তু ক’মা ফৌৰ আৰু এন্টাৰ টিপক |
06:34 | আউতপুতটো Rx1x2=1.25 0.3125 0.25 - 0.9375 হিচাবে দৰ্শিত হ’ব |
06:38 | আহক আমি শিকো কেনেকৈ প্ৰদত্ত চিগনেলটো চেম্প’ল কৰা হয় |
06:42 | আহক মই sampling.sce খোলো । মই ইতিমধ্যে sampling.sce ত ক’ডটো লিখিলো । ইয়াত এক্সিকিউত (“Execute”) বুটামত টিপক |
06:52 | প্ল’ত এটা দৰ্শিত হৈছে |
06:56 | আহক আমি মূলভাব চাওঁ |
06:58 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো কেনেকৈ চাইন, ষ্টেপ আৰু ৰেম্প চিগনেল প্ল’ত কৰা হয় |
07:04 | convol() ৰ দ্বাৰা লিনিয়াৰ কনভ’লুচন প্ৰদৰ্শন কৰিবলৈ । dft() ৰ দ্বাৰা DFT আৰু IDFT প্ৰদৰ্শন কৰিবলৈ |
07:12 | fft() ৰ দ্বাৰা FFT প্ৰদৰ্শন কৰিবলৈ । corr()ৰ দ্বাৰা ক’ৰিলেচনটো বিচাৰিবলৈ । চেম্পলিং কৰিবলৈ |
07:20 | এই URL ত থকা কথাচিত্ৰটো চাওঁক http://spoken-tutorial.org/What is a Spoken Tutorial |
07:23 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
07:30 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে অনুগ্ৰহ কৰি আমাক সংযোগ কৰক |
07:42 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয় ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
07:51 | সংযোগ কৰাৰ বাবে ধন্যবাদ |