Scilab/C4/Digital-Signal-Processing/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, চাইলেব ব্যৱ্হাৰ কৰি চিগনেল প্ৰচেচিংৰ (Signal Processing using Scilab)” স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, চাইলেব ব্যৱ্হাৰ কৰি, মই আপোনাক দেখুৱাম কেনেকৈ বিভিন্ন প্ৰকাৰৰ চিগনেলচ জেনেৰেত কৰা হয়, আৰু চিগনেলচ এনালাইজ কৰিবলৈ বিভিন্ন অপাৰেচনচ প্ৰদৰ্শন কৰিম
00:19 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো 11.04 অপাৰেতিং চিষ্টেম হিচাবে চাইলেব ভাৰ্চন 5.3.3 ৰ সৈতে
00:30 এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, লাৰনাৰ এজনৰ চাইলেবৰ মুল জ্ঞান থাকিব লাগিব
00:35 চাইলেবৰ মুল জানিবলৈ, অনুগ্ৰহ কৰি চাইলেবৰ বেচিক লেভেল চিৰিজৰ স্প’কেন টিউট’ৰিয়েলচ চাওঁক
00:42 যি আমাৰ ওৱেবচাইত www.spoken-tutorial.org ত উপলদ্ধ
00:45 এই টিউট’ৰিয়েলটোত, মই তিনিটা মূল চিগনেলৰ বিষয়ে বৰ্ণনা কৰিম । কন্তিনোৱাচ আৰু দিচক্ৰিত চাইন ওৱেভক প্ল’ত কৰিম । ষ্টেপ ফাংচন (step function) প্ল’ত কৰিম । ৰেম্প ফাংচন (ramp function) প্ল’ত কৰিম
00:58 মই “কন্তিনোৱাচ আৰু দিচক্ৰিত চাইন ওৱেভক” প্ল’ত কৰাৰ সৈতে আৰম্ভ কৰিম
01:02 আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ যাওঁ
01:06 ইয়াত লিখক: t সমান জিৰ’ ক’লন জিৰ’ পইন্ত ওৱান ক’লন তু পুৰণ পাৰ্চেন্তেজ pi চেমিক’লন
01:17 তেতিয়া x সমান চাইন অফ t চেমিক’লন তেতিয়া প্ল’ত 2D বন্ধনীত t ক’মা x আৰু আপোনাৰ কীবৰ্দত এন্টাৰ কী টিপক
01:33 এইটো এটা কন্তিনোৱাচ চাইন ওৱেভ (continous sine wave)
01:36 আহক আমি দিচক্ৰিত চাইন ওৱেভক (discrete sine wave) আলোচনা কৰো
01:39 কনচ’ল উইন্দ’ত লিখক: প্ল’ত তু d3 বন্ধনীত উৰ্দ্ধক’মা gnn ক’মা t ক’মা x আৰু এন্টাৰ টিপক
01:54 এইটো দিচক্ৰিত চাইন ওৱেভ (discrete sine wave)
01:57 এতিয়া আহক আমি ষ্টেপ ফাংচন (step function) আৰু ৰেম্প ফাংচন (ramp function) প্ল’ত কৰাৰ বিষয়ে আলোচনা কৰো
02:04 মই ইতিমধ্যে signals.sce নামৰ ফাইলটোত ষ্টেপ (step) আৰু ৰেম্প (ramp) চিগনেল জেনেৰেত কৰিবলৈ ক’ড লিখিলো
02:14 আহক আমি চাইলেব এদিতৰ (scilab editor) ব্যৱ্হাৰ কৰি এই signal.sce ফাইলটো খোলো । আহক আমি এই ক’ডক এক্সিকিউত কৰো । মেনু বাৰত এক্সিকিউত (“Execute”) বুটামত টিপক
02:27 ষ্টেপ (Step) আৰু ৰেম্প (Ramp) চিগনেল এই প্ল’তত দৰ্শিত হৈছে
02:32 এতিয়া আহক আমি শিকো কেনেকৈ চিগনেল এনালাইজ কৰিবলৈ বিভিন্ন অপাৰেচনচ প্ৰদৰ্শন কৰা হয় । আহক আমি চাওঁ কেনেকৈ দুটা চিগনেলৰ মাজত কনভ’লুচন (Convolution) প্ৰদৰ্শন কৰা হয়
02:43 আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ যাওঁ আৰু লিখক x সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা তু ক’মা থ্ৰি ক’মা ফৌৰ
02:55 তেতিয়া লিখক h সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা ওৱান ক’মা ওৱান
03:04 এতিয়া আহক আমি কনভ’লুচনটো (Convolution) প্ৰয়োগ কৰো লিখি কনভ’ল আৰম্ভণী বন্ধনী x ক’মা h সামৰণী বন্ধনী আৰু আপোনাৰ কীবৰ্দত এন্টাৰ টিপক
03:17 ইয়াত আউতপুত এটা চাব পাৰি
03:20 এতিয়া আহক আমি শিকো দিচক্ৰিত ক্ৰম এটাৰ বাবে দিচক্ৰিত ফৌৰিয়াৰ ট্ৰেনচফৰ্ম (Discrete fourier transform) ইনবুইল্ট কমান্দ dft() ব্যৱ্হাৰ কৰি
03:30 ইয়াত কনচ’ল উইন্দ’ত লিখক x সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা তু ক’মা থ্ৰি ক’মা ফৌৰ
03:41 তেতিয়া লিখক বৰ বন্ধনীৰ মাজত xf সমান dft বন্ধনীত x ক’মা মাইনাচ 1 য’ত x হৈছে ইনপুত ভেক্টৰটো আৰু DFTৰ বাবে ফ্লেগ মানটো হৈছে -1
03:59 আহক আমি এন্টাৰ টিপো
04:01 আউতপুতটো এনেদৰে আহে 10. - 2. + 2.i - 2. - 9.797D-16i - 2. - 2.i
04:05 এতিয়া মই আপোনাক দেখুৱাম কেনেকৈ ইনভাৰ্চ দিচক্ৰিত ফৌৰিয়াৰ ট্ৰেনচফৰ্ম (fourier transform) গণনা কৰা হয় । ইয়াক একেটা ইনবুইল্ট কমান্দ dft() ব্যৱ্হাৰ কৰি কৰিব পাৰি
04:15 চাইলেব কনচ’ল উইন্দ’ত লিখক: বৰ বন্ধনী x সমান dft বন্ধনীৰ মাজত xf ক’মা 1 ইয়াত idftৰ বাবে ফ্লেগ মানটো (flag value) 1
04:31 এইটো হৈছে আউতপুতটো + 5.551D-17i - 1.225D-16i - 5.551D-16i
04:34 আহক আমি fft() ব্যৱ্হাৰ কৰি দিচক্ৰিত ফৌৰিয়াৰ ট্ৰেনচফৰ্ম গণনা কৰো
04:39 কনচ’ল উইন্দ’ত, লিখক x= স্কোৱাৰ [1,2,3,4]x সমান বৰ বন্ধনী ওৱান ক’মা তু ক’মা থ্ৰি ক’মা ফৌৰ
04:49 এন্টাৰ টিপক আৰু লিখক y = fft(x,-1) y সমান fft বন্ধনীৰ মাজত x ক’মা মাইনাচ ওৱান
04:59 এন্টাৰ টিপক আৰু আপুনি আউতপুতটো এনেদৰে চাব পাৰে:-10. - 2. + 2.i - 2. - 2. - 2.i
05:05 আহক আমি এতিয়া চাওঁ কেনেকৈ ইনভাৰ্চ দিচক্ৰিত ফৌৰিয়াৰ ট্ৰেনচফৰ্ম fft() ব্যৱ্হাৰ কৰি গণনা কৰা হয়
05:12 চাইলেব কনচ’ল উইন্দ’ত লিখক y সমান বৰ বন্ধনীৰ মাজত তেন ক’মা মাইনাচ তু প্লাচ তু পুৰণ পাৰচেন্তেজ i ক’মা মাইনাচ তু ক’মা মাইনাচ তু মাইনাচ তু পুৰণ পাৰচেন্তেজ i
05:33 আৰু এন্টাৰ টিপক । লিখক x fft(y,1) x সমান fft বন্ধনীৰ মাজত y ক’মা 1 আৰু এন্টাৰ টিপক
05:45 আউতপুতটো দৰ্শিত হ’ব x =1. 2. 3. 4. হিচাবে
05:49 আহক আমি এতিয়া দুটা ভেক্তৰৰ মাজত ক’ৰিলেচনটো বিচাৰো
05:53 চাইলেব কনচ’ল উইন্দ’ত ইয়াক কৰিবলৈ,
05:56 লিখক x ওৱান সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা তু ক’মা থ্ৰি ক’মা ফৌৰ আৰু এন্টাৰ টিপক
06:08 লিখক x2 সমান বৰ বন্ধনীৰ মাজত ওৱান ক’মা থ্ৰি ক’মা ওৱান ক’মা ফাইভ আৰু এন্টাৰ টিপক
06:20 লিখক R x x তু সমান corr বন্ধনীৰ মাজত x ক’মা x তু ক’মা ফৌৰ আৰু এন্টাৰ টিপক
06:34 আউতপুতটো হিচাবে দৰ্শিত হ’ব
06:38 আহক আমি শিকো কেনেকৈ প্ৰদত্ত চিগনেলটো চেম্প’ল কৰা হয়
06:42 আহক মই sampling.sce খোলো । মই ইতিমধ্যে sampling.sce ত ক’ডটো লিখিলো । ইয়াত এক্সিকিউত (“Execute”) বুটামত টিপক
06:52 প্ল’ত এটা দৰ্শিত হৈছে
06:56 আহক আমি মূলভাব চাওঁ
06:58 এই টিউট’ৰিয়েলটোত, আমি শিকিলো কেনেকৈ চাইন, ষ্টেপ আৰু ৰেম্প চিগনেল প্ল’ত কৰা হয়
07:04 convol() ৰ দ্বাৰা লিনিয়াৰ কনভ’লুচন প্ৰদৰ্শন কৰিবলৈ । dft() ৰ দ্বাৰা DFT আৰু IDFT প্ৰদৰ্শন কৰিবলৈ
07:12 fft() ৰ দ্বাৰা FFT প্ৰদৰ্শন কৰিবলৈ । corr()ৰ দ্বাৰা ক’ৰিলেচনটো বিচাৰিবলৈ । চেম্পলিং কৰিবলৈ
07:20 এই URL ত থকা কথাচিত্ৰটো চাওঁক http://spoken-tutorial.org/What is a Spoken Tutorial
07:23 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
07:30 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে অনুগ্ৰহ কৰি আমাক সংযোগ কৰক
07:42 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয় ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
07:51 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya